কিমান টকা দিলে বদৰুদ্দিন আজমলে ? কিয় ভৰিত ধৰিছে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘই ?

Поделиться
HTML-код
  • Опубликовано: 19 окт 2024

Комментарии • 107

  • @MinuBania-s8x
    @MinuBania-s8x 2 дня назад +1

    Jai Shri Krishna

  • @konchenjchetia4197
    @konchenjchetia4197 Месяц назад +2

    Sondar val lagil ..sinta dharana bilak enedhanor hobo lage.

  • @assamesgayatrimixgouri2570
    @assamesgayatrimixgouri2570 3 месяца назад +8

    সুন্দৰভাৱে ব্যাখ্যাভাগ আগবঢালে,,আইগৰাকীলৈ আমাৰ ভক্তি অঞ্জলি নিবেদন কৰলো। কৃষ্ণ

  • @julidutta7607
    @julidutta7607 2 месяца назад +5

    বৰ ভাল লাগিল আপোনাৰ বক্তব্য। কিছু সংখ্যকে সদায় শ‌ঙ্কৰ শঙ্ঘক বদনাম কৰিবলৈ বিচাৰি ফুৰে।ভাল বেয়া সকলোতে থাকে।শঙ্কৰ শঙ্ঘই কৰা সৃষ্টি শীল কমবোৰক কিন্তু সেই সকলে স্বীকৃতি নিদিয়ে।

  • @sanjaybharaliofficial7163
    @sanjaybharaliofficial7163 Месяц назад +2

    Student of Sankardev Vidya Niketan + Asylum of Sankar Sangha = Next Gen's Powerfull Spirituality .. 🙏🏻

  • @NKMedia-d6k
    @NKMedia-d6k 4 дня назад

    বৰ সুন্দৰ কথা কৈছে এঞ্জেলা চাংমাই
    শংকৰ সংঘত থকা মানুহে কিয় গাহৰি,কুকুৰা পুহিলে জুই-পানী একাষৰীয়া কৰে সমাজৰ পৰা সেই বিষয়ে এটা Video বনাবছোন

  • @montusaikia9547
    @montusaikia9547 6 дней назад

    ❤❤ মজা 🙏🙏

  • @Bhabesh-ek6qu
    @Bhabesh-ek6qu Месяц назад

    কৃষ্ণ কৃষ্ণ আই 🙏সেৱা নিবেদিছো

  • @funnyvideo6663
    @funnyvideo6663 23 дня назад

    Om shanti

  • @AnjanaBaruah-s7t
    @AnjanaBaruah-s7t Месяц назад +1

    ধন্যবাদ ভাল লাগিছে কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏👍

  • @someshwarpatar1167
    @someshwarpatar1167 2 месяца назад +1

    বহু বহু ধন্যবাদ সুন্দৰ মন্তব্য আগবঢ়োৱাৰ বাবে ,।

  • @KhagenBora-c9l
    @KhagenBora-c9l 2 месяца назад +1

    ,, সুন্দৰ বাখ্য ,বহুত বহুত ধন্যবাদ ।

  • @pranabdas7121
    @pranabdas7121 3 месяца назад +9

    শংকৰদেৱ সংঘ কাৰো বাপেকৰ সম্পত্তি নহয়,,মুছলমান মানুহৰ হৃদয়ত প্ৰেম আছে,,নামঘৰ বনাৱলৈ মাটি দান দিছে,,হিন্দু মুছলমানৰ মাজত সংঘাত শংকৰদেৱ সংঘই নিবিছাৰে,,আৰু পাপ কৰ্ম ৰ দ্বাৰা উপাৰ্জন কৰা ধন শংকৰদেৱ সংঘক নেলাগে,,,ছিণ্ডিকেট আৰু কমিছনৰ ধনৰ পাপ অন্ন খাই ভকত বৈষ্ণৱ সকলক পাপ সাগৰত ডুব যোৱাৰ অনৈতিক শিক্ষা শংকৰদেৱ সংঘত স্থান নাই,,ভাগৱত দৰ্শন শংকৰদেৱ সংঘৰ আদৰ্শ,,নমামি ব্ৰহ্মপুত্ৰ পাতি কৌতি কৌটি ধন শৰাধ কৰা শংকৰদেৱ সংঘ নহয়

