ADRE supremacy in Assam - পৰীক্ষাৰ মাজত আবদ্ধ মই

Поделиться
HTML-код
  • Опубликовано: 8 ноя 2024

Комментарии • 899

  • @Abhijit-i1z
    @Abhijit-i1z Месяц назад +476

    মোৰ দৰে ADRE ৰ exam নিদিয়া বোৰে like কৰা।

    • @amarjyotisvlog1660
      @amarjyotisvlog1660 Месяц назад +2

      Seme same bro moi o Diya nai *

    • @kilargaming5496
      @kilargaming5496 Месяц назад +4

      Gali khuni asu moi

    • @Abhijit-i1z
      @Abhijit-i1z Месяц назад

      @@kilargaming5496 moi o kli din to gali khaico

    • @Abhijit-i1z
      @Abhijit-i1z Месяц назад

      @@amarjyotisvlog1660 kli din to gali khlo

    • @henry-vj6rw
      @henry-vj6rw Месяц назад

      Same bhai😢 ​@@kilargaming5496

  • @oukhymimi
    @oukhymimi Месяц назад +127

    Next Grade 4 Question :--
    দিম্পু বৰুৱাই ভিদিঅ আৰম্ভণিত কোৱা শব্দ টো কি ?
    1. Hello Guy's
    2. Hey Dosto
    3. Hiiiii Friends
    4. Oii soli hat kene assaaa

  • @sanjibdas9117
    @sanjibdas9117 Месяц назад +3

    যেতিয়ালৈকে যুৱ প্ৰজন্মই চৰকাৰী চাকৰিৰ পিছত দৌৰি থাকিব, তেতিয়ালৈকে দেশখন উন্নতিৰ দিশত আগুৱাব নোৱাৰে।

  • @manishyt-g3b
    @manishyt-g3b Месяц назад +70

    ADRE 2.O "Alakananda"was unexpected 😅

  • @raktimchiring
    @raktimchiring Месяц назад +143

    Nokoru Sakori
    Puhim Gahori
    Gahori Mankho Jindabad 💪😂

  • @rupamkalita2274
    @rupamkalita2274 Месяц назад +37

    যি এঘাৰো লাখে পৰীক্ষা দিলে, সেই সকলো খিনি কিন্তু নিৱনুৱা নহয়। কিয়নো মোৰ লগত পৰা গোটেইখিনি লৰায়ে ব্যক্তিগত খণ্ডৰ কৰ্মচাৰি, যেনেকৈ মই। কেৱল চৰকাৰৰ পদ কাৰনেহে ইমান পৰিক্ষাৰ্থী হৈছে। আজিকালি নিৱনুৱা হৈ ঘৰত বহি কোনো নথাকে । সকলোৱে সৰু ডাঙৰ কিবা কিবি কামত জড়িত থাকেই। সকলোৰে মনত এটাই ধাৰণ চৰকাৰি চাকৰি নাই মানে নিৱনুৱা।

