মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ |Part 3
HTML-код
- Опубликовано: 17 сен 2024
- ধিঙত কিশোৰীক নিৰ্যাতন ৩টা নৰপিশাচৰ, ৰাজপথত মাতৃ সমাজ
এতিয়াও ঘটনাত জড়িত দুই অভিযুক্তক গ্রেপ্তাৰত ব্যৰ্থ আৰক্ষী
ৰাজ্যত এতিয়া চৰম নিৰাপত্তাহীনতাত নেকি নাৰী সমাজ?
মুখ্যমন্ত্রীৰ মতে বিগত দুটা মাহত ২২টা নাৰী নিৰ্যাতনৰ ঘটনা
মুখ্যমন্ত্রীৰ কথাতেই প্রতিফলন ঘটিছে নেকি গৃহ বিভাগৰ ব্যৰ্থতা?
‘নাৰীৰ বিৰুদ্ধে অপৰাধত জড়িত বিশেষ সম্প্রদায়’
অপৰাধ হ’লেও মুখ্যমন্ত্রীয়ে কিয় নাম লয় বিশেষ সম্প্রদায়ৰ?
মুখ্যমন্ত্রীয়ে কোৱা অপৰাধত জড়িত কোন এই বিশেষ সম্প্রদায়?
ধিঙৰ ঘটনাক লৈ সাম্প্রদায়িক ৰাজনীতি হ’ব নেকি ৰাজ্যত?
নাৰী নিৰ্যাতনৰ ঘটনা ৰুধিবলৈ চৰকাৰৰ হাতত আছে কি পন্থা?
বিৰোধীৰ মতে পদত্যাগ কৰিব লাগে মুখ্যমন্ত্রীয়ে
শাসক পক্ষৰ দাবী এই চৰকাৰৰ দিনত সাৰি নাযায় অপৰাধী
ধিঙৰ ঘটনা, নাৰী সুৰক্ষা আৰু চৰকাৰৰ কৰণীয়...
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ |Part 3 #pratidintimelive
Akhil Gogoi Right said
Akhil Gogoi right said.
যি বেয়া মানুহ, সি নিজৰ মাক,দেউতাকৰ লগত বেয়া ব্যৱহাৰ কৰে,গতিকে দোষীৰ কোনো জাতি নাই।
23 ta ghotona ,sob eta jatir hoi
Arkhil gogoi Right
Very nice akiul sir
Akhiluddin Ahmed Gogoi
মহাশয়,
আপোনাসবে দল আৰু ৰাজনীতিৰ উৰ্ধত গৈ অসমীয়াৰ জাতীয় সুৰক্ষাৰ চিন্তা কৰক ? অন্যথা ৰাইজ কিন্তু অবুজ নহয় ? সকলো দেখি শুনি বুজি আছে ! এয়া অসমীয়া জাতীয় জীৱনৰ সংকট কাল আৰু ই অতি স্পৰ্শকাতৰ দিশত গতি কৰা যেন অনুমান কৰিছো ।সম্পূৰ্ণ জনতা ৰাজপথলৈ অহাৰ আগতেই আপোনালোকৰ নিজ কৰ্তব্য পালন কৰি দেশ আৰু জাতিৰ হকে দায়িত্ববান নাগৰিকৰ পৰিচয় ডাঙি ধৰিবলৈ আহ্বান জনালো। ধন্যবাদ ।
Akhil gogoi right 👍
দিগন্ত কলিতা শিৱসাগৰৰ মাৰোৱাৰী প্ৰেমী নেকী তেওঁ শিবসাগৰৰ ঘটনা পাহৰিয়ে গল
অখিল গগৈয়ে এই গঠনাত জৰিত হোৱা যেন লাগে ! নিজেই এজন বিধায়ক পাহৰিলে নেকি ?