  • @MinuBania-s8x
    @MinuBania-s8x 2 дня назад

    OM NAMAH SHIVVAY

  • @horinamoramiyarokh3890
    @horinamoramiyarokh3890 7 месяцев назад +3

    কৃষ্ণ,,,সুন্দৰ বিশ্লেষণ।।

  • @dhirajpathak440
    @dhirajpathak440 6 дней назад

    Baa apunar big friend. Apunar lgt abar kotha kobo bohut mn ase plz request

  • @NikunjaSaikia-o6e
    @NikunjaSaikia-o6e День назад

    এই ফতুখন দেখি এনঞ্জেল চাংমাই বাইদেউ নহয় নহয় লাগিছে

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 3 месяца назад

    বহুত বহুত suveswar জনালোঁ আগ বাঢ়ি যোৱা সুন্দৰ হৈছে

  • @saratkalita7685
    @saratkalita7685 5 дней назад

    কৃষ্ণ কৃষ্ণ

  • @binodbaishya7261
    @binodbaishya7261 2 месяца назад

    Thanks a lot for clarification among public.🙏🙏🙏Krishna 🙏🙏🙏

  • @dipjyotibhyan1931
    @dipjyotibhyan1931 2 месяца назад +1

    🙏Baa

  • @hopunmorisika8180
    @hopunmorisika8180 29 дней назад

    চাংমাই তুমি অগ্নি ❤❤

  • @JaduSaikia-zc6ct
    @JaduSaikia-zc6ct 8 дней назад

    Hundar mantoyboy

  • @pratikrshyam1888
    @pratikrshyam1888 3 месяца назад +7

    আপোনাৰ কথাখিনিৰ কিছু যুক্তি নথকা নহয়; কিন্তু বদৰুদ্দিন আজমল হ'ল এটা সাম্প্ৰদায়িক ৰাজনীতি কৰা দলৰ মুৰব্বী। তেওঁ বিভিন্ন সময়ত সাম্প্ৰদায়িক আৰু হিন্দু বিৰোধী মন্তব্য কৰি আহিছে। বিগত লোকসভা নিৰ্বাচনৰ সময়তো তেওঁ কৈছিল যে গৌৰৱ গগৈয়ে যিহেতু মছজিদলৈ গৈছে, গতিকে তেওঁ এতিয়াৰ পৰা মুছলমান হ'ল আৰু হিন্দুসকলে তেওঁক ভোট দিব নালাগে। সেয়ে এনে নিকৃষ্ট আৰু সাম্প্ৰদায়িক ৰাজনীতি কৰা ব্যক্তিক শংকৰ সংঘৰ মজিয়ালৈ নিমন্ত্ৰণ কৰাটো অনুচিত বুলি ভাবো।
    (আমি হিন্দুত্ববাদী ৰাজনীতি কৰা দল আৰু ব্যক্তিৰো বিৰোধী)

    • @WhatsthehellXyz
      @WhatsthehellXyz Месяц назад

      ৰাজনৈতিক দলৰ লগত জঢ়িত থকা আৰু বিতৰ্কিত ব্যক্তি সকলক শংকৰ সংঘৰ অনুষ্ঠানৰ পৰা নিলগাই ৰাখিব লাগে।
      হিন্দু মুছলমানৰ নামৰ সমাজত অবিশ্বাস আৰু ঘৃণা বিয়পোৱা সকলো সাম্প্ৰদায়িক ব্যক্তি সমাজৰ বাবে ক্ষতিকাৰক ।

  • @pradipnath2403
    @pradipnath2403 Месяц назад

    Khub sonder baidew.

