Pokhila 1st ulaisil tar pisot Mangoli and Neel Da nije tekhetor FB account't share korisil Mangoli gan2 with link...hosa kotha Kobo gole Pokhila uri uri Kerela palegoi....Neel Da Pokhila😘🥰
jdi Neel dai pist gale hoi tetiya troll bula bostu kora mnuhr obhab hol hoi ne...kin2 apuni koise eko soor kora ni kbl translation krise buli....asolote ai2 monoxikota a lge sboke👍
গান চুৰ কৰা নহয় অনুমতি বা নীল আকাশক স্বীকৃতি প্ৰদান কৰিছে গায়িকা গৰাকীয়ে..অন্ধপ্ৰেদেশৰ হয়..আৰু আপুনিও কি ইংলিছ পঢ়িব নাজানে নেকি যা তা কৈ থাকে কি viwer আশাত ন ৰাজা দা
আমি অসমীয়া। অসমৰ চাহে যদি পৃথিৱী বিখ্যাত হব পাৰে তেন্তে আমাৰ অসমৰ বিহুৱে কিয় জগত বিখ্যাত হব নোৱাৰে। নিশ্চয় পাৰিব। জয় আই অসম।
Yes right
Joi ai akhom
যিদৰে অসমৰ চাহ বাহিৰত থাকিলেও অসমৰ বুলি জনাটো প্ৰয়োজন ঠিক একে দৰেই অসমৰ বিহু গান মাত কথা সুৰ সঞ্চাৰো বাহিৰৰ লগত সংমিশ্ৰণ কৰি কোনোবাই গালে অসমৰ পৰা লোৱা হৈছে বুলি জনাটো প্ৰয়োজন ।।।।।
Absolutely right.
যদি নীল দাৰ সুৰটো দক্ষিণ ভাৰতে লৈছে তেনে এইটো আমাৰ অসমৰ বাবে গৌৰৱৰ বিষয়
Jdi hai aketa gan neel dai sur koril heaten teatiya
Tetiya dokhin Bharat r gowrob ,😋😋😋
neel dai kora nai sur karn neel dar gan2 agot realise hoise
Neel Dai agte South Indian song copy kori thoise
Niil ei choor krise..sudurbhai
সংগীত জগতত এনেকুৱা ঘটনাবোৰ ঘটিয়ে থাকে ৷ গতিকে কাকনো বুলিম ককা সকলোৰে দাৰি চুলি পকা ৷
কৰোবাৰ দাৰি নপকিবও পাৰে ,সেইবুলি আপুনি সকলোকে ককা বুলিব নোৱাৰা।
গতিকে চালি জাৰি চাই শুদ্ধটোহে কবা
Lachit Boro and I
@@pranabkalita8001 😂😂😂
Malayalam
A maja
অসমৰ গীতৰ সুৰ বেলেগ ৰাজ্যই লোৱা মানে ভাবি লওঁক অসমীয়া ভাষাৰ উন্নতি কিমান #dikuentertainment
আমাৰ অসমৰ বাবে গৌৰৱৰ কথা।নীল দা ৰ এই গানটো এনেকুৱা এটা লেভেলত পপুলাৰ হৈছে আমি সঁচাই গৌৰৱাম্বিত ।
নীল দাৰ পখিলা জনি উৰি গৈ দক্ষিণ ভাৰত পালেগৈ 👌👌👌👌🤘🤘🤘🤘🤘🤘🤘🤘🤘🤘
সঁচাকৈয়ে ,,
😃😃
😁😁😁
😂😂😂😂
🤩😂😂hoi sage
যি কি নহওঁক গানটো বুজি নাপালেও দক্ষিণ ভাৰতীয় সুৰত শুনি ভাল লাগে । মই আগতে দুই তিনি বাৰ মান চালোঁ ।।
নীল দাৰ গানটোতো ভালেই লাগে তথাপিওঁ যি নহওঁক দক্ষিণৰ গানটো যদিওঁ বুজি পোৱা নাই শুনি পিছে ভাল লাগিছে...
