NV Live
NV Live
  • Видео 2 211
  • Просмотров 20 250 991

Видео

আদিত্য বিৰলা গ্ৰুপৰ পৰা ২০কোটি সৰকোৱা দুষ্টচক্ৰক আটক
Просмотров 72314 часов назад
♦️আদিত্য বিৰলা গ্ৰুপৰ পৰা ২০কোটি সৰকোৱা দুষ্টচক্ৰক আটক
অৱশেষত স্বস্তিৰ নিশ্বাস নগাঁওবাসীৰ
Просмотров 22315 часов назад
♦️অৱশেষত স্বস্তিৰ নিশ্বাস নগাঁওবাসীৰ
মুখ্যমন্ত্ৰীয়ে নকয় কি, ছাগলীয়ে নাখায় কি ? এইবাৰ নলবাৰীত অখিলৰ ধামাকা
Просмотров 2,1 тыс.16 часов назад
♦️মুখ্যমন্ত্ৰীয়ে নকয় কি, ছাগলীয়ে নাখায় কি ? এইবাৰ নলবাৰীত অখিলৰ ধামাকা #মুখ্যমন্ত্ৰী #হিমন্ত #বিজেপি #অখিল
বিজেপিলৈ গৈ মান হেৰালে নেকি আছুৰ প্ৰাক্তন সভাপতি দীপাংকই ?
Просмотров 6 тыс.2 часа назад
♦️বিজেপিলৈ গৈ মান হেৰালে নেকি আছুৰ প্ৰাক্তন সভাপতি দীপাংকই ? #কংগ্ৰেছ #মুখ্যমন্ত্ৰী #প্ৰধানমন্ত্ৰী #বিজেপি #হিমন্ত #দীপাংক
খং উঠিছে নীতিশ কুমাৰৰ ! হঠাৎ সলনি হ’ব নেকি দেশৰ ৰাজনীতি ?
Просмотров 3,7 тыс.2 часа назад
♦️খং উঠিছে নীতিশ কুমাৰৰ ! হঠাৎ সলনি হ’ব নেকি দেশৰ ৰাজনীতি ? #কংগ্ৰেছ #বিজেপি #মুখ্যমন্ত্ৰী #প্ৰধানমন্ত্ৰী #নীতিশ
নগাঁও আৰক্ষীৰ অভিযান, ৫ চাইবাৰ অপৰাধী আটক
Просмотров 692 часа назад
♦️নগাঁও আৰক্ষীৰ অভিযান, ৫ চাইবাৰ অপৰাধী আটক
♦️পৰকীয়া প্ৰেমৰ বলি স্বামী, আৰক্ষীৰ জালত পত্নীৰ প্ৰেমিক
Просмотров 4902 часа назад
♦️পৰকীয়া প্ৰেমৰ বলি স্বামী, আটক পত্নীৰ প্ৰেমিক, ৰঙিয়াৰ ঘটনাক লৈ চাঞ্চল্য অব্যাহত
♦️ নলবাৰীত ৰাইজৰ দলৰ তৎপৰতা, কংগ্ৰেছ, বিজেপি, ইউ ডি এফ এৰি আহিব ৫ শতাধিক
Просмотров 4034 часа назад
♦️এইবাৰ নলবাৰীত ৰাইজৰ দলৰ তৎপৰতা, কংগ্ৰেছ, বিজেপি, ইউ ডি এফ এৰি আহিব ৫ শতাধিক নেতা-কৰ্মী
প্ৰাক্তন মুখ্যমন্ত্ৰী সোনোৱালৰ ঘনিষ্ঠ বিষয়াক বৰপীৰা কিয় মুখ্যমন্ত্ৰী হিমন্তৰ ? ৰিপৰ্ট/২
Просмотров 3,7 тыс.4 часа назад
♦️প্ৰাক্তন মুখ্যমন্ত্ৰী সোনোৱালৰ ঘনিষ্ঠ বিষয়াক বৰপীৰা কিয় মুখ্যমন্ত্ৰী হিমন্তৰ ? জালিয়াতিৰে পদোন্নতি লোৱা ৰাজ চক্ৰৱৰ্তীৰ অভিলে ৷ ৰিপৰ্ট/২ #মুখ্যমন্ত্ৰী #হিমন্ত #বিজেপি #সোনোৱাল #ৰাজচক্ৰৱৰ্তী
এখন মুখ, কথা দুটা৷ মুখ্যমন্ত্ৰী হিমন্তৰ এইখন মুখেই নে ?
Просмотров 7 тыс.4 часа назад
