Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
কৃষ্ণ, যোৰহাটৰ বাপ বান্ধপ , আই মাতৃ সকলোকে আগন্তুক শ্ৰী মন্ত শঙ্কৰ সংঘ অধিবেশন 2025 লৈ শুভেচ্ছা জনালোঁ মৰিগাঁও পৰা । লগতে প্ৰয়াত মহান বৈষ্ণৱ সোণাৰাম চুতীয়া প্ৰভুজনাৰ অমূল্য ভাষণ ভাগ শুনিবলৈ পাই নথৈ আনন্দিত হলো।
Bohut bhal lagil kokar bhakton huni lagil dhanyabad
মহান বৈষ্ৱ ধম্মীয় জনৰ মুখৰ শুৱলা বাণী আজিৰ আধুনিক ইলংট্ৰনিক যুগৰ বাবে শ্ৰৱন কৰিবলৈ পালো মোৰ জন্ম ২৬ বছৰ আগৰ হে মহান ধম্মিয় প্ৰচাৰক প্ৰণাম .🙏🙏
মৰণোত্তৰ ভাবে কোটি কোটি প্ৰণাম জয় গুৰু শংকৰ,কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ মাধৱ
@@joygurusankar2224bap এই অনুষ্ঠানটি কৰ আছিলে জনাব sun অলপ মান কৃষ্ণ 🙏
ক়্ষ্ণ ক়্ষ্ণ সেৱাভাগি আগবঢ়ালোঁ ! সুন্দৰ উপস্থাপন বৰ ভাল লাগিল ! 🙏🙏🙏
কৃষ্ণ মাধৱ ।
@@joygurusankar2224 a P ASAPa
P@@nivahazarika5939
Lp
@@nivahazarika5939l
কৃষ্ণ কৃষ্ণ কৃষ্ণ জয়গুৰু শঙ্কৰ বাপ জনালে সেৱাহে জনাইছো।
কৃষ্ণ । প্রয়াত পৰম সন্মানীয় সোনাৰাম চুতীয়া বাপ জনাৰ লগত মোৰ দেখা সাক্ষাত নহল। নামটোহে শুনি আছিলো । বাপজনাৰ বক্তব্য শুনি বহুত ভাল লাগিল । বহুত বহুত সেৱা জনালোঁ ।কৃষ্ণ 🙏🏻
Krishna krishna,🙏 Sunaram chutia prabhujonak amaru log puwa nohol dekha puwa nasilu tothapiu koka aru pehi hotr mukht huna paisilu prabhujona gunanugorima kotha aru aji dekha palu krishna 🙏🙏🙏
কৃষ্ণ, প্ৰয়াত সন্মানীয় চুতীয়া প্ৰভুজনাৰ অমূল্য ভাষন ভাগ শুনিবলৈ পায় আনন্দিত হলো, মৰণোত্তৰভাৱে তেখেতলৈ স্ৰদ্ধা জনালোঁ, কৃষ্ণ 🙏
@@joygurusankar2224 l
মাধৱ ... কৃষ্ণ... কৃষ্ণ...
কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻বাপজনাৰ মহান ভাষণে সমস্ত জনগণক মুগ্ধ কৰিব পাৰিছিল 🙏🏻🙏🏻🙏🏻 কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻
প্ৰয়াত বৈষ্ণৱ পণ্ডিত বাপ. জনাৰ মন প্ৰাণ শাত পৰা ভাশন শুনি ধন্য হলো কৃষ্ণ বাপ
🙏 Krishna🙏 koka,,Tumi jotei asa hantit thaka,,Tumi mohan puino atma,Tumi omor,,Tumi boikunthar pora amak ashish koriba dei,tumar adorhore jn agbahi jabo paru...Krishno🙏
Heartwrenching speeches delivered by late Sunaram Chutia will be remembered for all times to come.I have paid my humble regards to him.
