বিয়া খাব নাপালো 😂😂 Prank Call to Priyam Pallabee II বহুত জমনি হ'ল 😃😃 চাওঁকচোন.. Mayur Mix Assamese
HTML-код
- Опубликовано: 22 авг 2021
- এটি সুন্দৰ Prank Call ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়ালোঁ...
আশাকৰোঁ আপোনালোকে নিশ্চয় ভাল পাব..
❤️😍😍
A Prank Call to actress Priyam Pallabee by actress Shyamalima Das
Prank call to Dipankar Roy-
• পাৰ্টী কৰিম দুয়ো 😂😂 P...
❤️
Follow me on Facebook-
RUclipsr Mayur Manash
Follow me on Instagram-
Mayur Manash
Thanks ❤️😊
#prankcall #priyampallabee #interview Развлечения
নমস্কাৰ সকলোকে🙏🥰
মোৰ দ্বিতীয় চেনেল "Mayur Creation" Subscribe কৰিলে নে❤️❤️⬇️
ruclips.net/video/NnPgaa7R35k/видео.html
Moi korilu
Tq mayur da mur request monar karone next priyam baar pora call koriba💓💓💓💓love you
Khaju aasu
Kintu vigu da t ke priyam pollobi ba dhuniya
Karisu dada
প্ৰিয়ম বাৰ এই সহজ-সৰলতাৰ বাবে বা পৃথক তথা আকৰ্ষণৰ কেন্দ্ৰবিন্দু।।
সদায় সুখত থাকক
প্ৰিয়ম বা সচাকৈ বহুত সহজ-সৰল আৰু মৰমীয়াল হয় দেই ❤️❤️,ভৃগু দা সচায় বহুত লাকী দেই প্ৰিয়ম বাৰ দৰে ইমান সহজ-সৰল মানুহ এগৰাকী পাইছে 🥰🥰
Hasake
Hasake bohut val lage priyam pallabee bak
Hosake daiji ba
ruclips.net/video/R-XBmTVPdPE/видео.html
Hasake deii ❤️❤️❤️❤️
Aioo🥰🥰🥰 ইমান মৰম লগা প্ৰীয়ম পল্লবি বা ❤️🌸 ব্যৱহাৰ বহুত ভাল🌸🥰🥰 আজি দিনত এনেকুৱা ভাল ব্যৱহাৰ কৰা মানুহেই নাই😘❤️🌸 ইমান ভাল প্রীয়ম বা😘😘😘 প্ৰমাণ আজি__❤️ সহজ সৰল মনৰ, চাফা মনৰ , খং নথকা ... ইমান মৰমিয়াল 😘😘😘😘❤️❤️🌸🌸মৰম থাকিল বহুত🌸🌸💝💝💝
ইমান সহজ সৰল প্ৰিয়ম পল্লবি বা বহুত বহুত ভাল , মানুহ হে কথা কোৱাতে গম পাই মানুহ জন কেনেকুৱা হব , সঁচাকৈ প্ৰিয়ম বা মানুহ ক বহুত ভাল ব্যৱহাৰ কৰে, আজি গম পালো, আৰু আপোনাৰ video বোৰ চাই বহুত ভাল লাগে, এনেকৈ সদায় ভাল ভাল কাম বোৰ কৰি যাব , ভগবান ৰ আশীৰ্বাদ সদায় আছে আপোনা লোকৰ মাজত ❤️❤️❤️❤️❤️❤️❤️👍
প্ৰিয়ম বা মোৰ আগৰ পৰাই প্ৰিয় 💚🥺 কিন্তু আজিৰ এই ভিডিঅ'টো চোৱাৰ পৰা আকৌ অধিক হৈ মৰমৰ হৈ পৰিল😊😍 প্ৰিয়ম পল্লৱী বাৰ পৰা শিকিব লগা বহুত আছে
অসমীয়া চিনেমা জগতৰ সচাঁকৈ প্রিয়মৰ বাৰ দৰে ছোৱালী পাবলৈ বহুত কঠিন,
Right
Ekmot...
