বিজেপি বিধায়কৰ তৎপৰতাত গান্ধী মূৰ্তিক অৱমাননাৰ অভিযোগ।
HTML-код
- Опубликовано: 10 июл 2024
- গান্ধী মূৰ্তিত পৰিল জেচিবিৰ কোব। বিজেপি বিধায়কৰ তৎপৰতাত গান্ধী মূৰ্তিক অৱমাননাৰ অভিযোগ।
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews
বিজেপিয়ে নিজৰ বাহিৰে আনক সন্মান জনাব নাজানে
এওলোক অদুৰদশী
এনে নমশ্য ব্যক্তি জনৰ মুৰ্তি বিজেপি বিধায়ক আমি ঘৃন কৰিছোঁ ।
ইয়াৰ উচিত তদন্ত হব লাগে। ৰূপেচ গোৱালাই গান্ধী মূৰ্তি স্থাপন কৰা নাছিল, জাতিৰ পিতাক বিশ্বই সন্মান কৰি আহিছে। গতিকে ইয়াৰ তদন্ত হ'ব লাগে।
সেই বিধায়ক টোৰ মূৰৰ বিকৃতী ঘটিছে চাগে।
সেই পাগল MLA টোক , কথা নায় তাক পিতিব লাগিছিল। ৰাইজ তাক ক্ষমা কৰিব নালাগে। আছলতে বি জে পিৰ মিচলিয়া সোপাৰ মূৰ বোলা একো নায় ।
বি জে পি পাপৰ বোজা লৈছে।
ঘোৰ নিন্দা কৰিছো ।অধম বিজেপি।
সেই জেচিবি খনেৰেই সেই বিধায়ক জনৰ মাঠাত কোব লগাই দিব লাগে।
BJP Sarkar go back
ডুমডুমাৰ ৰাইজ সচেতন হোৱাৰ দৰকাৰ।
অতি ঘৃণনীয় , নিন্দনীয় , আৰু বৰ্জনীয় ।
এই বিধায়কজনৰ শিক্ষা গত অৰ্হতা কিমান ৰাইজে জানিলে। জ্ঞানী য়েহে জ্ঞানী ৰ মূল বুজে। বান্দৰে নাৰিকলৰ মূল্য কি জানে।
বাপুক যিমান যি কৰক তেওঁ ওচৰত মোৰ দুৱাব লাগিবই যাতে যিমান ডাঙৰ মন্ত্ৰী নহওঁক কিয়
নাথুৰাম আকৌ ওলাইছে নে কি ?
বিধায়ক গৰাকীয়ে মহামানৱ মহাত্মা গান্ধীৰ বিষয়ে একো নাজানে চাগে ? এনেকুৱা লোকক কোন বিলাক লোকে বিধায়ক পাতিছিল ।
নাটোৰাম গডছেৰ পৰিয়াল, যি সকল সেই সকলক গান্ধীৰ বিৰোধী, অপমান কৰিবই।
এই জন অপৰাধী ব্যক্তি হয় !
গৰিহনা দিবলৈও ভাষা নাই,।
এওঁ আচলতে গান্ধিজীক চিনি নেপায়।history নেজানে।
বৰ লাজ লগা ঘটনা জাতিৰ পিতাকৈ ডাঙৰ হল ক্লক টাৱাৰ লগোৱাতো
অসম পুলিচ শুই আছে,
টকা খোৱাৰ বাহিৰে ইহঁতৰ আৰু কাম কি?
Bor beya lagil
ডুমডুমাৰ নাগৰিকৰ মাজত কোনো পুৰুষ নাই নিকি ???????????????????
BJP want toMake statue of Modi .
Beleg hua hoi asom policer mekhela pindha kitai dhoriye loi gol hoi
Half pagol hole full pagol hawa nae.
কাম আৰম্ভ হোৱাৰ আগতেই ৰাইজে প্ৰতিবাদ কৰিব লাগিছিল
অসমত লৰা ৰজাৰ আসন কিন্তু
ৰুপেশ গোবালা ভাৰতীয়ই নহয
এ মে লে তুৰ ডিঙিত সিকলী লগাই জে চি বিত লগাই চুচৰাব লাগে।
This not defamation of Mohandas Karamchand Gandhi,it is a threat to Indian democracy.
Maha.mañab.janar..uparat..bhal.nalaga.katha.😢
BJP য়ে Mahatmaগান্ধী k নেজানে Din Dayal Uppdhaya k হে jane.
Kun ai din dayal Upadhyay.....Bjp r bahire din dayal Upadhyay k kunau cini napai....
