ভূমি কাৰ? যাৰ দলিল আছে তাৰ নে ,যাৰ খতিয়ান আছে তাৰ নে ,যাৰ দখল আছে তাৰ

Поделиться
HTML-код
  • Опубликовано: 8 ноя 2024

Комментарии • 368

  • @birenurang4012
    @birenurang4012 7 месяцев назад +5

    বহু বছৰ ধৰি প্ৰায় 70/80 বছৰ ভোগ দখল কৰি থকা মাটি যদি চাহ বাগিছা কোম্পানীৰ তেন্তে মাটি ডোখৰ নিজৰ কৰাৰ কিবা বিকল্প আছে নে ।

    • @ejajul8104
      @ejajul8104 3 месяца назад +1

      Apunar matir kagoj Nai neki aru Kagoj Bona bo khudhi ase neki??
      Moi matir kagoj bonai dim
      All offical record
      Aru bedokholu kori dim

    • @hanshrajboro1906
      @hanshrajboro1906 3 месяца назад

      No2 dibo sun apunar​@@ejajul8104

  • @AnowarHossain-cf4cs
    @AnowarHossain-cf4cs Год назад +3

    আপোনাক ধন্যবাদ শ্ৰদ্ধেয় মহাশয় । আপুনি বহুত সুন্দৰ কথা কৈছে। আজি আমি ৪০ বছৰ ধৰি মাটিডোখত আছো । এতিয়া যিয়ে মাটি বিক্ৰী কৰিছিল তেওঁৰ নাতিয়ে মাটি ল'ব বিচাৰে । তেওঁলোকে খাজনা দিয়ে। আমি মাটি ঠিক কৰি লব বিছাৰিলো কিন্তু তেওঁলোকে ঠিক কৰি দিয়া নাছিল

  • @sanatankalita4049
    @sanatankalita4049 8 месяцев назад +3

    Bahut bhal lagise ,thankyou sir

  • @binaprovasaikia8555
    @binaprovasaikia8555 8 месяцев назад +2

    ভাল লাগিল

  • @Manuchakma-d6m
    @Manuchakma-d6m 8 месяцев назад +1

    Very very good information sir thanks 2u

    • @ejajul8104
      @ejajul8104 3 месяца назад

      Apunar matir kagoj Nai neki aru Kagoj Bona bo khudhi ase neki??
      Moi matir kagoj bonai dim
      All offical record
      Aru bedokholu kori dim

  • @debolota7973
    @debolota7973 4 месяца назад +2

    ছাৰ আপোনাৰ পৰামৰ্শয়ে বহুত সাহস পাই মোৰ সমশ্যাৰ বিষয়ে জনাবলৈ আগ বিঢ়িছো ।আজি প্ৰায় ৭০/৮০ বছৰ মান ধৰি আনৰ নামত ম্যাদি পট্ৰা থকা মাটি কোনো আপতি নথকাকৈ ভূগ দখল কৰি আছো কিন্তু পট্টা গৰাকি নাম শুনিছো আজিও দেখা নাপালো তথাপিও ৰাজচক্ৰ কায্যালয়ত দখলী নামত নামজাৰি কৰা সুবিধা কৰি দিয়াত অ মানতী কিয় ?আমাৰ ভূল কত হৈছে জনাবছোন ছাৰ ।

  • @prafullahazarika9681
    @prafullahazarika9681 7 месяцев назад +1

    Thank you 🙏

    • @ejajul8104
      @ejajul8104 3 месяца назад

      Apunar matir kagoj Nai neki aru Kagoj Bona bo khudhi ase neki??
      Moi matir kagoj bonai dim
      All offical record
      Aru bedokholu kori dim

  • @prahladdutta8076
    @prahladdutta8076 Год назад +4

    হয় মহাশয় আপোনাৰ ভিডিঅ'টো ভাল লাগিল। আমাৰ সময়সা অলপ বেলেগ
    কেনেকৈ জনাম বাৰু।

  • @eloraborah4643
    @eloraborah4643 Год назад +5

    মই বিয়া হোৱা আজি ২৮ বছৰ হ'ল।কিন্তু আজিলৈকে আমাৰ চাৰিজন ককাই ভাইৰ মাজত মাটিবাৰী ভাগ ন'হল।লগতে মোৰ মানুহজনৰ খুড়াকৰ ল'ৰাজনৰো আমাৰ লগতে ভাগ আছে।আমি সকলোৱে বেলেগে থাকোঁ।মানুহজনৰ পুৰনা ঘৰৰ লগতে আমাৰ মাটী ভাগ হোৱা নাই।পুৰনা ঘৰত অকল খুড়াকৰ পুতেকজন থকে।খুড়াকৰ এটাই ল'ৰা।মোৰ শহুৰ দেউতা আৰু তেওঁৰ ভায়েক দুজন সকলোৱে যেতিয়া একেলগে আছিল তেতিয়া মোৰ শহুৰ আৰু খুড়া শহুৰে একেলগে মিলি বহুত মাটী কিনিছিল।কিন্তু খুড়া শহুৰে মাটিবোৰ নিজৰ নামত লিখাই থলে।আমি এতিয়া কেনেকৈ মাটি উলিয়াব পাৰিম।জনাবছোন।আপোনাৰ ফোন নাম্বাৰটো দিবছোন

  • @debajithukai7665
    @debajithukai7665 3 месяца назад +1

    Val lagil sir kothakhini bujai kuwa babe

  • @poorman1810
    @poorman1810 Год назад +2

    বহু দিন আগতে জমি কিনা হৈছিল। নামজাৰী হোৱা নাই। চাৰ্কেল অফিচাৰে দলিল মূলে নামজাৰী কৰি নিদিয়ে। যিহেতু দলিল খন পুৰণি।দলিল ভেলিদেছন গোচৰ কি?এই বিষয়ে এটা ভিদিও বনাবলৈ অনুৰোধ জনালো

  • @ajitmajhi5207
    @ajitmajhi5207 Год назад +1

    ভাল লাগিল ছাৰ video টু,

  • @ManowarHussain-h3y
    @ManowarHussain-h3y 3 месяца назад +1

    বহু বছৰ আগতে আগৰ গাঁৱলীয়া হোজা মানুহে বিশ্বাসৰ ভিত্তিত মাটি বেচা কিনা কৰিছিল। মাটি কিনি তাৰ সেই সময়ৰ উচিত মুল্য্ও‌ দিছিল কিন্তু মাটিৰ কোনো কাগজ পত্ৰ লাগে বুলি গুৰুত্ব দিয়া নাছিল অথবা নাজানিছিল । মুখৰ কথাতে সেই মাটিত বছৰ বছৰ দখল ভোগ কৰি আছে কিন্তু তেওঁলোকৰ নামত মাটিৰ কোনো নথি পত্ৰ নাই তেনে ক্ষেত্ৰত আইনে কি কব ? কোনোবা যদি জোৰ জুলুম কৰি উচ্ছেদ কৰি মাটি অবৈধ দখল কৰি আছে সেইটো বেলেগ কথা।