কৃষ্ণ,
Lllllll6q
🙏🏻🙏🏻কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম কৃষ্ণ হৰি..🙏🏻🙏🏻
বাপ শুনি বশুত বশুত ভাল লাগিল ধন্য ধন্য ।
শুনিবলৈ পাই নিজকে ধন্য মানিছোঁ ।
কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏🙏 প্ৰভু ভগবনত্ন আপোনাৰ চৰন পঙ্কজ প্ৰনাম জনালো অ হৰি অ ৰাম কৃষ্ণ
Great work,praise The Almighty God
কৃষ্ণ
কৃষ্ণ কৃষ্ণ জয়গুৰু শঙ্কৰ বাপজনলৈ সেৱানিবেদিলো🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বৈকুণ্ঠৰ 4:51 পৰা আশীৰ্বাদ কৰক প্ৰভু
অতি সুন্দৰ । "ঔঁম শান্তি
কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ ।
কৃষ্ণ কৃষ্ণ প্ৰভু ৰ লীলা বহুত ভাল লাগিল
আন্তৰিক শ্ৰদ্ধা নিবেদিলো, কৃষ্ণ কৃষ্ণ কৃষ্ণ
শব্দহীন সেৱা আগবঢ়ালো 🙏🙏🙏
ধন্য হ'লো। কৃষ্ণ।
কৃষ্ণ কৃষ্ণ প্ৰভু জনাক শ্ৰদ্ধাৰে ভক্তি ভৰা সেৱা জনাইছোঁ 🙏
Krishna krishna 🙏🙏 sata koutri pranam sradhar Prabhujona sarant
Krishna 🙏 bohut val lagil huni horute koka k log paisu adhibekhanot , bohut val lagile video2t ako koka k dekhi krishna joy guru sankar 🙏🙏🙏
He abotari mahan purush apunak hatokuti pronam joi guru hankor krishno krishno 🙏🙏🙏❤️
ককা তুমি সদায় নতুনত্ব...জয় গুৰু
Krishna o hori o ram .bap apunar srisaranat 100 kouiti pranam bap
হে মহান , আপোনাৰ সু স্বাস্থ্য কামনা কৰিছো আৰু সেৱা জনাইছোঁ 🙏🙏🙏🙏🙏🙏 প্ৰণাম 🙏🏼
পৰম পূজ্য জনাক মৰনোত্তৰ ভাৱে দেখি আৰু তেখেতৰ মূল্যবান কথা খিনি শ্রৱণ কৰি পৰম আনন্দ লভিলো জয় গুৰু শঙ্কৰ
ঁ ককাৰ এই সুন্দৰ ভাষণ শুনিবলৈ পাই বৰ সন্তোষ পালোঁ 🙏🏿🙏🏿 কৃষ্ণ 🙏🏿ককা তুমি যতেই আছা শান্তি আৰু বৈকুণ্ঠত থাকা 🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿
Sundar krisna
কৃষ্ণ বাপ কোটি কৌটি প্ৰণাম নিবেদন কৰিলোঁ। কৃষ্ণ।
জয় একশৰন ভাগৱতী সমাজ অসম মাজুলী ঢেকীয়াজুলী ❤
কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদিলো কৃষ্ণ
তেখেতৰ কথা মা-দেউতাৰ মুখৰ শুনিয়ে থাকো আজি দেখি বহুত ভাল লাগিল মনটো।
কৃষ্ণ কৃষ্ণ প্ৰয়াত প্ৰভূজনাৰ গুৰু গম্ভীৰ ভাষণে আমাৰ বাবে বহুত আৰ্শীবাদ।
শুনি বহুত ভাল লাগিল । কৃষ্ণ ।
Ati sundar. 🙏🙏🙏🙏
Ha ata purus bapjonaloe pronam joi guru sonkor
জয় গুৰু শংকৰ ।কৃষ্ণ 🙏🙏
কৃষ্ণ 🙏 তেখেতৰ বিদেহী আত্মাৰ চিৰ মুক্তি লাভ হওক 🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
আপোনাক আমি নাপালো কিন্তু আপোনাৰ লেখা আমাৰ হাতত বিদ্যমান।ধন্যবাদ বাপ ঈশ্বৰ।
কৃষ্ণ কৃষ্ণ প্ৰভু যতে আছে কুশলে থাকক