এই গানটো তেলেগু
Ummm south Indian song Tu bhut Val lgise
Yes boss , I also don't understand , but the music ... Perfect ....
momin das umm hosakoi bohut dhuniya lagisa .
Gone 2 huni bhut val lage
Assamot bohoot dhuniya dhuniya gan kotha xur diya aase , kinto ahongkar babe xujuk nidi ..nokol gan bure gai
Dhuniya
mzaaa Assamese song j south Indian singerr sokut prise mza
Tnkwa k vrigu kashyape o Nepali bengoli song br copy kori Assamese song bonay...e2 emn dangor ghatonta ako ghota ni...🤣🤣🤣
You'r right
যি হওক ।মোৰ মতে, গানতো শুনিবলৈ ভাল হ'লেই হ'ল।
ভাল হৈছৈ কাৰনে গানটো গাইছে ধন্যবাদ
অসমৰ পৰা চুৰ কৰিছে।
বহুত ভাল লাগিছে চাই 👌👌
ভাল হৈছে কাৰন আমাৰ বিহু সোৰিয়া গীতটো দক্ষিন ভাৰতত পচাৰ হৈছে
Yes
প্ৰথম অৱস্থাত দিয়া নাছিল যদিও অৱশেষত আমাৰ অনুৰোধ ৰক্ষা কৰি দক্ষিণ ভাৰতৰ সেই গানটোৰ descriptionত যোৱাকালি আমাৰ অসমক credit লিখি দিলে। ভাল লাগিল😊 thanks Mangli🤝
😍😍😍
Mojja 😍😍
Neel daye jodi permission dise jodi najanu mr raja daa but sur korise tetiya kintu axomor manuhe bohut beya reaction lobo lagiba
Raja you are great job.. Thnx
😫
এই গানটো সম্পুৰ্ন বিহু সুৰীয়া গীত গতিকে গানটো অসমৰ হয় । নীল আকাশে চুৰ নাই কৰা তেখেতে হে কৰিছে
Thik koisa
@@AssameseVibe121 um.thik koise kam nai kiya tuyehebur husori thake
HONO HONO
Kes koribo lage hei singer jonik
Ekdom thik koise.......
Very gd Neel da apunar gan southor singare gaise aia amar assamor babe gourob
Jai Neel da
মই ভাল পাইছো গানতো এনেকৈ ৰাষ্ট্ৰ পৰ্যায়ত হোৱা বাবে
right amar assamese culcutre ag bahisa dada
Congratulations brother 👏👏👏
Gantur arot lukai thaka ajon byokti
Val hoise tai koise j......
This song is inspired by #pokhila song by neel akash from Assam
@@mamonikonwer6405 karunamchi
মজা... অসমীয়া গানটো দক্ষিণ ভাৰতৰ গায়ক-গায়িকা ৰ চকুত পৰিলে যে
মজা মজা
Moi Axom হয়
@@gitanjolisaikia7747 hmm..
@@digantakonwar542 হয় মজা
Hoi hoi add om hoi
নীল দা আমাৰ সকলোৰে মৰমৰ আৰু নীল গানে সদাই মোৰ ভাল লাগি যাব
Vlhe amar assamiya Gan popular hoise bahiroto bollywodot kiman Ake Ake Gan thake
Assamese song tu Vale kintu tamel song sundar
দক্ষিণ ভাৰতত অসমৰ বিহু চলিছে.. ভাল কথা... এনেকৈ লাহে লাহে..আমাৰ গায়কৰ দিমানদ বাহিছে
দাদা আপুনি বেয়া নাপায় যদি mangali ৰ গানটিৰ descriptionত চাব । তাত লিখা আছে ভালদৰে যে music টো নীল দাৰ পখিলা গানৰ বুলি । এনেই অপ প্ৰচাৰ নকৰিব ধন্যবাদ।
Gaming Duniya The Ultimate Creator 🖒🖒yes
Video2 Mr rajai bonuwa pisot he dise...
