Haro dar commedy saritro bohut natural.. ajikali real actoror kunu mulyo nai sab rajneeti... Gotike apuni jeneke agbari goise aru aguai jauk tare subhokamona ..Best of luck...Om namah shivaya 🙏
Kotha bur okai pokai nokoi uttor homuh thikke dile bhal lage. Main kotha tu hol ajiu akha pati rokhi ase beharbarit ako matibo buli. Nijor logot jiman otyasar holeu ako Matile je lor mari jaba hei kothat gom pua goise. Heitue assamot film media and film industryt kaam kora manuh burur aji ei abastha. Hosa kotha kobole dom lagibo horo bhai. Enekua interview loi time waste nokorile bhal nilotpal.
যোৰহাটিয়ান হিচাবে গৌৰৱ অনুভৱ কৰোঁ, সচাকে সূৰ্যকৃষ্ণ দা দা এজন প্ৰতিভাশালী অভিনেতা.... ❤
হৰ চৰিত্ৰটোৰ অভাৱ সদায় অনুভৱ কৰো।তেওঁৰ অভিনয়ে মুগ্ধ কৰিছিল।
হৰ দাৰ অভিনয় বহুত নেচাৰেল। হৰ বুলিয়ে নহয়, বা বেহাৰবাৰী বুলিয়ে নহয়, যি কোনো চিৰিয়েলত যি কোনো চৰিত্ৰত তেওঁ অভিনয় নিখুঁতভাবে কৰিব পাৰিব সেইটো আমাৰ বিশ্বাস। হৰ দা আৰু আগুৱাই যোৱা। ভগৱানে সহায় কৰিব তোমাক।। ইমান সহজ সৰল মাক দেউতাকৰ প্ৰাথনা ভগৱানে শুনিব 🙏🙏
মই ভাল পোৱা ধাৰাবাহিক এইখনেই আছিল , কিন্তু কাৰোবাৰ স্বাৰ্থৰ উপৰত নিৰ্ভৰ কৰিহে চলি আছে বোলি শুনি বেয়া লাগিল । ❤❤ মংগলদৈ চমোৱাপাৰাৰ পৰা । love you nilu daa . মই গৈচিলো আপোনালোকৰ গাৱত ।
হৰ, মানে সূৰ্য্য কৃষ্ণ , তোক মই বৰ ভাল পাও অ সচাকে ,তই বেহৰবাৰি ত অভিনয় কৰি থকা সময়ত অভিনেতা, অভিনেত্ৰী সকলৰ যি কম্বিনেশ্যন আছিল , মানে কি কম আৰু ,মই মততে কবলৈ গলে বেহৰবাৰি আউট পোষ্টৰ গোল্ডেন টাইম সেইটোৱেই আছিল দেই ।তই আতৰি দিলি লগতে লুটুকনো আতৰিল । এতিয়া লুটুকন আহিল যদিও কিন্তু সেই সময়ৰ লুটুকন নহয়, তই যদি ঘুৰি আহ বেহৰবাৰি লৈ তেতিয়া হয়তো লুটুকনৰ চন্দ ঘুৰি আহিব হয়টো ।কি কথা নাজানো দেই হিন্দী অসমীয়া বা আন ভাষা চিৰিয়েল চিনেমা আদি চাওঁ যদিও এই চিৰিয়েল খন বিশেষকৈ অসমীয়া মানুহে ইমানেই ভাল পায় সেই কথা বুজাব নোৱাৰি । কিন্তু দুখৰ কথাটো হ'ল ২০২১ মানৰ পৰা হয়তো, চিৰিয়েল খনে গেৰা মাৰিবলৈ আৰম্ভ কৰিলে দেই ।যেইকি নহওক পুৰণি ষ্টাফ টো পুনৰ লগ হৈ চিৰিয়েল খনে আকৌ গোল্ডেন পিৰিয়দৰ সূচনা কৰিব বুলি আশা ৰাখিলো , সকলোৰে লগতে ৰাজীৱলৈও শুভেচ্ছা থাকিল । ধণ্যবাদ ।ৰাজু দত্ত । দেৰগাঁও ।
বেহাৰবাৰীত হৰ ক বিচাৰোঁ❤️
Let's vote for KK,Muhan and Hara's comeback 👍🏻
❤❤❤
হৰ হ'ল আমাৰ গাঁৱৰ আমাৰ অতিকৈ মৰমৰ বুবু। আগতে গাঁৱত তাৰ লগত কিমান সৰু সৰু নাটক কৰিলোঁ। সি সদায় কমেডী চৰিত্ৰ কৰে। গৌৰৱ কৰোঁ বুবুক লৈ। কৃষ্ণক চিন্তি ডাইলগ টো সকলোৰে মুখে মুখে প্ৰচলিত হৈছিল এটা সময়ত। আৰু আগবাঢ়ি যাবি বুবু আমাৰ আশীৰ্বাদ আছে❤❤