বাপজনাৰ অমুল্য ভাষন ভাগ শুনি আপ্লুত হলো। জনিবৰ ইচ্ছা থাকিল এই অমুল্য ভাষন ভাগ কেতিয়াৰ আৰু তেওঁৰ কেতিয়া বৈকুণ্ঠ প্ৰয়ান হৈছে।
সোণাৰাম চুতীয়া (৮ জুন, ১৯১৫, মৃত্যু: ৩০ জানুৱাৰী, ২০১৩) একাধাৰে এজন শিক্ষক, নিষ্ঠাবান সমাজ-সংস্কাৰক আৰু স্বাধীনতা যুঁজাৰু আছিল। তেখেতে ন-বাৰকৈ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ (পূৰ্বৰ শ্ৰীশ্ৰী সংঘৰ) পদাধিকাৰৰ দায়িত্ব বহন কৰি তেখেতে এই সংগঠনক উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় সংগঠনৰূপে উন্নীত কৰি তুলিছিল।তেখেতে অসম চৰকাৰৰ পৰা ২০০০ চনত কেবিনেট মৰ্যদাসহ শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল। তেখেতে বাৰখন গ্ৰন্থ ৰচনা কৰাৰ উপৰিও চাৰিকুৰিৰো অধিক প্ৰবন্ধ লিখিছিল। বৈষ্ণৱ দৰ্শনত অগাধ পাণ্ডিত্যৰ বাবেই শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই তেখেতক বৈষ্ণৱ পণ্ডিত উপাধিৰে বিভূষিত কৰিছে।বঁটা আৰু পুৰস্কাৰ২২ আগষ্ট ১৯৭২ চন : ভাৰত চৰকাৰৰ দ্বাৰা স্বাধীনতা সংগ্ৰামী হিচাপে তাম্ৰপত্ৰেৰে সন্মানিত হৈছিল।৯ আগষ্ট ১৯৯৩ চন : অসম চৰকাৰৰ দ্বাৰা স্বাধীনতা সংগ্ৰামী হিচাপে সম্বৰ্ধিত হৈছিল।২০ ফেব্ৰুৱাৰী ১৯৯৪ চন : শ্ৰীশঙ্কৰ সংঘৰ দ্বাৰা, সংঘৰ সৰ্ব্বোচ্চ সন্মান শ্ৰীমন্ত শঙ্কৰদেৱ মাধৱদেৱ বঁটা প্ৰদান কৰা হৈছিল।২০০০ চন : অসম চৰকাৰৰ দ্বাৰা শ্ৰীমন্ত শঙ্কৰদেৱ বঁটা প্ৰদান কৰা হৈছিল।২০০৫ চন : যোৰহাটস্থ একলব্য আৰু উত্তৰ-পূব গৱেষণা মঞ্চৰ দ্বাৰা 'দলিত দৰদী' অভিধা প্ৰদান৷২০১২ চন : যোৰহাট জিলা সাহিত্য শাখাৰ দ্বাৰা 'যোৰহাট ৰত্ন' উপাধি প্ৰদান৷ইয়াৰ উপৰিও বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ দ্বাৰা মান-পত্ৰ আৰু সম্বৰ্দ্ধনা আদি লাভ কৰে৷
@@joygurusankar2224 কৃষ্ণ,পৰম স্ৰদ্ধাৰ বৈষ্ণৱ গুৰু জনাৰ বিষয়ে বিষদভাৱে জনোৱাৰ বাবে অনুস্থানৰ উদ্যোক্তা সকললৈ সশ্ৰদ্ধ ওলগ যাচিলো, কৃষ্ণ 🙏
Dhanyabad shata koti pranam
Krishna Krishna pitai🙏🙏 god bless you 🙏🙏🙏
কৃষ্ণ !মহাপ্ৰভূচুতীয়া ককাৰ ভাষণ শুনি পৰম আপ্লুত হ'লো ।মৰণোত্তৰ ভাৱে প্ৰভুজনাৰ শ্ৰী চৰণলৈ সেৱা নিবে দিলো ।জয় গুৰু শঙ্কৰ ।
জয় গুৰু শঙ্কৰ 🙏🙏 মৰণোত্তৰ ভাৱে গুৰু জনালৈ প্ৰনাম 🙏🙏
জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ❤️❤️❤️
কৃষ্ণ কৃষ্ণ কৃষয়❤❤❤❤❤
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ তেৰাৰ আত্মাই চিৰশান্তি লাভ কৰক
ককাৰ আদ্ৰশ মূলক ভাষন শুনি আপ্লুত হলো। তেখেত যতে আছে ততে শান্তীত থাকক।
Krishno Krishno pranam apunak 🤩🙏🙏🙏
জীবন সাৰ্থক হ'ল
কৃষ্ণ🙏
God bless you koka........
