Это видео недоступно.
Сожалеем об этом.
Sorkari Baideo Asoni - Disco 2022 || Kussum Kailash || Tridib Lahon || New Assamese Video Song 2022
HTML-код
- Опубликовано: 9 апр 2022
- Sorkari Baideo Asoni - Disco 2022 || Kussum Kailash || New Assamese Song 2022
Album : Disco 2022
Song : Sorkari Baideo Asoni
Singer : Kussum Kailash
Lyrics/Tune : Kussum Kaikash
Mrinmoy Mrittwik
Ridip Rankit
Hemraj
Music : Ujjwal Aarong
Mix/Mastered : Ibson Lal Boruah
Backing Vocal : Nitul Dadhara
Annuran Gogoi
Record@ Sristi The Creative Eye By Ujjwal Aarong & Bharat Saikia
Digital Market & Media Director :-
Junaak Milon (@DhwaniMusic )
Lyrical Video Editor :-
Biman Boruah Axomiya (@Studio Maa Movie ষ্টুডিঅ মা মভী )
Photography :-
Satyajit D Phukon (@Satyajit D Phukon )
Cover Design : Zonak Yugantar Bora
Actors - Tridip Lahon , Priyanka Saikia, Bichitra Narayan Boruah & Darshan Hazarika
Video Director - Deepak Dey
DOP - Bitul Das
Editor - Jeet Choudhury
DD's Assistants - Bhashkar Dutta, Avinash Gogoi, Shankar Sharma
Make up - Bhaskar Dutta &
Jaan Saikia
Assistant Make up - Dipa Rajbongshi
Drone - Riyan Saikia & Hrishikesh Baruah
Production Manager - Mridul Deka
DANCERS
Mrinmoy , Kush , Michael , Binay , Palash, Manan, Kulendra , Mridul, Pranob,Joy, Lee Lee, Lali,Prince Dipu
Simanto,Ayush
Diganto, Dipankar
Camera assist - Anil Boro
light boy - Sanjay, uma, bhabesh
Kitchen - Bhagya, Rana, Gohain, manuj
Spot boy - Nayan Munna das, Sultan, Mintu
Transportation - Nilamani, Ganesh, Gohain
Special thanks
______________
Daisy Gogoi Mohon
Bobita Deka
Nancy Phukon
Rainy Rajkhowa
Dorothy Bordoloi
Neel Akash Das
Bichitra Narayan
Ujjwal Konwar
Bikash Gogoi
Manab Gogoi
Tapan Hazarika
Sanat Das
Rajib Sharma
Ramen Danah
Ankit Raaz
Kousabh Phukon
Chinmoy Borguhain
Chintu Pathok
Joyprakash Gogoi
Ujjwal Gogoi
Nitikesh Das
Bhargav Gogoi
Partha Gogoi
Ankur Gogoi
Dinesh Sunuwal
Pranab Phukon
Ghana Hazarika
Binod Boruah
Bull Boruah
Papu Sunuwal
Madhab Ranjan
Lewis Gogoi
Raag Porag
Biplab Kunwar
Little Koushik
Partha Bora
Mithu Boruah
Sharanga Bhuyan,Pranab Lahon
Abinash Boruah,Piku Borgohain,
Ananta Hazarika Novkishor Dutta. Monumohan Boruah Ankur Gohain,
