শব্দবোৰ বৰ আলসুৱা। ইমান আকুলতাৰে গানটো গাই দিলে! "তুমি যদি বিচাৰা মই গুণগুণনি হম তোমাৰ প্ৰিয় গীতৰ"... উফ! কিমান যে আলফুলে কৈছে "সুৰ এটি হোৱানা, গান হৈ ৰোৱানা"... প্ৰেমত পৰিবলৈ আপোনাৰ গীতবোৰেই যথেষ্ট ককাই। hats off to the entire team.. loads of love❤❤❤❤
After a long time finally we are able to listen this masterpiece . Prabin has a next level voice and the song's of prabin borah always different. We are very very thankful to prabin borah for this song "GAN HOI RUWANA ". AND , just keep going dada may shiv shankar bless you always . 👍👍
Another masterpiece 🥺🥺🥺 still couldn't get over "bhal pabo khuju akou ebar" and now this song ❤️❤️❤️❤️❤️❤️❤️ thank you for making us fall for Assamese songs once again ❤️ much love 🌼🌼
With a great voice 💘.... always expected lyrics 💓.......i think this method of singing will flow like a brook in all the people of Assam😌💓💓....also you favourite "Prabin daa"💘 and his team💥
uff words blk❤❤.... ru huni a thakim jn gan tu heh hua pst u.... emn vl lgise kobo vaha nai....lots of love to the whole team of this song..❤anedorei jn dhunia gan blk ru huni thkibole pau...best wishes bro for your upcoming songs👍👍🥰🥰... keep going...
Thank you ৰাইজ🙏🏻
মৰমবোৰ দি যাওক❤️
Apunar gan r babe roi thako ooo
Bohut val lagil... Apunar protitu ganor hukia amej❤️📌
Xoday xunu apunar val pabo khuju gaan tu🥰🥰🥰
Di asu di asu full support💪💪💪💪
morombur loi nft bonawk dada🤗
I am leaving this comment , so that after a week, month or a year someone likes it, I will get remainder of this ‘masterpiece'❤
Copy comment😂
🎉
ভাল মানুহৰ উন্নতি লাহে লাহে হয় আৰু চিৰ যুগমীয়া হয়, ভাল লাগিল ❤️👍
শব্দবোৰ বৰ আলসুৱা। ইমান আকুলতাৰে গানটো গাই দিলে! "তুমি যদি বিচাৰা মই গুণগুণনি হম তোমাৰ প্ৰিয় গীতৰ"... উফ! কিমান যে আলফুলে কৈছে "সুৰ এটি হোৱানা, গান হৈ ৰোৱানা"... প্ৰেমত পৰিবলৈ আপোনাৰ গীতবোৰেই যথেষ্ট ককাই। hats off to the entire team.. loads of love❤❤❤❤
মনত এক মধুৰ আবেগে দোলা দি যায় গীতটো শুনি থাকিলে ।সুন্দৰ সৃষ্টিৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ । অসমীয়া সঙ্গীতৰ ভবিষ্যতৰ জগতখন আপোনালোকেই শক্তিশালী কৰি ৰাখিব লাগিব ।শুভ কামনা জনালোঁ ।
শব্দবোৰে বেয়াকৈ চুই গ'ল ......বাৰে বাৰে শুনিছো যদিও হেঁপাহ পলুৱা নাই ♥️ প্ৰিয়.....