ককাদেউতাৰ ভাষন শুনি নিজকে ধন্য মানিলো। কৃষ্ণ কৃষ্ণ 🙏🙏
কৃষ্ণ,বৈকুণ্ঠ গামী আত্মালৈ শত -সহ স্ৰ প্ৰণাম।জীবৰ মূখ্য কৰ্ম,জীব তাৰণৰ উপায় আৰু মোক্ষম লাভ ৰ উপায় দিছে।তেখেতৰ আহ্বান,প্ৰয়াস ক শ্ৰদ্ধা জনাইছো।সকলোকে আদৰ্শ অনুকৰণ ৰ বাবে প্ৰাৰ্থনা জনালো।🙏কৃষ্ণ।
@@joygurusankar2224 assamedrmrwd.
কৃষ্ণ কৃষ্ণ বাপ স শ্রদ্ধ প্রণাম জনালোঁ 🙏🙏কৃষ্ণ। 🙏জয় গুৰু শঙ্কৰ 🙏
কৃষ্ণ মাধৱ,
Namaskar pita
dhonya apunar amritmoy vakhon .
কৃষ্ণ কৃষ্ণ।শতকোটি প্ৰনাম।
Jai jai jai jai shree krishna 🙏🙏🙏🙏🙏
He. Prabhu. Dhonya.apuni.dhanya.mohan.apuni.apunar.soranot.pranam.prabhu.
কৃষ্ণ, "জয় গুৰু শংকৰ"।
Krishno probhu ...🙏🙏🙏🙏🙏
Krishna prabhu vogoban apuni boikunthot thakok sewa lobo
অতি উত্তম ।
জয় গুৰু শঙ্কৰ।🙏🙏🙏🙏
🙏 Oum santi Oum santi Krishna 🙏
Krishna. Jai guru Shankara. Proyat Bap jonar vashan huneb pai bht Sontush lovelu takhator attmai shanti pauk krishna
কৃষ্ণ কৃষ্ণ অমৃত বাণী ৷
Thanks for kaka good pray to God
কৃষ্ণ প্ৰভু 🙏🙏🙏🙏🙏
শুনি ভাল লাগিলে কৃষ্ণ
কৃষ্ণ বাপজনাক সেৱা জনালো৷
কৃষ্ণ কৃষ্ণ, সেৱা জনালো
অতিশয় মনুৰম ভাষণ ।
অমূল্য ৰত্নৰ পৰলোকপ্ৰাপ্তি শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ বাবে অতিশয় অভাৱনীয় । তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদিছো ।
Pranaam boisnob baap guru jona apuni xantit thakok
Kirshna kirshna bapjanaa kirshna. Kirshna (kirshna baphamasta aayemaatiri hamasta kirshna kirshna 🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ , জয় গুৰু শঙ্কৰ ।
ভাল লাগিল ।
আন্তৰিকতাৰে প্ৰণাম যাচিলো ।"
Krishna Krishna bor val lagil
🙏🙏🙏🙏সেৱা নিবেদিলো কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনালোঁ 🙏🙏🙏
অমিয় সুধা স্পর্শ নিগৰা ...। জয়গুৰু....
জয়গুৰু শঙ্কৰ কৃষ্ণ কৃষ্ণ
Joi guru sankar
কৃষ্ণ বাপজনা
ককাৰ ভাষন আকৌ এবাৰ সুনি ককা আছে যেনেই লাগিল কৃষ্ণ
Mohan gurujoner soronot hewa jonaisu ,krishna
All the best
Pranam Gurujonoloi, Akha koru Gaon burot Hari nam prochar korile khub Val Pam. Aghor achil obhekhot upai napai Ari dele. Apunaloke Bhakta burok Ari nidib akol horiyakoi.Ghore ghore Bhagawatam porhiboloi Bhagawat print korok. Krishna Danwat Pranam 🙏🙏🙏From Delhi.