Right
ruclips.net/video/R-XBmTVPdPE/видео.html
Bohut bhal pallabi baa
প্ৰিয়ম বা সচাকৈ বহুত ভাল। ইমান সহজ সৰল আৰু মোৰ বাক বহুত ভাল লাগে।
প্ৰিয়ম বা ইমান সহজ সৰল ছোৱালী 😍 অলপো খং নাই বা তোমাৰ ❤❤❤প্ৰিয়ম বা তোমাৰ ব্যৱহাৰ সচাঁই বহুত ভাল ❤❤😍😍
Hosakoi bow bohut val 😍
ruclips.net/video/R-XBmTVPdPE/видео.html
প্ৰিয়ম বা সচাকৈঁ ইমান সহজ সৰল আৰু কথাবোৰ শুনি বৰ ভাল লাগে ❤️
Xosa koi bor vl lage
ruclips.net/video/R-XBmTVPdPE/видео.html
Vdo টি চাই বহুত ভাল লাগিল 😍😍 প্ৰীয়ম বা সঁচাকৈয়ে বহুত ভাল আৰু মৰমীয়াল । বাৰ কথাবোৰ শুনি বহু বহু বহুত ভাল লাগিল 😍😍 Love u প্ৰীয়ম বা❣️❣️❣️😘😘🥰🥰
Priyam pallabi ইমান সুন্দৰকৈ কথা কয় সঁচাই 😍😍🤗
প্ৰিয়ম বা ক বহুত ভাল লাগে ইমান ভাল বা জনি❤️❤️❤️
সচাকৈ প্ৰিয়ম বা বহুত ভাল বহুত ভাল লাগে প্ৰিয়ম বাক।🥰😘❤️
আজি দিনতো ইমান সহজ সৰল মানুহ আছে নে? সদায় যেন এনেদৰে থাকক পিয়ম পল্লৱী বা ভগৱান ওচৰত প্ৰাৰ্থনা জনাইছোঁ
Hosakoi dei bhut vl priyam baa.
প্ৰিয়ম বা ক সচাকৈ বহুত সহজ সৰল ,বহুত ভাল লাগে , বহুত প্ৰতিভা শিল্পী গৰাকীৰ, ভগৱানে আপোনাক কুশলে ৰাখক।
প্ৰিয়মবা সঁচাই বহুত সহজ সৰল আৰু লগতে বহুত মৰমিয়াল হয় ❤️
প্ৰিয়ম পল্লবী বা ক যেতিয়া লগ পাইছিলো সচাঁই বহুত ভাল লাগিছিল ❣️ বহুত সহজ সৰল হয় বা জনী ❤️😘😘 কথাখিনি শুনি বৰ ভাল লাগিল ❣️❤️😘
ruclips.net/video/sDy2Q7Ab-kM/видео.html
Kot paisila log
@@pronatisaikia675 লালুকত মে-ডাম-মেফীত আহিছিলে তেতিয়া লগ পাই ছিলো
@@Pinkipranab_mini_vlogs_ number tu tumi loisila neki
@@huwalagogoihuwalagogoi8236 nai lua
প্ৰিয়াম বা সচাকৈ বহুত সহজ সৰল বহুত ভাল লাগে 🥰🥰🥰🥰🥰
Pallabi baa moi tumrk bhut val lagesa
প্ৰিয়ম বা সচাকৈ বৰ মৰমিয়াল ❤️🧡💛
ইমান ধুনীয়াকৈ কথা পাতিছে প্ৰিয়ম বা।।বহুত ভাল লাগিল।।
প্ৰিয়ম বাক বহুত ভাল লাগে মোৰ🥰🥰❤️❤️।sob prank call bur imn dhunia 🥰🥰🔥🔥
বহুত বেছি ভাল লাগিল 🥰❤️ প্ৰিয়ম বা এ ইমান ধুনীয়াকৈ কথা পাতিছে আৰু শ্যামলিমা বা আৰু ময়ূৰ দা এ ইমান ধুনীয়াকৈ কৈছে হাঁহি ৰখাব নোৱাৰিলোঁ 😂
প্ৰিয়ম বা voice2 বহুত ধুনীয়া🥰
Omg iman simple priyam ba... . Priyam ba r pora olop homoyot a bohut ktha hikiboloi palu... aji loike iman val n hohoj horol actress dekha nasilu. God bless you baa
preeyam pallabi baa xosai xohoj xorol...bhut val lagil sai😊
প্ৰিয়ম বা বৰ মৰমীয়াল হয়।ভাল লাগিল বহুত 💕
Respect for Priyam, this depicts her simple nature unlike many other actresses.. specially when someone doesn't know who they are talking to, their attitude shows everything...