Waiting .. Prabin daa ❤️😘....উফ্ কি আলসুৱা শব্দবোৰ 💕
এই যে মৰম-ভালপোৱা এইবোৰৰ প্ৰকাশৰ অতি উত্তম মাধ্যম হ'ল গান। কাৰোবাক ভালপাবলে মাথোঁ লাগে এখনি পবিত্র হৃদয়। কাৰোবাৰ যদি আপুনি আপোনাৰ তেওঁৰ প্ৰতি থকা অনুভৱ ব্যক্ত কৰিব বিচাৰিছে তেন্তে তেওঁলৈ সদায় তেওঁ ভালপোৱা বিধৰ গীত এটি পঠিয়াই থাকিব। এদিন নহয় এদিন তেওঁ সেইবোৰ গীতৰ আঁৰত অব্যক্ত অনুভৱখিনি বুজি পাব।
ইতি
এজন অসফল প্ৰেমিক
প্ৰবীণ দা মনিছো আপোনাক , আপোনাৰ গানবোৰৰ শব্দ বোৰ বুকু পুৰা চুই যায় । আপোনাৰ *সেন্দুৰীয়া* গীতটো মোৰ আটাইতকৈ প্ৰিয়।❤️
Gaan 2 huni akou premot poribo mon goise ❣️ lyrics aru Prabin Borah r voice uff ki combination 😍
মৰমলগা শব্দবোৰ আপোনাৰ মাতত প্ৰাণ পাই উঠিছে, ধুনীয়া😍😍😍🥀
বান্ধৈ ...! তুমি অসমীয়া সংগীত জগতত নতুন ধাৰৰ সৃষ্টিৰ দিশে আগবাঢ়ি গৈছাঁ ! এই যাত্ৰা হওঁক নিৰবধি ...............
I do not understand even a word but the song is very beautiful... I guess it's a beautiful love song ❤️.
Yes you are right
About love😊
ভাষাহীন ছন্দৰে বৈ আহে অলেখ সুৰ ..
প্ৰেৰণাৰ সুভাষ উৰুৱাই আনে তোমাৰ মিঠা মাতেবোৰ.. বিচাৰি পাওঁ হেৰাই যোৱা অতীতৰ মিঠা আবেগবোৰ ...তোমাৰ গানতে যেন মোৰ এতিয়া সকলোবোৰ.....আৰু আবেগে ভৰা গানৰ আশাত দা❤️
Ufff @prabin da voice 🔥✨❤️ xur ati huyana ,,gan hoi ruyana!!!!
আৰু আগুৱাই যোৱা ❤
আপুনি গোৱা গানবোৰ সদাই প্রিয় মোৰ কিবা এটা সদাই নতুনত্ব পাওঁ শব্দ বোৰ মৰম লগা মন চুই যায়❤️❤️❤️❤️
বহু অপেক্ষাৰ অন্তত , দাদাৰ গান 🤗🌼...... ভাষাহীন ❤️.....
ভাল লাগিল সঁচাই 🌼
Paplu Dar Hobdor hoite apunr voice ufffff💕💕💕💕💕✨✨✨
খুৱ সুন্দৰ কণ্ঠ আৰু বৰ চুই যোৱা শব্দ গাঁথনি ❤️
শব্দবোৰ ইমান কোমল........
উফ্❤️💕
তুমি যদি বিচাৰা মই গুণগুণনী হম তোমাৰ প্রিয় গীতৰ ,
মই যদি বিচাৰো তুমি হ'বানে মোৰ প্ৰিয় ৰং ফাগুনৰ!❤️
Mjah lgile probin daa.. Aru aguwai jua.. 🥰
Ki xundor lyrics dada ❤️Bohut val lgile
প্ৰবীণ তুমি আনতকৈ ব্যতিক্ৰম , তোমাৰ কন্ঠ সুকীয়া ।
Lyrics tu eman modhur logote compose, singing, Prabin da Next level😍
Paplu Chetia,Prabin Bora duita jaanmoni hit🔥🔥🔥🔥🔥🔥🔥
Fvrt manuh jon,,, tumr song release huwaloi roi thaku🎶🎶🎶hur ati huwa na gan hoi ruwa na 🎶
Bahut bahut bahut basi val lagil gan tu❤❤❤ apunar gan borr xabdo borot ..bahut kiba kibi bisari pau .....love you prabin da.
আপোনাৰ গানবোৰৰ আলসুৱা শব্দবোৰলৈ অপেক্ষা থাকে........ 📌❣️
গান হৈ ৰোৱানা -ভাল লাগিল। 💌
👀🔥জুইফুল হোৱা, ৰ'দঘাই হোৱা ।
After a long time finally we are able to listen this masterpiece . Prabin has a next level voice and the song's of prabin borah always different. We are very very thankful to prabin borah for this song "GAN HOI RUWANA ".
