উলুবাৰীৰ আন্ধাৰ কোঠাত ধৰ্ষণ কৰি পেলাই থৈ গ'ল মুমূৰ্ষ অৱস্থাত। TIME8ত শিহৰণকাৰী বৰ্ণনা কিশোৰীৰ।

Поделиться
HTML-код
  • Опубликовано: 22 янв 2025

Комментарии • 1,2 тыс.

  • @sumideka1891
    @sumideka1891 3 года назад +406

    ছোৱালী জনীৰ কথাখিনিৰ পৰা এনেকুৱা লাগে যেন লৰাদুজন তাইৰ আগৰ চিনাকি।

    • @dipenboruah8391
      @dipenboruah8391 3 года назад +17

      Kio agot tumaru ake dokha hoisel nki...

    • @bristibiplab9630
      @bristibiplab9630 3 года назад +8

      Apunar suali ba vonti baa apunar logt rape hole apuni Mani lobo ankoi,Ami kole

    • @freemotionbyamir3052
      @freemotionbyamir3052 3 года назад +3

      Moio takei vabi asu..

    • @roman592
      @roman592 3 года назад +7

      tumak kunobai sudise neki tenekoi

    • @bristibiplab9630
      @bristibiplab9630 3 года назад +2

      Muk nkoleu publict tu koise,aru publict jetia koisei publicr prosnot,tat rply dia potijonre odhikar ase,

  • @promodbora3129
    @promodbora3129 3 года назад +127

    যদি ফেচবুকত চাইচে পুলিচক কিয় ফটো দিয়া নাই। ছোৱালীজনীৰ কথাবোৰ খেলিমেলি আছে।

  • @dreamlight7645
    @dreamlight7645 3 года назад +118

    যদি ধৰ্ষণ হৈছে তেন্তে ধৰ্ষণ হোৱাৰ পাছত mumbai ত যিদৰে standard procedure ৰে মেডিকেল চেক আপ কৰি ৰিপ'ৰ্ট ৰ ভিত্তিত fir লিখাই court case কৰিব লাগে।

  • @basantahira8645
    @basantahira8645 3 года назад +59

    এইজনীৰ কথাবোৰ বিশ্বাস কৰিব তান লাগিছে হে??!!

  • @rikutravelling7711
    @rikutravelling7711 3 года назад +145

    এতিয়া যি দেখি আছো অমি আমাৰ ছোৱালী বোৰক নিজৰ সুৰক্ষা ৰ বাবে কাৰাটে আদিৰ দৰে মাৰ্চেল আৰ্ট ৰ প্ৰশিক্ষণ দিব লাগে।।।

    • @jimoniray1282
      @jimoniray1282 3 года назад +5

      Moiu aei2e bisaru

    • @ashadulislam1028
      @ashadulislam1028 3 года назад

      Karaty ei bosabo paribo nay ? U vaby nay j karaty ei bosabo paribo ?

    • @prasanta11227
      @prasanta11227 3 года назад +1

      যদি বন্ধুক দুখোৱায়

    • @jimoniray1282
      @jimoniray1282 3 года назад +1

      Bandhuk dexwale poristhiti sabo lagibo ...jadi tair paxyat poristhiti2 nai basiboloi tente tair uposit buddhiehe basabo paribo buli vabu mur budherehe dei ....

    • @pranjalsensua5001
      @pranjalsensua5001 3 года назад +2

      Mixed martial art training

  • @ardigitalcompany4234
    @ardigitalcompany4234 3 года назад +41

    দুখিয়ে যদি অপৰাধিক ধৰি পুলিচক দিব লাগে তেতিয়া হ'লে চৰকাৰে দৰমহা দি পুলিচ কিয় ৰাখি থৈছে,

    • @FraudAnalysis
      @FraudAnalysis 3 года назад

      Police xokolok duxi dhoribo karonei rakahise dada,xeibuli kunubai koi dileitu nirduxi ajonok ni, xaasti prodan koribo nuare nohoi... teoluke upojukto ji khini ata case file koriboloi dorkar, xeikhini jugar kori case file koribo lagibo..tetiahe aag barhibo paribo..

    • @ardigitalcompany4234
      @ardigitalcompany4234 3 года назад

      @@FraudAnalysis আপুনি কোৱা কথা খিনি হয়,

  • @gobindalahkar3218
    @gobindalahkar3218 3 года назад +44

    অসম্ভব,6.30 সন্ধিয়া গুৱাহাটী ৰ পৰা গাড়ীত নিজে নুঠিলে জোৰ কৈ উঠাব পাৰিব।
    গন্দগোল আছে কিবা

    • @gobindalahkar3218
      @gobindalahkar3218 3 года назад

      @maznur haque ghoti thake nohoi.tai ghotai thake neki

    • @jintugohain5935
      @jintugohain5935 3 года назад +1

      Ulta kunuba he fosibo Jen paisu

    • @bijugogoi4036
      @bijugogoi4036 3 года назад +2

      Tumarei vull jn lgise ru nije garit utha jn lgise kthbur huni

    • @stevenGAMING7
      @stevenGAMING7 3 года назад +2

      Soali jonir kthat gm pai.. Tai e beya..
      Police e thike koise..

