এখন মুখ, কথা দুটা৷ মুখ্যমন্ত্ৰী হিমন্তৰ এইখন মুখেই নে ?

Поделиться
HTML-код
  • Опубликовано: 5 янв 2025

Комментарии • 23

  • @taradoi7957
    @taradoi7957 4 дня назад +6

    যি কম সঁচা কম ।------------------
    হে মাননীয় হিতাধিকাৰীৰ সকল কেইটামান টকাৰ বাবে নিজৰ স্বাধীনতা, ব্যক্তিত সততা, শেষ নকৰিব জাতিৰ বাবে দেশৰ বাবে অলপ চিন্তা কৰিব । হয় এইজন মুখ্যমন্ত্ৰীৰ মহিমা অপাৰ ।

  • @monuwarabegam5708
    @monuwarabegam5708 4 дня назад +6

    বিজেপি হাৰিব বোলি জানিয়েই ইমান কৈ ধাৰ লৈছে বিজেপি আৰু অসমৰ ৰাইজে নিবিছাৰে বিজেপি হায় হায়

  • @hemantamahanta5578
    @hemantamahanta5578 4 дня назад +9

    ভোটৰ লালসাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ধাৰ কৰি কৰি ইয়াৰ. পিচত আহি থকা চৰকাৰক পঙ্গু কৰাৰ দিহা কৰা বুলি বহুতৰে ধাৰনা হৈছে । ৰাইজ মৰিলেও মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ একো ক্ষতি নহয় । মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিয়াল আমেৰিকা বা ৰাছিয়াত থাকিব ।

  • @utpalgoswami1990
    @utpalgoswami1990 4 дня назад +10

    মানে আমি ভাবিব পাৰোযে আপুনি কংগ্ৰেছত থাকোতে যধামূৰ্খহৈহে বৃত্ত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ? সাৰদা, লুইচ বাৰগাৰ আদিৰ পৰা চুৰি কৰাৰ বাবে ভয়তে বি জে পিত শৰণলৈ মুদিৰ ভৰি ধোৱা পানী খায় জ্ঞানীহৈহে গম পায়ছে ধাৰ লোৱা নিয়ম, বস্তুৰ দাম বৃদ্ধি হ'ব অসমীয়ায় মাৰিব

  • @HiteshPadi
    @HiteshPadi 4 дня назад +3

    দুমুখিয় সাপ নেকি আপুনি

  • @BishwajitDewri-n6t
    @BishwajitDewri-n6t 4 дня назад +3

    এই জনে অসমৰ মানুহক লুটি শেষ কৰিলে আমি কেনেকৈ ছলিছো সেই জনে কি বুজি পাব। দিন হাজিৰা কৰি চলিব নোৱাৰাৰ হৈছো আমি ?

  • @DilipChakraborty-j6b
    @DilipChakraborty-j6b 4 дня назад +4

    এই জন নেতাৰ কাৰণে এইটো নতুন কথা নহয় তাৰ উদাহৰণ হৈছে তেওঁ এ কৈছিল গুজৰাট ৰাজ্যত পানীৰ পাইপ এ দি মুছলমানৰ তেজ বৈ থাকে গতিকে এওঁৰ কাৰণে এইবোৰ সৰু কথা

  • @anildas5876
    @anildas5876 4 дня назад +5

    হে ডাঙৰীয়াপুৰণি চৰকাৰখনে ১৫ বছৰত ১০,০০০০ কোটি তাকো আমাৰ মূৰত ৰাজহ,শূল্ক এই ৰাম টাঙণ সমুলি নাছিল,বস্তুৰ মূল্য আজিৰ দৰে আছিল বুলি ক'ব নোৱাৰি।অৱশে্ এইটো ৰাইজ বাবে সুবিধা পাইছে।

  • @pompipatgiri
    @pompipatgiri 4 дня назад +1

    দিনত।এটা।ৰাতি।এটা।কোনে।কয়।।

  • @ronjitsaikia-wy3le
    @ronjitsaikia-wy3le 4 дня назад +1

    Jonotai eijonor pora vaal eku akha nokorai uchit hobo.

  • @d.mofficial692
    @d.mofficial692 4 дня назад

    # I love mama loi thaka mama amk Diya 🙏🙏🙏🥳🥳🥳🥳🥳🥳🥳

  • @Zimixwaris
    @Zimixwaris 4 дня назад

    Ekdom hosa kotha koise

  • @KandarpakKalita
    @KandarpakKalita 3 дня назад

    Next congress

  • @lnl6069
    @lnl6069 4 дня назад

    Mukh dukhone hoi.
    Duyo khai,
    Ami Kisuman gaonr aaita hote kua khuna pau, mumhor pora khuna pau,
    Ei buli koi je, koti diyo khai, mukhoreyo khai buli...?
    Aru eta kotha aaita hote Je koi,
    beharto khumai nejai Belto khumai diye buli...,
    Himantai take kori ase, beharto khumuai nejai, belto khumai di thakise...🙏🙏

  • @Zimixwaris
    @Zimixwaris 4 дня назад

    Ekekhon mukhor Duta motobbo eai hol assam cm r montobbo

  • @mainudavi9510
    @mainudavi9510 3 дня назад

    কি হ'ব ঔ নধাৰ লৈছে আৰু জধে মধে হিতাধিকাৰী বনাইছে।ইমান ধাৰ কোনে মাৰিব তেওলোকৰ মাটি বাৰী বেছি মাৰিব নে তেজ শুহি2 মাৰিব ?

  • @bishnuramrabha4714
    @bishnuramrabha4714 4 дня назад +1

    Chuaa Mukh dei...

  • @abdulhamidtalukdar9819
    @abdulhamidtalukdar9819 4 дня назад

    Tao ejon ,,2 mukhi Bisakto hap😅😅😅😅😅😅😅😅😅😂

  • @monuranjanphukon8553
    @monuranjanphukon8553 4 дня назад

    Jagatar misaliyaa C M

  • @pabindas6525
    @pabindas6525 4 дня назад

    Nilajro nilaj,hichab krib nowara nilaj dekhon

  • @Zimixwaris
    @Zimixwaris 4 дня назад

    Eibilak natok

  • @HIRANYAHAZARIKA-nj6kl
    @HIRANYAHAZARIKA-nj6kl 4 дня назад +1

    Kukur.Aoitu