Krishno.guru.jon
জয় গুৰু শংকৰ কৃষ্ণ
প্ৰভুক মই ভালকৈ জানো তেখেতৰ ঘৰলৈ মই গৈছে
কৃষ্ণ, যোৰহাটৰ বাপ বান্ধপ , আই মাতৃ সকলোকে আগন্তুক শ্ৰী মন্ত শঙ্কৰ সংঘ অধিবেশন 2025 লৈ শুভেচ্ছা জনালোঁ মৰিগাঁও পৰা । লগতে প্ৰয়াত মহান বৈষ্ণৱ সোণাৰাম চুতীয়া প্ৰভুজনাৰ অমূল্য ভাষণ ভাগ শুনিবলৈ পাই নথৈ আনন্দিত হলো।
Bohut bhal lagil kokar bhakton huni lagil dhanyabad
মহান বৈষ্ৱ ধম্মীয় জনৰ মুখৰ শুৱলা বাণী আজিৰ আধুনিক ইলংট্ৰনিক যুগৰ বাবে শ্ৰৱন কৰিবলৈ পালো মোৰ জন্ম ২৬ বছৰ আগৰ হে মহান ধম্মিয় প্ৰচাৰক প্ৰণাম .🙏🙏
মৰণোত্তৰ ভাবে কোটি কোটি প্ৰণাম জয় গুৰু শংকৰ,কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ মাধৱ
@@joygurusankar2224bap এই অনুষ্ঠানটি কৰ আছিলে জনাব sun অলপ মান কৃষ্ণ 🙏
ক়্ষ্ণ ক়্ষ্ণ সেৱাভাগি আগবঢ়ালোঁ ! সুন্দৰ উপস্থাপন বৰ ভাল লাগিল ! 🙏🙏🙏
কৃষ্ণ মাধৱ ।
@@joygurusankar2224 a P ASAPa
P@@nivahazarika5939
Lp
@@nivahazarika5939l
কৃষ্ণ কৃষ্ণ কৃষ্ণ জয়গুৰু শঙ্কৰ বাপ জনালে সেৱাহে জনাইছো।
কৃষ্ণ । প্রয়াত পৰম সন্মানীয় সোনাৰাম চুতীয়া বাপ জনাৰ লগত মোৰ দেখা সাক্ষাত নহল। নামটোহে শুনি আছিলো । বাপজনাৰ বক্তব্য শুনি বহুত ভাল লাগিল । বহুত বহুত সেৱা জনালোঁ ।কৃষ্ণ 🙏🏻
Krishna krishna,🙏 Sunaram chutia prabhujonak amaru log puwa nohol dekha puwa nasilu tothapiu koka aru pehi hotr mukht huna paisilu prabhujona gunanugorima kotha aru aji dekha palu krishna 🙏🙏🙏
কৃষ্ণ, প্ৰয়াত সন্মানীয় চুতীয়া প্ৰভুজনাৰ অমূল্য ভাষন ভাগ শুনিবলৈ পায় আনন্দিত হলো, মৰণোত্তৰভাৱে তেখেতলৈ স্ৰদ্ধা জনালোঁ, কৃষ্ণ 🙏
কৃষ্ণ মাধৱ ।
@@joygurusankar2224 l
মাধৱ ... কৃষ্ণ... কৃষ্ণ...
কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻বাপজনাৰ মহান ভাষণে সমস্ত জনগণক মুগ্ধ কৰিব পাৰিছিল 🙏🏻🙏🏻🙏🏻 কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻
প্ৰয়াত বৈষ্ণৱ পণ্ডিত বাপ. জনাৰ মন প্ৰাণ শাত পৰা ভাশন শুনি ধন্য হলো কৃষ্ণ বাপ
🙏 Krishna🙏 koka,,Tumi jotei asa hantit thaka,,Tumi mohan puino atma,Tumi omor,,Tumi boikunthar pora amak ashish koriba dei,tumar adorhore jn agbahi jabo paru...Krishno🙏
Heartwrenching speeches delivered by late Sunaram Chutia will be remembered for all times to come.I have paid my humble regards to him.