Pahari Buragohain,Rozy Bhuwan,Khoniram Saikia, Amulya Kakati, Atul medhi, Arjun Chetri, Nilakhi Medhi, Himangshu Medhi, Nartap Tea Garden
© Copyright reserved Don't Upload illegally
Lyrics -
ভণ্টি ভাল পাইছোং ভাল পাইছোং
তই হলি upgrade
অ ভণ্টি ভাল পাইছোং ভাল পাইছোং
তই হলি upgrade
ঘৰত আক' ঠাণ্ডা মুণ্ডা Cool silence
বাহিৰত লগাৱ' ডেকাবোৰক
full violence ,
কাৰোবাৰ তই Private
কাৰোবাৰ তই secret
কোনোবাই কয় তই আক' 440 voltage
এই কৰ' accept এই কৰ' reject
ডেকা লৰাক দেউলীয়া কৰা Most wanted
তয়ে এখন আমাৰ গাৱঁৰ একমাত্ৰ Tolgate
চাছোন গাঁৱখনো হল কলনি
বিলখনো হল ফুলনি
তইহে থকা ঠাইতে ৰ'লি অ
তোৰ স্বভাব নহল সলনি
তোৰ স্বভাব নহল সলনি
কিমান আৰু মাৰি থাক' তই
চা চা চালনী
কিমান আৰু নামাৰ'নো তই
বা বা বাচনি
লৰা বাচোতেই নাম উঠিবৰ হ'ল তোৰ
চৰকাৰী বাইদেউ আচনিত
চৰকাৰী বাইদেউ আচনিত তোৰ
আজিকালি বজাৰত পাবি ধেৰ কোম্পানী
চবেই নাম্বাৰ ৱান দোকানী
তই বা নাম্বাৰ ৱান ত ৰাখ কাক
ভাবি লৈ pure নো পটঞ্জলি
pure নো পটঞ্জলি
পুৰণি প্ৰেম বুৰঞ্জী তোৰ
থ থ সামৰি
আছে যদি মোলে মন তোৰ
ক ক খোলাখূলি
নহলে চাবি নাম উঠিব তোৰ
চৰকাৰী বাইদেউ আচনিত
চৰকাৰী বাইদেউ আচনিত
এ বাকী কথা বাদ দে
মোৰ কথাত মন দে
কোনোবাতো দুখীয়া কোনোবাতো হাইফাই
মৰম নিদিবি ভন্তি তই এইবিলাক চাই চাই
১৯ আৰু ২০ গল কা কভিডত
২১ ও গল জাননে তই
টকা পইচাৰ অভাৱত
২২ ত আক' কেনেবাকৈ হয় যদি বন্ধ
এ তেতিয়াহলে এইবিলাক চব পণ্ড
আমিবোৰো মানুহ হে
আজি আছো কাইলে নাই
তাকে ভাবি Party কৰ party কৰ party কৰ
আজিয়ে তই ফুৰ্তি কৰ ফুৰ্তি কৰ ফুৰ্তি কৰ
চিন্তা কৰি লাভ নাই
Future চিউচাৰ কাৰো নাই
কা কভিডক লেং মাৰি
কি বা আহে ঠিক নাই
বোলো চিন্তা চৰ্চা কৰি চা
কেলকুলেটৰ মাৰি চা
হিচাপত যদি মইয়ে ওলাং ঐ
বিয়াৰ কথা ভাবি চা
বিয়াৰ কথা ভাবি চা
দেখাক দেখি উটি ভাহি তই
না না নাযাবি
সময়ৰ বান সময়তে তই
মা মা মাৰিবি
এনেকৈ হলে নাম উঠিব তোৰ
চৰকাৰী বাইদেউ আচনিত
চৰকাৰী বাইদেউ আচনিত
#Disco2022#Sorkari_Baideo_Asoni#Kussun_Kailash
একেবাৰে সঁচা ঘটনাৰ লগত মিলি গৈছে 😝 বহুত ভাল লাগিল দাদা 🔥🔥🔥 এৰি গ'লে মোয়ো নাকান্দো চাল্লা 😂
Same dada🤣🤣🤣
Big friend dada
😂
Big fan village pg
O dada
সচাকে দেই, কুসুম দাৰ আধুনিকতা সনা প্রতিটি সৃষ্টিয়েই আমাৰ প্রজন্মক কিবা এটা বাৰ্তা দি যায়। গাঁৱলীয়া সভ্যতাৰ মাজেৰে থলুৱা কথিত ভাষাৰ ব্যৱহাৰেৰে নতুনত্ব সনা হৃদয় পৰশা অনুভূতিৰ সুৱদি-শুৱলা সুৰ বোৰে দেহা-মন আৱেগিক কৰি তোলে। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ আগন্তুক ৰঙালী বিহুৰ বহু বহু শুভকামনা যাছিলোঁ মৰমৰ ককাই, আগলৈ আৰু ভাল ভাল কাম কৰি যাবলৈ ভগৱানে আশীর্বাদ কৰক🙏🙏🙏❤🥰🙏❤
Yes yes