AND , just keep going dada may shiv shankar bless you always .
👍👍
Thank you
@@PrabinBorah most welcome 🙏🙏 and keep going 👍👍👍
আপুনি সদাই প্ৰিয় দাদা ❤️ আপোনাৰ কণ্ঠ 👌👌❤️
বন্ধু ❤ ভাষা নাই ক'বলৈ। বহুত ধুনীয়া হৈছে।
Beautiful Prabin Da ,Hopun Da❤️😍
Ready 😍
শব্দবোৰ যে উফ কি কম । ❤️😍 Another masterpiece 🤩🤩
Bht dhuniya...hobdobure mon sui jai💜💜
Uffff..... Probin da.... Lyrics and your voice 💓💓💓💖
Xobdobilak hridoi sporkhi deiii..bhal hoise gaantu bohut..... best wishes 🙏
দাদা তবলাৰ শব্দত আপোনাৰ মাত তো বেছি শুৱনি হৈ পৰে, ভাল পাব খোজো গানটো সেইবাবে এতিয়াও শুনি আছোঁ❣️
গীতটিৰ প্ৰতিতো শব্দই হৃদয় চুই যায় । 😌
Mojja lagil prabin da. Bohut dhunia hoise💗
ককাইদেউ এনেকুৱা গান আৰু লাগে । আগবাঢ়ি যোৱা তুমি , তোমাৰ এই সুৰে বহুজনৰ মনত স্থান পাওক তাৰেই কামনা কৰিছোঁ Good Luck👍
বহুত ধুনীয়া হৈছে music, lyrics+ voice ❣️❤️🔥
আপোনাৰ শব্দৰ ব্যৱহাৰক প্ৰশংসা কৰিবলৈ ভাষা হিন ।❤️আৰু আগবাঢ়ি যাওক ❤️
An underrated masterpiece ! Need a lot of exposure to this fabulous voice!
উফ শব্দ 😍
কিয় ইমান মিঠা বাৰু...😌💙
Xundor prabin da ❤
sivsagr pora morm jasilu💕💕
All the best prabin...tmar Gan xuni bht vl lage..maje maje rock song ata duta di thakiba...❤ love from hajo
Ufffff😊😊😊eman dhunia gaan ......love ur creations alway
Aiyoo কবলৈ ভাষা নাই prabin Da 🌈❤️
Love From Golaghat ✨
আপোনাৰ কন্ঠ আৰু শব্দ উফ........ ❣️
Uff Prabin da ❣️❣️❣️❣️
Kiman dhuniya😣💓
Lots of love Prabin da!
Probin da ..val kam korisa.so val hoise buliye kom..huni bohut val lagil..💚💚💚
Wow Prabin Bhai bhut val lagil
Beleg bhut beleg ❤️
Aguwai jua tumi
Prabin da সদায় প্ৰিয় 😁. ধুনীয়া লাগিল💜🌹✨
Dhunia hoise Prabin Da ♥️😍🤗
মনৰ ভাষাবোৰ ❤️🔥
So soothing♥️🍃
Another masterpiece 🥺🥺🥺 still couldn't get over "bhal pabo khuju akou ebar" and now this song ❤️❤️❤️❤️❤️❤️❤️ thank you for making us fall for Assamese songs once again ❤️ much love 🌼🌼
ভাল হৈছে দেই তোমাৰ গান বোৰ । আগুৱাই যোৱাৰ আশীৰ্বাদ কৰিলোঁ ভাইটী।
In this EDM era, you are a gem! 🤗
With a great voice 💘.... always expected lyrics 💓.......i think this method of singing will flow like a brook in all the people of Assam😌💓💓....also you favourite "Prabin daa"💘 and his team💥
ইমান ধুনীয়া শব্দৰ গাঁথনি ক' ত পোৱা হে #Paaplu chetia ডাঙৰীয়া ❤️🥰
অপেক্ষাৰ অন্ত পৰিল, ভাল লাগিল❤
Khub dhuniya hoise dada ... ❤❤❤❤❤❤❤❤ Jorhat ahibo , log paam
ups and downs with my mood these days, thanks for such heavenly healing pieces.