    • @anaa.crochess
      @anaa.crochess Месяц назад +1

      100% true

    • @bidyutrabha7127
      @bidyutrabha7127 Месяц назад +1

      You are correct 💯,

    • @rajeshhazarika1663
      @rajeshhazarika1663 Месяц назад +1

      আচলতে অসমীয়া মানুহ মষ্ট এলেহুৱা আৰু কামচুৰ সেই বাবেই অসমীয়াৰ আজিৰ এই অৱস্থা😏

    • @malaborthakur5755
      @malaborthakur5755 Месяц назад +1

      Exactly 💯

    • @NIRIBILI2025
      @NIRIBILI2025 Месяц назад

      First time kunubai eyitu kotha kole...100% xsa ktha

  • @DharmeswarNarah
    @DharmeswarNarah Месяц назад +8

    First comment dimpu daa🥰🥰

  • @nitindas2643
    @nitindas2643 Месяц назад +1

    Next level love from Assam India ❣️

  • @sphelpingvideo982
    @sphelpingvideo982 Месяц назад +3

    Dimpu daa ay topic or videor karone Wait korisilu🥲👍🏻 I Inspired

  • @Kartiiik707
    @Kartiiik707 Месяц назад +37

    ᴀᴅʀᴇ -𝟸𝟶𝟸𝟺 পেপাৰ -৩
    ১) ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি?
    ২) শঙ্কৰদেৱৰ আইতাকৰ নাম কি আছিল?
    ৩) আটাইতকৈ পুৰণি বেদ খন কি?
    ৪) অলকানন্দা গীতৰ গীতিকাৰ কোন?
    ৫) ৰংবং তেৰাঙে ৰচনা কৰা কিতাপ খন?
    ৬) বাঁহেৰে সজা বাদ্য
    ৭) ৰাজ্য সভাৰ অধ্যক্ষ কোন?
    ৮) ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায়?
    ৯) নুমলীগড় তেল শোধনাগাৰ কোন জিলাত অৱস্থিত?
    ১০) টোকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে?
    ১১) নীতি আয়োগৰ অধ্যক্ষ কোন?
    ১২) নয়নমনি শইকীয়া কি খেলৰ সৈতে জড়িত?
    ১৩) দীপা কৰ্মকাৰ কি খেলৰ সৈতে জড়িত?
    ১৪) আহোমৰ শেষ ৰাজধানী কি?
    ১৫) অসমে কোন দুখন দেশৰ সৈতে আন্তৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে?
    ১৬) গ্ৰীণ লেণ্ড কোনখন মহাদেশত আছে?
    ১৭) চেন্নাইৰ পৰা এখন বিমান গুৱাহাটী অভিমুখে আহি আছে। এই ক্ষেত্ৰত বিমান খন কোন দিশৰ অভিমুখে উৰিব?
    ১৮) ৰূপৰ ৰাসায়নিক সংকেত কি?
    ১৯) জালিয়ানৱালা বাগ ক'ত আছে?
    ২০) এণ্ডিজ পৰ্বত ক'ত আছে?
    ২১) বিষুৱ ৰেখা,মকৰক্ৰান্তি আৰু কৰ্কটক্ৰান্তি পাৰ হৈ যায় কোন ঠাইৰ মাজেৰে ?
    ২২) শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্টৰ ৰচক কোন?
    ২৩) ১ জানুৱাৰী ২০২৪ সাপেক্ষে ভাৰতৰ উপ ৰাষ্ট্ৰপতি কোন?
    ২৪) ১ জানুৱাৰী ২০২৪ সাপেক্ষে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন?
    ২৫) ৮০ৰ পৰা ১০০ ৰ ভিতৰত কিমান টা মৌলিক সংখ্যা আছে?
    ২৬) বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত?
    ২৭) ʟɪᴏɴ ᴏғ ᴍʏsᴏʀᴇ নামেৰে কাক জনা যায়?
    ২৮) ৱাটাৰলু যুদ্ধত জড়িত ব্যক্তিজন
    ২৯) সাগৰৰ তলিত ভূমিকম্পৰ ফলত সৃষ্টি হোৱা সাগৰীয় ঢৌক কি নামেৰে জনা যায়?
    ৩০) ২য় বিশ্বযুদ্ধৰ সময়ত অক্ষবাহিনীত কোনখন দেশ আছিল?
    ৩১) ৰঙাত বগা ক্ৰছ কোনখন দেশৰ জাতীয় পতাকাত আছে?
    ৩২) ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য খন কি?
    ৩৩) আন্তৰ্জাতিক উৎসব ᴋᴜʟʟᴜ ᴅᴏssᴇʀᴀ ক'ত অনুষ্ঠিত হয়?

  • @Madhujyavlog1438
    @Madhujyavlog1438 Месяц назад +8

    Love from Chhaygaon ❣️

  • @BedantaPathori
    @BedantaPathori Месяц назад +9

    এই জনবহুল মানুহৰ পৰা গম পোৱা যায় যে অসমত unemployment এ সমস্যা কিমান।

  • @MakipOfficial
    @MakipOfficial Месяц назад +38

    Love from USA United States of Assam 😂❤

  • @kamaldeka2849
    @kamaldeka2849 Месяц назад +23

    এদিন Diabetic related ভিদিও বনাই এইবোৰ খাব মানা কৰে,আনদিনা আকৌ নিজে এইবোৰ টকাৰ কাৰণে promotion কৰে।কি মানে এইবোৰ।ফুলনি মানে বাগিছা,বাগিছা মানে ফুলনি।।

