Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
Dhunia.Super
Excellent. Please continue. From...... Tezpur.
Nice om prokash
2024 kune kune xunisa coment koribo
Thanks for playing
Ever green. Needs attention of the present yupees
05/10/2024 Kune Kune xuni asha Like kora
সৰুৰে পৰা এতিয়ালৈকে একেই ভালপোৱা গীত
🥀🥀🥀💜💙❤️JonakiMonAajiTumarGant❤️💙💜🥀🥀🥀
I would like to say my father has been always playing 😘😀😀
গানটোত গাই যোৱা পৰিবেশবোৰ যেন এখন পৰ্দাত দেখি আছো! চিৰ সেউজ গীত❤️❤️। শুনি থাকিলে আমনি নালাগে।
Hvy 😍
Congratulations 1k views
Thank u❤️
Oeorii
Beautiful❤❤❤❤❤❤❤❤
❤❤❤❤❤❤❤❤
এৰা তাহানিৰ পৰাই জানো তাইক, গীতটোৱে বহু কথাই কয়, আৰু শুনিও আমনি নালাগে দিয়ক চোন, তাহানিৰ দিনৰ কথাই বৰকৈ আনন্দ পাও সেয়ে শুনিও ভাল লাগে কিন্তু শুনি ও ভাল লাগে বাৰু, কিযে দিন আহিল, মনবোৰ কিবা হয়,
❤
Thanks f0rplating❤❤❤❤🎉🎉🎉🎉🎉😢😮😮😅🎉🎉😢🎉😢😢😢
অসমীয়া মানুহৰ সমাজ ব্যৱস্থিবোৰ ইমান নিকিষ্ট বুলী আজিহে বুজীলোঁ!!!
Mon Parasha Geet.
হয়েৰা জেতুকী বাইচুলি তোৰ পকালিদাঁতবোৰ সৰালিপৰৰ ঘৰে ঘৰে নাম-গুণ গাই ।জেতুকী বাইকাৰোবাৰ পুতেকেকোনোবাৰ জীয়েককনিবলৈ পাতিছে বিয়াজোঁৱাইৰ বা কি নাম,জোৰা দি কি গামজোঁৱাইৰ বা কি নাম,জোৰা দি কি গামতোৰ হে ত’ত্ নাইকিয়া পিছে সাজিছ কাচিছ হয় চাবি আকৌ বাইটি তই- চহকীৰ বিয়ালৈ ছালচিগা নামতীক মতাৰ হে ঠিকনা নাই বোলো জেতুকী বাই -অ বোলো জেতুকী বাই -তোৰ যে জীয়েৰকযমে কাঢ়ি নিলেতোৰ যে জীয়েৰকযমে কাঢ়ি নিলেবুকু সুদা পৰি যায়পৰৰে জীয়ৰীক জোঁৱাইয়ে নিওতেকান্দ তই নামকে গাই,ৰভাঘৰ শুৱনিজীয়ৰী বোৱাৰীতোলৈ ঠাইকে নাইবিয়াৰ তই নামতী বিয়াতহে সুঁৱৰেপুৱালৈ পাহৰি যায় -বোলো জেতুকী বাইহয়েৰা জেতুকী বাইচুলি তোৰ পকালিদাঁতবোৰ সৰালিপৰৰ ঘৰে ঘৰে নাম-গুণ গাই ।জেতুকী বাই
💝💝
Kun hoi
@@oommprakash kio hudhile ?
Kun hoi kouk
Nice
Can we hear the original song
Iiwiwieieiwii
Dhunia.Super
Excellent.
Please continue.
From...... Tezpur.
Nice om prokash
2024 kune kune xunisa coment koribo
Thanks for playing
Ever green. Needs attention of the present yupees
05/10/2024 Kune Kune xuni asha Like kora
সৰুৰে পৰা এতিয়ালৈকে একেই ভালপোৱা গীত
🥀🥀🥀💜💙❤️JonakiMonAajiTumarGant❤️💙💜🥀🥀🥀
I would like to say my father has been always playing 😘😀😀
গানটোত গাই যোৱা পৰিবেশবোৰ যেন এখন পৰ্দাত দেখি আছো! চিৰ সেউজ গীত❤️❤️। শুনি থাকিলে আমনি নালাগে।
Hvy 😍
Congratulations 1k views
Thank u❤️
Oeorii
Beautiful❤❤❤❤❤❤❤❤
❤❤❤❤❤❤❤❤
এৰা তাহানিৰ পৰাই জানো তাইক, গীতটোৱে বহু কথাই কয়, আৰু শুনিও আমনি নালাগে দিয়ক চোন, তাহানিৰ দিনৰ কথাই বৰকৈ আনন্দ পাও সেয়ে শুনিও ভাল লাগে কিন্তু শুনি ও ভাল লাগে বাৰু, কিযে দিন আহিল, মনবোৰ কিবা হয়,
❤
Thanks f0rplating❤❤❤❤🎉🎉🎉🎉🎉😢😮😮😅🎉🎉😢🎉😢😢😢
অসমীয়া মানুহৰ সমাজ ব্যৱস্থিবোৰ ইমান নিকিষ্ট বুলী আজিহে বুজীলোঁ!!!
Mon Parasha Geet.
হয়েৰা জেতুকী বাই
চুলি তোৰ পকালি
দাঁতবোৰ সৰালি
পৰৰ ঘৰে ঘৰে নাম-গুণ গাই ।
জেতুকী বাই
কাৰোবাৰ পুতেকে
কোনোবাৰ জীয়েকক
নিবলৈ পাতিছে বিয়া
জোঁৱাইৰ বা কি নাম,
জোৰা দি কি গাম
জোঁৱাইৰ বা কি নাম,
জোৰা দি কি গাম
তোৰ হে ত’ত্ নাইকিয়া
পিছে সাজিছ কাচিছ হয়
চাবি আকৌ বাইটি তই-
চহকীৰ বিয়ালৈ ছালচিগা নামতীক
মতাৰ হে ঠিকনা নাই
বোলো জেতুকী বাই -
অ বোলো জেতুকী বাই -
তোৰ যে জীয়েৰক
যমে কাঢ়ি নিলে
তোৰ যে জীয়েৰক
যমে কাঢ়ি নিলে
বুকু সুদা পৰি যায়
পৰৰে জীয়ৰীক জোঁৱাইয়ে নিওতে
কান্দ তই নামকে গাই,
ৰভাঘৰ শুৱনি
জীয়ৰী বোৱাৰী
তোলৈ ঠাইকে নাই
বিয়াৰ তই নামতী বিয়াতহে সুঁৱৰে
পুৱালৈ পাহৰি যায় -
বোলো জেতুকী বাই
হয়েৰা জেতুকী বাই
চুলি তোৰ পকালি
দাঁতবোৰ সৰালি
পৰৰ ঘৰে ঘৰে নাম-গুণ গাই ।
জেতুকী বাই
💝💝
Kun hoi
@@oommprakash kio hudhile ?
Kun hoi kouk
Nice
Can we hear the original song
Iiwiwieieiwii