কৃষ্ণ,
Lllllll6q
🙏🏻🙏🏻কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম কৃষ্ণ হৰি..🙏🏻🙏🏻
বাপ শুনি বশুত বশুত ভাল লাগিল ধন্য ধন্য ।
শুনিবলৈ পাই নিজকে ধন্য মানিছোঁ ।
কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏🙏 প্ৰভু ভগবনত্ন আপোনাৰ চৰন পঙ্কজ প্ৰনাম জনালো অ হৰি অ ৰাম কৃষ্ণ
Great work,praise The Almighty God
কৃষ্ণ
কৃষ্ণ কৃষ্ণ জয়গুৰু শঙ্কৰ বাপজনলৈ সেৱানিবেদিলো🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বৈকুণ্ঠৰ 4:51
পৰা আশীৰ্বাদ কৰক প্ৰভু
অতি সুন্দৰ । "ঔঁম শান্তি
কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ ।
কৃষ্ণ কৃষ্ণ প্ৰভু ৰ লীলা বহুত ভাল লাগিল
আন্তৰিক শ্ৰদ্ধা নিবেদিলো, কৃষ্ণ কৃষ্ণ কৃষ্ণ
শব্দহীন সেৱা আগবঢ়ালো 🙏🙏🙏
ধন্য হ'লো। কৃষ্ণ।
কৃষ্ণ কৃষ্ণ প্ৰভু জনাক শ্ৰদ্ধাৰে ভক্তি ভৰা সেৱা জনাইছোঁ 🙏
Krishna krishna 🙏🙏 sata koutri pranam sradhar Prabhujona sarant
Krishna 🙏 bohut val lagil huni horute koka k log paisu adhibekhanot , bohut val lagile video2t ako koka k dekhi krishna joy guru sankar 🙏🙏🙏
কৃষ্ণ মাধৱ
He abotari mahan purush apunak hatokuti pronam joi guru hankor krishno krishno 🙏🙏🙏❤️
ককা তুমি সদায় নতুনত্ব...জয় গুৰু
Krishna o hori o ram .bap apunar srisaranat 100 kouiti pranam bap
কৃষ্ণ মাধৱ
হে মহান , আপোনাৰ সু স্বাস্থ্য কামনা কৰিছো আৰু সেৱা জনাইছোঁ 🙏🙏🙏🙏🙏🙏 প্ৰণাম 🙏🏼
পৰম পূজ্য জনাক মৰনোত্তৰ ভাৱে দেখি আৰু তেখেতৰ মূল্যবান কথা খিনি শ্রৱণ কৰি পৰম আনন্দ লভিলো জয় গুৰু শঙ্কৰ
কৃষ্ণ মাধৱ
ঁ ককাৰ এই সুন্দৰ ভাষণ শুনিবলৈ পাই বৰ সন্তোষ পালোঁ 🙏🏿🙏🏿 কৃষ্ণ 🙏🏿ককা তুমি যতেই আছা শান্তি আৰু বৈকুণ্ঠত থাকা 🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿
Sundar krisna
কৃষ্ণ বাপ কোটি কৌটি প্ৰণাম নিবেদন কৰিলোঁ। কৃষ্ণ।
জয় একশৰন ভাগৱতী সমাজ অসম মাজুলী ঢেকীয়াজুলী ❤
কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদিলো কৃষ্ণ
তেখেতৰ কথা মা-দেউতাৰ মুখৰ শুনিয়ে থাকো আজি দেখি বহুত ভাল লাগিল মনটো।
কৃষ্ণ কৃষ্ণ প্ৰয়াত প্ৰভূজনাৰ গুৰু গম্ভীৰ ভাষণে আমাৰ বাবে বহুত আৰ্শীবাদ।
শুনি বহুত ভাল লাগিল । কৃষ্ণ ।
কৃষ্ণ মাধৱ ।
Ati sundar. 🙏🙏🙏🙏
Ha ata purus bapjonaloe pronam joi guru sonkor
জয় গুৰু শংকৰ ।কৃষ্ণ 🙏🙏
কৃষ্ণ
কৃষ্ণ 🙏 তেখেতৰ বিদেহী আত্মাৰ চিৰ মুক্তি লাভ হওক 🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
আপোনাক আমি নাপালো কিন্তু আপোনাৰ লেখা আমাৰ হাতত বিদ্যমান।ধন্যবাদ বাপ ঈশ্বৰ।
কৃষ্ণ কৃষ্ণ প্ৰভু যতে আছে কুশলে থাকক