    • @nyn709
      @nyn709 Месяц назад +8

      ঠিক কৈছা বন্ধু এইবোৰ প্ৰচাৰ কৰাতকৈ যদি আমাৰ থলুৱা খাদ্যৰ প্ৰচাৰ কৰে বহুত খিনিৰ পৰা মানুহ সজাগ হ'ল হয়।খাবলৈ ইচ্ছা কৰিলে হয়।বেমাৰৰ প্ৰচাৰ কৰি আছে।।।ফূলনি মানে বাগিছা ।বাগিছা মানে ফুলনি

    • @kamaldeka2849
      @kamaldeka2849 Месяц назад

      @@nyn709 যোৱাকালি এটা Diabetic related ভিদিও বনাই এইবোৰ খাব মানা কৰিছিল।আজিৰ ভিদিওটোত আকৌ এইবোৰ খাদ্যৰ promotion...মুঠতে টকা পালে সকলো পাহৰি যায়, মাত্ৰ টকা লাগে। মই পলাই নাছিলো,লুকাই আছিলোঁ।

    • @rajeshhazarika1663
      @rajeshhazarika1663 Месяц назад +1

      টকা মেইন ভাই টকা😂

    • @kamaldeka2849
      @kamaldeka2849 Месяц назад

      @@rajeshhazarika1663 ইহঁতে বোলে আৰু কিবা influencer..কেবল মিছা কথা সকলো RUclipsr ৰ

    • @Pranjal435
      @Pranjal435 Месяц назад +1

      This is business 😎

  • @DPlay00
    @DPlay00 Месяц назад +165

    Jo Jo Fail Hone Wala Hai Like Karo
    Main To Fail 😂

    • @RemadyVlogstar
      @RemadyVlogstar Месяц назад

      Mai bhi fail ho gaya😢

    • @rajeshhazarika1663
      @rajeshhazarika1663 Месяц назад +1

      Har waqt mobile pe chatting me bussy rahoge to fail nahin karoge to aur kya karoge😂

  • @RosidulHok-kb4nu
    @RosidulHok-kb4nu Месяц назад +6

    Dimpu da moi apunar first viewer

    • @rajeshhazarika1663
      @rajeshhazarika1663 Месяц назад

      ল অলপ গু খাই ল এতিয়া😂

  • @mrlegendmaker2472
    @mrlegendmaker2472 Месяц назад +6

    Apuni boom hell manuh deii Dimpu da👍🏻💥

  • @nitinrabha1980
    @nitinrabha1980 Месяц назад +4

    1:44dimpu daa Budweiser or cane tu handbrake or pisot dekhi aseh olp lukai lobo lagisil😂

  • @RantuRamcihary
    @RantuRamcihary Месяц назад +11

    Dimpu da I love tihu ... Xai suwali jonir ghrar t 1ta aru video bonabo harsita ahar ghrat

  • @AnoopRanaVlogs
    @AnoopRanaVlogs Месяц назад +28

    Kon kon mamta benerjee ko Kolkata Doctor Case na milne se hate kar te hai justice for moumita debanth 🕯️😔💯❤❤😢😢

    • @Sbrahma717
      @Sbrahma717 Месяц назад +1

      Protest in political channels not here

  • @luitiphukan3989
    @luitiphukan3989 Месяц назад +1

    Dimpu da LV shirt tu val lagise👍

  • @InjamulHoque-lb2ck
    @InjamulHoque-lb2ck Месяц назад

    Hoi Dimpu da bohut deasi val lagil ar ❤

  • @raktimchiring
    @raktimchiring Месяц назад +7

    Akhete Half pen pindhi exam dibo gol j 🤣

  • @vkmusiccreator310
    @vkmusiccreator310 Месяц назад +16

    Mar Dimpu da Mar😂

  • @utpalxfitnz
    @utpalxfitnz Месяц назад +7

    অলকানন্দা❤

  • @deepjyotirabha1043
    @deepjyotirabha1043 Месяц назад +2

    দিমপু দাৰ লগতে দিত্বীয় জন মই হয়।

  • @Kaushikeditzshorts
    @Kaushikeditzshorts Месяц назад +11

    শংকুৰাজ কোঁৱৰ
    😮
    মনত পৰিছে নে ৰাইজ❤

    • @igkhmxxx
      @igkhmxxx Месяц назад

      Maitrayee Patar

  • @Donglee7
    @Donglee7 Месяц назад +3

    Dimpu da I love you bro..