😮
😊 আজি তাৰ ভিডিঅ' এটা দিছোঁ।
@@মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন umm
বহুত সঁহজ সৰল কথাবোৰ লগতে মানুহজন ❤
ভাল মানুহ কেইটা নাৰাখে কৰবাৰ জাবৰ সোপা আনি চেচ হৈ গল। হৰ কেকে মোহন মেইন ভাল লাগে
Horo's Personality is amazing he proved it in this interview... We want you back brother ❤
হৰ দা বেহাৰবাৰীত আহিলে ভাল লাগিব৷
Beharbari এদিন শেষ হৈ যাব
যদি আগৰ মানুহবোৰ এৰি এৰি গৈ থাকে । কে কে,,, মোহন,,ৰাকেশ ,, হৰ ,,, বিউটি,,,, এছ আই চাৰ,,, মুকুতা,,এই সকল অভিনেতা অভিনেত্ৰী,,,এটা এটা স্তম্ভ হয় beharbarir বাবে। যিমানেই যি content ত জোৰ নিদিয়ক কিয়। এই সকলৰ অবিহনে beharbari চলি থাকিব কিন্তু মানুহে চাব বাদ দিব ।
Right 👍
সঁচাকৈ
Right
খুব নিখুঁত অভিনয় হৰ দা ❤
ভিতৰুৱাকে বহুত খেলি মেলি মানে,
হৰৰ অভিনয় বহুত ভাল লাগে ।
Beharbarit horo carecter 2 lage I❤horo ❤❤❤❤
হৰ দা অভিনয় outstanding....আগৰ বেহৰবাৰী চৰিত্ৰ বিলাকে ভাল আছিল। এতিয়া বিলাকৰ চৰিত্ৰ বিলাক কিবা ভাল নালাগে।
Hoi o Kiba fal2 lga hl nsaw aii atia beharbari
ʜᴏʀᴏ ᴅᴀ ᴍᴀɪɴ ❤
❤❤❤❤
❤❤❤❤❤
পুৰনা মানুহ খিনিক যদি বেহাৰবাৰিয়ে আকোঁৱালি নলয় তেন্তে আমি প্ৰিয় ধাৰাবাহিক খন নাছাও ছিধা কথা। আমাক হৰ, কেকে দা ,মোহন ,বিউটি, si sir, তৰা ,ৰাকেশ ,লুতুকন ,sushmita সিং ছাৰ, জৱা আৰু দেউতা বসুমতাৰিক লাগে। বতমান ধাৰাবাহিক খন আমাৰ প্রিয় হৈ থকা নাই এই গতিত চলিলে কি অৱস্থা হব "পৰিচালনা মহোদয়" এবাৰ চিন্তা কৰি চাব।
হৰ দা তোমাৰ অভিনয় বোৰ বহুত লাগে ❤❤❤❤❤
প্ৰিয় ধাৰাবাহিক খনৰ এনেবোৰ কথা শুনি সচাকৈ বহুত বেয়া লাগিছে আশা কৰো আগৰ পৰিবেশ বোৰ যেন পুণৰ ঘূৰি আহে।
বেহাৰবাৰীত হৰক আকৌ বিচাৰো❤
হৰৰ দাক আকৌ বেহাৰবাৰী ধাৰাবাহিক খনত লাগে বেহাৰবাৰী ধাৰাবাহিক খন মোৰ বহুত প্ৰিয় আছিল কে কে মোহন বেহাৰবাৰী পৰা উলাই যোৱা পৰাই বেহাৰবাৰী ধাৰাবাহিক খন চাবলৈ মন নোযোৱা হ'ল সকলো ৰাইজৰেই বেহাৰবাৰী ধাৰাবাহিক খন প্ৰিয় আছিল কিন্তু এতিয়া ৰাইজে বেহাৰবাৰী ধাৰাবাহিক খন চাবলৈ বাট দিছে বুলি শুনিছোঁ আকৌ যেন বেহাৰবাৰী ধাৰাবাহিক খনত জড়িত হৈ থকা সকলো অভিনেতা আৰু অভিনেত্ৰীক ৰাইজে আকৌ বেহাৰবাৰী ধাৰাবাহিক খনত চাবলৈ বিচাৰে ৰাজেশ ভূঞা দেৱৰ লৈ বিনম্বৰ অনুৰোধ জনালোঁ যেন বেহাৰবাৰী ধাৰাবাহিক খন আকৌ আদৰে হয়🙏
Rakesh kk mohan horo eiburok lage aamk
Love from dibrugarh khowang ❤❤️
Old is gold ..horo ❤ ..nd kk mohan nthakile bbop sai u labh ni
Horo talented actor...❤
We want back hara da
সচাকৈ এজন সুন্দৰ অভিনেতা,কে কে দাৰ লগত খাপ খুৱাব পৰা এজন অভিনেতা।
KK da , Mohan , Horo
Most talented actor ❤
হৰক লাগিব আমাক 😊😢
