অসমীয়া চুটি ছবি II মাহীআই ।I MAHIAAI II Assamese Short Movie
HTML-код
- Опубликовано: 6 фев 2025
- অসমীয়া চুটি ছবি II মাহীআই ।I MAHIAAI II Assamese Short Movie
----- নাট্যকাৰ শ্ৰীননী মাধৱ শৰ্মাৰ কাহিনী আৰু শ্ৰী প্ৰশান্ত কুমাৰ বৰাৰ পৰিচালনাৰে , নিউজট্ৰেক অসমৰ প্ৰযোজনাৰে নিৰ্মিত ২৪ সংখ্যক অসমীয়া চুটি ছবি মাহীআই আজি সকলোৰে বাবে আনুষ্ঠানিকভাবে ইউটিউবত মুকলি কৰি দিয়া হল । আশাকৰোঁ সকলো চলচিত্ৰ প্ৰেমী দৰ্শকে ছবিখন আঁকোৱালি লব । অনাগত দিনলৈও এনেধৰণৰ ছবি উপহাৰ দিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ । ধনাত্মক মনোভাৱেৰে আগুৱাই যাবলৈ আশীৰ্বাদ কৰক, আমাৰ চেনেলটো SUBSCRIBE কৰি আমাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ | ধন্যবাদ |
Our other channel link
/ @iidrishtiarudarshan
সুন্দৰ অভিনয় ভাল লাগিল চাই👍👍
আটাইৰে অভিনয় খুব ভাল হৈছে।
Bor ভাল লাগিল
Nice Wazid
ভাল লাগিছে।
সুন্দৰ অভিনয় বৰ ভাল লাগিল 👌
সছাকৈ বহুত ভাল লাগিছে আৰু অপম দুখো লাগিছে।
সচা
Vl lagil sai
বৰ ভাল লাগিল মাহীআই চাই 🎉🎉
Mojaaa
বৰ ভাল লাগিল ইমান সুন্দৰ কৈ উপস্থাপন কৰিছে চবি খন সঁচাকৈ অতুলনীয়
অশেষ ধন্যবাদ
চাই বৰ ভাল লাগিল।
ভাল হৈছে।
সুন্দৰ হৈছে দাদা
Val lagil
বহুত ভাল লাগিল ।পুনৰ আৰু দেখা পাম বুলি আশা ৰাখিলো ।ধন্যবাদ
ব-------ৰ ভাল লাগিল দেই
আবহ সংগীত ৰ নামত কাণ তাল মাৰি গৈছে । অত্যধিক শব্দ ই সুন্দৰ কাহিনীৰ ডিঙি চেপি পেলাইছে ।
হয়৷ আগলৈ যথাযথ কৰাৰ চেষ্টা কৰিম৷এইবাৰলৈ ক্ষমা কৰিব৷
অতি সুন্দৰ হৈছে
ধন্যবাদ
Bohut Val Lagil.
সুন্দৰ অভিনয়
অশেষ ধন্যবাদ
🙏🙏সত্যৰ পৰাজয় হব পাৰে জানো!সত্য শুদ্ধ সেৱা ব্ৰহ্মাস্ত্ৰৰ সদৃশ।
সুন্দৰ কাহিনীয়ে চমৎকাৰ অভিনয়।
ভাল লাগিল চাই।
Bahut Val lagil
❤❤❤
Khub xundor hoise
অশেষ ধন্যবাদ
Hosa kotha aguai jua ho sake borma jonia bohut val ovinoi korise i love you borma
Moi kandi golu bohut bormai konda dekhi
বৰ ভাল লাগিল সকলোৰে অভিনয় সুন্দৰ হৈছে
Bor bhal lagil
Mahimak houl buliei bewa buli aami vabib nalage dhanyabad
Bahut val lagil 😭😭😭😭😭
বৰ সুন্দৰ চিত্ৰনাট্য। প্ৰতিজন শিল্পীৰে সুন্দৰ অভিনয়। হয় সকলো মাহী আই নিষ্ঠুৰ নহয়। এটা সুন্দৰ কাহিনী। সকলো কলাকুশলীকে আন্তৰিক অভিনন্দন জনাইছোঁ।
অশেষ ধন্যবাদ
Mmmmmmmmmmmmmmmmmm
Xundor
অশেষ ধন্যবাদ
Emn dhunia lagise sai
বহুত ভাল লাগিলে চাই 😭😭😭
বেয়াহল
Bor vhal Lagil sai.
rrrrrrreeerrrr
r
rrrrrt❤rrrrffrrrw.r4rrrrrrrrrrrrrrrt
.