বিলকিচ ভানু কি আছিল, ধৰশন বামুণে কৰিছিল আৰু এইকেইজনক ফুলৰ মালা পিন্ধাই ৰাজপথত শোভাযাত্ৰা কৰিছিল, এই দেশত বিজেপিৰ কৰ্ম কি হ'ব
অখিল গগৈয়ে খুব সুন্দৰ প্ৰশ্ন উত্থাপন কৰিছে
অখিল উদ্দিন আহমেদে মিঞাৰ কথা কলেই খং উঠে ।
অখিল গগৈ জিনদাবাদ
মন্দিৰত ধৰ্ষণ কৰা পূজাৰী জন বৰপেটাৰ, জনীযা,নে ধবৰীৰ দিগন্ত কলংকিত।
অখিলে নিজকে বহু জানোবুলি ভাবে
আখীল গগৈ আপুনি বেছি নুবুজাব, আপৰাধ কোন সম্প্ৰদায়ে কৰি আছে
Hbs company ৰ member বোৰ এতিয়া বহুত active,hbs এ বহুত পণ্ডিত জন্ম্ দিলে দে?
Love you Akhil Gogoi ❤️❤️
বিজেপি টোৱে ভয় খাইছে 😂😂 ৰাজনীতি কৰিছে, লোকসভা নিৰ্বাচন শব্দটো টো প্ৰথম মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যৱহাৰ কৰিছে।।
অখিল ৰ আগত মিয়াৰ বদনাম নেগাব। তেওঁৰ সহ্য নহয়।
AGP,BJP, Congress, Raijor সকলো অসমীয়া খিলঞ্জীয়া আৰু টি ভি চেনেলত বহি তৰ্ক যুদ্ধ কৰি থকা সকলো অসমীয়া। এতিয়া দলৰ হৈ তেওঁলোকে নিজৰ প্ৰাণ দিবলৈ প্ৰস্তুত কিন্তু নিজৰ জাতিটোৰ হৈ প্ৰাণ দিবলৈ দিবলৈ কোনোৱে প্ৰস্তুত নহয়। এতিয়া মই সেইবিলাক নেতাক সুধিব বিচাৰোঁ জাতি ডাঙৰ নে দ'ল ডাঙৰ। ? । প্ৰথমতে জাতি নে দ'ল ? নিলিখি নোৱাৰিলোঁ । জয় আই অসম জিন্দাবাদ।
Good akhil gogoi
Akhil Gogoi right
Akhil gogoi right
তেজপুৰৰ ঘটনাটো মিয়া নেকি? বাতৰি মতে মুণ্ডা,আধিবসিনেকি।কিন্তু,অপৰাধী ৰ জাত ধৰ্ম নেথাকে।অপৰাধী অপৰাধী। পোন পতিয়া ফাঁচি।
Akhil Ali Miya kotha kole kande, kaziranga kotha aami pahora nai jetia utsed korisil miyak
Akhil gogai meai vote lagae e karanee namatee
দিগন্ত কলিতা বলিয়া কুকুৰৰ এমেলে।।
Guwahatit jibor dhorsan kori case bor kone korise?
Akhil Gogoi thoi diyok apuner data jatir kolonko.
Encounter hobo lage .
Akhil gogoi e sab kathate sarkarkhanak dokhe kio.miya priti erak Akhil gogoi dangariya.miyar katha kole aponar ga jale kio he
Right
তেলমৰা কাম কৰি আছা কলিতা - ভয়তে কম্পমান বসন্ত জী -
বিৰোধীৰ উচ্তনি এই মিঞাৰ মোছলীম সকলে বেয়াৰ কাম কৰিছে ।
Akhil Gogoi jindabad rahega
ভক্সেল কথা কৈছে কলিতাই।
Encaonta korib lage tar past fashi dib lage
Akhil ali Ane siyri thakib nalage
এই সকলক কোনে দলিচা পৰি দি আনিছিল।অখিলুদ্দিনৰ নিচিনা সকলক জিকালে অসমৰ অৱস্থা কাশ্মীৰৰ নিচিনা হ'ব। আৰু কংগ্ৰেছ ক জিকালে।
keneke hbo kashmir lauda kashmir bhut dhuniya😂 hoi
দিগন্ত ইমান চিঞৰিব পাৰে
MLA diganta sir apuni kamalpur ki korise
Very Righ akhil gogoi.... Sarkar action lob poranai.... ain ki korise.....
Akhil ok vote disili na sivasagar raij 😂😂😂atiya morek 😂😂😂. ...
