ডাঙৰ খবৰ।প্ৰদ্যু বৰদলৈ পত্নীয়ে স্বামী বিষয়ে কিয় এনেকৈ কলে।কংগ্ৰেছত লাগিছে হাহাকাৰ।/virel news

Поделиться
HTML-код
  • Опубликовано: 8 сен 2024

Комментарии • 44

  • @hndekari8011
    @hndekari8011 Месяц назад +33

    প্ৰদ্যুৎ বৰদলৈ আৰু সহধৰ্মিনীৰ সাক্ষাৎকাৰটি ভাল লাগিল ৷৷

  • @bijoyabruah1721
    @bijoyabruah1721 Месяц назад +23

    সচাই চাৰ-বাইদেউ আপোনালোক দুয়োকে একেলগে পায় বহুত সুখী অনুভৱ কৰিছো আৰুবহুত কথা জানিব পাৰিলো।😊

  • @shahabahmed8942
    @shahabahmed8942 Месяц назад +4

    M.P বৰদলৈ দেৱৰ পৰিয়াললৈ ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ।

  • @dr.sanjibdeka7402
    @dr.sanjibdeka7402 Месяц назад +4

    বৰ ভাল লাগিল আজি। প্ৰদ্যুৎ দাদা আৰু বাইদেউ লৈ বহুতো শ্ৰদ্ধা আৰু ভক্তি জনালো ।

  • @nityagogoi478
    @nityagogoi478 Месяц назад +4

    সুন্দৰ আলোচনা , জয় আই অসম ,

  • @sewaligogoi3175
    @sewaligogoi3175 Месяц назад +6

    হেৰা, আমি টি ভি ত সাক্ষাৎকাৰ টো ভাল দৰে চাইছো । আপুনি তাকে আকৌ ওলোটা বিগ ব্ৰেকিং নিউজ বনাব নালাগে ।

  • @M.G.615
    @M.G.615 Месяц назад +1

    কেন্দ্ৰত ৬৫ বছৰ অসমত ১৫ বছৰ কংগ্ৰেছ দলৰ পৰা অসমৰ ৰাইজে কি পালে।
    হেজাৰ, হেজাৰ অসমৰ উঠি অহা শিক্ষিত যুৱক-যুৱতীৰ জীৱন ধ্বংস কৰি থৈ গৈছে, টকাৰ বস্তা নহলে মেধাৱী হলেও চাকৰিৰ বঞ্চিত হৈছিল।
    উত্তৰ কাছাৰৰ হেজাৰ কৌটি কেলেংকাৰী,--APSC দৰে বৃহৎ কেলেংকাৰীত লিপ্ত আছিল মহাপতাপী কংগ্ৰেছ দল।
    কংগ্ৰেছ দলে ধনবান,বলবান মানুহক চিনি পাইছিল তেওঁ লোকৰ ভ্ৰষ্টাচাৰী চৰকাৰৰ দিনত।কিন্তু বিজেপিয়ে এতিয়া উঠি অহা নতুন প্ৰজন্মক বিনা টকাৰ বস্তাৰে সংস্থাপন দি আহিছে, এতিয়া বিজেপিৰ দিনত গৰীবৰ পেটতত ভাত পৰিছে সেইটো দেখা কথা।
    কংগ্ৰেছ দলত কৈ বিজেপি ৮৮%ভাল
    (কংগ্ৰেছ দলক ভাল বুলি নম্বৰ দিব নোৱাৰিলোঁ বেয়া নেপাব বন্ধু সকল🙏)
    (পদ্যুৎ বৰদলৈ ডাঙৰীয়াক ব্যক্তিগত ভাৱে শ্ৰদ্ধা কৰো তেওঁ এজন ভাল ৰাজনীতি বিদ, বৰদলৈ ডাঙৰীয়া সদায় কূশলে থাকক🕉️🕉️🕉️🔱🔱🔱🚩🚩🚩 সীতা ৰাম🙏🙏🙏)
    আৰু কংগ্ৰেছ দলক সৰু কালিৰ পৰাই ঘৃণা কৰো।

  • @user-gb8yi9id4n
    @user-gb8yi9id4n Месяц назад +3

    আৰু বাতৰি নাই কোনে কি কয় তাকেই বিচাৰি ফুৰে

  • @jadavnath4360
    @jadavnath4360 Месяц назад +4

    পহা শুনা নহয়।পঢ়া শুনা হে।

  • @Tired524
    @Tired524 Месяц назад

    Bor bhal lagil video tu. Nojone kotha bohu khini janilu Bordoloi couple or kotha.
    Gup sup r prothom tu theme song mor lora Joshuai toiri kori gaisil. Tar pasot gup shup or nanan ta programot xi Jogdan kori aahise. Feeling connected, thanks for bringing the couple to focus.God bless them and the host.

  • @manurambaglari1128
    @manurambaglari1128 Месяц назад +5

    Why we're alien I. N. D. I. A. If such a old party. Why? ?

  • @munindrakumarbhuyan2884
    @munindrakumarbhuyan2884 26 дней назад

    We both had lunch together at IOC, Imphal ❤ sometimes in 1987/88.

