Aaku Nobow By Ridip Rankit || Ramen Danah || Ujjwal Aarong || New Assamese Video Song 2022
HTML-код
- Опубликовано: 14 окт 2024
- Hridoy Presents DHEMALI Vol - 7
🎥Video:-
Video Programming:-
Pranjal Boruah
Jinku Handique
Nitiya Handique
Partha Pratim Borgohain
Mridul Gogoi
Jayprakash Gogoi
Mridul Saikia
Papu Gogoi
Tultul Gogoi
Choreographer: Bimal Bora
Assist: Amarjit Chowhan
DOP: Prithviraj Dutta
Editor: Moni Rajkonwar
Drone Operator: Paresh
Makeup: Abhijit Bhuyan
Starring: Moonmi Phukan
Ridip Rankit
Shimanta Deka
Labumoni Amsong
Elahi
Rani
Dhiraj Kashyap
Drama Music: Mukunda Madhav
🎶Audio:-
Song - Aaku Nobow
Singer - Ridip Rankit
Lyrics & Tune - Ridip Rankit
Ramen Danah
Music - Ujjwal Aarong
Special Addition Tune - Bharat Saikia
Mrinmoy Mrittik
Kussum Kailash
Mix & Mastered - Diganta Bordoloi
Recorded Studio - Srishti The Creative Eye , Moran
Lyrical Video & Photography - Satyajit D Phukon
Digital Market & Media Diretor - Junaak Milon (@DhwaniMusic )
Lyrics:
দাদাৰ সময় নাই হাততে পূৱাতে ওলাই কামলে
নবৌনো যায় সদায় সদায় ল’ৰা স্কুলত থবলে
স্কুল বহাৰ পাছতে ন’বৌ যায় পাৰ্লাৰলে
শুনিছো নবৌ তামাম popular
পিলিঙা ডেকাৰ মাজতে
ফুল বুলি ভাবি শূলকে
নকৰিবা দেই ভূল
জীৱনৰ আধা বাটতে
লাগিব গণ্ডগোল
হ’বা গৈ চাবা দেই অ’ ন’বৌ
এলাগী মদাৰ ফুল
বান্দৰে বেজাৰ কৰে বেঙেনা বাৰীলৈ চাই
নখজুৱা হ’লে গোটেই সোপা পেলালোহেতেন খায়
ধুনীয়া ন’বৌ সাজি-কাচি যেতিয়া ওলাই যায়
চেনিৰাম কেইটাই ভাবে চাগে ( ইচ ৰাম )
এইজনীক পোৱা হ’লে পাই
ফুল বুলি ভাবি শূলকে
নকৰিবা দেই ভূল
জীৱনৰ আধা বাটতে
লাগিব গণ্ডগোল
হ’বা গৈ চাবা দেই অ’ ন’বৌ
এলাগী মদাৰ ফুল
অ’ ভন্টী দিপলীনা
মাৰি থবা নঙলা
বাৰীৰে জপনা
নহ’লে সোমাব উদঙীয়া জাকুৱা গৰু
অ’ ভন্টী দিপলীনা
বিয়া বাৰু কথা
ভাবিলে ভয় লগা
যেনি-তেনি যিবোৰ হে গৰম গৰম ঘটনা শুনো
