‘চামেলি মেমচাব’ নিৰ্মাণৰ আঁৰৰ কথা | জিতুমণি বৰাৰ সৈতে ‘প্ৰতিপক্ষ’

Поделиться
HTML-код
  • Опубликовано: 9 янв 2025

Комментарии • 8

  • @mustaquezaman4568
    @mustaquezaman4568 2 дня назад +1

    Good report

  • @priyojonorbandhun
    @priyojonorbandhun 2 дня назад

    ভাষাৰে বুজাব নোঁৱাৰা দিন সেই সময় কত গল।দেউতা উজ্জ্বল শইকীয়া নিৰোদ খুড়া ভূপেন হাজৰীকা যোৰহাটৰ চোলাধৰাৰ ভাড়াঘৰৰ কথা মনত পৰি গল।ধন্যবাদ।মই ডুমডুমাৰপৰা লিখিলো।🎉

  • @bandanadutta7369
    @bandanadutta7369 2 дня назад

    ইমান ভাল ল'গা এখন চিনেমা। আমি সেই সময়ত চিনামৰা বাগানত আছিলো

  • @priyojonorbandhun
    @priyojonorbandhun 2 дня назад

    মই প্ৰফুল্ল শইকীয়াৰ ভতিজাক।মঞ্জুখুড়ী মই টুটুমনি।বহু বছৰৰ মূৰত আপোনাক দেখা পালো।কথাবোৰ চাই চাই ইমান কান্দিলো সেয়া কাকো বুজাব নোঁৱাৰো।

  • @ranjitbhattacharjee6433
    @ranjitbhattacharjee6433 2 дня назад

    মই ix, x তেই চামেলি মেমচাব উপন্যাসখন পঢ়িছিলোঁ।

  • @bipulkalita9799
    @bipulkalita9799 3 дня назад +1

    Tulana nai

  • @ranjitbhattacharjee6433
    @ranjitbhattacharjee6433 2 дня назад

    ড. হাদি আলম বড়া ।

  • @kalpanabaruah3434
    @kalpanabaruah3434 День назад

    Bor bhal lagil alusana khon sai punor chameli memsab cinema khon xakur agoloi ahil. Tetiya school student class iv