বাপজনাৰ অমুল্য ভাষন ভাগ শুনি আপ্লুত হলো। জনিবৰ ইচ্ছা থাকিল এই অমুল্য ভাষন ভাগ কেতিয়াৰ আৰু তেওঁৰ কেতিয়া বৈকুণ্ঠ প্ৰয়ান হৈছে।
সোণাৰাম চুতীয়া (৮ জুন, ১৯১৫, মৃত্যু: ৩০ জানুৱাৰী, ২০১৩) একাধাৰে এজন শিক্ষক, নিষ্ঠাবান সমাজ-সংস্কাৰক আৰু স্বাধীনতা যুঁজাৰু আছিল। তেখেতে ন-বাৰকৈ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ (পূৰ্বৰ শ্ৰীশ্ৰী সংঘৰ) পদাধিকাৰৰ দায়িত্ব বহন কৰি তেখেতে এই সংগঠনক উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় সংগঠনৰূপে উন্নীত কৰি তুলিছিল।তেখেতে অসম চৰকাৰৰ পৰা ২০০০ চনত কেবিনেট মৰ্যদাসহ শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল। তেখেতে বাৰখন গ্ৰন্থ ৰচনা কৰাৰ উপৰিও চাৰিকুৰিৰো অধিক প্ৰবন্ধ লিখিছিল। বৈষ্ণৱ দৰ্শনত অগাধ পাণ্ডিত্যৰ বাবেই শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই তেখেতক বৈষ্ণৱ পণ্ডিত উপাধিৰে বিভূষিত কৰিছে।
বঁটা আৰু পুৰস্কাৰ
২২ আগষ্ট ১৯৭২ চন : ভাৰত চৰকাৰৰ দ্বাৰা স্বাধীনতা সংগ্ৰামী হিচাপে তাম্ৰপত্ৰেৰে সন্মানিত হৈছিল।
৯ আগষ্ট ১৯৯৩ চন : অসম চৰকাৰৰ দ্বাৰা স্বাধীনতা সংগ্ৰামী হিচাপে সম্বৰ্ধিত হৈছিল।
২০ ফেব্ৰুৱাৰী ১৯৯৪ চন : শ্ৰীশঙ্কৰ সংঘৰ দ্বাৰা, সংঘৰ সৰ্ব্বোচ্চ সন্মান শ্ৰীমন্ত শঙ্কৰদেৱ মাধৱদেৱ বঁটা প্ৰদান কৰা হৈছিল।
২০০০ চন : অসম চৰকাৰৰ দ্বাৰা শ্ৰীমন্ত শঙ্কৰদেৱ বঁটা প্ৰদান কৰা হৈছিল।
২০০৫ চন : যোৰহাটস্থ একলব্য আৰু উত্তৰ-পূব গৱেষণা মঞ্চৰ দ্বাৰা 'দলিত দৰদী' অভিধা প্ৰদান৷
২০১২ চন : যোৰহাট জিলা সাহিত্য শাখাৰ দ্বাৰা 'যোৰহাট ৰত্ন' উপাধি প্ৰদান৷
ইয়াৰ উপৰিও বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ দ্বাৰা মান-পত্ৰ আৰু সম্বৰ্দ্ধনা আদি লাভ কৰে৷
@@joygurusankar2224 কৃষ্ণ,পৰম স্ৰদ্ধাৰ বৈষ্ণৱ গুৰু জনাৰ বিষয়ে বিষদভাৱে জনোৱাৰ বাবে অনুস্থানৰ উদ্যোক্তা সকললৈ সশ্ৰদ্ধ ওলগ যাচিলো, কৃষ্ণ 🙏
Dhanyabad shata koti pranam
Krishna Krishna pitai🙏🙏 god bless you 🙏🙏🙏
কৃষ্ণ !মহাপ্ৰভূচুতীয়া ককাৰ ভাষণ শুনি পৰম আপ্লুত হ'লো ।মৰণোত্তৰ ভাৱে প্ৰভুজনাৰ শ্ৰী চৰণলৈ সেৱা নিবে দিলো ।জয় গুৰু শঙ্কৰ ।
জয় গুৰু শঙ্কৰ 🙏🙏 মৰণোত্তৰ ভাৱে গুৰু জনালৈ প্ৰনাম 🙏🙏
জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ❤️❤️❤️
কৃষ্ণ মাধৱ
কৃষ্ণ কৃষ্ণ কৃষয়❤❤❤❤❤
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ তেৰাৰ আত্মাই চিৰশান্তি লাভ কৰক
ককাৰ আদ্ৰশ মূলক ভাষন শুনি আপ্লুত হলো। তেখেত যতে আছে ততে শান্তীত থাকক।
Krishno Krishno pranam apunak 🤩🙏🙏🙏
কৃষ্ণ মাধৱ ।
জীবন সাৰ্থক হ'ল
কৃষ্ণ🙏
কৃষ্ণ মাধৱ ।
God bless you koka........