  • @MantuAli-dr2nu
    @MantuAli-dr2nu 2 месяца назад

    Thenk u baido uponi aru agowai jaok

  • @ranjumonborah860
    @ranjumonborah860 4 дня назад

    Very nice

  • @DipankarBora-m8d
    @DipankarBora-m8d 2 месяца назад +2

    কৃষ্ণ আই সুন্দৰ কথা কৈছে।কিন্তু তাবিজ তো শৰণীয়া ৰ বাবে হয় জানো।

    • @rajani149
      @rajani149 2 месяца назад

      😂😂 আপোনাৰ চকুৰ শলাগ ললো... কথা আৰু কৰ্মৰ মাজত থকা বিভেদ...😅😅😭😭

    • @rajkumardihingia2331
      @rajkumardihingia2331 Месяц назад

      হয়তোন,,সংঘৰ বাপসকলৰ পৰা হাত সাৰিবলৈ,,,,কিছুমান মানুহে স্বাৰ্থৰ বাবেহে ধৰ্ম কৰে,শাস্ত্ৰ পঢ়ে,,,ৰাতি দেখিব সেইভাগি ধোঁৱাচাঙত....

  • @someswarkoch6459
    @someswarkoch6459 Месяц назад

    হয়, শঙ্কৰ সঙ্গ‌ই টকাৰ কাৰণে বহুত তললৈ যাব পাৰে

  • @nirjurajgogoi319
    @nirjurajgogoi319 Месяц назад

    মুছলমানলোকে আগৰপৰাই শঙ্কৰসঙ্ঘলৈ বহুলোকে বহু দান আগবঢ়ায় আহিছে। ই‌আত নতুন কথা একো নাই।

  • @dhaniramgogoi7745
    @dhaniramgogoi7745 Месяц назад

    Right

  • @MahmudAli-x1r
    @MahmudAli-x1r 6 дней назад

    Good

  • @NibaranBorah-t5y
    @NibaranBorah-t5y 3 месяца назад

    Hundor kotha bhal lagil bhonti .tumaloi oxekh Dhonyobad..........

  • @binakumarigogoiborah8407
    @binakumarigogoiborah8407 2 месяца назад

    অতি সুন্দৰ মন্তব্য ❤❤

  • @WhatsthehellXyz
    @WhatsthehellXyz Месяц назад

    আজি সকলো কথাতে মূল বিষয় হৈছে হিন্দু মুছলমানৰ খেল । বিজেপি আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ আৰু আন আন উগ্ৰ সাম্প্ৰদায়িক হিন্দু ধৰ্মৰ আলম লৈ গঠন হোৱা হিন্দু সাম্প্ৰদায়িক শক্তিৰ একমাত্ৰ কাম হৈছে সমাজৰ মুছলমানৰ নামত বিদ্বেষ সিঁচি , ভয় ভাবুকি আৰু ঘৃণা বিয়পাই দেশত ক্ষমতা দখলৰ কৰা। তেওঁলোকৰ লক্ষ্য হৈছে হিন্দু হিন্দী আৰু এক বণিয়া গোষ্ঠীক দেশৰ সম্পত্তি সমূহৰ ওপৰত একছত্ৰী সম্ৰাট বনোৱা।
    আমাৰ অসমীয়া সমাজ খন যি হাৰত কুলসিত হৈ গৈ আছে যে এদিন আমাৰ অৱস্থা বান্দৰক পিঠা ভগাবলৈ দিয়া মেকুৰী কেইটাৰ অৱস্থা হবগৈ। এতিয়াও হাতত সময় আছে আমি বিজেপি দল আৰু তেওঁলোকৰ মন্ত্ৰণাদাতা দাতা সাম্প্ৰদায়িক সংগঠনৰ চক্ৰবেহুত পৰা ওলায় অহাৰ।
    আপোনাৰ বলিষ্ঠ অভিমত ভাল লাগিল । আশা কৰোঁ আন বহু লোকে ইয়াৰ দ্বাৰা চেতনা, হিতাহিত জ্ঞান ঘূৰাই পাব।
    ধন্যবাদ।

  • @jiyankvlogs2469
    @jiyankvlogs2469 Месяц назад

    Nice baa ❤

  • @champakrajbongshi2163
    @champakrajbongshi2163 3 месяца назад

    বাইদেউ আপোনাৰ ভাষনবোৰ বহুত ভাল লাগে।প্ৰতিটো কথাতে এটা ভাল বাৰ্তা থাকে❤❤❤❤।

  • @ranjitdutta3411
    @ranjitdutta3411 3 месяца назад +1

    নোহো জানা আমি চাৰি জাতি চাৰি আশ্ৰমী নোহো আতি নোহো ধৰ্মশীল দান ব্ৰত তীৰ্থগামী । নামঘোষা-৬৭০। পৰ ধৰ্মক নিহিংসিবা কদাচিত । কৰিবা ভূতক দয়া সকৰুণ চিত্ত।। ভক্ত প্ৰদীপ -১৪১। কলিৰ ধৰ্ম হৰি নাম জান। পাপীৰ নিন্দাত নিদিবা কাণ ।। ঘোষা-৭। " নাহি ভকতিত জাতি অজাতি বিচাৰ । কৃষ্ণ ভকতিত সমস্তে অধিকাৰ"।