    • @AinAruAdalat
      @AinAruAdalat  3 месяца назад +1

      Nice question.এই ক্ষেত্ৰত যিজনে শান্তিপূৰ্ণ ভাৱে মাটি ১২ বছৰতকৈ বেছি কাল সময় ধৰি ভোগ দখল কৰি আছে তেওঁ আদালতৰ পৰা প্ৰতিকূল দখল( Adverse possession) ৰ বাবে আবেদন কৰি আদালতৰ ৰায় লৈ মাটি নিজৰ নামত নামাকৰণ কৰি ল'ব পাৰে। মোৰ এই channel অত এই বিষয়ত এটা ভিডিঅ' আপলোড কৰিছো।ছাই ল'ব পাৰে।

    • @chirangmpresent4350
      @chirangmpresent4350 3 месяца назад

      Mor matir agot olp khas mati ase tahale ki moi pam na belege pabo

  • @Akhil_Singri
    @Akhil_Singri Год назад +2

    মোৰ দেউতাই যাৰ পৰা মাটি কিনিছিল তেওঁ ঢুকাইছে,তেওঁৰ লৰা আমাক নামজাৰি কৰি নিদিয়ে। মাটি কিনা ৩০-৩৫ বছৰ হল তাৰ কোনো প্ৰমাণ নাই অকল গাঁওৰ কেইজন মান মানুহে গম পায় তেতিয়াৰ পৰা আমি ইয়াতেই বসবাস কৰি আছোঁ,মাটি খিনি আমাৰ দখলত আছে।

    • @plantsvszombies296
      @plantsvszombies296 9 месяцев назад

      same here apunar phone number dibosun

    • @ejajul8104
      @ejajul8104 3 месяца назад

      Apunar matir kagoj Nai neki aru Kagoj Bona bo khudhi ase neki??
      Moi matir kagoj bonai dim
      All offical record
      Aru bedokholu kori dim

  • @rakeshlahkar5333
    @rakeshlahkar5333 8 месяцев назад +2

    Sir, ১২ বছৰতকৈ অধিক বছৰ দখলত থকা মাটিটো নিজৰ নামত নামজাৰি কৰিবলে কোনটো court jabo লাগিব? DC court ne CJM court?

    • @AinAruAdalat
      @AinAruAdalat  8 месяцев назад

      Civil court ot

    • @ejajul8104
      @ejajul8104 3 месяца назад

      Apunar matir kagoj Nai neki aru Kagoj Bona bo khudhi ase neki??
      Moi matir kagoj bonai dim
      All offical record
      Aru bedokholu kori dim

    • @madhabmedhi1322
      @madhabmedhi1322 2 месяца назад

      Contacts number dibo sun​@@ejajul8104

  • @sandhiram9574
    @sandhiram9574 8 месяцев назад +1

    হয় বন্ধু মই আপোনাৰ ভি দিও টি চাই বৰ ভাল পালোঁ। আপুনি কোৱা স্তৰ কেইটাৰ মই (গ)স্তৰৰ ।মানেপ্ৰায় ৭০বছৰ আগৰেপৰা দুই বিঘা মাটি দখলত আছো। কোনো নথি-পত্ৰ মোৰ হাতত নাই।দেউতাই খেতি কৰই-কৰই ৩৫বছৰ হ'ল ঢুকুৱাৰ ।মোৰ বয়স৫৬বছৰ।মাটি এটিয়াও দখল কৰি ভোগ কৰি আছো।বন্ধু নিজৰ কৰিবলৈ কি ব্যৱস্থা আছে আকৌ জনালে সুখী হ'ম ধন্য বাদ।

    • @AinAruAdalat
      @AinAruAdalat  8 месяцев назад

      মোৰ এই channel ত দখলৰ কৰি কেনেকৈ সম্পত্তিৰ মালিক হোৱা যায় সেই বিষয়ে এটা ভিডিঅ' আপলোড কৰিছিলো
      সেইটো চাব পাৰে আপোনি
      ruclips.net/video/sJb3Fl_bpkA/видео.htmlsi=Ehy4bhg7HEfLqgmd
      Click on the link

  • @abhilashbhuyan1599
    @abhilashbhuyan1599 5 месяцев назад +1

    Val lagil videoto

  • @putuldas3984
    @putuldas3984 Год назад +1

    Bhal lagil

  • @HirenGohain-rk7bs
    @HirenGohain-rk7bs 24 дня назад

    Thank you sir

  • @judhistirBoro
    @judhistirBoro Год назад +3

    ..ok
    thanks
    .

  • @ABDULALIM-hx7rz
    @ABDULALIM-hx7rz Год назад +2

    মাননীয় মহাশয়, আপুনি আমাৰ সমশ্যাৰ বিষয়ে এটা পৰামৰ্শ দিব, আমাৰ দলিল আছে,পাট্টা নাই ,মাটি
    আমাৰ দখলত আছে । কিন্তু পাট্টা আতাৰ ফালৰপৰা অহা নাই । দেউতাকৰ ,খুৰাহঁতৰ , এজন ভতিজা লগত জড়িত হৈ ‌আছে । তেওঁৰ ল'ৰা ছোৱালীয়ে আইনৰ সহায় বিচাৰি ‌ আছে কিন্তু ‌খুৰাহতৰ‌ ভায়েক‌ ভনিয়েক ছয়জনী সোমাইছিল,এতিয়া কথা হ'ল যিহেতু মটি টো দেউতাকৰ ফালৰ পৰা অহা‌ নাই । কি কৰিলে ভায়েক ‌ভনিয়েকৰ ফালৰপৰা ‌ৰক্ষি পাম

    • @AinAruAdalat
      @AinAruAdalat  Год назад

      ৰাজহুৱা বিষয়ৰ ওপৰত Record সংসোধনৰ বাবে আবেদন কৰক

    • @ejajul8104
      @ejajul8104 3 месяца назад

      Apunar matir kagoj Nai neki aru Kagoj Bona bo khudhi ase neki??
      Moi matir kagoj bonai dim
      All offical record
      Aru bedokholu kori dim

  • @AzidAli-ft8lk
    @AzidAli-ft8lk Год назад +2

    Thank you sir
    Good video

  • @prodipduarah5177
    @prodipduarah5177 Год назад +3

    Thank you for very significant & Important message about land owners claims. Keep It on.