  • @youtubetv9392
    @youtubetv9392 Месяц назад +3

    চাকৰি প্ৰতি দুৰ্বলতা বেছি হৈছে খিলঞ্জীয়া অসমীয়া ল'ৰা ছোৱালী কিন্তু সেই কাৰণে দিনে দিনে অসমত নিবনুৱা সমস্যা বৃদ্ধি পাইছে আৰু 20 বছৰ পাছত অসমীয়া খিলঞ্জীয়া ল'ৰা ছোৱালী আৰু ভয়াবহক পৰিস্থিতি হ'ব এক সময়ত খাবলৈ নাপায় মৃত্যু হ'ব গৈ। সেই কাৰণেই ধনী মানুহক অনুসৰণ কৰিব লাগে তেতিয়া চাকৰি বিচাৰি নাথাকে বেপাৰ বাণিজ্য কৰিবলৈ আৰম্ভ কৰিলে হয় কিন্তু কোনে এইবোৰ জ্ঞান দিব শিক্ষিত নিবনুৱাক

    • @rajeshhazarika1663
      @rajeshhazarika1663 Месяц назад +1

      চৰকাৰে তু এইবোৰত নিবনুৱাক নচুৱাই থাকে চাকৰি নিদি যদি সকলোকে ব্যবসায় কৰাৰ বাবে শিক্ষা আৰু অৰ্থ দিলে হয় তেতিয়া বুধহয় বহু নিবনুৱাৰ কৰ্ম দক্ষতা বাঢ়ি স্বাৱলম্বী হৈ পৰিল হয়।

  • @rakeshassamese2016
    @rakeshassamese2016 Месяц назад +6

    মই আগদিনা দুঘণ্টা পঢ়ি একবছৰ পঢ়া কেইটাক তক্কৰ দিছোঁ। আৰু exam সময় যিমান আছিল মোৰ অহা যোৱা কৰাত বেছি সময় লাগিল।
    ইমান দূৰত দূৰত exam চেন্টাৰ দিব লাগে নেকি?
    কিবা এটা ভিদিও দিব

  • @1nja__
    @1nja__ Месяц назад +33

    porixa de sakori koribo kunbai... net katpo amar .. de ar 😂

  • @Choudhurys_vlog
    @Choudhurys_vlog Месяц назад

    3:14 Epic - aru aru Olympic'r tu ki asil??😂😂🤣🤣

  • @bharatzg25
    @bharatzg25 Месяц назад +11

    মই ভাবোঁ Tukka মাৰি পৰীক্ষা দিয়াতকৈ পইচা কেইটা বেলেগ কামত খৰছ কৰাই ভাল 👍

  • @ydekaninjagamer
    @ydekaninjagamer Месяц назад

    Dimpu da bhut bhal Kam krise

  • @aang-bang1483
    @aang-bang1483 Месяц назад +4

    দিম্পুক কিয় লাগে চৰকাৰী চাকৰি!!!
    State government income= 25,000/ Per month
    RUclips income= 5 Lakh / Per month

  • @67Vijay67
    @67Vijay67 Месяц назад +1

    LOVE FROM BORSOLA 💜✅

  • @Farukxyz121
    @Farukxyz121 Месяц назад

    Congratulations 31 lakh subscribe🎉🎉

  • @amitvlog9986
    @amitvlog9986 Месяц назад +20

    Free pale petor karone beya nhy. Kin2 kini khale pet beya hobo kiba hobo. 😂😂😂

    • @Bijoy44859
      @Bijoy44859 Месяц назад +2

      Akdom thik koisa...dimpu khuwa buwat bahut kripon...akol veg,megi,poitavat,porotha aibor khai..belegog o khuwai...free te Chinese, Italian, Thailand sobore khana val..kini khale amar Delhi, Mumbai khana bewa hoi jai

    • @amitvlog9986
      @amitvlog9986 Месяц назад

      @@Bijoy44859 ysss bro 😂🤣

    • @Amlan777
      @Amlan777 Месяц назад +2

      free asil krene toh khabo goisile ..