ককাদেউতাৰ ভাষন শুনি নিজকে ধন্য মানিলো। কৃষ্ণ কৃষ্ণ 🙏🙏
কৃষ্ণ,বৈকুণ্ঠ গামী আত্মালৈ শত -সহ স্ৰ প্ৰণাম।জীবৰ মূখ্য কৰ্ম,জীব তাৰণৰ উপায় আৰু মোক্ষম লাভ ৰ উপায় দিছে।তেখেতৰ আহ্বান,প্ৰয়াস ক শ্ৰদ্ধা জনাইছো।সকলোকে আদৰ্শ অনুকৰণ ৰ বাবে প্ৰাৰ্থনা জনালো।🙏কৃষ্ণ।
কৃষ্ণ মাধৱ
@@joygurusankar2224 assamedrmrwd.
কৃষ্ণ কৃষ্ণ বাপ স শ্রদ্ধ প্রণাম জনালোঁ 🙏🙏কৃষ্ণ।
🙏জয় গুৰু শঙ্কৰ 🙏
কৃষ্ণ মাধৱ,
Namaskar pita
dhonya apunar amritmoy vakhon .
কৃষ্ণ মাধৱ
কৃষ্ণ কৃষ্ণ।শতকোটি প্ৰনাম।
Jai jai jai jai shree krishna 🙏🙏🙏🙏🙏
He. Prabhu. Dhonya.apuni.dhanya.mohan.apuni.apunar.soranot.pranam.prabhu.
কৃষ্ণ মাধৱ
কৃষ্ণ, "জয় গুৰু শংকৰ"।
Krishno probhu ...🙏🙏🙏🙏🙏
কৃষ্ণ মাধৱ
Krishna prabhu vogoban apuni boikunthot thakok sewa lobo
অতি উত্তম ।
জয় গুৰু শঙ্কৰ।🙏🙏🙏🙏
কৃষ্ণ মাধৱ
🙏 Oum santi Oum santi Krishna 🙏
Krishna. Jai guru Shankara. Proyat
Bap jonar vashan huneb pai bht Sontush lovelu takhator attmai shanti pauk krishna
কৃষ্ণ মাধৱ
কৃষ্ণ কৃষ্ণ অমৃত বাণী ৷
Thanks for kaka good pray to God
কৃষ্ণ প্ৰভু 🙏🙏🙏🙏🙏
কৃষ্ণ মাধৱ,
শুনি ভাল লাগিলে কৃষ্ণ
কৃষ্ণ মাধৱ ।
কৃষ্ণ বাপজনাক সেৱা জনালো৷
কৃষ্ণ কৃষ্ণ, সেৱা জনালো
কৃষ্ণ মাধৱ
অতিশয় মনুৰম ভাষণ ।
কৃষ্ণ মাধৱ
অমূল্য ৰত্নৰ পৰলোকপ্ৰাপ্তি শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ বাবে অতিশয় অভাৱনীয় । তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদিছো ।
Pranaam boisnob baap guru jona apuni xantit thakok
Kirshna kirshna bapjanaa kirshna. Kirshna (kirshna baphamasta aayemaatiri hamasta kirshna kirshna 🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ , জয় গুৰু শঙ্কৰ ।
কৃষ্ণ মাধৱ
ভাল লাগিল ।
কৃষ্ণ মাধৱ
আন্তৰিকতাৰে প্ৰণাম যাচিলো ।"
Krishna Krishna bor val lagil
কৃষ্ণ মাধৱ
🙏🙏🙏🙏সেৱা নিবেদিলো কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ মাধৱ ।
আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনালোঁ 🙏🙏🙏
অমিয় সুধা স্পর্শ নিগৰা ...।
জয়গুৰু....
কৃষ্ণ মাধৱ
জয়গুৰু শঙ্কৰ কৃষ্ণ কৃষ্ণ
Joi guru sankar
কৃষ্ণ বাপজনা
ককাৰ ভাষন আকৌ এবাৰ সুনি ককা আছে যেনেই লাগিল কৃষ্ণ
Mohan gurujoner soronot hewa jonaisu ,krishna
কৃষ্ণ মাধৱ
All the best
Pranam Gurujonoloi, Akha koru Gaon burot Hari nam prochar korile khub Val Pam. Aghor achil obhekhot upai napai Ari dele. Apunaloke Bhakta burok Ari nidib akol horiyakoi.
Ghore ghore Bhagawatam porhiboloi
Bhagawat print korok.
Krishna Danwat Pranam 🙏🙏🙏
From Delhi.
Krishno.guru.jon
কৃষ্ণ মাধৱ
জয় গুৰু শংকৰ কৃষ্ণ
প্ৰভুক মই ভালকৈ জানো তেখেতৰ ঘৰলৈ মই গৈছে