  • @assamnoobgamer9752
    @assamnoobgamer9752 Месяц назад +2

    Congress ছে গোটেই অসম খন শেখ কৰিলে।গোপীনাথ বৰদলৈৰ নিচিনা হক আৰু অসমমক বচাওক।

  • @snehabaruah666
    @snehabaruah666 Месяц назад

    ৰাণীক হঠাৎ দেখি বৰ ভাল লাগিল।

  • @arupdas8897
    @arupdas8897 Месяц назад

    Very nice observation on the rise of muslim population and its solution better and quality observations than himanta bishwa sarmas observation

  • @user-vj5yw6fk4u
    @user-vj5yw6fk4u Месяц назад +1

    চেনেলটো full screen দেখাব নোৱাৰি নেকি ? Side অত মুখখন দেখি বৰ বেয়া লাগে, প্ৰয়োজন কি

  • @krishnaprasaddeka8090
    @krishnaprasaddeka8090 Месяц назад

    Thanks.❤❤❤❤

  • @debakumarsarma1423
    @debakumarsarma1423 18 дней назад

    ভিডিঅ' তো Full screen কৰিলে কি হয়?

  • @ghanabora2869
    @ghanabora2869 Месяц назад +1

    আপোনাৰ বাতৰি টো চাই ভাল পালো

  • @anowara.begum23
    @anowara.begum23 Месяц назад

    Nice 🎉🎉🎉

  • @BudhiChamuah
    @BudhiChamuah Месяц назад

    Aapunar katha hasakoi bhal lagey

  • @user-tx9jx3hg5i
    @user-tx9jx3hg5i Месяц назад

    কঠা কৈ থাকিবনে মুল বিষয় টো শুনাব ৷

  • @BimalMochahary-gl4wq
    @BimalMochahary-gl4wq Месяц назад

    প্ৰদ্যু বৰদলৈ নে প্ৰদ্যুৎ বৰদলৈ।

  • @girishchandrasharma5023
    @girishchandrasharma5023 Месяц назад +2

    প্ৰদ্যু নে প্ৰদ্যুত

  • @tarundeka8847
    @tarundeka8847 Месяц назад

    Congress a 1962 r SARAIGHAT bridge r baade BRAHMAPUTRA uparat kiman bridge banale ? GUWAHATI , DIBRUGARH University r pasat kiman University banale ? GUWAHATI , DIBRUGARH aru SILCHAR MEDICAL College pasat kiman MEDICAL COLLEGE banale ? Road infrastructure kiman develop karile ? Upper assam bashir baabe SUBHA SAMBAD: TARUN GOGOI dangariaye a 2006 - 2016 loi NAGAON para TUNISIA loi ( NHAI ) FOUR LANE High way r nirman bandha kari rakhisil .

  • @AlauddinAhmed-wv7wm
    @AlauddinAhmed-wv7wm Месяц назад

    প্ৰদ্ৰু 9:35 দাৰ সৌ সিদিনাৰ গাড়ীখনেই আছিল চাগে

  • @wooodlandd
    @wooodlandd Месяц назад

    Tea industry has spoiled/destroyed Assamese people

  • @gunaramdas131
    @gunaramdas131 Месяц назад +1

    আমি সকলো গম পাইছোঁ।

  • @mridulsaikia3585
    @mridulsaikia3585 Месяц назад +1

    Video nainaki tur?

  • @kakoligayan2065
    @kakoligayan2065 Месяц назад

    নিজৰ বাবে আনৰ বাবে দায়বদ্ধ নহয

  • @md.azimuddinahmed224
    @md.azimuddinahmed224 Месяц назад

    kio nohobo dangaria, jikile tu, atia dangar dangar kotha, khai pat phola, 5 khon akhonate haribo, monot rakhok.

  • @bandanagayan1929
    @bandanagayan1929 Месяц назад

    ছিৰাজ ছবিখনে এই কাহিনীটো দেখাইছিল

  • @mamunulkarim6944
    @mamunulkarim6944 Месяц назад

    Vdo but olop short korok he🎉

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js Месяц назад

    ভি দি অ নহয় ভি ডি ও হে শুদ্ধ শুদ্ধ কৈ লিখা

  • @Real12976
    @Real12976 Месяц назад +1

    Ghotitu video

  • @ArunHazarika-xi9ep
    @ArunHazarika-xi9ep Месяц назад

    প্ৰদোত তোক ছিনি পালো দে

  • @pranabtamuli4880
    @pranabtamuli4880 Месяц назад

    New ata ase nambar tu dibo ni

  • @girijyotichetia4930
    @girijyotichetia4930 Месяц назад

    কংগ্ৰেছে অকলে অসমত এতিয়াও শক্তিশালী হৈ উঠা নাই বুলি ভাবো।

  • @ShambhuBordoloi
    @ShambhuBordoloi Месяц назад +2

    Apuni nu ki korise 👎👎👎

  • @rosheswarsonowal6134
    @rosheswarsonowal6134 Месяц назад

    Congres ahilay punor ghus dia and dalalraj hobo aru Assam maybe bangladesh