আচলতে prank call ত সকলোৰে আচল আচাৰ আচৰণ প্ৰকাশ পাই।। ইমান সহজ হব বুলি কেতিয়াও কল্পনা কৰিব পৰা নাছিলোঁ।। বহুত ভাল লাগিল। ❤️
Priyam pallabi baa bht bci hohoj horol ru moromiyal hoi.....emn dhuniya bebohar manuhor proti👍👍👍my favourite actress priyam baa
Priyam pollobi bak mur bohut Val lage and priyam baloi prank call korar babe bohut bohut Val lagil,, thank you so much priyam baloi prank call korar babe,,,i love you priyam pollobi baa,,,iman morom loga Tumi
মানুহজনী মেইন ভৃগু দাৰ মানুহজনী মেইন ❤️❤️😂❤️👍 Love from Changsari
😀😀😀😀
সচাকৈ কথাবোৰ ইমান মিঠা পল্লৱী বাৰ।।
Priyam ba sasahke bhut maramiyal😘❤️lv u so much baa❤️❤️
So cute Priyam baa ♥️♥️🙏🙏🤩🤩😘
😛😝😝😝😝😭😭
Priyam pallabi baa 💝💝 is my favorite actress 💛 he is very good 😇😇 very nice 💟💟
প্ৰিয়ম বা সচাই বহুত ভাল।
Priyam Baa imn xohoj xorol xsai ❤️❤️Vreegu Da xsai lucky ❤️❤️❤️ Priyam Baa love you 😘😘
প্রিয়ম বা তুমি বহুত ভাল হয় ❤তুমি ইমান সহজ সৰল 💞 আৰু তুমি সদায় এনেকৈয়ে হাঁহি ধেমালি কৰি থাকিবা ❤❤❤❤❤❤❤❤❤❤❤❤
Baaprey...emaan amoni diuteu Priyam e je patience rakhi kotha bur koise bhabibo nuari dei. Love 💕 to Priyam . God bless her.
বহুত বেছি ভাল লাগিল দাদা আপোনাৰ সোনকালে যাতে 300kহয় যাতে তাৰে কামনা কৰিলোঁ
বহুত ভাল লাগিল , তোমালোকৰ অভিনয় সুন্দৰ ।
Pallabi ba hosake eman sweet😍❤️
প্ৰিয়ম বা বহুত ভাল মনৰ বুলি আজিহে গম পালো।
🙏🙏পিয়মৰ খং নাইনেকি 🙏🙏❤❤❤ভাল লাগিল
Priyam ba alwys cool🤗😘❤✨
প্ৰিয়মৰ ব্যৱহাৰ সচাকৈ বহুত ভাল l ভৃগু কাশ্যপ বিশ্বৰ আটাইতকৈ ভাগ্যৱান ব্যক্তি
O My God
Priyam baa eman cute hy❤️❤️
Eman kamur dise tathapi priyam baa a eman smoth ktha koi...Love u lotse ba❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
Priyam baa i bhut val ke kotha botora pate❤️
প্ৰিয়ম বা সঁচাকৈ বহুত সহজ সৰল
ইমান ভাল প্ৰিয়ম বা তুমি 🥰🥰🥰🥰❤️❤️❤️❤️❤️❤️😘😘😘😘😘
Priyam ba my all time favorite 🥰🥰
Agor porai janisilo priyom baa bht besi vl buli,,,aji j prank call t o bht vl lgil bak,,,,priyam baa agoloi o ankoyei thakok,,,tare kamona,,,,adin vreegu dar o prank call lage
Priyam ba tumi hosake bhut vl de😍😍😍
প্ৰিয়ম বা মোৰ অতি প্ৰিয় অভিনেত্ৰী❤❤❤
Priyam ba khxakoi bht xohoj xorol.. Lv u so much priyam ba😘
অতি সুন্দৰ ময়ূৰ দা❤️
Mojjaa❤️❤️👍👌👌👌👌
প্ৰিয়ম pallabi বা ইমান সহজ সৰল ভাল লাগিল