হৰ দা বুলি এই সম্বোদন কৰিছো।আপোনাৰ অভিনয় মন চোই যায়। বহুত বহুত মৰম আছিল অনাগত থাকিব।❤❤❤❤❤
হৰ দা এই ভডিঅ টো চাই আপোনা লৈ আৰু অধিক মৰম জাচিলো। আপোনাৰ কথা কোৱাৰ গত,আনক এখাৰো বিৰুধ মন্তব্য আগবড়া দিয়া দেখা ও নাপালো আৰু শুনাও নাপালো । আপোনাক পূনৰ বাৰ আকৌ বেহাৰ বাৰীত অভিনয় কৰি আমাক যেন মনোৰঞ্জ দিব বুলি আশা থাকিল।
ভগৱানৰ ওচৰত প্ৰাথনা জনাইছো আপোনাৰ মন শৰীৰ কোশলে ৰাখক।
কৃষ্ণক চিন্তি আপোনালে বহুত বহুত শুভেচ্ছা থাকিল❤❤❤❤❤❤❤❤
হৰ কৃষ্ণক চিন্তি আকৌ আহিব লাগে অভিনয় মাজলৈ , বেহাৰবাৰী মাজলৈ । অভিনয় ভাল লাগে দাদা জনক।
ভাল লাগিল, আকৌ আহিব beharbari
Kk mohan nai jodi ami nasaw
Thike kola moio nasow arr
Moyo nasao
Moi2 nusuwai holu
Xosa kotha aji 1 mahor uprt hoi gol suwai bd dilu
নুচুৱা হল আমাৰ ঘৰ খনে। আগতে এটা দিন এৰি নিদিয়াকৈ চাইছিল।sunday পুৰণা খিনি ও চাই ছিল।
প্ৰথম কমেন্ট হায়দৰাবাদৰ পৰা❤❤❤❤
Horo Da, KK Sir aru mohan nhole Behar bari suwa bad diya a val
We want HORO Daa....
হৰ নামৰ অভিনেতা জনক আকৌ আহিলে ভাল লাগিব 😢
He is a real talented guy...❤❤
Horo real hero
বেহাৰবাৰী মোৰ বহুত প্রিয় ।কিন্ত ২মাহ হৈ গ'ল চোৱা নাই।
হৰ dai ..kintu bahut dhuniya gaan likha dei .....jene..mur bukur pora tur bukur ghatoloi..dolong ekhn xajin kunru nojonakoi ❣️
হৰ দাদা জুই আপুনি যি কেইদিন কৰিলে যিখিনি কৰিলে আমাৰ মনত সাঁচ বহুৱাই গৈছে আপোনাক সদায় ৰাইজে মনত ৰাখিব।
Haro dar commedy saritro bohut natural.. ajikali real actoror kunu mulyo nai sab rajneeti... Gotike apuni jeneke agbari goise aru aguai jauk tare subhokamona ..Best of luck...Om namah shivaya 🙏
Apunak bohut miss koru...apunar bhobishot jibon aru uzwal hobo...apuni akou amar majoloi ahibo buli akha thakil
horo bht vl acting krisil i love his acting 😊etao agr episode bur bisari sao horo thka episode
Akou lge horo💞
Haraw and mohan best acting sai bhal lagil
BBOP ত হৰ দাৰ অভাৱ সদায় অনুভৱ কৰো।😢❤
Horo da ❤
Dada e natural acting kore ..val lage heikarone.. sidha ktha❣️
TV serial বুলিয়েই নহয় অকল,
গোটেই সাংস্কৃতিক জগত খনতেই এটা বৃহৎ লবী আছে,
আৰু ভয়ংকৰ ৰাজনীতি চলে গোটেই ক্ষেত্ৰ খনতে ৷
Khub moromor manuh jn Hara da....apunk serial xnt bht miss koru😢
Horo dar tmm power dei apunar vediot lakh viwie ❤
Hora dada apunak bhogobane aguwai loi jauk❤❤ love from palakhbari mirza guwahati
Haro acting xundor....
Mohan da aru kk sir nathakile sai akebare vl nalage😢😢
Hor ,mohon,kk da..beharbarit ahile Val hoi ..bhute nsua hll sirelkhn ..