♦️এখন মুখ, কথা দুটা৷ মুখ্যমন্ত্ৰী হিমন্তৰ এইখন মুখেই নে ? #মুখ্যমন্ত্ৰী #হিমন্ত #বিজেপি #প্ৰধানমন্ত্ৰী
বিজেপি নেতাৰ হাতত নিহত ধৰ্মেন্দ্ৰৰ শ্ৰদ্ধাঞ্জলি সম্পন্ন, দোষীক ৰেহাই নিদিয়াৰ দাবী লাচিত সেনাৰ
Просмотров 9854 часа назад
♦️বিজেপি নেতাৰ হাতত নিহত ধৰ্মেন্দ্ৰৰ শ্ৰদ্ধাঞ্জলি সম্পন্ন, দোষীক ৰেহাই নিদিয়াৰ দাবী লাচিত সেনাৰ #বিজেপি #মুখ্যমন্ত্ৰী #হিমন্ত #লাচিতসেনা
মুখ্যমন্ত্ৰীৰ বিকাশৰ নমুনা, মহানগৰীৰ খাৰঘূলিত পাইপ ফুটি ভয়ংকৰ পৰিস্থিতি৷
Просмотров 994 часа назад
♦️মুখ্যমন্ত্ৰীৰ বিকাশৰ নমুনা, মহানগৰীৰ খাৰঘূলিত পাইপ ফুটি ভয়ংকৰ পৰিস্থিতি৷ #মুখ্যমন্ত্ৰী #হিমন্ত #বিজেপি
অৰুণোদয় আঁচনিত কেলেংকাৰী, ধন নিদিলে নাম কৰ্তন কৰে বাচনি সমিতিয়ে
Просмотров 1224 часа назад
♦️অৰুণোদয় আঁচনিত কেলেংকাৰী, ধন নিদিলে নাম কৰ্তন কৰে বাচনি সমিতিয়ে #মুখ্যমন্ত্ৰী #হিমন্ত #বিজেপি #প্ৰধানমন্ত্ৰী #অৰুণোদয়
ধনী মুখ্যমন্ত্ৰীৰ তালিকাত হিমন্ত, পিছ পৰিল অসম
Просмотров 2,3 тыс.9 часов назад
♦️ধনী মুখ্যমন্ত্ৰীৰ তালিকাত হিমন্ত, পিছ পৰিল অসম #মুখ্যমন্ত্ৰী #বিজেপি #মোদী #হিমন্ত #অসম
কৃষ্ণমণি নাথৰ নতুন গীতৰ শুভমুক্তি ,২৪ বছৰীয়া হ’ল মইনা চৰাই, মইনা মাত
Просмотров 2499 часов назад
কৃষ্ণমণি নাথৰ নতুন গীতৰ শুভমুক্তি ,২৪ বছৰীয়া হ’ল মইনা চৰাই, মইনা মাত
ৰঙিয়াত আটক ৪ বিজেপি নেতা, ভৱেশ কলিতাৰ অবাধ হস্তক্ষেপৰ বাবেই প্ৰাণ হেৰুৱালে নেকি ধৰ্মেন্দ্ৰ নাথে ?
Просмотров 16 тыс.9 часов назад
ৰঙিয়াত আটক ৪ বিজেপি নেতা, ভৱেশ কলিতাৰ অবাধ হস্তক্ষেপৰ বাবেই প্ৰাণ হেৰুৱালে নেকি ধৰ্মেন্দ্ৰ নাথে ?
♦️২ বিজেপি নেতাক ন্যায়িক জিম্মালৈ, ৰঙিয়াত উত্তপ্ত পৰিস্থিতি অব্যাহত, অ’চিক বদলি
Просмотров 1,3 тыс.12 часов назад
♦️২ বিজেপি নেতাক ন্যায়িক জিম্মালৈ, ৰঙিয়াত উত্তপ্ত পৰিস্থিতি অব্যাহত, অ’চিক বদলি
পৰকীয়া প্ৰেমত পৰা পত্নীয়ে নাপাব স্বামীৰ সা-সম্পত্তি, ৰঙিয়াৰ ঘটনাৰ নতুন মোৰ
Просмотров 12 тыс.12 часов назад
পৰকীয়া প্ৰেমত পৰা পত্নীয়ে নাপাব স্বামীৰ সা-সম্পত্তি, ৰঙিয়াৰ ঘটনাৰ নতুন মোৰ
অৱশেষত ওলাল ধৰ্মেন্দ্ৰৰ নিথৰ দেহ, আঁৰত বিজেপি নেতা! ৰঙিয়াত চাঞ্চল্য
Просмотров 8 тыс.12 часов назад