বহুদিন পিছত দিছে
Good
Baba Jani buji ktha kb ane uprte master hb Nahibi😂😂🙏😂🙏
Bhaity Da r song to agte ulaise.. NA lover like❤😍
Kun bhaiti da
@@priyankuborah6132 Neel Akash.. Moi Bhaity Da mato 😊
@@manalideka7482 owe hoi neki
@@priyankuborah6132 Hoi dya 😊😊
@@manalideka7482 ummm hoi dia manali 😊😁
Raja da 1million viewers dekhi val lagise bohut.
Video tu Moja lagisa bei 😁😁😁
যি জনৰ গান টো আগত উলিয়ায়ছিলে সেই জনে প্ৰথম হয়
Right
Neel daa a first uliyale gaan 2
@@ranjandhadumia8542 Prove diya
First Nil Da
আগৰ ৰিলিচ হোৱাটোৱেই প্ৰথম হব।
নীল দা গানটো পখিলা হৈ দক্ষিণট পৰিল, ভাল লাগিছে
Neel Da all time best...........love you Neel Da ♥️♥️❤️❣️
Neel Akash 🔥🔥🔥🔥🔥
Congrats views 1.7 M raja dada
Really I love assamese songs 🎵🤗🤗🤗🤗
South version ru Assamese version duitai moja♥
নীল আকাশ তুমি জুই 🔥🔥 আমাৰ ভগৱান ❤️❤️❤️
Mjaa gan2
mojja raja da
Raja da, don't worry , salute to our Assamese Pkkila team that it's popular all over India.
ruclips.net/video/2HYX9tXjs8A/видео.html
যদি আমাৰ নীল দাৰ গানৰ সুৰতু dkhin ভাৰতে লৈছে তেন্তে আমাৰ অসমৰ কাৰনে গৌৰব
অসমৰ বহুতো নতুন প্ৰজন্মৰ উদীয়মান ব্যক্তি বৰ্তমান অসমৰ বাহিৰত Bollywood ru Toliwood জগতত কাম কৰি আছে ।।।হয় টো তেওঁ লোকৰ কোনোবাই কৰিব পাৰে ।।
Gan2 Buji npw jni huni bhut Vl lgil vle hoise diok Neel da gan j bahirt popular hoise thanks mangli
Bohut Val lagise Neel da
ভালেই হৈছে অসমৰ গান বাহিৰত পপুলাৰ হৈছে বুলি মই ভাবুঙ , কিন্তু মই ভুল নে শুদ্ধ হৈছে নাজানো ।
Bor. You are absolutely right. Proud to be an ASSAMESE.
ruclips.net/video/2HYX9tXjs8A/видео.html
@@dilipsaikia7541 thanks
Moiyu kobo nuwarim byee.
Right
Pokhila 1st ulaisil tar pisot Mangoli and Neel Da nije tekhetor FB account't share korisil Mangoli gan2 with link...hosa kotha Kobo gole Pokhila uri uri Kerela palegoi....Neel Da Pokhila😘🥰
Kerala puwa nai. Ai git Tu telugu vakha t guwa hoise Andhrapradesh palehi
Aei2 Mangli vakha hoi dada
@@durlavgogoi383 thanks for the correction bro
@@jadobsonowal9670 thanks bro
গানৰ সুৰ টো নিশ্চয় নীল দাৰ পখিলাৰ পৰাই লোৱা হৈছে যদিও টামিল গানটো
কিন্তু শুনি সচাকৈয়ে বহুত ভাল লাগিছে৷মই বহুবাৰ শুনিলো৷
Tamil nhoi dada telengu hoi..