    • @rajeshhazarika1663
      @rajeshhazarika1663 Месяц назад

      😂একদম ঠিক

  • @BikiDas-lb6cj
    @BikiDas-lb6cj Месяц назад +6

    Dimpu da gamosa khon lokel na saloni😊

  • @BHASKAR37871
    @BHASKAR37871 Месяц назад +3

    I Lov you ❤ dimpuda you 💐

  • @PranabjyotiMahanta-ys3pw
    @PranabjyotiMahanta-ys3pw Месяц назад +2

    Next level 🔥🔥🔥🔥🔥🔥

  • @MukundaSutradhar-lc7jj
    @MukundaSutradhar-lc7jj Месяц назад +1

    Dimpu da apunar agor vdo bur he bhal lagisil aji kali apuni olop show off Kora Jen lage 😊

  • @jayantahaloi9839
    @jayantahaloi9839 Месяц назад +2

    Yesterday you make a video about sugar and said beware from it.
    And today you promote this fast food market just because of money nice😮

  • @litoneditz6072
    @litoneditz6072 Месяц назад

    Dimpu Da is wearing Louis Vuitton Shirt 😮❤

  • @Lakhyajit1994
    @Lakhyajit1994 Месяц назад

    My lovely youtuber dimpu ❤❤❤❤

  • @BiswaTaid
    @BiswaTaid Месяц назад +1

    Moja lagise dimpu da

  • @RatulAsser
    @RatulAsser Месяц назад +1

    Dimpu দা আমিনি মৈৰাবাৰী আহিবনেকি

  • @Debashisssss
    @Debashisssss Месяц назад +3

    এইটো ভাল দিলে, চাকৰীয়ালৰ বাহিৰে চবৰে পইছাৰ আছেই,,,😂
    অপ্ৰিয় হলেও সত্য

  • @jintuahmed3708
    @jintuahmed3708 Месяц назад +8

    প্ৰব্লেম হৈছে বহুতৰ কাৰণ নালন্দা পাব্লিক স্কুল মালিকুচি লিখা আছে , কিন্তু স্কুল খন আছে জাপাৰকুছিত , আৰু মহন্ত ভাই ক আহোঁতে লগ পাইছোঁ 😂😂

    • @alphafacttechz9211
      @alphafacttechz9211 Месяц назад

      Moi tate disu exam

    • @jintuahmed3708
      @jintuahmed3708 Месяц назад

      @@alphafacttechz9211 নলবাৰী ৰ লোকেল মানুহ না আপুনি

  • @kulendas93
    @kulendas93 Месяц назад +3

    হাফপেন্ট পিন্ধি পৰীক্ষা দিব যোৱা মোক্কেলটো ভাল লাগিল 🎉

    • @rajeshhazarika1663
      @rajeshhazarika1663 Месяц назад +1

      😂কি জানে সেই মক্কেলটোৱেই চাকৰি পাই যায়😂

    • @dk-hj6nw
      @dk-hj6nw Месяц назад

      ​@@rajeshhazarika1663napai hi tar lokhyon e koi

    • @HiteshRamchiary-y4e
      @HiteshRamchiary-y4e Месяц назад

      Sakori paleo hi office t halfpant pindhi jabo...

  • @prashantaekka110
    @prashantaekka110 Месяц назад +4

    চাকৰি Post Vecancy 3 Thousand
    Canditete 13 lakh
    চাকৰি পোৱা সম্ভৱ নহয়
    Business Is Best

  • @narzibwdwi8423
    @narzibwdwi8423 Месяц назад

    Borokha ba ye gabin hoise 🥰

  • @ANUJ_CHUTIA
    @ANUJ_CHUTIA Месяц назад +17

    সকলোলৈকে সুপ্ৰভাত ❤️☆
    চাহৰ ব্যবস্থা কৰা হৈছে সকলোৰ বাবে 👀,ঠেলা হেঁচা নকৰিব
    কাটা বিস্কুট আৰু লাল চাহ
    লাল চাহ 5 টকা
    গাখীৰ চাহ 10 টকা
    আহিব ৰাইজ আহিব 🌸