ফুল বুলি ভাবি শূলকে
নকৰিবা দেই ভূল
জীৱনৰ আধা বাটতে
লাগিব গণ্ডগোল
হ’বা গৈ চাবা দেই অ’ ন’বৌ
এলাগী মদাৰ ফুল
#Ridip_Rankit#Aaku_Nobow#Ramen_Danah
শেষত গৈ সকলো ধ্বংস😂😂😂
10/10.... lyrics টো ইমান ধুনীয়া..... কণ্ঠটো বৰ শুৱলা.... বহুত বেছি ধুনীয়া কৰিওগ্ৰাফী কৰিছে....এটা এটা step video ত মিলি গৈছে.... কাহিনীটো বহুত ভাল লাগিছে.....ইমান ধুনীয়া সকলোফালৰ পৰা perfect গীত কমেই শুনিব পোৱা যায়....বহুত বেছি ভাল লাগিছে❤❤❤
Ridip Da এইবাৰ হে জেগাত পৰিছে 👌👍
❤❤🎉😊🎉❤
❤❤❤🎉🎉🎉
Next level video song aru Jit dar dylog tu 😂😂😂 moja dile aisat ❤️❤️❤️❤️
Kotha-hur birat dhunia.. Nobou tamaam dhuniya 😁 elaaagi modaar phoowul.. Elaagi modaar phool.. 😍
Juiii🔥🔥🔥🔥🔥🔥
বহুত বহুত ভাল লাগিল কঁকাই ,,, ভাল লগা মানুহৰ মাজত এজন আপুনি ❤️❤️❤️
Moja dada fali desa aru 🤟🤟🤟
ৰিদীপ দা এই videoটোলৈ বহুত অপেক্ষা কৰি আছিলো 🥰 ইতিমধ্যে videoটো পালো বহুত ভাল লাগিল। ধন্যবাদ 🙏🙏
Moja lagil
গান টো ধুনীয়া হৈছে। Assam Jet ki acting korisa bey 🔥😁😁😁😁😁
Ultimate video created korile dei😂😂
Mojja lagil dei Ridep kokaideu😍❤️
O rotonor dewtak moja lagil dei video tu😍😍
তিনিচুকীয়া কাকপথাৰ পৰা মৰম যাচিলোঁ।❣️😍😘
Tinsukian❤️
Assam jet jui 🔥
বহু অপেক্ষাৰ পাছত ভিডিঅ টিৰ অন্ত পৰিল.....ভাল লাগিল ৰিদিপ দা...আকৌ নবৌ পৰিয়ালটিলৈ আগুৱাই যাবলৈ শুভেচ্ছা থাকিল ❤❤👌👌
0
Val.lagil.ganto.ridip.da
Xundar
ৰিদীপ দা 🔥🔥🔥 অপেক্ষা অন্তত মন ভৰিল আজি। উত্তৰ লক্ষীমপুৰ পৰা মৰম জাছিলো ❤️❤️💐💐💐💐
Lakhimpur main....✌️
লক্ষীমপূৰ বিহপুৰীয়াৰ পৰা 🤗♥️
ruclips.net/video/82iy6REw2MA/видео.html
Mojjaaa lagil
Lakhimpur pohumora pora👍👍👍👍
Mojaaaa ridip da
Moja lagise de redip da😘❤️
Love from patchala
Mja lagil
Assam fet juiii, "বাপৰৰ মূৰটো, মই আছোঁ চলিয়া মালৰ ধান্দাত! তই চালিয়া গড়ীৰ ধান্দাত 🔥🔥🔥
🤣🤣 mjja
.mkkk👖🎓🎓🎓👗👗👗👗
Tamam
@@NeelNayan999 nice
Assam fet nhoi assam jet.