    • @AinAruAdalat
      @AinAruAdalat  Год назад

      Thanks

    • @lakshikantarajbongshi3663
      @lakshikantarajbongshi3663 Год назад +1

      Thank you

    • @ejajul8104
      @ejajul8104 3 месяца назад

      Apunar matir kagoj Nai neki aru Kagoj Bona bo khudhi ase neki??
      Moi matir kagoj bonai dim
      All offical record
      Aru bedokholu kori dim

  • @kamalakantadas9667
    @kamalakantadas9667 Год назад +4

    Good

    • @Lizakid
      @Lizakid Год назад +1

      Thank

    • @AinAruAdalat
      @AinAruAdalat  Год назад

      Well come bro

    • @lakhipegu5373
      @lakhipegu5373 Год назад

      Sir 60 70 bosor porai deutai mati dokol kori bortomanloika Amiya dokol kori asu.karonbohoto Ami kaibosorman agor porai kajona dibo nuwarilu.bortoman Ami baipasor karona kamtu koriboloi louta gom palu ja matidukor dagot karubar gaora manujonor nam humai asa.sir homadantu kanakoi korim.gaou burajon hai manujonor logot Mili circle officor pora Diya kagosot signature Diya nai .

  • @nuhindradoley4338
    @nuhindradoley4338 8 месяцев назад

    Sir amar dujon koka দেউতাৰ vitorot এজনৰ নামত ম্যাদি কৰিলে. আজি 40 বছৰ হল সিহঁতে বেলেগ জাগাত বসতি কৰে।
    এতিয়া ককা দুই জনে মৰিলে। বৰ্তমান মই 8/9বছৰ হল, ডাঙৰ building বনালো। সিহঁতৰ পৰিয়ালে কেইমাহ মানৰ আগলৈকে কোনো ওজৰ আপত্তি কৰা নাছিল দুই পৰিয়ালে মিলি চলি আছিলোঁ। হঠাৎ transfer কৰিব লাগে বুলি কৈ এতিয়া মাটিৰ বদলি মাটি লাগে বুলি আপত্তি কৰিছে। মোৰ পৰিয়ালৰ দদাই ভাই ককাই সকলে মোৰ মৃত দেউতা মা আজিলৈকে 50বছৰ এই মাটিত ভোগ দখল কৰি ঘৰ বাৰি কৰি আছে। গাঁওবুঢ়া আৰু অঞ্চলৰ গণ্য মান্য ব্যক্তি সকলে দখলি প্ৰমাণ পত্ৰ দিয়া আছে। কেনেকৈ আমাৰ মাটিৰ অধিকাৰী হব পাৰিম? জনাবচোন

  • @AminulIslam-qu8zb
    @AminulIslam-qu8zb 2 года назад +3

    Nice videos sir,I have the same problem.

    • @rameshdeka6472
      @rameshdeka6472 Год назад

      সুন্দৰ‌ ভিডিঅ' এটা চালো । অনুগ্ৰহ কৰি আপোনাৰ ম/নং টো দিবচোন ডাঙৰীয়া‌ ।

    • @Lizakid
      @Lizakid Год назад

      Thanks

    • @Lizakid
      @Lizakid Год назад

      @@rameshdeka6472 yes really good video

    • @ejajul8104
      @ejajul8104 3 месяца назад

      Apunar matir kagoj Nai neki aru Kagoj Bona bo khudhi ase neki??
      Moi matir kagoj bonai dim
      All offical record
      Aru bedokholu kori dim

  • @SyedMaidulIslam-im6ct
    @SyedMaidulIslam-im6ct Год назад +1

    মোৰ নানা র 70 বিঘা মাটি আছে। নানা নানি মৃত্যু হৈছে। নানার লরা 4টা ছোৱালী 3টা।মামা হতে আমাৰ মাক জমি নিদিয়ে। কি কৰা উচিত। কেচ দিলে কি জমি পোৱা র আশা আছে।

    • @AinAruAdalat
      @AinAruAdalat  Год назад

      পোৱা যাব। Partition suit কৰি দিয়ক

  • @RupalSaikia
    @RupalSaikia 2 месяца назад +1

    চাৰ মই মোৰ দেউতাৰ দিনৰ পৰা এটুকুৰা মাটি দখল কৰি আছো । আৰু মই বহুত ঘুৰিলো আজিওঁ নিজৰ নামলৈ আনিব পৰা নাই । ১৯৬১ চনৰ পৰা আজি ২০২৪ চনহল
    আছে মাঠো গাওঁ প্রধানে লিখী দিয়া এখন প্রমাণ । যে মই মোৰ দেউতাৰ দিনৰ পৰা থকাতো হই । চাৰ কিবা উপাই আছে নেকী
    জনাব ছোন ।

    • @AinAruAdalat
      @AinAruAdalat  2 месяца назад

      আপুনি court ত কৈ মামলা কৰি মাটি নিজৰ নামত কৰি ল'ব পাৰে।

  • @alekchand8304
    @alekchand8304 2 года назад +4

    Good,proceed on.

    • @AinAruAdalat
      @AinAruAdalat  2 года назад

      Thanks

    • @MdRipon-kw3wk
      @MdRipon-kw3wk Год назад +2

      স্যার আমরা বাড়ি কোরেছি ৪৫ বছর আমাদের কোনো কাগজ নেই আমরা সুদু দখলে আছি এখন আমি কি বাবে দাবি করতে পারি

    • @HashirBosta
      @HashirBosta Год назад +1

      Calle him

    • @AinAruAdalat
      @AinAruAdalat  Год назад

      যদি আপোনাৰ যদি উপযুক্ত প্ৰমাণ পত্ৰ আছে, আপুনি যদি প্ৰমান কৰিব পাৰে যে আপুনি মাটি ডোখৰ ১২ বছৰ অধিক সময় ধৰি কোনো আপত্তি নোহোৱাকৈ দখল কৰি আছে তেন্তে আইনৰ মাধ্যমত আপুনি জমি টোৰ মালিক হ'ব পাৰে।

    • @ejajul8104
      @ejajul8104 3 месяца назад

      Apunar matir kagoj Nai neki aru Kagoj Bona bo khudhi ase neki??
      Moi matir kagoj bonai dim
      All offical record
      Aru bedokholu kori dim

  • @bituprodhani9672
    @bituprodhani9672 Год назад +1

    Nice video sir
    Valuable topics

    • @AinAruAdalat
      @AinAruAdalat  Год назад

      Thanks

    • @beingbulbul8735
      @beingbulbul8735 5 месяцев назад

      ​@@AinAruAdalat 37 years agot mati namjari kora hoise..teriar pora Ami bhuk dakhal Kori khai asu..atia teuluke case korise..