প্ৰিয়ম বা সচাকৈ so sweet 🥰🥰🥰
love you forever priyom pallabi baa ❤
কামৰূপ জিলাৰ পৰা মৰম যাচিলোঁ।
সঁচাকে প্ৰিয়ম বা বহুত ভাল হয় দেই ... ভাল লাগিল ..♥️♥️
ধৈৰ্য্য আছে দে প্রিয়ম বাৰ 😍😍
😄😄❤🥰🌹
Priyam baa hosake bohut hohoj horol hoi bohut vl lagel sai🌺🌺
Apunr prank call sai really mojjjjjjjjjjjaaaaa lage🙏🏻🙏🏻🙏🏻🙏🏻👌👌👌👌aru di thakibo
প্ৰিয়ম পল্লৱী বা ইমান ভাল বহুত সহজ সৰল হয়😍
"কাইলৈ পৰহিলৈ তাই পাৰিব নহয়"--- ইমান মৰমলগা ঐ
তোমালোকৰ দুয়োজনৰ acting awesome 👍❤️❤️
Hi priyam pallabee by apna
Mojja lagise Mayur da ❤️❤️❤️
Hosake Priyam ba bohut val ru bohut morom loga. Bohut val lagil video tu sai. Priyam bak u matibo apunar show t ebar 🤗🤗🤗
Omg priyam ba r voice Tu iman dhuniya aru iman dhuniya k kothabur koi
Val lagil mayur da 🤗❤❤
প্ৰিয়ম বা আপুনি বহুত মৰমিয়াল সাঁচকে
প্ৰিয়ম বা জনী বৰ সহয সৰল দেই......... ভাল লাগিল।
Vreegu daa osake apuni lucky dei Priyam baar dore manujoni ajoni pai love you Vreegu daa, Priyam baa and Mayur daa..
My fav actress priyam ba 😍🥰
My favourite actress Priyam Pallabe
💕, bohut simple😍, moja lagil😂✨❤
মজা লাগিছে দাদা😄😃😄😄
Hosakoi priyam bA bhut hoj horol dei, video tu sai bhut bhut bhut Vl lagil ☺.
Priyam Ba babe like ata ❤👍
বহুত ভাল লাগিছে
Bohut bohut dhuniya laghisa 🔥😘
Iman thanda priyam pallabe baa❤❤
তিনিও জনকে ভাল লাগিল।
Mojja 🥰
Video tu sai bohut bohut besi vl lagil ❤️ tumr video bur sai bohut vl lage 🥰 agoloi aguwai juwa Tumi mayur dada
Lots of love Priyam ba 💞
Really very simplicity Priyam Pallabi.
Video tu bohut val lagise... Lots of love ❤️❤️ Go ahead 🥰🥰
জয় আই অসম ❤️❤️❤️
Xosa k bhut val lagil... 😇❤.. Priyam baa k xsa k bhut val lge😇❤
Priyam baশচাই বৰ সহজ সৰল দেই💕💗❤️💞😍
Dhuniya lagise ba . Mojjah hoise. 👌👌👌
Xosakoi Priyam baa xosai xohoj xorol.... Baa r dore ovinoi jgott actress pua2 bohut tan xosai baa k bohut bohut vl lgil aji prank call t emn dhuniya koi ktha ptar babe 😍😍😘😘lve u baa 😍😍😘😘😘😘😘😘😘😘😘
Priyam baa eman j val nohoi, bor val lagil ❤️ love u baa ❤️😍
প্রিয়ম বা সচাঁই বহুত ভাল....❤🤗
Mojjaa
প্ৰিয়ম বা ৰ বাবে এটা like 👍
Priyam ba k mur bhut bhut val lage moi log pua nai jodiu moi bhut val pau I love you Priyam ba ❤️🤩😍🥰❤️😘😍😘❤️
Bohut val lagil video tu sai ❤️🔥❤️...