LIVE| Sivasagar News | ছাত্ৰ বিদ্ৰোহত কঁপিছে বাংলাদেশ, ভয়াবহ সংঘৰ্ষ সাক্ষী শিৱসাগৰৰ আবাছ N18L

Поделиться
HTML-код
  • Опубликовано: 14 окт 2024
  • LIVE| Sivasagar News | ছাত্ৰ বিদ্ৰোহত কঁপিছে বাংলাদেশ, ভয়াবহ সংঘৰ্ষ সাক্ষী শিৱসাগৰৰ আবাছ N18L
    #news18assamoriginals
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #sivasagar #sivasagarnews #bangladeshprotest #protest #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

Комментарии • 20

  • @surenpawe2169
    @surenpawe2169 2 месяца назад +22

    বাংলা দেশত পঢ়িবলৈ যাই নেকি ভাৰতত ভাল কলেজ নাই নেকি।

  • @KimHaany
    @KimHaany 2 месяца назад +1

    বাংলাদেশ ৰ বেমাৰী মানুহে ভাৰত ট চিকিৎসা লবলৈ আহে তেনে ক্ষেত্ৰত বাংলাদেশ ট চিকিৎসা বিজ্ঞান পঢ়িবলৈ যোৱাৰ কোনো অৰ্থ নাই l

  • @amritkalita7315
    @amritkalita7315 2 месяца назад +1

    বাংলাদেশৰ চাত্ৰ সংগঠৰ আন্দোলনে গোতেই বিশ্বৰ মানৱ জাতিক লজ্জি কৰা নাইনে !ধন্য মানৱ জাতি ।

  • @nripenborgohain201
    @nripenborgohain201 2 месяца назад +1

    বাংলাদেশত পঢ়া ও চাকৰি কৰা সকলক চৰকাৰে সহায় সহযোগ অসম চৰকাৰে কৰক ৷ অসমত বাংলাদেশী নাই নেকি ?

  • @BishojitBordoloi
    @BishojitBordoloi 2 месяца назад +2

    বাংলা দেখলৈ আৰু জাবানে

  • @ImdadHissain-cg4lm
    @ImdadHissain-cg4lm 2 месяца назад +2

    Bangladeshor student bilak bhal decision Loise... Aamar Axamoto hobo lage... Reservation uthai dibo lage... Briliant student bilake service pabo lage.... Nahole quatat 3rd division pai Sakuri pai.. Aru 80% powa hokole Sakuri napai... 3rd division powa Jon doctor hoi..

  • @HomorNog-bh8hk
    @HomorNog-bh8hk 2 месяца назад

    Banglades koi amaar india mumbai and benglore poha best hobo

  • @HchetiaCheita
    @HchetiaCheita 2 месяца назад +3

    Wellco...
    14:23 14:23 14:24 14:24 14:25 ,me.alibhai

  • @ranjitgogoi5738
    @ranjitgogoi5738 2 месяца назад

    Indian high commission aru Bangladesh government r alusona Madhya mere ahise teu luk thikei ase. Sengra bandha border pora jua kali prai 700 students with full escort loi par hoise. All are safe

  • @KarunaBoruah-k9y
    @KarunaBoruah-k9y Месяц назад

    Bangla.deshi.bilakaku.indiarpora.khedi.pothaba.lage

  • @ImdadHissain-cg4lm
    @ImdadHissain-cg4lm 2 месяца назад

    Bharatot hubida pale ki hihote Bangladeshot gol hoi... Bharator Education minister bilak sabo sun kak bonai... Kot Smrity... Dharmendra parashad.... High education bekti thokato.... Low quality manuhak education minister bonai

  • @ranjulabora
    @ranjulabora Месяц назад

    Bangladasat pahibaloi juwar ki karan asa , amar india t college nasilna kie ?

  • @BaikunthaDeka-yp2dx
    @BaikunthaDeka-yp2dx 2 месяца назад +4

    Tat kun jai muslim bilak jabo muslimor bahire kun jabo

  • @ThanisorDwara
    @ThanisorDwara Месяц назад

    Dango Dango tanda Dia burk dho

  • @ghanagogoi1085
    @ghanagogoi1085 2 месяца назад

    Batore tu hosa ni mesa

    • @indrajitbaruah1676
      @indrajitbaruah1676 2 месяца назад +1

      বাংলাদেশৰ দেশ জ্বলা আন্দোলনৰ আঁৰৰ কাহিনী
      ,*******
      ১৯৪৭ ভাৰত পাকিস্তান বিভাজন হওঁতে পূৰ্ব বঙ্গ বৰ্তমান বাংলাদেশৰ অঞ্চল সমূহত মুচলমান বহু সংখ্যক থকাৰ বাবে পাকিস্তানৰ লগত বিলিন হৈ পাকিস্তান দেশ হ'ল ,
      সেই সময়ৰ --- পাকিস্তানৰ বাঙ্গাদেশ অঞ্চলৰ মুল নেতা আছিল শ্বেইখ মুজিবৰ ৰহামান , কিন্তু পাকিস্তান চৰকাৰৰ নীতি আৰু দমন নিতীৰ বাবে শ্বেইখ মুজিবৰ ৰহমানে পূৱ পাকিস্তানত স্বাধীনতা আন্দোলন আৰম্ভ কৰাৰ লগে লগেই পশ্চিম পাকিস্তানৰ চৰকাৰে পূৱ পাকিস্তান ত অমানৱীয় ( বৰ্তমান বাঙ্গলাদেশত) অত্যাচাৰ , দমন হত্যা , লুন্স্থন কৰিবলৈ ধৰিলে , ভাৰতৰ সৈন্য হস্তক্ষেপত যুদ্ধত পাকিস্তান হাৰিল ফলস্বৰূপে ১৯৭১ চনত পূৰ্ব বঙ্গ হলগৈ গণতান্ত্ৰিক বাংলাদেশ , বাংলাদেশৰ চৰকাৰে তেতিয়াৰ পৰা দেশৰ হকে বলিদান দিয়া সমগ্ৰ সেনা তথা মুল নেতা সকলৰ পৰিয়ালক চৰকাৰী আৰক্ষন দি আহিছে , বৰ্তমানৰ বাংলাদেশৰ সমস্যাটো তাতেই , আৰক্ষন নোপোৱা সকলে তৰ্ক দিছে ইছলামত কোন আৰক্ষন নাই শ্বেইখ হাচিনা প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে এক প্ৰকাৰৰ জিহাদ
      যিহেতু ইছলামত কোনো আৰক্ষন বিশেষ সুবিধা নাই সেয়ে চৰকাৰৰ নিতীৰ বিৰুদ্ধে এই নৰস‍ংহাৰ হত্যা লীলা চলি আছে ইচলামিক মঝবৰ নামত ,
      আন্দোলনকাৰী সকলে গণতন্ত্ৰ আৰক্ষণ এইবিলাকৰ পৰিবৰ্তে সম্পূৰ্ণ পাকিস্তানৰ দৰে কট্বৰ ইচলামিক জেহাদী আদৰ্শৰ নতুন বাংলাদেশ নিৰ্মাণ কৰিব বিচাৰে য'ত গণতন্ত্ৰৰ পৰিবৰ্তে ইচলামিক আদৰ্শৰে দেশ চলিব ।
      গোটেই বিষয়টোৰ মূল তাৎপৰ্য সিমানেই
      ------------