  • @Entertainment-fg4sj
    @Entertainment-fg4sj Месяц назад

    ছাৰ আমি প্ৰায় আশী(80)বছৰ দখল কৰি এটুকুৰা মাটি খেতি কৰি খায় আছো,কিন্তু আমাৰ কাগজ নাই, এতিয়া সেইয়া মাটি বেলেগে আমাক দখল এৰিবলৈ জোৰ কৰি আছে।উপায় এটা দিয়কচোন কি কৰিব লাগি আমি এতিয়া।সাক্ষী হিচাপে গাওঁবুঢ়াই লিখি দিছে আমি ইমান বছৰ খাই থকাটো হয় বুলি

  • @BishwjeetDutta-wv5ti
    @BishwjeetDutta-wv5ti 2 месяца назад

    Nice,video,sir

  • @SamsulAlom-sy6bp
    @SamsulAlom-sy6bp 10 дней назад

    চাৰ আপোনাৰ নমবৰটো দিবচোন; কাকৰন মোৰ দুবিঘা কিনা একচনা মাটি আছে!

  • @RazuRazu-t1f
    @RazuRazu-t1f 9 месяцев назад

    thanks 🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @Ashraful___1908
    @Ashraful___1908 Год назад

    Bhohut bhal lagil sir

  • @bhaskarkalita5736
    @bhaskarkalita5736 Год назад +2

    Thanks

  • @Satisfyingvedio
    @Satisfyingvedio Год назад +2

    Good

  • @keshablaskar5778
    @keshablaskar5778 2 месяца назад

    ছাৰ মই ঘৰলৈ অহা যোৱা কৰা বাটটো টকাৰ বিনিময়ত 2004তে কিনিলো । কিন্তু মোৰ একো লিখা নাই আগলৈ কিবা অসুবিধা হব নেকি বাৰু, পাৰিলে জনাবচোন

  • @itacknic
    @itacknic Год назад +1

    Thank you dada

    • @AinAruAdalat
      @AinAruAdalat  Год назад

      Thanks

    • @itacknic
      @itacknic Год назад

      মাটিৰ বন্দোবস্তীৰ বিধি ২(১)গ
      এই বিধি খনত কি উল্লেখ থাকে জনাবচোন

  • @rajibkumarrabha201
    @rajibkumarrabha201 Месяц назад

    দাদা মোৰ ককাৰ (দেউতাকৰ পিতা) নামত ৫ টা পাত্তা নংৰ মাটি আছে। মোৰ দেউতাহত ২ জন ভাই ককাই। কিন্তু মোৰ দেউতায়ে কেৱল ১ টা পাত্তা নংৰ মাটি লাভ কৰিছে আৰু দেউতাৰ জেষ্ঠ ভাতৃয়ে ৩ টা পাত্তা নংৰ মাটি দখল কৰি আছে। এতিয়া আমি আৰু এটা পাত্তা নংৰ মাটি দাবী কৰিব পাৰিমনে?

  • @AzidAli-ft8lk
    @AzidAli-ft8lk Год назад +1

    Good

  • @khagenborah888
    @khagenborah888 2 месяца назад

    আমাৰ ছবি ঘা মাটি আছে কাগজ নাই বহুত বছৰ দখল আছে। পটতা হোৱা নাই।লেণদ বেঙকত নাম নথকা ৰ কাৰনে মিছন দুইত সুমুৱাব নোৱাৰি লো। এতিয়া কি কৰিব লাগিব

  • @dipankarpaul4262
    @dipankarpaul4262 Год назад

    good information val lagil ..

    • @AinAruAdalat
      @AinAruAdalat  Год назад

      Thank you

    • @dipankarpaul4262
      @dipankarpaul4262 Год назад +1

      Sir amar mati 35bosor hol kinese 2 katha rastari dise aru 1katha amake rastari diya nai dokhol ot ase ..hei mati khini amar odikhar ase ne nai plzz kobo sun sir

    • @AinAruAdalat
      @AinAruAdalat  Год назад

      Ase kinto kisoman terms and conditions complete koribo lagibo
      Next video ot detail jonam

    • @ejajul8104
      @ejajul8104 3 месяца назад

      Apunar matir kagoj Nai neki aru Kagoj Bona bo khudhi ase neki??
      Moi matir kagoj bonai dim
      All offical record
      Aru bedokholu kori dim

  • @padumidas9956
    @padumidas9956 8 месяцев назад +1

    সত্ৰৰ মাটিৰ ক্ষেত্ৰত 12 বছৰ দখল কৰিলে নিজৰ নামত আনিব পাৰি নেকি জনাব

    • @AinAruAdalat
      @AinAruAdalat  8 месяцев назад

      Adverse possession r term & conditions bor mor ai video tor pora Sai lobo pare
      ruclips.net/video/sJb3Fl_bpkA/видео.htmlsi=17iDP5G-TIOMNJfb

  • @DharmeshwarBorah
    @DharmeshwarBorah 2 месяца назад

    Right sir .

  • @mobiletechnologymokinur6253
    @mobiletechnologymokinur6253 Год назад +3

    মাটিৰ কাচা potta বুলি কাক কোৱা হয়। ইযাৰ English নাম কি?

  • @ৰিজুমণীচেতিয়া

    মোৰ মামাৰ চাৰিবিঘা মাটি আছে কিন্তু পট্টা নাই। তেওঁলোকৰ মাটি টোকোৰা মামাৰ দেউতাকৰ দেউতাই কাৰোবাৰ পৰা সাধাৰণ কাগজ পত্ৰ কৰি কিনি লৈছিল। সেই সময়ত কৰা কাগজ পত্ৰ এতিয়া নাই । এতিয়া বসুন্ধৰা ওলাওঁতে মাটি টোকোৰাৰ কাগজ পত্ৰ বনাবলৈ যাওঁতে গম পালে যে সেই মাটি টোকোৰা চাহ বাগানৰ মাটি বুলি। মামাই মোৰ এতিয়া কি হ'ব বুলি ভাবি ভাবি বেমাৰত পৰি গ'ল। আৰু মামাই তাতে জন্ম হৈ এতিয়া ৬০ বছৰৰ ওচৰ পালেগৈ। তেওঁ সেই মাটি টোকোৰা এৰি বেলেগ কাগজ পত্ৰ থকা মাটি এটোকোৰা কিনি লোৱাৰ ক্ষমতাও নাই।আমিও ইমান জনা শুনা মানুহ নহয় যে মামাৰ চিন্তা আতৰ কৰি দিবলৈ। আজি আপোনাৰ ভিডিঅ' প্ৰথম বাৰ চাইছো আৰু বহুত আশা কৰি কমেন্ট কৰিছো। কৃপা কৰি কিবা এটা দিহা পৰামৰ্শ দিয়ে যেন🙏 মহাশয়,