😅😅😅rrqouwwqẞrr
মই বৰ ভাল পালো ; এই 'মাহীআই ' চুটি ছবি খন ছাই । সুন্দৰ চিত্ৰ নাট খনি । সুন্দৰ কাহিনী । আাটাই কেইটি চৰিত্ৰই সুন্দৰ কৈ ; কাহিনী ভাগ ফুটাই তুলিছে । দুয়ো মোৰ বন্ধু প্ৰসান্ত আৰু ননী মাধবক এটি ভাল লগা কাহিনী দেখুৱাৰ বাবে ধন্যবাদ জনাইছো ।আগলৈ আৰু ছোৱাৰ আশা থাকিল ।
সকলোলৈকে সহস্ৰ প্ৰণিপাত জনালো। ধন্যবাদ।
Bohut val lagil dada 🙏🙏🙏
অশেষ ধন্যবাদ
Eh xondor ok thanks
Sai bohut val lagil👌👍
0pp
Mo no ni CT CT
😊 ni hu
Ni ni😊
Up 9 BH❤ hi Lou mo no
Mo😅@@manabchoudhury8288
Dhunia hoise 🤗
Vl lgil ☺️
Dhuniya...
bhut dhunia hoise❤❤
khurideu a konda dekhi dukhei lagil🤧🤧
অসেষ ধন্যবাদ
bhut val lagise
fantastic rol of mahi i
Bohut val lagil Sai,
ধন্যবাদ
বৰ ভাল লাগিল সুন্দৰ অভিনয় 👍
অশেষ ধন্যবাদ
Bht val lgi sai
Bohut val lagil sai😭😭😭
সুন্দৰ
Bohut val lagil
Excellent
Ati sundar kahini
Very nice
ভাল লগিল
Bhut. Bhal. Lagil
Bahut bhal lagisa.
MOJA LAGISE DE VIDEO2 SAI PELAI
BOHUT DHUNIA ABHINAY KORISE NAHI MAAK JONIYE SO GOD BLESS GOD 🕉️😊
Majja
Short film khn sai bohot vl lagise
মানুহে কয মাহি মাক বেয়া কিন্তু মাহি মাক হ'ল বুলি নো হৃদয় নাথাকে নিকি ল'ৰা ছোৱালী ও ভাল হ'ব লাগে
Nice.
Very very nice
সুন্দৰ।
Khub xundor
বঢ়িয়া ছবি খন ভাল লাগিছে বহুত
হাজাৰ হাজাৰ খোৱা বোৱা কৰালেও নগা পৰ্বতৰ লৈ চকু । আৰু তেনেকুৱা লৰা ছোৱালী থকা মানুহলৈ বিয়া হোৱাকৈ ঘৰত থকাই ভাল ।
Mahi aijai bar val
Biutiful video 😢
Bht dhunia acting 😢❤
Dhuniya 👍🥰
Very nice story.all characters r very good.