অৱশেষত ওলাল ধৰ্মেন্দ্ৰৰ নিথৰ দেহ, আঁৰত বিজেপি নেতা! ৰঙিয়াত চাঞ্চল্য
কংগ্ৰেছীসোপাই আহি ডুবালে বিজেপিক, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হঠাৎ কিয় সৰৱ জয়ন্ত বৰুৱা ?
Просмотров 49 тыс.12 часов назад
কংগ্ৰেছীসোপাই আহি ডুবালে বিজেপিক, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হঠাৎ কিয় সৰৱ জয়ন্ত বৰুৱা ?
♦️বিজেপি নেতাক ৰেহাই কিয় ? তৃতীয় দিনাও উত্তাল ৰঙিয়া
Просмотров 1,1 тыс.16 часов назад
♦️বিজেপি নেতাক ৰেহাই কিয় ? তৃতীয় দিনাও উত্তাল ৰঙিয়া
তেজ বিচাৰি আৰু হাহাঁকাৰ কৰিব নালাগে,ABD গ্ৰুপে দিব বিনামূলীয়া তেজ
Просмотров 14416 часов назад
তেজ বিচাৰি আৰু হাহাঁকাৰ কৰিব নালাগে,ABD গ্ৰুপে দিব বিনামূলীয়া তেজ
বিলাসীপাৰাত আটকাধীন যুৱকলৈ আৰক্ষীৰ গুলীচালনা চিকিৎসালয়ত ভৰ্তি নুৰ কালাম
Просмотров 9916 часов назад
বিলাসীপাৰাত আটকাধীন যুৱকলৈ আৰক্ষীৰ গুলীচালনা চিকিৎসালয়ত ভৰ্তি নুৰ কালাম
আকৌ পৰকীয়া প্ৰেম! এইবাৰ ৰঙিয়াত পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
Просмотров 2,7 тыс.16 часов назад
আকৌ পৰকীয়া প্ৰেম! এইবাৰ ৰঙিয়াত পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
সাজু হওক,পঞ্চায়ত নিৰ্বাচন খেলিবলৈ লাগিব এইবোৰ নথিপত্ৰ
Просмотров 91116 часов назад
সাজু হওক,পঞ্চায়ত নিৰ্বাচন খেলিবলৈ লাগিব এইবোৰ নথিপত্ৰ
♦️সন্ধান নাই ধৰ্মেন্দ্ৰৰ, বিজেপি নেতাক গ্ৰেপ্তাৰৰ দাবীত ২য় দিনাও উত্তাল ৰঙিয়া
Просмотров 39019 часов назад
♦️সন্ধান নাই ধৰ্মেন্দ্ৰৰ, বিজেপি নেতাক গ্ৰেপ্তাৰৰ দাবীত ২য় দিনাও উত্তাল ৰঙিয়া
নগাঁৱত সম্পন্ন হ’ল আমেৰিকাৰ বাইক ৰাইডাৰ্চ বেৰি থমচনৰ শেষকৃত্য
Просмотров 64519 часов назад
নগাঁৱত সম্পন্ন হ’ল আমেৰিকাৰ বাইক ৰাইডাৰ্চ বেৰি থমচনৰ শেষকৃত্য
♦️লামডিং উন্নয়ন খণ্ডত ব্যাপক দুৰ্নীতি, ৫০% কাম কৰিয়েই সৰকালে আঁচনিৰ ধন
Просмотров 4919 часов назад
♦️লামডিং উন্নয়ন খণ্ডত ব্যাপক দুৰ্নীতি, ৫০% কাম কৰিয়েই সৰকালে আঁচনিৰ ধন
অসম দৰদী আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙ
Просмотров 29419 часов назад
অসম দৰদী আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙ

