🙏জয় গুৰু শঙ্কৰ//ভাগৱত পাঠ// পলাশবাৰী জিলা শাখাৰ শৰণাচাৰ্য্য//মহেশ মহন্ত বাপ জনাৰ
HTML-код
- Опубликовано: 19 окт 2024
- 🙏জয় গুৰু শঙ্কৰ🙏
'মহেশ মহন্ত' বাপ জনাৰ "ভাগৱত পাঠ"
'পলাশবাৰী জিলা,শাখাৰ,"শৰণাচাৰ্য্য" লগতে তেওঁ এজন গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ লোকগীতৰোশিল্পী
#চাংসাৰীত 🙏
কৃষ্ণ সেৱা জনালো
কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ ব্যাখ্যা ।। সেৱা জনালোঁ কৃষ্ণ জয় গুৰু শ্ৰীমন্তশঙ্কৰদেৱ সঙ্ঘ
কৃষ্ণ কৃষ্ণ,, বাপ ,বহুত ভাল লাগিল শুনি ।মাধৱ 🙏
Krishna baap....... Bohut val lagil
KRISHNA
🙏🙏 কৃষ্ণ কৃষ্ণ আচাৰ্য বাপজনা সেৱা আগবঢ়ালো। আপোনাৰ শ্ৰী মূখৰ মঙ্গলময় ভাগৱত শ্ৰৱণ কৰিবলৈ পায় কৃতাৰ্থ হলো।এই যে শুকৰ মুখে পৰিক্ষিতক গঙ্গাৰ তীৰত বহি জ্ঞান দান কৰা হৈছে।সেই পৰ্যালোচনা অতি সুনদৰ হৈছে।🙏🙏 কৃষ্ণ কৃষ্ণ।
Hare krishna hare krishna krishna krishna hare hare hare rama hare rama rama rama hare hare.
KRISHNA JOI GURU HONGKOR......
BOHUT BHAL LAGILE BAAP APUNAR BHAGOBOT BAIKHA KRISHNA
🙏🙏 কৃষ্ণ কৃষ্ণ বাপ জন,সেৱা আগবঢ়ালো। আপোনাৰ পাঠ বিশ্লেষণ ত অতি গুৰুত্বপূৰ্ণ কথা হ'ল ভক্তৰ বস্ত্ৰৰ ওপৰত,, এই কথা বৰ্তমান প্ৰযোজ হৈছে। কৃষ্ণ কৃষ্ণ।
Kirshna kirshna bapjana kirshna kirshna 🙏🙏🙏🙏🙏🙏 apunar bikhaveg hunder bapjana behu val lagil bapjana kirshna kirshna, vabiseterloi ako hunibeloi pele ami behu hem nitsey kirshna kirshna kirshna kirshna 🙏🙏🙏🙏🙏🙏
বহুত সুন্দৰ লাগিল
🙏
Krishna Krishna bap,,,,,,, kalir jagya,,,harir Nam,, bishwar santi,, , harir Nam,,
কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালো কৃষ্ণ 🙏
Krishna
আপোনাৰ এই অমৃত বাখ্যা আৰু অনেক শুনিবলৈ আশা থাকিল...কাহা জাও কৈতে পাওঁ... প্ৰভু... মাৰ্গ দৰ্শন কৰিব বুলি আশা ৰাখিলোঁ 🙏🙏 ৰাম
ইমান সুন্দৰ ব্যাখ্যা প্ৰভু জন । আৰু শুনিবলৈ বহুত আশা থাকিল । পুনৰ দিব বুলি আশাথাকিল ।
Vihur rohosomoi apunèŕ byakha.modumoi krisno krisno.
Baap Sunder bakhya. Krishna Krishna.
জয় গুৰু শংকৰ।কৃষ্ণ
ধুনিয়া বাপ জনা।ভাল লাগিল আকৌ দিব পাঠ কৰিলে কৃষ্ণ বাপ।
নিশ্চয়
বাপ জনাৰ পাঠ আকৌ দিবনে বৰ সুখী হম৷কৃষ্ণ পভু
Krishna bap
Krishna.Nice
Ki buli bap gorakik dhnyabad jonam emankhini kotha jonuar babe...kewal teoloi sashradha hewa jonaisu...porom hontukh hole teor Mahabhagabotor amritbakhya huni.Krishna..Krishna🙏🙏
🙏🙏🙏
কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻
🙏কৃষ্ণ কৃষ্ণ 🙏
Sundar
Krishna Krishna 🙏🙏
প্ৰভু জনা আমি অভাজনৰ সেৱা গ্ৰহণ কৰিব । কৃষ্ণ
Krishna,krishna
Gobindra Krishna ekhari bakyau eriba nuwari, ki je amrit bani, param baikuntha padar garaki apuni madhab, prabhu hata koti pranam janaisu .
বাপ বহুত বহুত ভাল লাগিল আপোনাক ভগৱানে ভালে ৰাখক।
কৃষ্ণ কৃষ্ণ পভূ ।
Kisnor
Krishna.krishna
ঔ ম
বাপ এজনৰ পৰা অসুবিধা কৰি আছে।
ইমান অমৃত ব্যাখ্যা পভু’জনা ৷কৃষ্ণ
krishna krishna bap sewa jonaiso from Dhemaji khagen Das.
Anekowa video aru dibo so
Mojaa bap jon apunar ghor kot hoi..?
মোৰ ঘৰ হাজোত, পাঠ কৰা বাপ জনা পলশবাৰী জিলা
Takhator name 2 kobo Niki.
@@niranjanborahvlog তেখেত মহেশ মহন্ত বাপ পলাশবাৰী জিলা শাখাৰ শৰণাচাৰ্য্য আছিলে এই বৰ্ষত নাই এই বছৰ
HUNDOR JUKTI DILE BAAP HOKOLUKE XEUWA NIBEDILU KRISHNA
Ai bapjanar bakhya bhagwat di thake Jen, Krishna
Sewa dharilu.
Apunar ai u tube nije nije agbari jaba
পভুজনাৰ ভাগৱত ব্যাখ্যা অতিমনোৰম৷সেৱা লব কৃষ্ণ৷
আপোনাক লগ পাবলৈ কিবা ব্যৱস্থা আছেনেকি । ফোন নম্বৰ টো দিবচোন