Encounter hobo lage.....fasi hole bahu din/bahu mah lagibooo
Akhil gogoi miyapremi
B. J. P. Bidayok. Jone. Nijei. Koise. Apunalukoc. Gadid. Bohaisu. Ain. Rosona. Koribo. Lage
দিগন্ত কলিতাক কিয় মাতে হে,,,,
Ni juwa sir ane ane kio koi ase
Mia premi tuk keloi bohai thoise,
সঁচা কথা কবলৈ গলে, নামনিৰ কেইটাৰ কলাফুলত দম নাই। এটা কথা সঁচা, নামনিৰ যি সকল জনগোষ্ঠীয় লোক তেওঁলোকৰ দম নাই বুলি কব নাযাও।বাকী খিনিয়ে দমৰ অভাবত উজনিলৈ ডিঙি মেলি চাই থাকে সেই ধেৰুৱা বোৰক কৈছো, তহতৰ লিক লিকিয়া কলাফুলত বাবেই নামনিৰ মঠ মন্দিৰ বোৰ ৰসাতলে গল। এদিন তহতিও ভয়ত দাড়ি টুপিবালা,,,,,, মামা ইয়াৰ দৰে দগাবাজ, সম্পদ লোভি, তেজশোষনকাৰী, লেঙমৰা, জাতিদোহি, শিয়াল, পেটকুলীয়া, মহা পাপী ৰজা পূবত পৰা সোনোৱাল লৈকে নাচিল। এইটো কৰে পৰা টপকিল চাললা তেৰি,,,,,
Aitu ata pagol diganta fatuaa
With respect to all .. এটা কথা satya যে পুলিচ প্ৰশাসন যিমান strong হলেও প্ৰত্যেক গৰাকী ছোৱালী ক protection দিব নোৱাৰে। তাৰ কাৰণে samaj ভাল হব লাগিব। কিছুমান পিশাচ আছেই ছোৱালী দেখিলেই okhur হয় যায় আৰু ১০ টকা r কাৰণে মানুহ murder কৰে। এইবোৰ অসমৰ খিলঞ্জীয়া hindu বা মুছলিম নহয়। kun হয় জানি লওঁক
Mukhymantri suwali Dhadkan Core tatiya Bujji bo Assam suwali Mahila
GUJORATR 11 JONOK KUNE GAMUSA PINDHAISIL
Axomia manuha lora suali a jonmo debo nuara blll., korbat 1ta lora ba suali hoi sess.... Aru lora suali nlga.. Jonmo debo nuarela kla korpora axomia manuh bahebo😂
হাইদ্ৰবাদত মূছলমান নাই নিকি ? তামিল নাডুত মূছলমান নাই নিকি । কেলা এই তকলাৰ মূৰত মাল অলপো নাই ।
Hyderabadt aru tamilnadur musolmanor bohut power...kunubhilabo nuware...
Congress or dinot manuh hahok kora nasil police or tat jabo niyai pabo buli.. Cases went unreported..@ Akhil Gogoi.
Sorkar ustm loi besto hoi ase.
Bht vul krile akhilk MLA pati
Akhil miya tu jote tote bor siyori fure
Toi nije miya Election kheli C M nohowa kiya
Biheh jati mane ki digant
Akhil Gogoik koi thakiba nidiba ? Toro kam nai Karan moi bhaldore jano Tor asol kothato Ajhil
Akhil miya
Nitumoni kio ata k kob diya nai
Bura2we ministar ashat
Ancounter karile apotti akol akhil gogoi r... Bohut dhanda baji
Ae apuniu poisa khai ase ki val kam krise he
Hindu Muslim kori aku lav nai Akhamor pora Miya (Bangladeshi) khedok Mr D Kolita apuni CM sir ji koi take apuni reply koi thake Jai
Bjp hato desh baso
Aitu ata pagol diganta
Digantu aitu bor faltu
Tor dore manuhor kam nai toi muslim
নিচুকনী দা,অখিলে মিয়া সমথৰ্ন কৰি উছটনী দিয়াৰ বাবে এইবোৰ হৈছে।ইয়াৰে ব্যৱস্থা লোৱাৰ প্ৰয়োজন,
কিন্তু শাস্তি ৰ কথা কতো উল্লেখ হলে নাই। চৰকাৰৰ জানো দায়িত্ত নহয়।
চৰকাৰি পক্ষৰ বিধায়কজনে কি পগলা বকিছে?
Akhil zindabad 💯