  • @BikramjeetPatra
    @BikramjeetPatra 7 месяцев назад +1

    দাদা মোৰ বাৰীৰ মাটি মোৰ জন্মৰ পৰা কাৰো আপত্তি নথকাকৈ ৪০বছৰ দখল কৰি আছো, কিন্তু হঠাৎ আজি বেলেগে নিজৰ নামত খাজনা দি মাটি দখল কৰিব আহিছে কি কৰিম বাৰু plez help কৰক

  • @madhabmedhi1322
    @madhabmedhi1322 2 месяца назад

    Process khini সম্পূৰ্ণ হোৱালৈ কিমান বছৰ লাগে

  • @AmiyaDoley-e8v
    @AmiyaDoley-e8v 2 месяца назад

    ছাৰ মোৰ দশল কৰা ৩০ বছৰ অদিক হল কিন্তো মাটিৰ মালীকে মোৰ নামত নাম জাৰি কৰিদিব নিবিছাৰে আৰো মাটি বিচাৰিয়ো নায়ে ওপাই কি হব ছাৰ

  • @2world123
    @2world123 Год назад +1

    Nice

  • @AbulMojitdh
    @AbulMojitdh 4 месяца назад

    দাদা,আজি 17 বছৰ হল,মাটি কিনাৰ বাবদ বাইনা নামা কৰি ,দুবিঘা মাটি কিনা হয়,but এতিয়া অন্য এটা পক্ষৰ মানুহে মাটি খিনি মোৰ পৰা জুৰ্যবস্থি দখল কৰিব খুজিছে,বাইনা নামৰ দলিল আছে আমাৰ,চিহঁতৰো বাইনামা আছে,but মাটি আমাৰ দখলত আছে।কি কৰিম??

    • @ejajul8104
      @ejajul8104 3 месяца назад

      Apunar matir kagoj Nai neki aru Kagoj Bona bo khudhi ase neki??
      Moi matir kagoj bonai dim
      All offical record
      Aru bedokholu kori dim

  • @hasanurrahman576
    @hasanurrahman576 Год назад +4

    মই ২০০৮ চনৰ পৰা ঘৰ সাজি বোগ দখল কৰি খাই আছোঁ । তেন্তে মাটি নাপায় নেকি ?

    • @ejajul8104
      @ejajul8104 3 месяца назад

      Apunar matir kagoj Nai neki aru Kagoj Bona bo khudhi ase neki??
      Moi matir kagoj bonai dim
      All offical record
      Aru bedokholu kori dim

  • @dalimedas5726
    @dalimedas5726 2 дня назад

    ককায়েক দখল কৰি মাটি খাই আছে ভাইকৰ বিছাৰিলে কাজীযা লাগে

  • @NekibulIslam-v7l
    @NekibulIslam-v7l 13 дней назад

    Dada mor khotian dholil lot agat 7 bigha asil atia 13 bigha hoi gol . Please reply

  • @প্ৰাণপ্ৰতিম

    Mission basundhara 2 ৰ শেহতীয়া status ৰ ওপৰতো এটা video বনাব চোন।

  • @rubulalom1980
    @rubulalom1980 Год назад +4

    Ami koka tewtar pora buwa mati ajie 1983 pora buk dokhol kori ghor bari bonai khajna ami die asu kintu mati patta bor dewtar namot ase ami atiya ki koribo lagibo sir plz jonabo

    • @AinAruAdalat
      @AinAruAdalat  Год назад

      আপোনাৰ ৰাজহুৱা চক্ৰত গৈ চক্ৰবিষয়াৰ লগত আলোচনা কৰক

    • @Lizakid
      @Lizakid Год назад

      Wait for next video

    • @HashirBosta
      @HashirBosta Год назад

      Pabo

  • @jyotimonibhuyan132
    @jyotimonibhuyan132 2 месяца назад +3

    Amar ata problem ase kokayek bayek duijone akeloge thakim buli 2kotha mati kinicil. Kintu vayeke ku sokranto kori kewal nijor namt nam register kori lole.Ami 19 th year aitu ghorte asu .kintu amar aku kagoj nai mathu 19bosor dokhol t jibon japon kori asu .Atea vayeke a okl nijor mati buli dabi kore.Amak ata solution di sohai korok aami kenekoi amar nam t registration korib paru.

  • @DipikaDas-rn1vo
    @DipikaDas-rn1vo 9 месяцев назад

    মোৰ পোটিক সম্পত্তি হয়। মোৰ ফেমেলি৫০ চনৰ পৰা ইয়াত আছো আৰু ইয়াতে বৃদ্ধ হহো

  • @tingkulray7042
    @tingkulray7042 Год назад +1

    Sir আমাৰ মাটি খিনি কিনা বহু দিন হল , মাটি দলিল আছে দখল আছে, কিন্তু নামজাৰি কৰা হোৱা নাছিল,নামজাৰি কৰিবলৈ তেওঁলোকে চহী ও নিদিয়ে, এতিয়া যাৰ পৰা কিনা হৈছিল তেওঁ আকৌ বেলেগক বিক্ৰী কৰিব ওলাইছে। আমাৰ নাম আনিবলৈ কি কৰিব লাগিব অনুগ্ৰহ কৰি জনাব চাৰ

    • @AinAruAdalat
      @AinAruAdalat  Год назад +2

      circle office ot Mutation korar babe apply korok

    • @tingkulray7042
      @tingkulray7042 Год назад +1

      @@AinAruAdalat thank you sir

    • @pranabdutta9876
      @pranabdutta9876 9 месяцев назад

      Sir mur gghr dhemajit,,,,moi ajon jubok khikhok,,,,apunar phone number pam buli bohu akha korisu,,,apunar diha poramorkho po am buli@AinAruAdalat

  • @peopleproduct5079
    @peopleproduct5079 7 месяцев назад +12

    Dada, mur 1.25 bigha mati 26 years dhori dhokhol asae,kintu atia jar pora loisilu tar namot potta ahi gol. Moi ki koribo lagibo . Please help

    • @AinAruAdalat
      @AinAruAdalat  7 месяцев назад +2

      Dolil thakile Mutation kori louk

    • @WindomVlogs
      @WindomVlogs 4 месяца назад

      Same mur matitu tenekua koriloise..please help sir..apunar number diyok phone kori apunak kisuman Kotha koboloi ase❤

