ধন্যবাদ প্ৰশ্নৰ বাবে ৷ দুই সপ্তাহ ৰ’দত ৰাখিলেও হ’ব ৷ যদিহে ভিডিঅত দেখুওৱাৰদৰে নেমু কাটি নিমখ দিয়ে ৷ গোটা নেমুত নিমখ দিলে ৰ’দৰ তাপৰ পৰিমাণত নিৰ্ভৰ কৰিব ৷ সাফৰ খুলিব নেলাগে ৷ খুলিলেও মুখত পাতল কাপোৰ বান্ধি দিব লাগিব ৷ সন্ধিয়াৰ আগে আগে পুনৰ সাফৰ মাৰি দিব লাগিব ৷ অলপ সমস্যা হয় ৷ তাতকৈ ভাল সাফৰ নোখোলাকৈ ৰ’দত দিলে টেনচন নাই ৷
Bido apunar vedio saiai maiu bonalu
Thank you so much ❤ vedio tu bonua babe bahut upakarita halu😊
Khub bhaal lagise....
Moiu bonaisilu tita hoisil eibr akou bnam baru ...ru apuner boium to bor vl lagise baideo. Vale thakok.
Apunar kotha kuar hoili tu bor bhal lage..like radio announcer ....😊..
ইমান ভাল লাগিল বা
Vl lagil baidew
Bhutei Val lagil
ভাল লাগিল।
Thank you for your useful instructions.
ভাল লাগিছে শিকিব পাৰিছো ৷
Val lagil ❤️❤️
Niss
this is the best lemon in the world and my favourite
Bhal lagise Rupanjali.From chirang Dhaligaon.
Bhal lagise Baideu
ধন্যবাদ ৷
Nice
Val lagise apunar video khini sai aru kisu kotha u janibo parisu thnk u baidew..
Thank you for watching my video and your precious comment.
সুন্দৰ
Khubei sohoj aaru upokari bastu.
ভাল লাগিল 👍👍👍
Thank you for sharing dis video.... Baideo👍👍
বৰ ভাল লাগিলে😎
ধন্যবাদ ৷ শ্চেয়াৰ কৰিব বুলি আশা কৰিলো ৷ 🙏
সুন্দৰ।
Bor mojja
আন্তৰিক ধন্যবাদ ৷
Happy New Year 2020...
Apunar Rondhon pranali bor val laga.. Moin hodai saoun
,
,
Nice
😢😢😢
Baideo aimatro korilu subscribe korilu.moi bonai aasu.thank you so much for teaching me or us.thanks.
your instructions are really useful
Uùii and other officials said
Hatkorar achar or recipe dekhain.
Very useful.পকা নেমু থৈছো ৷আজি আপোনাৰ পদ্ধতিটো৷ ভাল পালো
Bhal lagil
val lagil vdotu
Moja lagisa
বাইদেউ, Coco -Cola , Frooti এইবিলাক ঘৰত বনাব পাৰি নেকি? যদি পাৰি, কেনেকৈ বনাই পাৰিলে জনাব চোন।।❤❤💖
Boyamt thuyar past ru rdot dibo lagibo ne baa
কমেও এমাহলৈ ৰ’দপৰা কিন্তু বৰষুণ নপৰা জেগাত বৈয়াটো ৰাখি থব পাৰিলে বেছি ভাল হয় ৷
Mem vinegar dile bya hbo nki
নেলাগে ভিনেগাৰ ৷ নেমুৱেই ভিনেগাৰ কাম কৰে ৷
Nice video
নেমুখিনি কটাৰ পদ্ধতি শিকিবলৈ পাই ভাল পালো।
ধন্যবাদ ৷
Thanks for sharing this video
মই ও এনেকৈ বনালো এইবাৰ বৰ সোৱাদ হৈছে
Thank you
Bow nice video
Dhakon gusai radat debo lagene nugusakai debo lage janabosun baidew
আচাৰ ৰ’দত দিলে মই ঢাকোন নুগুচাওঁ ৷
Awesome
Mosola nidiyake aneke simply bonale tasty hbo janu?
অঁ বহুত ভাল হয় ৷ অৰুচি,পেটৰ অসুখ দূৰ হয় ৷
@@RupanjaliRonganoi bhator logot khua asar hbo ne?
Nice
ভাল লাগিল জানি , ময়ো দুবৈয়াম কৰি থৈছো ।
বাইদেউ, এনেকে বাকলি গুচাই ৰাখিলে আমাৰ বেকুৰ ধৰে কিহৰ কাৰণে হয় জনাবচোন
ভাপ থাকিলে ভেঁকুৰ হয় ৷
Amio banai thaiso ba
অকিড বোৰ কেনেকৈ তাবত ৰুৱে ? কেনেকৈ পতিপাল কৰে জনাব ?
Nice....👌
Kiman din rodot dibo lagib haphorkhon khuli dibo lagibo ne?