Aai dhuniya Gaan tu South e adori se,bhaal kotha bhal lagil
Neel da ai ganr xur bahirot goise bhut xukhr khotha dei raja daa ai2 eman alusonar bixyoi nhoi okk
চুৰ বুলি যে নকয় আৰু বেলেগ ভাষা লৈ অনুবাদ কৰিছে ভাল হে পাব লাগে❤❤❤
Neel da always ❤❤❤❤❤hitz like here..
Bekar
@@upenboro1020 hm
Chor
কোনে কাৰ টো চুৰি কৰিছে সেয়া আচল কথা নহয় ।দুয়োটা গানে বহুত heart touching হয়।
Ata hol Amar bihu aru itu hol Hyderabadr Vadkomma poojar gan
ধুনীয়া
Mojja lagil
নিশ্চয় ভাল লাগিল, আমাৰ অসমীয়া গানৰ সুৰে বহিঃ ৰাজ্যৰ মানুহকো যে আমোদ দিব পাৰে এয়া অসমীয়া গানৰ বাবে গৌৰৱৰ কথা।
Right
👍👍👍👍
একো চোৰ ডকাইত নহয়।
নীল আকাশৰ গানটোৰ দক্ষিণ ভাৰতীয় ভাষাত গাইছে।
yess
You r right
Ys
jdi Neel dai pist gale hoi tetiya troll bula bostu kora mnuhr obhab hol hoi ne...kin2 apuni koise eko soor kora ni kbl translation krise buli....asolote ai2 monoxikota a lge sboke👍
@@idcreationaxom3784 hoi
Tamil ..Malayalam nohoi Kannada hoi gan tu,
আমাৰ বিহু সোৰিয়া গীতটো দক্ষিন ভাৰতত পচাৰ হৈছে আমাৰ বাবে গোৰৱ 💚💛💚💛
Telugu hoi o.kannada nahoi
😮😮🤔🤔
Telugu Bathukamma pujra gan hoi,😃
Right
Telegu song hy ai2
Mojaa mr raja da❤🔥
Raja da tumer vdo sai bohut vl lage
সেই গানটোৰ অৰ্থ নুবুজো যদিও ভাল লাগিল । নীল আকাশ সদায় মৰমৰ আমাৰ বাবে।
Amr axomr sb hilpie 👍
দুটা গান একেই সুৰ good Neel Akash da
Neel Da ❤️
Rajada 👍
hit like ❤️👍
Tmmm nase dei raja vai
apunar danch2 mojja lagise
Haha moja lagil 😁neel dak sage tamam like kore
Sorry
একো নাজানো.. টেলেগু গানটো শুনি কিন্তু মজা লাগিছে.. মানে তামাম জমনি লাগিছে😂😂😂
a majaa
মজা কৈ sa raja ja
Aku asorit kotha nhoi .. Ami ai2 gourop he korib lage kionu neel dar ganr xur bahirt goi paise i proud off u
এশপাপে জ্বৰ গৈ ,, তামিলৰ নামগুলো ফাংগুলু হল গৈ,, 😂😂😂
Tamil nahoi Telugu.....
Telengonar festival songs hoi
Mja lgise .. hahi pgla hm ita ... 😂😂😂😂
Moja lagile video2
নিল দা ৰ গানটো চোৰি কৰি ছে কাৰণ এই গীত টো গোটেই ভাৰত বর্ষ ত জনপ্ৰিয়তা অৰ্জন কৰিছে।
ruclips.net/video/2HYX9tXjs8A/видео.html
গান চুৰ কৰা নহয় অনুমতি বা নীল আকাশক স্বীকৃতি প্ৰদান কৰিছে গায়িকা গৰাকীয়ে..অন্ধপ্ৰেদেশৰ হয়..আৰু আপুনিও কি ইংলিছ পঢ়িব নাজানে নেকি যা তা কৈ থাকে কি viwer আশাত ন ৰাজা দা
Right
Love you Neel da
My favorite singer neel da I love you ❤️❤️❤️
Mojja supar
Right👌👌👌👏 Neel Akash my favourite singer🖖👌👌👌👌👌
NEEL daar pokhila joni uri goi South India palegoi
Not south Indian language this is odisha language
Not Tamil this is odisha language from orissa state
😂😂😂😇😇😇😇🤔🤔😒😒😥😥😂😂😂😭😭
@@adityabosumatari8523 😀😀 buji npau j language tu.... Jie houk... Pokhia joni uri goi bht dur pale goi
Uluta tu he
স্বস্তি তেওঁ! মই আক' নীল আকাশে চোৰ কৰিলে বুলি ভাবিছিলোঁ। কিন্তু নহয়।
hoi
Moi vba nai seito gaan agte xunisu eito jihetu sklore mote hit hoise nischoy xunilo hoi
Wow, Mr Rajar video 1M views, 😍😍
Suwali joniye song tu gai se. raja .da apuni kiba .buji paise ne ??????.olp buji pai kobo lage ha ...Mr Raja...dada..