Bohut dhuniwa lagise❤❤ dada
সময়ৰ লগত খাপখোৱা গীত । ভাল হৈছে ।
Mur baldal hoise
l
@@dhireswarboro7543 ಜೆಜೆಪಿಜೆಜೆಜೆಪಿಜೆಪಿಜೆಕೆಜೆಜೆಜೆ
আকৌ no 1 হিট।
বহুত ধুনীয়া লাগিল ৰিদিপ দা ভিডিও টো😍😍😍😍
ধুনীয়া হৈছে দেই
অ সোন মই তুমাৰ গান সোনি বহুত ভাল পাও অ সোন=তুমি সদাই ভালে থাকা❤
Popiya ni apuni😂
Popiya nki apuni😂😂
Umardada Mojaaa so beautiful labudada 😋😋😊😊🤗🤗🤗
বঢ়িয়া। এই বছৰৰ হিট গান। ভাল লাগিল শুনি❤️❤️❤️🔥🔥🔥
Boria
@@ajitdeka9644 we sa
Dhuniya hoise Ridip da bhut morom jasilu Bobgaigaon pa tumale dei
Ridip da ganar duniyat belegatkoi beleg🔥🔥🔥🔥🔥❤️❤️❤️👍👍👍
Mojaaaaa
ৰিদিপ দা জুই 🔥 আপোনাৰ গানলৈ আগ্ৰহেৰে বাট চাই থাকোঁ 😍👌🏻
ধুনীয়া
গীতৰ কথাৰ লগত বৰ্তমানৰ নবৌ হতৰ মিল আছে ।। জাৰন টো মজ্জা পৰিছে সেই নবৌ হতৰ ওপৰত 😛
aji kali r lora boro kom nohoi keitaman to tiri pagol
Apuni kwa kotha to hoi baru gotei nwhwa nohoi
😂😂😂
😮
@@anamikakalita6424 Sob bodmas ki lora ki suwali
Ridip dar gan buli kole mjjjaaaa beldg lagi jai ooo🔥🔥🔥
অপেক্ষাৰ অন্তত ❤️❤️
ajir somajor jiya sobi..best concept and also song
ভাল লাগিছে গিতটি বৰ্তমান সময়ৰ উপৰত ভিত্তি কৰিছে।
Val lagil video 2 sai dada
অপেক্ষাৰ অন্তৰত আজি গান টো শুনিবলৈ পাই ভাল লাগিল
Love form borpather♥️🥀🔥
I'm borpather
@@_assamgeming9281 Really
@@mayashri3564hi
@@deepbarman5051 hello
@@mayashri3564 Barpeta kt gr
🔥🔥🔥🔥🔥🔥🤩
😍সুন্দৰ হৈছে ককাই♥️♥️👌
Video choreography ultimate 😍😍
Song---- what a voice 😱😱ridip da
Qkh hu
Dada apuni🔥🔥🔥hoday enekoi aguwai jaouk aru Amar মাজলৈ পঠিয়াই থাকি আমাৰ মনটো ফুৰ্তি কৰি ৰাখক।
Lovely song ridip da amazing👌👌👌👌👌👌👌👍👍👍👍💛💛💛💛💛💛
Mojja ridip da bohut duniya hoise
খাপ খাই পৰা গান আজিৰ দিনত এ মজ্জা ককাই😂😂🥰🥰🥰love from Mumbai
Gf da the iw in.
des
Apuni mumbait thake ni
@@anarabjiaapyouuptoortookbe627 1q
Dada 🔥🔥🔥🔥🔥kinto da koi tholu 👍👍🎹🎹🎹🤟🤟nobou apuni jui 🔥
বহু অপেক্ষা অন্ততঃ আহি গল আকৌ নবৌ ❤️🤗 খুব সুন্দৰ 👌
Labu da mojjja
সুন্দৰ, সময় উপযোগী এটি গীত।
এই ৰিদিপ দা এ বহক হেই.! মই বুলো কোনে মাতিলে আক' মোক😂😂😂 এ মজা গান😂😂 বৰ্তমানৰ লগত খাপখোৱা গান👌👌👌Love frrom Goa.
বাস্তৱ সত্যক উপস্থাপন কৰিছে।
সুন্দৰ কথা, সুৰ,সংগীত, ভাল লাগিল।
Mojja
💘বান্দৰে বেজাৰ কৰে বেঙেনা বাৰীলৈ চাই 💘
💘নখজুৱা হ’লে গোটেই সোপা পেলালোহেতেন খায়❣️♥️♥️♥️
@Samujjal Hira na ban llæ6
@Samujjal Hira to
Hosa dei dhunia dise
Mozza Ridip Da 😄♥️...Akou Nobow😅😅
বহুত ধুনীয়া হৈছে দাদা ❤️👌👌
Mojah.....eta diya kintu fali diya dei
Excellent song video, my favourite video, best song video, my favourite video, best song video, I love you this video.
Moonmi Phukan ba aapunar acting exact to the point hoise ..... Birat bhal acting korise....