@@champachangmai7238 Right✔❤ 🤘
সচাকৈ কোব ভাষা নাই ।ইয়াতকৈ সুন্দৰ কি হব পাৰে ।
Sorkari Baidew Asoni ... Superhit Kussum Da❤️
Pushpa was unexpected 🤣
Moza lgil♥️
Jui jui koilash daa
কৈলাশ তোমাৰ গীতৰ স্বকীয়তা আছে। I like your concept of singing....👍👍👍
লক্ষীমপুৰৰ পৰা বহুত মৰম যাচিলো কুসুম দা💓💓💓লগতে ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ 💓💓💓
NA2
00
কুসুম দা আপুনি আৰু আপোনাৰ গান মোৰ সদায় প্ৰিয়। ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।
0 ki k
Lakhimi
আপোনাৰ গানবোৰৰ ৰসেই পৃথক। সময়ৰ লগত মিলি যায়।বহুত ভাল লাগিল ❤️❤️❤️
N😅😊😊😊😊😊😮😮😢😅😮😮😮😮😅😮😮😮😅😅😮😮😮😮😮😊😊😊
😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😮😮😮😊
Congratulations 🎉 1 million plus viewers ,💐
A Mojja Hit ❤️❤️😘🖤🖤
এই গীতটো ভিডিঅ' বাবে অপেক্ষা অন্ত পৰিল,অসমীয়া বাপুতি সাহোন বিহুৰ বতৰত ভাল লাগিল ভিডিঅ' টো চাই 😘😘👌
বৰ্তমান সময়ৰ পৰিৱেশ পৰিস্থিতিৰ লগত খাপ খুৱাই সংগীতৰ জৰিয়তে প্রকাশ কৰিব পৰা এজনেই আছে আৰু সেইজনেই হ'ল মৰমৰ কুসুম দা 🔥🔥❤🥰💕🙏🙏
🔥🔥🔥🔥❤
❤️👍❤️👍
@@Bishnu-Newar and sf
@@Bishnu-Newar ihy bn n. Yy on om om
À
Dada song hit ❤️🔥
জুই হৈছে কুসুম দা ,
আগলৈ যাতে এনেদৰে আৰু
🤫💥 হিট গান আমাৰ মাজলৈ আহি থাকে,
তাৰেই কামনা কৰিলোঁ ।
আৰু এই গানটো বহুত
ভাল হৈছে । - Thank You - //// .
Gihf
Give
এ...বাকি কথা বাদ দে....
মুঠতে আমাৰ ককাইদেউয়ে মেইন..... 😊🔥❤
আমাৰ অসমৰ একমাত্ৰ Honey Singh 👊
তই yo yo haneya shingh ৰ গান শুন যেনো।
তই পাহৰি গলি কি জান haneya shingh কেনেকুৱা।
O kela
2
Raftaar+Honey Singh Mixed
@@chintbruh4802 he phrile bru kin2 haneya shingh nhi mokkkel honey singh goru
বহুত ভাল লাগিল😘🥰🥰✨❣️
নতুন বছৰ , মাঘবিহু মানেই কুসুম দাৰ গান..মোৰ প্ৰিয়।
ৰঙালী বিহু আগতীয়াকৈ শুভেচ্ছা থাকিল ❣️❤
আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ 🌾🌈 ❌🔺Love from Rangia ❌🔺 🌈
Lastor seen tu val lagil kintu... ultimate... val lagil.....👌👌👌
Mine favorite kussum da n neel da 💕😌🤞
গানটোৰ লগত ইমান এটা ভিডিঅটো ভাল নালাগিল ৷ বাকী কুসুম কৈলাসদা একদম 🔥🔥❤️😍
Kusum da xosai bhal lagil video to sai👌👌👌❤❤❤
Mind blowing kusum da 🥰🥰🥰
ৰঙালী বিহুৰ হিয়াভৰা শুভকামনা থাকিল ❤
Happy Bihu
Gourab
❤️❤️👍
বৰ ভাল লাগে দাদা তোৰ গানবোৰ ❣️
সঁচাই কৈলাসদাৰ গীতত আধুনিকতাৰ মহত্ব উপলব্ধি কৰিব পাৰি ..❤️🥰
Right❤✊
ruclips.net/video/v0IcJ6Thlgw/видео.html
ruclips.net/video/C8GQMv5UfAQ/видео.html
Wow
L
Next Level kussum kailash da
I don't understand language but this song super 😍