আজি কালি বেহাৰবাৰী খন কামোৰ লাগে। হৰক লাগে
Horo da aehila bhal lagibo
Horok lage ❤
Come back hobo lage xoro aru kk Da mohon
বেহাৰবাৰীত বিচাৰো হৰক ❤🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥👍🔥👏
He is very talented actor. He has bright future.
❤❤ বহুতো ভাল লাগে অভিনয় হৰ দা
নিখুট অভিনয়েৰে হৰৰ চৰিত্ৰই দৰ্শকক মুগ্ধ কৰিছিল ৷ আকৌ লাগে হৰক
Horo ovinoy bohut bohut vaal lagisil ,Akow horok behabari badeu Anya serilotu dekha pam buli Akha korilu
Kotha bur okai pokai nokoi uttor homuh thikke dile bhal lage. Main kotha tu hol ajiu akha pati rokhi ase beharbarit ako matibo buli. Nijor logot jiman otyasar holeu ako Matile je lor mari jaba hei kothat gom pua goise. Heitue assamot film media and film industryt kaam kora manuh burur aji ei abastha.
Hosa kotha kobole dom lagibo horo bhai. Enekua interview loi time waste nokorile bhal nilotpal.
মোৰ বোধেৰে ভিতৰুৱা শীতল যুদ্ধ চলি আছে যেন পাও বেহাৰবাৰী চিৰিয়েলখনত
Let's vote for haro da
Horo da apunak bohut vl lage❤... apunak ako beharbarit sabo bisaru
Horok Lage beharbarit
মোহনৰ লগত হৰ এই দুয়োজন পাভযোৰা আছিল।
বেহৰবাৰী চাই খুব ভাল পাইছিলো দৈনিক চাইছিলো আজিকালি চাবলৈ মন নাযায় কাৰণ প্ৰিয় চৰিত্ৰ কেইটা নাই।
Dhuniya kotha koi o Haro👍
Hara bahut vl actor..khube vl lagisil❤
Miss you horo da 🥺🥺🥺😢😢😢
Horo Dak bhut vall lage❤
Mojja❤
Amr whole family Fvrt horo daaa ❤❤
মোৰ মতে বিষয়া ৰাণী বুঢ়ীজনী আহিয়ে...খেলি মেলি লগালে।
Old is always gold.
মই আগতেও সৰল চৰিত্ৰটো পুনৰ আনিব লাগে বুলি আগৰ এটা video ত কৈছিলো। বৰ্তমান কেকে আৰু মোহনৰ অনুপস্থিতিয়ে Serialখনৰ সেই ৰস দিব পৰা নাই।হৰক আনিলে তেওঁলোকৰ অভাৱ কিছু পুৰণ হ'ব নিশ্চয়। কাৰণ এওঁৰ Commedy বহুত বেছি আমোদজনক।
Horo dak lage aru kk da mohon da toramai baa biuti baa moni bo mukutar daa bikomxagoeira daa lage amak
Love❤❤❤ you kk da and muhon daa
বেহাবাৰি মোৰ খুব প্ৰিয় চিৰিয়েল ।কিনতো এতিয়া চাবলৈ এৰি দিছো ।আৰু মই ভাবো প্ৰায় ৰাইজে এৰিছে
Miss Kori asu Hark 😊
Haro always like u and super hero
Horo da best of the best lage xsai horo dak
ewr acting bor vl lgisil. miss koru bht... aru tewk bht vl lge...
হৰ দাক আমি আকৌ বিচাৰোঁ। বৰ সুন্দৰ অভিনয়।
Haro da love u from nalbari
Horo da bhut xanto manuh bhut vl lage ❤️
Kk mohan , horo , tension aru horo lga nohola ami nasam aru sage. Ahibo ahibo buli sai asu.
Horo da val dore kam kori juwa teiya 1khon nohoi hajar khon beharbarie akuwali lobo ❤
Krishnok cinti bohut vaal lagil
খুব সুন্দৰ অভিনয় হৰ দাদাৰ ❤❤
হৰক বেহৰবাৰীত এতিয়াও দেখিবলৈ পাম বুলি আশাৰে অপেক্ষা কৰি আছো।
Horo Daa akou Beharbari t lage please please please🙏🙏🙏🙏
Kk muhona video lage dada 🥰🥰❤️❤️
হৰ চৰিত্ৰটিযে সচাকৈ বুকুৰ কোনোবা স্থানত সাঁচ বহাই থৈছে, গতিকে বেহাৰবাৰিত বিচাৰিলে যাবা বন্ধু।মোৰ লগতে বহুত মানুহক সুখী কৰিব পাৰিবা
Horo main❤