  • @Niyorneelbora
    @Niyorneelbora Месяц назад +36

    বহুত বেয়া কাম কৰিছে dimpu য়ে..
    😂 পৰীক্ষা নিদি

    • @atomicff006
      @atomicff006 Месяц назад

      Bonora 😂😂😂😂😂😅😅❤❤ love

  • @Jintu_moran_
    @Jintu_moran_ Месяц назад +34

    মামা হ'ল বুলিয়েই ইতিহাস ক এনেকৈ একাষৰীয়া কৰিব নেলাগিছিল 🙂😢

  • @nayanmoninath9416
    @nayanmoninath9416 Месяц назад +8

    Moi apunak bohut val paw i love you dimpu da 💓💓💓💓

  • @nilutpalsaikia9957
    @nilutpalsaikia9957 Месяц назад +4

    অলকানন্দাই শেষ কৰি দিলে😅😅😅😅😅

  • @tapankumarvlogs9570
    @tapankumarvlogs9570 Месяц назад +4

    Dimpu Da তুমি ৰেষ্টুৰেন্টৰ বস্তু খাব নালাগে বুলি কোৱা আৰু তুমি এ খাই দেখুওৱা।

    • @rajeshhazarika1663
      @rajeshhazarika1663 Месяц назад

      টকা পালে কুকুৰেও মৈ টানে ভাই😂

    • @HiteshRamchiary-y4e
      @HiteshRamchiary-y4e Месяц назад

      E hol double standard manuh...Adin diabetis r video bonabo,,Adin notun food court r video bonabo..suwakhowa...freet khabo pale sob promotion koribo,,,okhomor manuhk burbok bonai ase

  • @TravelWithDibyo
    @TravelWithDibyo Месяц назад

    Bhout Dami Shart Dai

  • @fahimahmed699
    @fahimahmed699 Месяц назад +1

    Love from Assam hojai

  • @zero_o
    @zero_o Месяц назад

    Baki bad diok LV tu saokk😂❤❤❤❤

  • @ARNABTALUKDAR-d7k
    @ARNABTALUKDAR-d7k Месяц назад +1

    MMOOJJAA NNIICCEE
    LOVE FROM DWARKUCHI

  • @kanakrabha3239
    @kanakrabha3239 Месяц назад +2

    KFC resturant hotel বিলাকত মোৰা বইলাৰ মাংস দিয়ে যেন লাগে ৰাতি মাংস দোকানত গলে দেখা পাওঁ কাৰ্টুন বিলাকত অলপ দেমেজ মাংস বিলাক পিকিং কৰি থকা দেখা পাওঁ।

  • @abhijitbordoloi8537
    @abhijitbordoloi8537 Месяц назад

    First comment dimpu da 📌

  • @67Vijay67
    @67Vijay67 Месяц назад +1

    DIMPU DA 😎🔥✅

  • @SebiyanKhalkho
    @SebiyanKhalkho Месяц назад +1

    Love from tezpur❤❤❤

  • @prosenjithajong9378
    @prosenjithajong9378 Месяц назад

    Dimpu da shirt tu val lagse❤

  • @Juman__368
    @Juman__368 Месяц назад +1

    2:43 6:10 AM ot e katise khanapara r fale…. Wifi thaka r karone jinda thakilu😂

  • @jyotirmoyankitrajkonwar1444
    @jyotirmoyankitrajkonwar1444 Месяц назад

    Louis Vuitton r Sula tu vl lagise dimpu da

  • @ManishaBty
    @ManishaBty Месяц назад

    Respect sumi borah atleast axom or swalir talent lakh crore no hoi hazar crore or. Scam kora .dehmali nohoi..belek state or tu dhorba nuware online gambling bohut apps or axom or manuh poisa logai ahse..

  • @abdulsuban5211
    @abdulsuban5211 Месяц назад +43

    Google map Sai exam dibo goisilu adha rastat net Kati dile baki khini itihak.

  • @chinmoykalita..darrang.ass8788
    @chinmoykalita..darrang.ass8788 Месяц назад +9

    DIMPU DA NIDILE KOTHA NAI LIFE EVERYDAY MANY 😢😂😂😅😅😅

  • @Tanmoy275
    @Tanmoy275 Месяц назад

    Yes .. chicken bor bahiror pra ahe .. and 7,8 month aibor dry store t thoi dia hoi ... I was worked in KFC Patan bazar ..