Val
সুন্দৰ হৈছে ❤️
অশেষ ধন্যবাদ
মাহীমাকৰ কষ্ট দুখ সেই সতীনিয়েকৰ লৰা ছোৱালী যে বুজি নাপায় আৰু বদনাম হে দিয়ে ।
❤❤❤❤
Real life ane kuyae Hoy bhal lagil an video to sai
Woow
Will try
Nice
সুন্দৰ উপস্থাপন
Good
❤
তেজীমলাৰ সাধুৱে দ্বিতীয় বিবাহিত পত্নীৰ গাত এটা মচিব নোৱাৰা চেক লগাই থৈ গল । বহুতো মানুহে উপলব্ধি নকৰে যে জন্মতে এগৰাকী নাৰী মাহীমাক হৈ জন্ম নলয় ,বা মাহী মাক মানে ভয়াবহ কিবা এটাও নহয় । কিন্তু তেওক মাহীমাক বনাই দিয়ে সমাজে,ঘৰখনে বা নিজৰ স্বামিয়ে । সন্তানক মাতৃগৰাকীৰ পৰা আতৰাই ৰাখে কিজানি সন্তানে কষ্ট পাই । ময়ো তথাকঠিত সমাজৰ এগৰাকী মাহীমা । সেই কথা ভাবি বা এনে ধৰনৰ নাটক আদি দেখি নিজলৈকে ঘৃণা ওপজে ,এনে অনুভৱ হয় এয়াযেন কোনোবা জন্মৰ পাপৰ ফলত মাহীমাকৰ অপবাদ পাব লগা হৈছে । কেইজনে ভাৱে মাহীমাকবিলাকৰো এখন হৃদয়,অকন মৰম দয়া, থাকে । গতিকে কব খোজো নাটকখনত মাহীমাকৰ চৰিত্ৰতো বেয়াকৈ ৰূপায়ন কৰা নাই যদিও বৰ্তমান প্ৰজন্মক এই মাহীমাক শব্দতোৰ অৰ্থ ফহিয়াই নেদেখুৱাই ভাল হব বুলি ভাবো । ময়ো মাহীমাক কিন্তু তেজীমলাৰ মাহীমাক সকলো নহয়,দেউতাক নাই যদিও দেউতাকৰ মোৰপ্ৰতি থকা বিশ্বাস,ভালপোৱা,মৰম সকলো জীয়াই ৰাখিবলৈ চেষ্টা কৰিম পিতেকৰ জৰিয়তে ।
super🙏🙏🙏🙏
Nice 😢😢😢😢
Moio jodi enekua ejoni mahimaa palo heten,jibon tu sage bahut agui golo heten
Mahimak joni bor dhuniya acting korise
Kisuman mahimak anekuau thake, akol beya j hbo heitu nhoi amaru akei o bhut val Amar maa
BOR BHAL LAGIL SAI
ভাল পালো চুটি ছবি খন উপভোগ কৰি ।নিখুঁত অভিনয় কৰিছে সকলো চৰিত্ৰই । পৰিচালনা আৰু কেমেৰা শালাগিব লগীয়া ।
অশেষ ধন্যবাদ
কাহিনীটো বৰ সুন্দৰ হৈছে৷অভিনয় নিখুট হৈছে৷পিছলৈ অন্য Good strong storyৰ এখন চিএ্নাট্য লিখিব তেতিয়াহে আৰু এখোপ আগুৱাই জাব পাৰিব ধন্যবাদ
Val lagil sai but lastor sintut sokur pani dhori rakhibo nuwariliu
Sir we will
Ok
চাব লগীয়া। মাহীমা মাত্ৰেই যে "তেজিমলাৰ সাধু" ৰ মাহীমাক জনী নহয় চোৱা সকলে বুজি পাব।মাহীমাকৰ প্ৰতি থকা ভুল ধাৰণা বোৰ শুধৰাব পাৰিব।ৰুমাই দেখুৱাই দিলে , মাহীমা হলেও তেওঁৰ অন্তৰতযে মাতৃ-প্ৰেমৰ অভাৱ নাই । ভগৱান তুল্য এজন বৰজনা পোৱাৰ বাবেই সেই কথা প্ৰমাণ হল।লগতে কৈ থলো " শুনা কথাত নিদিবা কাণ, দেখাৰো লবা তিনিটা প্ৰমাণ।" "
আপোনাৰ মূল্যবান মন্তব্যই আমাক উৎসাহ যোগালে৷ শ্ৰদ্ধা জনালোঁ!
চুটি ছবি মাহী আই চিত্ৰকলা প্ৰদৰ্শনৰ উৎকৃষ্ট নিদৰ্শন।
কাহিনীত আধুনিকতাই উশৃংখল কৰা যুৱপ্ৰজন্মৰ ব্যৱহাৰ দেখুৱাই এক বিশেষ চৰিত্ৰৰ দ্বাৰা সুপথ দেখুওৱাৰ
কৌশলী প্ৰদৰ্শন সময়োপযোগী।
কাহিনী! চিত্ৰনাট্য, সংলাপ অভিনয়,সংগীত ,পৰিবেশ
সকলো অত্যন্তভাল।
অসমীয়া সমাজত সততে দেখা
কথা লগোৱা চৰিত্ৰটো সুন্দৰ।
🙏🙏
আমাৰ সমাজ খনে কেৱল নাৰীক দোষ দিয়ে এযা আনৰ কথাত বিশ্বাস কৰি নিজৰ মানুহ জনীক কি কৰিব নোৱাৰে
Hii
😢😮
Mahi aai buli kuneu obohela nokoriba,
Anar katha suni Kara atyasar beya paiso
বাজনাখন কমকৈ বজাব