  • @PinkuNeogAllAssamFamous
    @PinkuNeogAllAssamFamous 3 месяца назад

    সুন্দৰ বা ❤❤love you from dibrugarh rajgarh ❤

  • @JageswarBasumatary-y3e
    @JageswarBasumatary-y3e 2 месяца назад

    Thanks for clarification

  • @kukhenbaruah6052
    @kukhenbaruah6052 3 месяца назад

    Kotha bur ki koise huna nai kintu imn val lagil apunak saie thakilu❤❤

  • @tapanray5469
    @tapanray5469 2 месяца назад

    সুন্দৰ কথা কৈছে

  • @AbdulHye-pm5kv
    @AbdulHye-pm5kv 3 месяца назад

    Excellent with Thanks

  • @MahmudAli-x1r
    @MahmudAli-x1r 6 дней назад

    ❤❤❤

  • @KamalKalita-wu5fm
    @KamalKalita-wu5fm 3 месяца назад +1

    Thanku kotha khini bojai diary babe

  • @HemoKachari
    @HemoKachari 3 месяца назад

    Thanks again Thank goodness

  • @NG-cg3ip
    @NG-cg3ip 2 месяца назад

    Khoub xundor

  • @ranjanborah8190
    @ranjanborah8190 3 месяца назад

    কৃষ্ণ আই, গোঁৱাই গাই থাকিবলৈ দিয়ক,,, puroth ধানৰ মাজত পতান ধান থাকেই,, sesot পতান ধান বতাহত উৰুৱাই দিয়া হয়... জয় গুৰু শংকৰ

  • @manowarabegam7560
    @manowarabegam7560 Месяц назад

    Manuh sop manuh ...jatik loi eman boya vab

  • @SumantakumarDas-u7q
    @SumantakumarDas-u7q 3 месяца назад

    You are right .Hinduism is such a religion where all section of people irrespective of caste, creed, religion. There is no discriminnation in hinduism.Hinduism teaches us Basudoibo kutumbokom. Some fundamentalists are spreading hatred in the name of religion just for political benefit. Universal love and purity of hinduism has attracted lakhs and lakhs of people of other religions such as Cristian ity,Islam, towards Hinduism . Many foreigners are now being attracted towards Hinduism.

  • @krishnagogoi1657
    @krishnagogoi1657 2 месяца назад

    যি বিলাকে কৈছে সেই বোৰৰ আধ্যাতমিক শিক্ষা একেবাৰেই নাই আৰু থাকিলেও আনক সেই শিক্ষা নিদিয়ে |

  • @AkhilKalita-e4p
    @AkhilKalita-e4p 3 месяца назад +1

    Right kotha

  • @mahanpuja7915
    @mahanpuja7915 3 месяца назад

    Bhal lagil Krishna aii.