    • @ejajul8104
      @ejajul8104 3 месяца назад

      Apunar matir kagoj Nai neki aru Kagoj Bona bo khudhi ase neki??
      Moi matir kagoj bonai dim
      All offical record
      Aru bedokholu kori dim

    • @hanshrajboro1906
      @hanshrajboro1906 3 месяца назад

      ​@@ejajul8104phon no dibo apunar

    • @kanikakalita2140
      @kanikakalita2140 2 месяца назад

      মোৰ মাতিতোত ৰায়তিত নাম আচে মোই খাজানাও দিআচু কিন্তু কাগোজ খন হেৰাইচে কি কৰিব পাৰিম জনাবো চুন

  • @thaneswarnath7329
    @thaneswarnath7329 5 месяцев назад

    Sir আপোনাৰ ভিডিও টো চাই ভাল লাগিল। Sir Moi এটা গুৱাহাটী hil area ১কথা মাতি কিনিব বিচাৰিছিলো। কিন্ত্ত মাটিখিনি একচনিয়া বুলি কৈছে। মাতিৰ holding certificate থকা বুলি কৈছে। এটিয়া মই মাটি খিনি কিনিব লগীয়া হলে কি কৰিব লাগিব আৰু মাটিখিনি কিনিলে পিছত কিবা অসুবিধা হব নেকি জনাবচোন। যদি বেয়া নাপায় আপোনাৰ contect no টো দিবচুন

  • @SahidulAlam-cq7uw
    @SahidulAlam-cq7uw 11 месяцев назад

    দাদা আমাৰ dewta ঢুকাবৰ 25 বছৰ হল মই সৰু থাকোতে কিন্তূ আমাৰ কিনা মাটি বৰদেউতা এ দখল কৰি আছে অমাক নকয় এতিয়া মই গম পাই ors নামজাৰি কৰি লৈছো ম্যাদি মাটি dolin আছে মোৰ লগত সিহতক জনোৱা নাই পাম জানো মাটি খিনি plz plz জনাব

  • @rimpineog8416
    @rimpineog8416 4 месяца назад

    ককাই ভাই মাটি ক্ষেত্ৰত কেনেকৈ সমান ভাগ পাব পাৰি জনাবচোন

  • @rmcreation5257
    @rmcreation5257 9 месяцев назад +1

    Dada, 14 - 15 Year Aagot myadi patta mati kina hoisil, mandal a aahi maapi Trace Map bonai di goisil, ghor bari bonalu, Kintu Bortoman Mandal Hokole koi ase Heitu patta 'r maati aitu nohoi.., Aitu beleg patta koi ase & eksonia patta buli koi ase...,
    Atiya iyaat third party a problem koribo khuji ase,
    Legally iyaar kiba xomadhan ase ne?

  • @madhushmitaborah6252
    @madhushmitaborah6252 Год назад

    ছাৰ আমাৰ ককায়ে ঘৰত কাকো নজনোৱাকৈ মনেমনে এজন মানুহক ৩বিঘা মাটি বেচি দিলে। কিনা মানুহজনৰ নামজাৰিও হৈ গল। ককাও ঢুকাল। দেউতাৰ নামত মাটি উঠাবলৈ গৈহে আমি গম পাও যে মাটি বেচা হল। ৮মাহ হৈছে বোলে মাটি বেচা। আমিয়ে এইবাৰো খেতি কৰিছো। খাজনা পৰিশোধ ২০২২ চনলৈকে আমিয়ে কৰিছো।এতিয়া কিনা মানুহজনে circle office ত গোচৰ দিছে আমি তেওঁৰ মাটি দখল কৰিছো বুলি। আমি এতিয়া কি কৰা উচিত অনুগ্রহ কৰি জনাব।

    • @junbora3099
      @junbora3099 Год назад

      ছাৰ আমাৰ কাকায়ে ঘৰত নজনোৱাকৈ মনেমনে এজন মানুহক ১ বিঘা ২০০১ চনত নামজাৰিও কৰৰি দিলে এতিয়া কি কৰিব লাগে জনাব

  • @NgokAgom
    @NgokAgom 7 месяцев назад

    চাৰ আপোনাৰ পৰা কিছুমান কথা জানিব বিচাৰোঁ।
    গতিকে ছাৰ আপোনাৰ যোগাযোগ নাম্বাৰটো মেচেজ কৰি দিয়াচোন🙏

  • @SafikulIslam-u5e
    @SafikulIslam-u5e 26 дней назад

    Dada apunar number 3মোক dibo মই এটা খমসাইত আছোঁ

  • @pabitradassri233
    @pabitradassri233 8 месяцев назад +1

    Amar 80bosore dokholt asu..bat ako document nai..plzz reply..ki koribo lgibo

  • @suchendeka-i2q
    @suchendeka-i2q Год назад +3

    Dada আমাৰ মানে দুজন ভাই ককাই একে লগ থাকোঁতে মাটি কিনিছেলো কিন্তু এজনৰ নামত কিনা হৈছিল এতিয়া তেওঁলোক বেলেগ বেলেগ হোৱা পাছত এজনক মাটি নামজাৰি নাই কিন্তু মাটি অংশ সমান সমান খাই আছে এতিয়া মাটি নামজাতি নথকা জনে পাব নে মোক জনাব এটা পৰিযাল বহুত দুখৰ কথা হৈ আছে অলপ খহাই কৰিব দাদা

    • @abdullahchoudhury3221
      @abdullahchoudhury3221 Год назад

      Duiojonr khohomotot onho xutre name jari koribo paribo

    • @Lizakid
      @Lizakid Год назад

      Next video loi wait korok

    • @Lizakid
      @Lizakid Год назад

      Wait for next video

    • @Lizakid
      @Lizakid Год назад

      Wait for next video

    • @HashirBosta
      @HashirBosta Год назад

      I am waiting for next video

  • @bhaswatiborah7091
    @bhaswatiborah7091 5 месяцев назад

    এখন দলিলত বাৰু দুটা মৌজাৰ মাটি বিষয়ে লিখা থাকিব পাৰে নে ?