সঁচাকৈ দেই বৰ অধৰমী কুকৰ্ম কৰি দেখুৱালে বৰ দুখ লাগিল অন্তৰ চুই গল৷ ধৰ্মই কিন্ত বিচাৰ কৰিব এই মূৰ্ত্তিটোত কিন্ত তেওঁৰ আত্মা অন্তৰ্নিহিত হৈ আছে তেওঁৰ আত্মাই সদ্গতি লাভ কৰিছে ৷
আনে নিস্বাৰ্থ কষ্টৰে স্বাধীন কৰা দেশত ওপৰতে শাসন কৰিবলৈ পাই নিজকে সৰ্বশ্ৰেষ্ঠ বুলি ভবা এচামক ৰাইজে ৰজা বনালে এইবোৰ দেখিবলৈ পোৱাতো স্বাভাৱিক।
সময়ত বাধা দিব নোৱাৰিলে এতিয়া গৰিহণা দিলে কি ডাল হ'ব?
ইহঁতে বাপেকৰ চেহেৰা বেয়া দেখিলে বাপেককো সলাব
Atiya Police/C.M.nimat keo.
অতৰালে কিয়?
তেনেকে এনেকে নহয়।
Maha ma nob ,Jatir Pita ,Moha manob Mohatma ji r obomanonar
Korotak fasi niba jabo jiban jail dibo lage.
এই বোৰক ২৬ ত বিবেচনা কৰি চাই এটাও ভোত দিব নালাগে।
ইংৰাজ শাসকে বীৰ উধাম সিং ক ওএনে ব্যৱহাৰ কৰা নাছিল ছিহ ছিহ নিলাজৰ জাত।
It's time to raise your voice otherwise they will even take away your right to speech
Jai Hind 🇮🇳
গান্ধী হত্যাৰ পূণৰাবৃতি যেন লাগিল ৷
Ai hakalor against ot case tari baju lage
মামা এই বাৰ বাচিবলৈ কি আঁচনী লব।
Good 👍
What are doing by da leaders of other parties or da common citizens of da town ? Have all of them become mute spectators only ? Is none of them has courage to protest against this heinous deed ?
সীমান্ত কি কৰি আছে এয়াৰ আচল ৰাজনীতিৰ ৰহস্য হল মুলমান বিৰোধী
Amar nijor pitah opoman korahoise etu Jatir pita MK.GANDHI Oinai hoise etu.
bhut beya kam hoise...
Aji murtihe kailoi paysar para gandhiji r pratik sihno uthai dib
Doomdooma r public r Kam nai.... Protest big hobo lagisil... Clock eta di thanda Kori thole... MG gandhitkoi clock tu big nohoi baki developments eku hua nai Doomdooma t... Eitu di xantona dile 😂...mobile t sobei xomoi sabo jane... Kam nuhua Kam
Ai Jan mla base hoisay
তাইক ফাচি দিব লাগে
Etu bahut ghrina kam korise. Ejon jatir pitar prati murti tur honman nosto korise aru Guala deve ejon Bidhayak hoi jatir pita kiyo koa hoi. Tak najane jodi alop kitapor giyanlobo lage.Ami hadaron nagorik hisape tibra gorihon disu.
Hoboi amia bonaisu au lukk.
😢😢😢B.J.B. Mardabad .
B J P neta samuh pagal haise ehatak asomarpara bidai diba lage
Nonsense
bohut duk lagile
j no t comment koresa apunar murtut aku nai ni o
ইহঁত চৱ পাগল হৈছে
Baya paisung
Pagol goverment go back,
Kiman gali dim bjpk,,,,,
Beya lagil
Hei. Jegat Rupesor. Murti Etake. Logabo. Lage. Teu. Najane. Kar. Desot. Jiai. Ase. Shadhin. Korile. Kune. Enehen Deskhon. Teu. Murot. Ki. Ase
Tente vgbanr uprtu porib neki
M l a fadir dad karilia
bjp,sarkar,go,back,😮
Vla hoi say
Gandhijor bikhaye. kijane ek mla tuwe
Yahi BJP ka kamal hai BJP ko aur jyada jyada vote do
Nepali mLA
BJP born 1980 at Karachi of Pakistan country,
RSS
Bjp ee geleseee....ihtr Nathuram bap hoi ...
Bjp hatabo agibo assam r pora.
কোনে কৰিলে টকলুক অবমাননা ? 😂
Tor dora morko modahiya.
It is very bad work. Bjp go back
Aito Abhadrami Kam kariche
Upcoming prime minister Rahul Gandhi ji jindabad jindabad Congress party 🥳🥳
Gadha kabhi prime minister nahi bante 😂
Wow it is a great work done by our honourable MLA sir !
Bapujir murti manuh lagai dangi niba para gol he
একো বেয়া কাম কৰা নাই,মানুহেই বনাইছে মানুহেই আঁতৰাইছে, ভগবানৰ সৃষ্টিটো নহয় আৰু গান্ধীও মানুহহে ভগৱানটো নহয়