  • @dhanjitvolg4167
    @dhanjitvolg4167 Месяц назад

    Dimpu daa apuni dile nisoi pali hoi ❤

  • @নয়নজ্যোতি
    @নয়নজ্যোতি Месяц назад

    Chole bhature aru purir majot bohut parthokyo ase. Puri apuni okl ratipuwa he pabo. Chole bhature ratipuwar pora rati loi k pabo. Bohut dangerous difference ase Dimpu da

  • @tonmoyrajkhowa5955
    @tonmoyrajkhowa5955 Месяц назад

    Dimpuda aji kali amar hslc examptu enekuwai pronso ahibo okuwa pokuwa 😊

  • @bbikash
    @bbikash Месяц назад +1

    আপোনাৰ হাঁহি তো শুনিয়েই গম পালো বৰ্ষা বা ভাল খবৰ তু হেহে 😅

  • @bishalrava7062
    @bishalrava7062 Месяц назад

    DIMPuda কি খৱৰ ❤❤❤

  • @suarsuar747
    @suarsuar747 Месяц назад +4

    11 lakh candidate.....3 hazar 3rd grade post.....😂

  • @pradushblinkzprag6486
    @pradushblinkzprag6486 Месяц назад +1

    Good morning dimpu da

  • @DKR..GAMER...
    @DKR..GAMER... Месяц назад +5

    ADRE exam salary = 25k
    Aru Dimpur Monthly income = 20lakh.😮

  • @SantonuBaruah
    @SantonuBaruah Месяц назад

    Dimpu tumi bohut danagar hola

  • @jbking8221
    @jbking8221 Месяц назад +2

    Net bondho koribo nalagisil😢

  • @KiranMunda-n3b
    @KiranMunda-n3b Месяц назад +1

    Dimpu Daa moi আপোনাৰ institute join কৰিম

  • @assampressnuhma337
    @assampressnuhma337 Месяц назад

    Dimpu daa tomar karone ata like dilu ❤❤❤❤❤

  • @RishikeshVlogs46
    @RishikeshVlogs46 Месяц назад

    Thike ase diya 😁😁😁😁

  • @Msproduction786.
    @Msproduction786. Месяц назад

    Dimpu da bathroom or fasoloti. Wowww pabo

  • @axommikuyt6231
    @axommikuyt6231 Месяц назад +1

    Dimpu daa .help eta lagisl

  • @GoutomKoul
    @GoutomKoul Месяц назад

    Mojaa hoi se exam 🎉🎉🎉

  • @Nelsonb-r2l
    @Nelsonb-r2l Месяц назад

    0:59 Q:______ . A:Option..
    Depends on Options..

  • @priyom1258
    @priyom1258 Месяц назад +12

    Dr Zubeen Garg ❤

  • @babitajethalalgada6258
    @babitajethalalgada6258 Месяц назад

    Bhaswati aru Dhuv r Biya ketiya hol moi gom e powa nai😢😢❤

  • @4Adda_tv
    @4Adda_tv Месяц назад +1

    Dimpu da apunar gaari t beer sun 😂

  • @rinkubora4609
    @rinkubora4609 Месяц назад

    5:00 This Is my dream . I ALSO WANT TO OPEN
    A INSTITUTE LIKE THIS. THIS IS MY AIM AND THE MAIN GOAL AND PURPOSE OF MY LIFE

  • @NayannilimBorah-wy9fc
    @NayannilimBorah-wy9fc Месяц назад +1

    Jai Shree Ram❤

  • @nikhilahmed63888
    @nikhilahmed63888 Месяц назад

    Chole bhature aru Puri t din Ratir parthoiko ase Bhai 😅My Fav chole bhature In Delhi Street Market best chole bhature pua jai 😋

  • @imalakesh9852
    @imalakesh9852 Месяц назад +2

    Net bondho korbo nalage noh Bohut ah exam center ah bisari napabo 💔

  • @bhagyabsty833
    @bhagyabsty833 Месяц назад +1

    Kune kune eibar sakori napaiii 🥲🥲

  • @AchutyaBora
    @AchutyaBora Месяц назад +1

    Suruj da be like : half pant pindhi jam

  • @bhupoladhikary5276
    @bhupoladhikary5276 Месяц назад +2

    Mojja❤❤😂😂😂