Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
Thank you for your inspiring podcast 🙏
বাইদেউ আপোনাৰ অমূল্য কথাবোৰ সদায় সজীৱ হৈ থাকিব।
Bohut bhal lagil baideu🙏
বৰ ভাল লাগিল বাইদেউ ।🙏
অতুলনীয় আপোনাৰ সৃষ্টি । 'সুজাতা চিৰন্তনী' পঢ়ি হোৱা অনুভৱ ব্যাখ্যাতীত বাইদেউ । অসাধাৰণ কথাশিল্পী হিচাপে আপোনাক বুজিছিলোঁ 'সুজাতা চিৰন্তনী'ৰ জৰিয়তে । 'মহাজীৱনৰ আধাৰশিলা' --- আস্ ! খুব ভালে থাকক বাইদেউ ।🙏
বহুত প্ৰয়োজনীয় কথা।❤
সুস্থ জীৱনবোধৰ বিষয়ে সুন্দৰকৈ প্ৰকাশ কৰিছে বাইদেও। বহুত ধন্যবাদ।
বাইদেউ আপোনাক কোটি কোটি প্ৰণাম...🙏🙏🙏
,ভাল লাগিল।
❤❤❤what a privilege to hear you speak maam
আপোনাক এদিন লগ পাবৰ মন বাইদেউ ❤
বৰ ভাল লগা কথা বাইদেউ
নিশ্চয় ভাবিম মেম্❤🌻🙏
বৰ ভাল লাগিল আপোনাৰ পডকাষ্ট
বৰ সঁচা উপলব্ধি।
আপোনাৰ কথা খিনি য়ে মোৰ জীৱন টো ৰিজাই চাবলৈ সুযোগ দিলে ।বহুত অনুপ্ৰেৰণাদায়ক ,গভীৰ আৰু সচা কথা যিয়ে ভাবিবলৈ বাধ্য কৰায় আমি যি কৰি আছো সেয়া শুদ্ধ নে অশুদ্ধ ।বাইদেউ ধন্যবাদ ।
ধন্যবাদ
Mayabritta is my favt novel but i didnt know the last part of audio in youtube
নমস্কাৰ গ্ৰহণ কৰিব বাইদেউ
বাইদেউ, অসম আন্দোলনৰ বিষয়ে জনাবচোন।