  • @chinmay7537
    @chinmay7537 2 месяца назад

    জয় গুৰু শংকৰ ❤🙏🙏🙏

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 7 месяцев назад +1

    জয় জগত গুৰু শঙ্কৰ কষষ

  • @dr.gobindamoral7359
    @dr.gobindamoral7359 2 месяца назад

    মহাশয়া,
    তাহানিৰ মোগলৰ সেনাপতি মান সিংহ আৰু ৰাম সিংহৰ নিচিনা হিন্দুৰ হিন্দুত্বৰ আদৰ্শই আজি বিশ্ব পৰিক্ৰমাত ভাৰতক এই দুখ লগা নিৰ্মম স্থিতিত অৱস্থান কৰিাইছে বুলি বিশেষজ্ঞ সকলে মত পোষণ কৰে । ঠিক তেনেকৈ আধুনিক যুগৰ অসম মূলুকাৰ অগপ আৰু প্ৰফুল্ল মহন্তৰ নিচিনা জাতীয়তা বাদৰ আদৰ্শই বৰ্ত্তমান ৰাষ্ট্ৰীয় পৰিক্ৰমাত অসমীয়াৰ অস্তিত্বৰ সংকটৰ সৃষ্টি কৰা নাইনে ? গতিকে কথাবোৰ তেনে দৃষ্টিৰে ফহিয়াই চাবলৈ অনুৰোধ জনালো। আপোনালোকৰ কৃত কৰ্মৰ বাবে জাতীয় তথা ৰাষ্ট্ৰীয় সংহতিত কি প্ৰভাৱ পৰিব পাৰে সেই কথা লৈ অলপ বিশ্লেষণাত্মক আলোচনা কৰাটো নিন্দনীয় নহৈ আদৰণীয় হে হোৱা উচিত ।ধন্যবাদ ।

  • @manabkonwar423
    @manabkonwar423 2 месяца назад

    ধন্যবাদ

  • @manoranjankalita2056
    @manoranjankalita2056 3 месяца назад

    Xundor baieeo

  • @jubelahmed8936
    @jubelahmed8936 Месяц назад

    🙏🙏🙏❤

  • @nilutpalhazarika4391
    @nilutpalhazarika4391 2 месяца назад

    All right...

  • @jaimaparbatijaimaparbati7180
    @jaimaparbatijaimaparbati7180 4 дня назад

    Khubvalbatajanisa 6:07

  • @PulanNath-h7y
    @PulanNath-h7y 2 месяца назад

    Bhal lagise

  • @manashjyotiborah6895
    @manashjyotiborah6895 8 месяцев назад +1

    কৃষ্ণ

  • @rubulborah4552
    @rubulborah4552 3 месяца назад

    Good👍🌏

  • @GuneswarBora-uc7ce
    @GuneswarBora-uc7ce 3 месяца назад

    Angela bohut positive kotha koisa

  • @rajibsaikia1261
    @rajibsaikia1261 11 месяцев назад +1

    Krishna

  • @Damodar-q7c
    @Damodar-q7c 3 месяца назад

    Right Krishna Krishna

  • @bitupanhazarika8172
    @bitupanhazarika8172 3 месяца назад

    Manuhe Samaj gohe kintu Somaje manuh nogohe.....

  • @dipankarmedhi607
    @dipankarmedhi607 2 месяца назад

    Tumar kotha bahut vale

  • @localentertainment6822
    @localentertainment6822 3 месяца назад

    I am your bigfriend ❤❤❤

  • @MohidulIslam-xj5ug
    @MohidulIslam-xj5ug 3 месяца назад

    Ajmol jindabad

  • @mborah8728
    @mborah8728 2 месяца назад

    🙏

  • @manashgogoi7747
    @manashgogoi7747 2 месяца назад

    💯👍👍👍

  • @PrashantaNath-s5c
    @PrashantaNath-s5c 3 месяца назад

    Krisna

  • @PopySonowal-yq9sq
    @PopySonowal-yq9sq 2 месяца назад

    🎉

  • @BiplabDekaBabu-rp3px
    @BiplabDekaBabu-rp3px 3 месяца назад

    Xundar koise......

  • @manowarabegam7560
    @manowarabegam7560 Месяц назад

    Puja ji pate ..sanda ji tule okl hindure tule na ..muslman gitar pora kio tule titai kok jai ..jatitu

  • @MinuBania-s8x
    @MinuBania-s8x 3 месяца назад

    Hinduk Hinkha Kore

  • @amrltdtta660
    @amrltdtta660 3 месяца назад

    😊

  • @manashchetia7685
    @manashchetia7685 3 месяца назад

    Kishna vanty

  • @debabrata9864
    @debabrata9864 2 месяца назад

    You are disciple of Lurinjyoti and Akhiluddin whose aim is to Muslimappeasement policy.

  • @hemantadas4772
    @hemantadas4772 2 месяца назад

    Dhomoto thakoto hore kadapetu nepesolno vore.