  • @hoqueparul7782
    @hoqueparul7782 2 месяца назад

    Hanks

  • @BORGOSS4473
    @BORGOSS4473 Год назад +1

    Dada aami 2001 mati Alop lolu ,dalil hoi gol kintu namjhari nokorile seihe atiya parim ne baru , kintu 22 bosar gol dalil guya, aatiya parim baru

  • @F.ahmed8323
    @F.ahmed8323 Год назад +1

    Satisfactory content

  • @binoykumardas1839
    @binoykumardas1839 Год назад +1

    😢😢khub Val. Lagil apunar kotha khini. Moi , 20 bosor dakhol kori sorkari jomi ki dntu Gmc tex Electricity bill. Di
    Aso. 20 bosor mor claim hobone. Nohoi. On line howar pisot mondor manuh ahi Sai goi photo loi hoise. Ki asha korim Sir. Pl pH no to dibo neki apunar

    • @binoykumardas1839
      @binoykumardas1839 Год назад +1

      Mor holding n😢u. ase. dei 20 bosor pora

    • @AinAruAdalat
      @AinAruAdalat  Год назад

      আচলতে চৰকাৰৰী মাটি দখল কৰিলে আপুনি দখল কৰা মাটি নাপায় কাৰন অসৰ ভূমি আইন এইক্ষেত্ৰত বিশেষ বাধা আৰোপ কৰিছে। চৰকাৰী সম্পত্তি প্ৰতিকূল দখল বা adverse possession হ'বলৈ ৩০ বছৰৰ ৰ প্ৰয়োজন
      কিন্তু চৰকাৰৰে বিচাৰিলে দিব পাৰে

  • @surajray1621
    @surajray1621 Год назад +2

    Dada amar dolilot 4 bigha maati kina buli likha ase kintu bhu bikhoya xokhole ahi maati khini jukhi 3.65 ase buli patta bonaise( bohu bosor agor ghotona ) keneke solf kora jay problem to kobo sun sir plzz

    • @ejajul8104
      @ejajul8104 3 месяца назад

      Apunar matir kagoj Nai neki aru Kagoj Bona bo khudhi ase neki??
      Moi matir kagoj bonai dim
      All offical record
      Aru be dokholu kori dim

  • @sakuntulaproja761
    @sakuntulaproja761 8 месяцев назад

    মাটি আছে কিন্তু নামজাৰি কৰা নাই কি বুজিম জনাইলে হুকি সম

  • @MatiurRahman-l9z
    @MatiurRahman-l9z Месяц назад

    Sar amar ata sohmassa ase dewta mati kinisil aru dewtar 2ta teeri asile hei hmoyt 74 rt jorip ahisile kintu hei hmoyt sorkare ata advetas korisile je ajonor namot 8t biga mati thakile tar namot mati nidiw buli koisile aru tetia amaar boyh asile 6 or pora 7 mah. Pise baki mati khini sorkare luar boyt mondolor pramorho loi prothme pokkor lora suwalir namot dile amaar boyh nohuwar karone amaar namot nidile aru kisu din pisotei dewta dhukal prai 85ba 86t dhukal kintu dewta dhukuwar 6, 7 mahor murot amaar makh amaar dewtar waris bakh bata kori beleg kori dile. Atia amaar kokai hotor namot thoka mati bilak bole parmishon jugedi amaar namot anibolage pise parmishonot sohi dile parmishon bonabo dilu Mondol, Addic sohi hol atia kunubar jukti loi parmishonot compelend maarile. Atia amak mati nidibo buli koi ase tewlukor namemot thokar karone. Amaar atia bohut dangor kaheni hoi porise Dada. Dada plis help korok. Cun laine jame.

  • @RashmiNath-co5os
    @RashmiNath-co5os Месяц назад

    Sir amar gharat dujan Lara ase kintu mati khini deutar dakhalat asil.atiya dangar jone basundhara 2 tar nijar namat myadi kari lale .atiya xarujone ki upayere mati khinir saman bhag pab.plz janaba sir

  • @ajitnarah8887
    @ajitnarah8887 11 месяцев назад +2

    Dada Amar 40 basar ru adhik bhug dakhal kri thaka namjari khajana rasid thaka mati ase,sei mati mission basundhara 2.0 t online karisilu, kintu CO I reject korile,etia ki karile matidukhar r malikiswatta pam jonabosun

    • @AinAruAdalat
      @AinAruAdalat  11 месяцев назад

      Circle officer kio rejected korile ?
      bikhoto Jani aku re apply korok

    • @pdvlogs9424
      @pdvlogs9424 9 месяцев назад

      Sem amaru

  • @SailenKrkalita
    @SailenKrkalita 2 месяца назад

    মাটি এদৰা দখল থাকা বুলি কি প্ৰমান থাকিব লাগিব

  • @BitumoniGogoi-iz4uq
    @BitumoniGogoi-iz4uq Год назад

    ছাৰ আমাৰ মাটি ডোখৰ খুৰা এজনে আমাৰ পটাৰ নম্বৰত পটাৰ লগাই থৈছে আমি কি কৰিব লাগিব মাটি ডোখৰ পাবলে

  • @juriguwala2840
    @juriguwala2840 Год назад +1

    আমাৰ দশল আছে কিন্ত এতিয়া আমাৰ ওপৰত কেশ দিছে আমাৰ বৰ্ততা লৰা কনকে আমি মাটি পাম ইয়াৰ ওপৰত এটা video বনাব 😢

  • @AbdulMannan-mv3ym
    @AbdulMannan-mv3ym Год назад +1

    দলিল আৰু দখল থাকিলে, খতিয়ান নাথাকিলে,কি হ'ব জনাবচোন

    • @AinAruAdalat
      @AinAruAdalat  Год назад +1

      অকল দলিল আৰু দখল থাকিলেই নহ'ব
      আপুনি জমি এডোখৰ কিনাৰ পিছত record of Right, অৰ্থাৎ জৰিপী চিঠা ,জমাব্নী আদিত নাম অন্তৰ্ভুক্ত কৰিব লাগিব। নহ'লে আপুনি ভৱিষ্যতে অসুবিধাৰ সন্মুখীন হ'ব।

    • @AbdulMannan-mv3ym
      @AbdulMannan-mv3ym Год назад +1

      দেউতাকৰ নাম সোমাই খাজনা দি আছো। অধিক পৰামৰ্শ দিবচোন

    • @AinAruAdalat
      @AinAruAdalat  Год назад

      আপোনালোকৰ দেউতা জীৱিত আছেনে?

    • @AbdulMannan-mv3ym
      @AbdulMannan-mv3ym Год назад

      @@AinAruAdalat নাই

  • @mukeshkahar602
    @mukeshkahar602 6 месяцев назад +1

    Sir matir roshidat daag no kot thake please reply

    • @AinAruAdalat
      @AinAruAdalat  6 месяцев назад

      Bhumir Khajna roshidat patta no thake ,dag no nathake

  • @BhabaniGogoi-g3i
    @BhabaniGogoi-g3i Месяц назад

    Dada nodi sapori mati bikri kora past jodi mati tu barhi jai mati tu kar hobo bikri kora jonr ne mati luwa jonr jonabo sun plz.