Комментарии

  • @HariCharanKalita-fu8kt
    @HariCharanKalita-fu8kt Час назад

    মুখ্যমন্ত্ৰী দল বাগৰাৰ নহয় নেকি?

  • @debendutta6640
    @debendutta6640 4 часа назад

    এইটো ভাল কাম কৰিছে আপোনাক ধন্যবাদ নিদি নোৱাৰিলোঁ। এইসোপাক উচ্চ আসন দিলে নিজেই বিপদত পৰিব।

  • @DhaneswarDeka-n7h
    @DhaneswarDeka-n7h 6 часов назад

    Akhil jindabad.

  • @DhaneswarDeka-n7h
    @DhaneswarDeka-n7h 6 часов назад

    NV live jindabad.

  • @NityanandSaikia
    @NityanandSaikia 6 часов назад

    Rupjuti,apuneer,lajnai

  • @tarjenboru8760
    @tarjenboru8760 7 часов назад

    😂😂😂Ab kya huga Mpdiji 😂😂😂

  • @pramodmazumdar6335
    @pramodmazumdar6335 7 часов назад

    However he can service to human.

  • @RanuGogoi-l6j
    @RanuGogoi-l6j 8 часов назад

    কি আচতিৰ পৰিবৰ্তন কিমান যে জাল জুলুকি মাৰি ৰাজনীতি পথাৰত নামিব লাগিল।কাৰ জোলোঙা কিমান ভৰ্তি হ'ল কোনে ওজন ল'ব এতিয়া।

  • @anupamphukan3617
    @anupamphukan3617 8 часов назад

    ৰূপজ্যোতি বুলাজনক কংগ্ৰছী বুলিয়েই টো ৰাইজে ভূটদি জয়ী কৰিছিল কিন্তু ৰাইজক ঢোকাদি হলৌ বান্দৰহৈ বিজেপিত যোগ দিছিল , এতিয়া কেনে মজা কুৰ্মী ভাই 😂😂😂😂

  • @rekhamoniPhukon-u9e
    @rekhamoniPhukon-u9e 9 часов назад

    আৰক্ষীৰ বৃহৎ সফলতা ধন্যবাদ

  • @hafijursikder9104
    @hafijursikder9104 9 часов назад

    বিশ্ব গুৰু নহয় । বলধ গৰু হে ।

    • @TCF573
      @TCF573 7 часов назад

      @@hafijursikder9104 😂😂😂😂😂

  • @saratkalita7685
    @saratkalita7685 11 часов назад

    অখিল গগৈৰ একো কাম নাই

  • @TCF573
    @TCF573 11 часов назад

    Koon Biswaguru 😂😂😂??? . Modi fraud tu neki??? Ha ha ha ho ho ho aitu Bharotor joker he 😂😂😂😂

    • @pratimasarma1737
      @pratimasarma1737 8 часов назад

      এইবোৰ জানিবুজিও অন্ধ ভক্ত গণে শিক্ষা নলয়।

  • @AbdulKuddus21i
    @AbdulKuddus21i 12 часов назад

    Modir magna lecture huni labh nai ..gotei india r manuhok tupi porai ase bharotor manuhe edin bujibo.

  • @AbdulKuddus21i
    @AbdulKuddus21i 12 часов назад

    Modi ex pm monmohan singh r pora hika ba suggesion lobo lagisil economic control hombondhe

  • @AbdulKuddus21i
    @AbdulKuddus21i 12 часов назад

    Modi tokar .mulloi najane

  • @hemantamahanta5578
    @hemantamahanta5578 13 часов назад

    অখিল গগৈ জিন্দাবাদ

  • @gopinathtalukdar6013
    @gopinathtalukdar6013 14 часов назад

    ইহতৰ মুখ কেইখন ধাকি ৰাখিব দিব নালাগিছিল

  • @basantaborgohain5372
    @basantaborgohain5372 17 часов назад

    কেনে নাথ , মামাৰ পকৰৰ গোন্ধ ।😂😂😂😂😂😂

  • @SerenePinkFlamingos-kz1vk
    @SerenePinkFlamingos-kz1vk 20 часов назад

    Aai o dehi ,beyai laage

  • @santananeog1033
    @santananeog1033 20 часов назад

    Bjpgo back

  • @srofficial423
    @srofficial423 День назад

    Bor lajor kotha

  • @ansulabrahma6730
    @ansulabrahma6730 День назад

    faapi maanur desh kaangal atya desh,

  • @sarbanandarajkumar6356
    @sarbanandarajkumar6356 День назад

    Dipankar Nathe BJPr Tupi Aru Geruwa Bokhan Pindhi Boloi Pai Bor Aanandat Motoliya. Heiyaye Teor Babe Jothestha.

  • @pranjalbora1736
    @pranjalbora1736 День назад

    বিশ্বাস ঘাটক নেতা?