Jiyai rakhise tumr gane❤️ val howk tumr😊
বহু অপেক্ষাৰ অন্ততঃ ❤️❤️❤️❤️
বহুত ভাল পাওঁ দাদা আপোনাক, আগুৱাই যাওক । বহুত ধুনীয়া হৈছে 🥰🥰🥰🥰😘😘♥️♥️♥️♥️♥️
Wow wow wahh kiba ata bhal lagi gol geet ti huni 🌻🌻👌😍
What a beautiful song Prabin Daa ❤️🌻, বুকুৰ ইপাৰ-সিপাৰ একেবাৰে ❤️
আপোনাৰ গানবোৰ সঁচাই বেলেগ। আৰু ধুনীয়া ধুনীয়া গান দি যাওক এনেদৰেই।
Awesome bro..... Nice lyrics, nice tune and awesome music.👌👌👌
ভাল লাগিল ককাই💚
এনেদৰে ভাল কামবোৰ💗কৰি যাওঁক👍
Wht a powerful voice..bro..love u bro 💓
এটি ধুনীয়া গানেৰে দিনটোৰ আৰম্ভনি হল..
uff words blk❤❤.... ru huni a thakim jn gan tu heh hua pst u.... emn vl lgise kobo vaha nai....lots of love to the whole team of this song..❤anedorei jn dhunia gan blk ru huni thkibole pau...best wishes bro for your upcoming songs👍👍🥰🥰... keep going...
আপোনাৰ গীতৰ সতে প্ৰথম চিনাকী হোৱাৰ দিনধৰি প্ৰতিদিনে, মোৰ সুখ, দুখ, কোলাহল, নিৰ্জনতা সকলোতে মাথোঁ আপোনাৰ গীতেই শুনিছো৷ এক কথাত আপোনাৰ গীতবোৰ "সুবাসৰ বা হৈ আহি , মৰমৰ লতা হৈ"" মোক মেৰিয়াই ধৰিছে৷ আশা ৰাখিছো আপোনাৰ দৰে শিল্পী সকলে সংগীত চৰ্চা কৰি থকালৈকে আমাৰ দৰে শ্ৰোতা সকল অসমীয়া সংগীতক লৈ নিৰাশ হ’বলগা কাহানিও নহ’ব৷ বহুত বহুত ধন্যবাদ আৰু শুভেচ্ছা থাকিল৷
Waw প্ৰবীণ দা!! সুন্দৰ
Wow...hur ati huwana gaan hoi ruwana💚✌
খুব সুন্দৰ 💕
What a masterpiece ❤️... Superb composition 🥺
Ufffff,ki dhuniaa 😭❤️
Playing with the words...bruh ur❤️🔥
আপোনাৰ প্ৰতিটো গানৰ সুকীয়া আমেজ।।। বহুত বেছি ভাল লাগিল❤️
Bhtttt xundor hoise...dada...❤️
তুমি যদি বিচাৰা মই গুণগুণনি হ'ম তোমাৰ প্ৰিয় গীতৰ......উফ❤️❤️❤️
Aapunar gan bur honible bor opekhya re bat Sai rou 🥰❤️
তুমি ফাগুনৰ এছাতি মলয়া বতাহ
পৰি ৰোৱা সৰাপাতৰ দলিচা
তাকেই বুটলি লও নিজৰ কৰি
সোঁৱৰনি...... ✨🍁
Bukur jui ekura numuai di jai tumer gaaan burr🌼🌼
Waaahhh.. mindblowing👌... Prabin
Uff what a song what a vibe .Hopunor music manai kiba ata magical . Keep rocking bro
কন্ঠ ,শব্দ, সুৰ 😍
Bhut dhuniya Dada 💖always fv🌼💖
বৰ মিঠা 💕 মৰম দিলো ককাই❤️❤️❤️
মিঠা সুৰ, মিঠা কণ্ঠ, মিঠা শব্দ উফ🥺❤🔥