  • @sarajudas8129
    @sarajudas8129 5 месяцев назад

    Sir mur mati lua ase ,dolil, dokhol ,ase kintu namjari kora nohol ,manuhjn nai atiya ki koribo parim sir anugroho kori jabo

    • @AinAruAdalat
      @AinAruAdalat  5 месяцев назад

      Mutation r babe online apply korok

  • @bidishamech1736
    @bidishamech1736 5 месяцев назад +1

    Sir mur deutaye mati aji 30bosor agot loisile.etiya amr dokholot ase..aru haitu mati jar pora loisilu tetiya naamjari nohol..etiya jar pora loisilu teo dokhol koribo bisarise. To moi ki koribo lagibo

    • @AinAruAdalat
      @AinAruAdalat  5 месяцев назад

      Lolil namjarir babe circle office ot apply Korok.jodi nohoy Misc case hobo.aru Jodi tetiau nohoy civil case koriu record correction koribo paribo.but valid sale deed hobo lagibo.

  • @sunilbarkataki1657
    @sunilbarkataki1657 Год назад +1

    Sir, মোৰ ককাই ৰ নামৰ ম্যাদি মাটি বেদাখল হৈ আছে 20বছৰ ধৰি ককাই জন বৰ্তমান পাগল মই কি কৰিলে ভাল হয় জনাব।

    • @AinAruAdalat
      @AinAruAdalat  Год назад +1

      if property is possessed more than 12 years by a person which is belongs to others then it is called adverse possession but there is some exception viz 1.if the original owner is unsound mind 2.occupied the land without knowledge of the actual owner .3.the original owner is service as a arm forces
      4.if the original owner is a minor.
      So legal heirs of your brother can file a civil suit against the possessor for dispossession

    • @deepjyotigogoi432
      @deepjyotigogoi432 Год назад +1

      Sir,, আমাৰ দেউতা আৰু বৰদেউতাক ৰ নামত এডোখৰ 5বিঘা একচনা মাটি আছিল ,মাটি দুখৰ আমাৰ ককাৰ দিনৰ,,ইতিমধ্যে সেই মাটি দুখৰ দেউতা আৰু bordeutai 2.5বিঘা কৈ ভাগ কৰি খেতি কৰি আছিল।কিন্তু আজি অলপ দিনৰ আগতে বৰদেউতাক ঘৰৰ মানুহে আমাক নুহুধাকৈ মনে মনে গোটেই মাটি দুখৰ হিহঁতৰ নামত ম্যাদি কৰিছে।যিহেতু মাটি দুখৰ ৰ eksona খাজনা আমি দুই ঘৰেই আগৰ পৰা দি আছিলোঁ।গতিকে মাটি দুখৰ আমি ভাগ পোৱাৰ উপায় কি হব এতিয়া জনাবচোন।plz

    • @AinAruAdalat
      @AinAruAdalat  Год назад

      আপুনি circle office ত গৈ record correction কৰাৰ বাবে আবেদন কৰিব পাৰে

  • @jonmonikataki9812.
    @jonmonikataki9812. 6 месяцев назад

    Sir amar matikhini kokar namote ase atia amar namoloi uthabo hole ki koribo lagibo?koka nai dhukaise,deutau nai dhukaise,kiba upai ata dibo nki

  • @surajchhetri475
    @surajchhetri475 6 месяцев назад +1

    Sir mati dakhal kara 50 basar par hal kuno patta nai malike mati khuji ase ki karibo lage sir

    • @AinAruAdalat
      @AinAruAdalat  6 месяцев назад

      Mor channel ot aru video ase ,
      video to Sai louk

  • @hajratali5137
    @hajratali5137 2 месяца назад

    Dada amar 1965 dalil ase aru amar dakalat ase kintu amar namjari nai

  • @ABDULSk-ms8hp
    @ABDULSk-ms8hp 3 месяца назад

    Sir amar mati kinar kesa dolil ase 18 basor agote namjario hoise 23 basar pora
    dhakhol kari aso kintu registered howa nai atia case korile kiba problem hobo neki

  • @sanamkhatun6422
    @sanamkhatun6422 4 месяца назад

    Sir ami jot thaku khaitu matite amar dautaiu jonmo hoisil minimum 50years man hol dautar kintu amar matir potta khon balagya loi loise kintu khujile naj koi aitu potta nijor namot bonabo ki koribo lagibo amak amar vag tu nidiya nijai dokhol koribo bisarise

  • @anantamili3919
    @anantamili3919 8 месяцев назад

    Mohakoy,amar 60/80yrs hol dokol kora,atiyahu potta puwa nai, apply korile tumer gharot sakari ase buli nidia. ki korile ami potta pam jonaley huki hom.

  • @sunu4923
    @sunu4923 4 месяца назад +1

    Dada Amar 4bigha mati ami 20 basor dhori ami dhokh kori asu keneke nijor kori lob pari kiba upai ase jdi jobnab pls

    • @AinAruAdalat
      @AinAruAdalat  4 месяца назад +1

      Ai bekhoy moi channel ot aru video dia ase sai lobo

  • @DipikaDas-rn1vo
    @DipikaDas-rn1vo Год назад +1

    মালিক মই মোৰ দখলত আছে

  • @AshimKonwar-s6t
    @AshimKonwar-s6t 3 месяца назад

    Dada aamar mat adukhor dauta namot potta lgab para nai. Dauta kokai vai hklue sohi kri dile. Kin2 dautar dangor poriyalor kokai vai kijone sohi kri nidiye ear kiba upai ase ne jnab sun plz

  • @ArjunAdhikary-n2b
    @ArjunAdhikary-n2b 7 месяцев назад

    AMI 20 BOCHOR HOYCHE.....ARU.....5BCHORR PORA MALIKE JABA KOYACHE KI KORIBO LGIBO

  • @trailokyac637
    @trailokyac637 8 месяцев назад +1

    Sir a plot of land is under my possession around 45 years with the knowledge of the seller.Self regularly paying govt.Revenue but the land could not be registered.Land is under my possession without FIR, legal case, peaceful possession.😢Now self wants ownership in his name.Kindly suggested me what to do legally so that I can get ownwership.

    • @AinAruAdalat
      @AinAruAdalat  8 месяцев назад

      See my another video
      In this regard I have uploaded a video. ruclips.net/video/sJb3Fl_bpkA/видео.htmlsi=HQ6R-nAHTY2M9kHw