  • @chetia847
    @chetia847 День назад

    পানীত হাঁহ নচৰা অৱস্থা হব ।

  • @prabinsakia18
    @prabinsakia18 День назад

    Jilapojyatkoi ward member pod dibo lage jatir dalal gaddar atiya lolipop supi thakok

  • @jaanelectrical9158
    @jaanelectrical9158 День назад

    Right right right

  • @padmanathdoley3510
    @padmanathdoley3510 День назад

    Congratulations

  • @BijoyHandique-md7yg
    @BijoyHandique-md7yg День назад

    Dipu da 😂😂😂😂😂😂😂😂

  • @MahanandaGogoi-dc9wo
    @MahanandaGogoi-dc9wo День назад

    অসমীয়া কলঙকিত নেতা।কি বুলি প্ৰতিবাদ কৰিছিলি মনত আছেনে।

  • @rajenborah6629
    @rajenborah6629 День назад

    ভাল লাগিলে 😅😅😅

  • @MahanandaGogoi-dc9wo
    @MahanandaGogoi-dc9wo День назад

    দীপাংকৰ নাথক একো পদবী দিব নালাগে।কাৰণ আছুত থাকোঁতে বিজেপি চৰকাৰক বৰ বেয়াকৈ গালি পাৰিছিল।লাজ নাই।ছি ছি ছি 😢😢😢😢কা প্ৰতিবাদ কৰা নেতা।

  • @dilipdeka3355
    @dilipdeka3355 День назад

    আনে কি কয় নাজানো মই কিন্তু সাংঘাটিক সুখী,,,।

  • @Tarunchdeka-cb4go
    @Tarunchdeka-cb4go День назад

    আছু এৰি এম এল এই , মন্ত্ৰী হোৱা সপোন, বিদেশী বিতাৰন হ'ল নে?😅

  • @JyotiDutta-f4w
    @JyotiDutta-f4w День назад

    শুভেচ্ছা 😂😂😂😂😂😂😂😂😂😂😂

  • @AlauddinAhmed-wv7wm
    @AlauddinAhmed-wv7wm День назад

    দিপাংকৰ নাথ ডাঙৰীয়াৰ দুখৰ সময়ত শুভেচ্ছা যাছিলো ।

  • @AnilHazarika-xp9te
    @AnilHazarika-xp9te День назад

    Wardmember hobo paribo

  • @DilipChakraborty-j6b
    @DilipChakraborty-j6b День назад

    যেনে কুকুৰ তেনে তাঙুং , গতিকে ASSU kori অসমৰ মানুহক বোৰবক বনাই কাম আছিল এই নাথ বোলা লেগুৰ ছিঙা নেতা জনৰ কাম

  • @taradoi7957
    @taradoi7957 День назад

    যি কম সঁচা কম ।---------------- এওয়ে নহয় অসমৰ সংগঠনৰ বহু নেতা দুমুখীয়া আৰু সময়ে প্ৰমাণ কৰি আহিছে । অসমৰ ৰাইজে কোনো সংগঠনক আজিৰ তাৰিখত বিশ্বাসত নোলোৱাই ভাল ।

  • @commenti5459
    @commenti5459 День назад

    সবকে পদবী দিব নেকি গ'ল বুলিয়েই

  • @monuranjanphukon8553
    @monuranjanphukon8553 День назад

    Akhamar kalangka

  • @atulhandipue5081
    @atulhandipue5081 День назад

    Val hol

  • @JITENCHANDRASAIKIA-z5o
    @JITENCHANDRASAIKIA-z5o День назад

    TFT

  • @AjitChetia-g7w
    @AjitChetia-g7w День назад

    সভাপতিও কম নহয় । দশা ।

  • @dibyajyotigogoi4801
    @dibyajyotigogoi4801 День назад

    খুব‌ভাল হৈছে

  • @janchutia2733
    @janchutia2733 День назад

    🎉🎉🎉 loli pop lubhe pap

  • @TCF573
    @TCF573 День назад

    😂😂😂😂😂 BORHIYA ha ha ha ha

  • @jadavgogoi944
    @jadavgogoi944 День назад

    এওঁৰ দুৰ্গতি হোৱা নাই, এওঁ যি পদৰ বাবে যোগ্যতা (?) আছে, সেই পদকে পাইছে। বিশ্বাস ঘাটক লোক এওঁ।

  • @ancharuddin1296
    @ancharuddin1296 День назад

    ললিপপ 🍭 😊😅😅😅😅😅😅😂😂😂😂