Ridip da 🔥🔥moi Jishnu Borah Tengakhat ৰ পৰা কৈছো যে আপোনাৰ গীতবোৰ বহুত ধুনীয়া আৰু শুনিলে শুনিয়ে থাকিব মন যায়। আৰু যাতে আগন্তুক দিনলৈ আৰু ভাল ভাল কাম কৰি যোৱা তাকে কামনা কৰিছোঁ।
Hi
বহচশম
Sb thik ase kin2 abar apuni ru ako abar tumi asorit kin2 tmi apuni
@@harunali1242 x हंस 😂
Mooojjjjaaaa 🔥🔥🔥🔥🔥🔥
Outstanding ridip da
আপোনাৰ গীতবোৰৰ কথাবোৰ সঁছাই অপৃৰ্ব। ভিডিঅটো খুবেই ভাল লাগিল। এনেদৰে সংগীতৰ জগতখনত আগবাঢ়ি যাওঁক তাকে কামনা কৰিছোঁ।
Ok
lilu88i
L
Apunar gaan bur hasai bahut vala lage
অসমৰ তেল উৎপাদন আৰু মই অভিজ্ঞ ইষ্ট ইউনাইটেড দলত ফৰৱাৰ্ড ব্লক দিম তাতে ♥️♥️♥️♥️♥️😘😘😘♥️♥️
সুন্দৰ হৈছে 😍😍
আপোনাৰ গানবোৰ বহুত ভাল লাগে দাদা❤️🔥 love from jorhat😍😍
Guiness world record book world no 1 best song video.
বহু অপেক্ষাৰ অন্তত ❤
😍🔥dhemajir pora
ৰিদিপ দা আপোনাৰ প্ৰতিটো গানেই যুগৰ লগত খাপ খোৱা। মোৰ আপোনাৰ প্ৰতিটো গানেই প্ৰিয়।
Ridip Daa mojjjaa HoiSe...🥰😍💕
তোমাৰ ভিডিঅ' বোৰ চাই বহুত ভাল লাগে। কথা কোৱাৰ ধৰণটো বিশেষকৈ ভাল লাগে। আৰু আগুৱাই যোৱা, লক্ষীমপুৰৰ পৰা বহুত বহুত শুভকামনা জনালোঁ। 🙏🙏
08
Bohut val lagil 💕👍
Ridip da tumi 🔥🔥🔥 hitt number of 2 022 🥰 Lots of love
Dada 💐💐💐💐nogaon pora morom jasilu
Nice song.... Love from Lakhimpur , Assam Ridip da
Eman dhunia bohut bohut val lagil Eman dhuniya nobow so beautiful 😍
ধুনীয়া হৈছে দাদা ❤️🥰🥰
Last moment is fire🔥
❤❤❤
আগন্তুক ❤️ৰঙালী বিহুৰ ❤️ আন্তৰিক শুভেচ্ছা জনালোঁ
Juii 🔥 brother
Lovely song for awareness . Keeps going bro.....
ককাইদেউ জুই
Love From Duliajan Assam India🇮🇳
Me 2 bruh
Dhuniya lagise
Moi tipling r bro
বৰ সুন্দৰ হৈছে ভিডিঅ'টি💓💓👍
Nice story...nice choreography
🥰❤️❤️mjaa🥰🥰
💐💐অতি সুন্দৰ ৰিদিপ দা ❤️👌👌 নাজিৰা ৰ পৰা মৰম লবা ❤️❤️
Assam set mojja,উঠাই দিলং😁
Love this song ❤️😍😍
বহত মজা লাগিল দাদা
Ridipদা আপোনাৰ ভাইটি মই মোৰ তৰফৰ পৰা এটা মন্তব্য দিলো
Videoটো খুবেই Intrestingহৈছে যেনেকোৱাChoreography কৰাহৈছে আচলতে এইইVideoটো MILLIONলৈকে যাব লাগে
🔰LOVE FROME 👇
#rockyraietc
mja ridip da nd soboke agotiakoi bihur khuveshya jonalu
Mjjaa lagil dei ❤️👌
Mind blowing ridip ronkit da, your all songs my frevaret ♥️♥️♥️🥰
Super Duper
বৰ ধুনীয়া লাগিল দাদা 😍