Kushum data is back with a hit song 🔥
চেন্নাইৰ পৰাই মোৰ হিয়া ভৰা মৰম যাচিলো কুসুম দাদা❤❤। লগতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জানালো❤❤🤟
Moiu
Pushpa 😂🤣👈
Kusum dar Gan manei hit 🔥 .aibr kin2 dance 2 Tamam dise 🔥🔥 👌😛🥰❤
Well done team 👏 👏 Darshan u smashed it brother
ৰঙালী বিহুৰ শুভেচ্ছা থাকিল দাদা আৰু love from MARIANI 😍
Bhal lagil videoto sai
আপোনাৰ এই ভিদেওতো বাবে অপেক্ষা কৰি আছিলোঁ ☺️ বহুত বহুত ভাল লাগিল চাই 💞✨ কুসুম দা লগতে সকলোকে মোৰ ফালৰ পৰা আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ 😊 love from dibrugarh.assam❤️
ruclips.net/video/Ft00YbSB6DY/видео.html
Wa 🥝🥝🥝
@@pranjokhakholari8796 bbbkbbvvvvbbvbjvjbvvvvoookvvvvvkkন😘😖😖😖😘😘😘😢গদদ
@@pranjokhakholari8796 bbbkbbvvvvbbvbjvjbvvvvoookvvvvvkkন😘😖😖😖😘😘😘😢গদদ
/y6
💟Butifull song with
So funny chirography by dipak da..😂 👏
Best wishes to the antre team lots of love from my side 😊
Kussm da 🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥
Wmck ❤🎉🇳🇪💔🔥
kussum দাদাক ভাল লগা বহুতো কাৰণ আছে কিন্তু নকৈ থাকিব নোৱাৰিলো দাদা কিন্তু বেলেগ দৰে টাউনত viddeo বনাব নাযায় জুবিন আৰু পাপনৰ পিছত kussum মোৰ হিদয়ৰ আমথুৰ 🥰 জয় আই অসম ❤
বিদ্যা অক 💖 জুই🔥🔥🔥🔥🔥🔥🔥পুষ্পা 🥀🥀 ৰাজ মে ৰুৱেগা নাহি চালা
Mojja😍😍😍
Love from Udalguri ❤️❤️❤️
সকলোকে ৰঙালি বিহুৰ শুভেচ্ছা জনালো 🙂❤😊.....
_কুসুম দাক ভাল পোৱা বোৰে এটা এটা লাইক দিয়া_
Love From #RANGIA 🦋
Sme tu you 💐📍
My nice singar ☺️
কুসুম দাৰ গানবোৰ মোৰ বাবে সদায় প্ৰিয় 💜💜💜💜
same to you
Pride of Assam....bhal lagil
Acting oppp
সকলোকে আগন্তক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো ❤️❤️
সুন্দৰ ❤️
😁🔥🔥🔥🔥
Kussum da rrr suli style tu bohut vl lagise sai ❤️
কুসুম কৈলাশ দা আপুনি বৰ্তমান সময়ৰ সকলো ঘটনা এই গীতটিৰ ভিদিঅত উপস্থাপন কৰিছে ধন্যবাদ দাদা ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা আৰু শুভকামনা জনাইছো আগলৈ আমাক আৰু বহুতো ভাল ভাল গীত উপহাৰ দিব বুলি আশা ৰাখিলোঁ
ঔশৌ
Kusum kailash dar gaan huni eman val lage. aru video2 sai bohut val lagile 🔥❤️❤️🥰🥰🔥🔥
Guliiii kusum daa ❤️🔥🔥
A mojha 🔥
বহুত কেইবাৰ চাইছো ভিডিঅটো আমনি নালাগে 😘😘বহুত ভাল লাগিল গানটো👌
From hbbvgv
আগন্তক ৰঙালী বিহুৰ হিয়াভয়া শুভেচ্ছা জ্ঞাপন কৰিলোঁ
ঈশ্বৰে কেনেবাকৈ ৰক্ষা কৰিলে,বহুত চেষ্টাৰ পিছত চেনেলটো পুনৰ উভতাই পালে,আপোনাৰ এই চেনেলৰ কাৰণে আমি বহু চিন্তিত আছিলোঁ।
Love from Patharighat(Darrang)