ধন্যবাদ প্ৰশ্নৰ বাবে ৷
দুই সপ্তাহ ৰ’দত ৰাখিলেও হ’ব ৷ যদিহে ভিডিঅত দেখুওৱাৰদৰে নেমু কাটি নিমখ দিয়ে ৷ গোটা নেমুত নিমখ দিলে ৰ’দৰ তাপৰ পৰিমাণত নিৰ্ভৰ কৰিব ৷
সাফৰ খুলিব নেলাগে ৷ খুলিলেও মুখত পাতল কাপোৰ বান্ধি দিব লাগিব ৷ সন্ধিয়াৰ আগে আগে পুনৰ সাফৰ মাৰি দিব লাগিব ৷ অলপ সমস্যা হয় ৷ তাতকৈ ভাল সাফৰ নোখোলাকৈ ৰ’দত দিলে টেনচন নাই ৷
Expect to get any more instructions in the future
বাইদেউ মাঙসৰ আচাৰ দিবচোন please please please
EXCILENT
Thank you
Ma'am val hoise
তিতা নহ'বলৈ কি কৰিব লাগে বাইদেউ জনাব চোন
গোল নেমু নিমখত থলে তিতা নহয় ৷ কাজি নেমুহে বাকলি নুগুচালে তিতা হয় ৷ আমি তিতা ভাল পাওঁ বাবে কাজি নেমুৰ বাকলি খাওঁ ৷
Baidu apponar ghar kot
উত্তৰ লক্ষীমপুৰত ৷ ধন্যবাদ সোধাৰ বাবে ৷
বিকাশ,
আমাৰ অঞ্চলৰ পথাৰৰ ভিডিঅ’ৰ লিংক পঠালোঁ ৷ আজৰি পালে চাই মতামত লিখিবা ৷
ruclips.net/video/0BFN3YnZSW8/видео.html
👌👌
পকা নেমু ৰ হে থওঁ।
Anekoi thuwa pisot rodt dibo nalage niki
কমেও এমাহলৈ ৰ’দত থব লাগিব ৷
কাজী নেমুৰ আচাৰ কেনেকৈ বনাই জনাব
কাজীনেমুৰ দুবিধ আচাৰ | এদিনতে খাব পাৰি | Super Tasty Lemon Pickle Recipe in Simple Method
কাজিনেমুৰ বাকলি নুগুচালে তিতিকি হ’ব ৷ আমি তিতা ভাল পাওঁ কাৰণে বাকলি গুচোৱা নাই ৷
Hai
আজি মই ও থৈছো এনেকৈ কিন্তু মই কাটি দিয়া নাই।
কাটিলে সোনকালে খাব পাৰি ৷
moo
নেমুৰ আচাৰ অলপ তিতা লাগে কিয় ? জনাব চোন বাইদেউ
কাজিনেমু আৰু বেছিকৈ কেঁচা গোলনেমুৰ বাকলি তিতিকি হয় ৷ তিতা সোৱাদ বেয়া পোৱাসকলে বাকলি গুচাই লব লাগে ৷ আমি ভাল পাওঁ কাৰণে বাকলি নুগুচাওঁ ৷
কাজী নেমু আচাৰ কেনেকৈ বনাব পাৰি
Jitul Chetia ,ketiyaba xubidha hole kaji nemur asar dim.
Thank you for watching my video.
Jitul Chetia ,Aji jora tengar asar public korilu. Sabosun baru ....😊
গোল নিমুৰ আচাৰ দেখি জিভাৰ পানী থাকিব নোৱাৰা হল ওলালে পিছে এটা কথা নুবোজিলো গোল নিমু আৰু তুলি য়া ৰ নিমূৰ পাৰ্থক্য কি
গোল নেমুৰ লগত কি নেমুৰ পাৰ্থক্যৰ কথা কৈছা মই ধৰিব পৰা নাই ৷
@@RupanjaliRonganoi যিটো নীমু কমলাৰ দৰে হয় সেই নিমো টো এটা ভাষাত তুলিআয়া নিমুও বুলি ক ও
সেইবিধ নেমু আছে ৷ গোলনেমুৰ সমান ঔষধি গুণ নাই আৰু গোন্ধ নাই ৷ কিন্তু টেঙা হিচাপে ভিটামিন চি ৰে ভৰপুৰ ৷
বাইদেউ আমি পকা নেমু আচা বনাইছো
Nimbu r achar ne nimokh (salt) r achar????O God!iman salt 😲
Salt বেছিকৈ নিদিলে নিম্বুত ভেঁকুৰ লাগি যাব ৷
আমি এনেকৈ খাওঁ ৷
amak jintu lamba nembu pata tar ghundo to birat bhal lage
Ki aibilak di thoka laj nalage
এনে বটল বোৰ ক'ত পামনো ? ইমান বিচাৰোঁ নাপাওঁ
এওঁ বজাৰৰপৰাই আনিছিল ৷
tita hbo pare nki baido
বাকলিখিনি ভালকৈ ঘঁহি দিলে তিতা নহয় ৷
Ba vakur utha dakho
1 minut k kaam ko 10minut laga diya
Thank you for watching my video and your comment. 1 minuet mei kuchh bhi kam nehi huta meri hath se ... sorry.
Niss
Thank you for sharing dis video.... Baideo👍
Val lagil video to
Bhal lagil
Nice video
Nice
Thank you
👌👌👌