Plz.reply diba..
Raja mojja
নীল দাৰ পখিলাই ভালে পাই গানটোৰ সুৰ নকল কৰিছে । মানে এইটো আমাৰ বাবে গৌৰৱ অনুভৱ কৰিব লগীয়া কথা । এইটো চুৰ কৰা নহয় কাৰণ গানটো তেলেংগানা ৰাজ্যৰ তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ তথা তেলেংগানা ৰাজ্যৰ মুখ্যমন্ত্ৰী ক Chandrasekhar Rao ৰ জীয়ৰী K Kavitha তেওঁ আছে গানটোত । গানটো তেওঁলোকৰ তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ বাৰ্ষিক অধিবেশন ৰ (তেলেগু ভাষাত) পৰিবেশন কৰিছে । মোৰ মতে একো বেয়া কৰা নাই ।
আপোনাৰ কথাত একমত।।
Thik koise aapuni. 👍👍Gan tur link dib parib neki ??
যিয়ে নহওক শুনি কিন্তু বহুত ভাল লাগিছে।
Apuni poha nam2 he bor vl lagil dei . 😂😂😂😂
Bohut val lagil
Good Mr.raja vl kam kri nam npai.. sur krie hitt... sbke sabo dia
Mza...Neel da ❤️❤️❤️❤️
Sur korilew kintu suwali jni Gua songtu vl lagesy ... voice tu aisshhhh ❤️😍 na ki kua fds
Malaiyalom vakha hoi kintu hur tu okhomiya vakhar hoi...
Amar okhomiyar hur asolote kiman humodhur atiya tu janile hokolue..
Janise jodi 1ta tu 👍 diboi pare.....
Vl lagile mojja
Mangli Batthukamai likhie dise"this song is inspired from most popular song Pokhila by Neel Akash from Assam"
she mentioned clearly inspiration by asaam neel akash that u should feel proud
কালি পৰহি নিউজত পাইছিলো নীল আকাশৰ গীতটি ভাল লগাৰ কাৰণে কপি কৰা হৈছে সেই ভাষাটোলৈ মানে মাংলিয়ে গোৱা গানটো।
Moi jonat Neel dai aanor gaan suri Kori nagai.....
Moi jonat Neel dai aanor gaan suri Kori ketiyao nagai......
মজা ভাই
Raja da apunar dance to bohut val lage
কোনে প্ৰথমতে গানটো লিখিছিল বাৰু?
telegut
আমিবোৰ কত মৰিলো হয়
@@luitneel586 janu tumaluke likhisila. Kusum da o asil logot
Moi likhisilu gaantu Neel dak disilu
@@dhrubajyoti7872 gan tu luit nell da, kusum da aru Romen danah dai likhise. Apuni aru kor pora ahil he
Great achivement of assames singing industry..
But neel da aea copyright claim koribo lge. Jodi hae without permission bonaise then
গীতটি আচলতে নীল আকাশৰ পৰাই চুৰ কৰিব লাগিব । গীতটি কিন্ত্ত বৰ সুন্দৰকৈ বনাইছে ।