ভাল লাগিল কুসুম দা ।বিহুৰ শুভেচ্ছা থাকিল আপোনালৈ ❤❤
♥️♥️♥️♥️♥️
নকৈচো আৰু কৈলাশ দা, একেবাৰে জুই বুলি কৈছো 🔥🧡🔥
কুসুম দা ভিডেও টো মোজা হৈছে আগলে যাতে এনে কোৱা ভিদেই সাই থাকিব পাও।।।🔥🔥🔥💐🌹🌺🥀🌻🌼🍂🌺🪴🌲🌹🌼🌹🏵️🏵️🌹🥀🌸🌸🥀🌸🥀🌸🌸🌷❤️❤️❤️❤️❤️❤️❤️❤️❤️💞💞💞💞💞💞💞💞❤️❤️❤️❤️❤️❤️💞💞💞💞💞💞💞💞💞❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️আপোনাক চা বোলে হাজো হুই আছোঁ Gwahati Shangrit..........🌷🥀🌹🌸💞
Always jui💥💥
Kusum da always rock🔥🔥
Next level ❤️❤️❤️👍
Ehh mzza kussum koilas daa 🔥🔥
Dhuniya 🧡🧡
ভাল লগা ছোৱালী এক্টৰৰ লগত ভাল লগা এজন গায়কৰ ভিডিঅ টো বাৰু লাগিল 🙏👍💞💞
আমাৰ মৰমৰ Kussum দাদাৰ লগতে অসমৰ ৰাইজলৈ Kussum Dar এই RUclips Chanel লৰ জৰিয়তে আগতিয়াকৈ Rongali Bihu ৰ আন্তৰিক শুৱেচ্চা জনালোঁ | 💕
মোৰ ফালৰপৰা সমূহ অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ❣️
Bohiya👍👍
Aish Juii 🔥💥💘 love from Nagaon ❤️
Love this song ❤️💖 kusum da tumi hodai aguyai jua 😊 aru rongali bihur agotiyakoi ulov jasilu ☺️💖💖
Mojaa lagise kusum daa
Moja lagil da 🔥🔥
U can always except creativity from Deepak Sir .. Awesome.
#Deepakdey
#kushumkailash
#disco22
ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ 💖💖
Nice Song🎵, Kokai 🤘❤🥳🥳🙏
Love from lakhimpur ❤️❤️❤️❤️
Superb acting, song, and choreography ❤️❤️
হিচাবত যদি ময়ে উলাও ঐ বিয়া কথা ভাবিছা best likhi se aikon❤🌎
Mojaa 🤩🤩🤩
Outstanding ❣️
Love this song❤❤
💥💥juii kussum da
ভিদিও টোৰৰ বাবে ৰৈ ৰৈ ... বহুবাৰ চালু বহুত বহুত বহুত বেছি ভাল লাগে দাদা❤️ তুমি সদাই সুস্থ হৈ থাকা নেদেখা জনৰ ওচৰত প্ৰাথনা কৰিছোঁ ❤️ বিহুৰ শুভকামনা থাকিল❤️🙏
❤️❤️❤️🔥🔥🔥
Mojja mojja song
Kasum koilas always rock stars🎸⭐️🤘
This Song is Very Amazing Song , So I am Full Support This Song. Love From Dhemaji
Mja lagise 🥰😘
❤️❤️❤️❤️
বৰ্তমান যুগত নতুন প্ৰজন্মৰ মাজত প্ৰায়ে ঘতিথকা কাহিনী, ভাল লাগিল ককাইদেউ🙏🏻👍🏼🤗🤗
My favorite rapper singer 😍😍😍😍♥️♥️♥️
Next Level kussum da
🔥🔥🔥❤️❤️❤️
বহুত অপেক্ষাৰ অন্তত ❤️ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো। ৰাইজৰ মৰম আৰু আশীর্বাদ সদায় আছে আপোনালৈ। এনেকৈয়ে আগুৱাই যাওক আৰু আমালৈ মৰম লগা গীতবোৰ উপহাৰ দি যাওক। 🤗❤️
বঢ়িয়া লাগিল ঐ ককাই।।love from Mumbai❤️ এগাল মান মৰম দিচোঙ
💗💗💗💗💗💗মৰমৰ কুসুম দা 💗💗💗🥰🥰🥰🥰🥰🥰🥰🥰🥰
তোমাৰ গান নোহোনীলে বিহুবে নেলাগে 💗💗💗🥰🥰🥰🥰🥰
Nice song&video.love you Kusum Da.❤❤
সুন্দৰ গান কুসুম দা৷৷ বিহু আহি আছে ধুনীয়া বিহুগীত শুনাব বুলি আশা কৰি আছো৷৷😍