  • @ajitrabha6646
    @ajitrabha6646 3 месяца назад

    Baidu aponi rabha nki

  • @debabrata9864
    @debabrata9864 2 месяца назад

    Read the history of Muslims of the Indian subcontinent and inview of their notorious historical record we don't support a Muslim in Hindu religious organizations. You are doing Congressi politics in SSS.

  • @muningogoi8215
    @muningogoi8215 2 месяца назад

    Kam nai tahatar

  • @rajani149
    @rajani149 2 месяца назад

    তথাপিটো বদৰুদ্দিন আজমলৰ দৰে লোকক বৰ পিৰা পাৰি দিয়াটো উচিত হোৱা নাই... যি জন মানুহে ইমান বিতৰ্কিত মন্তব্য কৰে, বিশ বাষ্প বিয়পাই তেঁওক এটা ধৰ্মীয় জাতীয় অনুষ্ঠানলৈ মাতি বৰ পিৰা পাৰি দিয়া টো একো গৌৰবৰ কথা নহয়... তেওঁ লাগে সাংসদ নহলে আৰু আন কিবা হওঁক....ই দেখাত এক তৈল মৰ্দণ কাৰি সস্তীয়া কৰ্ম জনেই লাগিল.....😢😢😢😢 অসমীয়াত এসাৰ কথা আছে... চাপৰি যোৱা জনকে কুজা বুলি কয়....😊😊😊😊 ইয়াৰ উপৰিও ৰাজনৈতিক ব্যক্তি সকলক নিমন্ত্ৰণ জনাই সকলোৰে ওপৰত তেওঁলোকৰ নামটো লিখি কি কাৰণে দিয়া হয়...?? অৰ্থৰ আশাত নে তৈল মৰ্দণ কৰাৰ নামত....?? এই বিলাক লোকৰ টো ধৰ্মীয় অনুষ্ঠানৰ লগত দুৰ দুৰনিলৈ কোনো সম্পৰ্ক নাই....😮😮😮 উপদেশত কৈ আৰ্হি ভাল...🙂🙂🙂

    • @NKMedia-d6k
      @NKMedia-d6k 4 дня назад

      আজমল আৰু তোমালোকৰ “মামা” যে ভাই ভাই সেইটো খবৰ আছে নে নাই

  • @dibyaluchanboruah3206
    @dibyaluchanboruah3206 3 месяца назад

    Vonti tumar kotha bilake muk akristo kore

  • @akashtalukdar4883
    @akashtalukdar4883 2 месяца назад

    আপুনি হিন্দু মুছলমানৰ মাজত বিয়া পতাৰ ব্যৱস্থা কৰক আপুনি এজন নিজৰ কাৰণে কাম কৰা মানুহ সকলোৱে জানে শঙ্কৰ সংঘৰ বাহিৰে বেলেগ ধৰ্মৰ কথা নেজানে আপোনালোকৰ কাৰনে সমাজত বেয়া বতাহ বিয়পে

  • @rupanta-tu8vu
    @rupanta-tu8vu 3 месяца назад

    Apnk kenekoi contect koribo pora jabo...mur eta onurodh. Ase..bortoman moi pulwamat posted...bhartiya henat FB band ..huar babe live dibo nuara holu...so ..eta vdo bonai apnr chnlr joriote prochar korar.....bortoman homoyot ....eta vdo a veer nari orthat army wife hklk.... bht besi opman koraise..so tar oprt eta vdo post kora hbo g2 pura bhartiya henar torofar pora ..so apunak anurudh...contect koribor babe ...plz

  • @ratulborah2404
    @ratulborah2404 Месяц назад

    Right

  • @manjuroy3151
    @manjuroy3151 28 дней назад

    ❤❤❤

  • @DipankarDeori-j7o
    @DipankarDeori-j7o 2 месяца назад

    Very nice

  • @NripenBorah-pk3wq
    @NripenBorah-pk3wq 3 месяца назад

    Good

  • @sunuku8145
    @sunuku8145 2 месяца назад

    ❤❤❤

  • @Mintuchutia-k4m
    @Mintuchutia-k4m 2 месяца назад

    ❤❤❤

  • @rupanta-tu8vu
    @rupanta-tu8vu 3 месяца назад

    Right