    • @roman592
      @roman592 3 года назад

      sowali k dokh diya tu aji kali fashion hoise

  • @MKParatroopers
    @MKParatroopers 3 года назад +29

    দুখীয়া ঘৰৰ ছোৱালী হোৱাৰ বাবে অসম আৰক্ষীয়ে কথা টো গুৰুত্ব দিয়া নাই ! আইন সকলোৰে বাবে সমান ' দুখিক উচিত শাস্তি প্ৰদান কৰিৱ লাগে ! আৰু ছোৱালী জনীক ন্যায় প্ৰদান কৰিৱ লাগে " জয় আই অসম 🙏🙏🙏

  • @utpalgogoi8457
    @utpalgogoi8457 3 года назад +3

    কথাটোত মই সন্দিগ্ধ....... ছোৱালী জনীয়ে প্ৰধান নায়িকা যেন অনুমেয় হৈছে।।

  • @মাতৃ-অসমাআমিখিলঞ্জীয়া

    কথা শুনি গম পালোঁ ছোৱালীজনী বেয়া আছে।

  • @alexoficial4259
    @alexoficial4259 3 года назад +31

    বাৰে বাৰে ধৰ্ষণৰ বলী হোৱাৰ পিছত কিয় ন্যায় নাপায় আইনৰ পৰা আৰু ধৰ্ষণ কাৰীয়ে উচিত শাস্তি কিয় নাপায় এগৰাকী যুবতীৰ লগত দুবাৰকৈ ৰেপ হোৱাৰ পিছটো আইনৰ সহায় নাপায় ।এটাই কম আমাৰ অসমত ফাচী শাল লাগে দোষীয়ে উচিত শাস্তি পালে সুখী হম।আৰু এই অসমত ফাচি নহলে আমি আৰু দুদিন পিছত গৰু ছাগলীও গোহালীত ৰাখীব নোৱাৰিম এই নৰপাপী বোৰৰ কাৰণে
    ।নিজৰ মাৰ দৰে ভনীৰ দৰে মানুহক চিনি নাপায় গৰুনো কি অজান বস্তু।

    • @bipuldas9769
      @bipuldas9769 2 года назад

      Madar sut suwali amar Assam pulise
      ancauntar korileo pratibad kio be kela

  • @joynalahmed3235
    @joynalahmed3235 3 года назад +31

    ইয়াৰ লগত আগৰ পৰাই যোগাযোগ থকা যেন লাগে

  • @diputalukdar2003
    @diputalukdar2003 3 года назад +12

    ছোৱালী জনিৰ লৰা দুজন চিনাকী যেন অনুভৱ নাইবা লৰা দুজনৰ নামত এয়া ষৰযন্ত্র

  • @rahulroy2706
    @rahulroy2706 3 года назад +1

    অ তুমি লগ দিব গৈছিলা মাইনা তুমি 🔥

  • @rajenbora2349
    @rajenbora2349 3 года назад +33

    কিবা এটা আছে ছোৱালী জনীয়ে চিনি পাই নেকি নামো জানে, কত থাকে তাকো জানে

  • @tarzanali7098
    @tarzanali7098 3 года назад +49

    অচিনাকি নম্বৰ পাই লুকেচন কিয় দিছিল, ডাল মে কোচ কালা হে,

  • @rahulkalita4081
    @rahulkalita4081 3 года назад +61

    সোনকালে ধৰি Rappist ক ফালি চিৰি পেলাব লাগে যিয়ে নহওঁ‌ক।

    • @Myselfwednesday
      @Myselfwednesday 3 года назад +3

      Taake tu khihotok pale khudai nerilu hoi aibilak kotha khunile matha gorom hoi jai .. :(

    • @alberttopno1791
      @alberttopno1791 3 года назад +1

      Moi jodi puwa hole

    • @Pgamers8698
      @Pgamers8698 3 года назад +1

      Moi puwa hole hihotok kati pis pis kori dilu hoi pixas keitak.

  • @deepmonideka1421
    @deepmonideka1421 3 года назад +1

    Dukhiya ghoror suali babe police e gurutta dia nai jodi dhoni hol hoi gurutta dile hoi police hoise soboke help koribo lage kio dukhiyak help nokore police buli nohoi dukhiyak beleg manuh bure u help nokore dukhiya bur ki manuh nohoi niki✨🥺

  • @bhaskarjyotibaruah8227
    @bhaskarjyotibaruah8227 3 года назад +36

    ছোৱালীজনীৰ কথাই দেখোন খেলিমেলি......

  • @khiroddeka1243
    @khiroddeka1243 3 года назад +12

    সচায় মানুহৰ মানৱতা কত হেৰাল,ছোৱালী জনীয়ে চিঞৰিছিল কিন্ত মানুহ ওলাই নাহিল এই ছোৱালী জনী সাধাৰন ঘৰৰ ছোৱালী কাৰনে কোনো ওলাই নাহিল

  • @dilipraj9141
    @dilipraj9141 3 года назад +29

    যদি চিনি নাপাই তেনেহলে ঘৰ ক'ত কেনেকৈ গম পালে

  • @anupalgogoi8817
    @anupalgogoi8817 3 года назад +23

    খেলুৱৈ হয় এই জনি । তাই লগত দুবাৰ হ'বলৈ পালে নে।

  • @Mahalaxmi-123-kr
    @Mahalaxmi-123-kr 3 года назад +10

    কথা খিনি শুনি এনেকুৱা লাগে যে লৰা কেইজনৰ লগত আগৰে পৰা চিনাকী আছে..হয়টো ছোৱালী জনীয়ে আগতে লৰা কেইজনক বহুত বেয়া কৈ কৈছিল তাৰে প্ৰতিশোধ ল´লে.. কাৰ মনৰ ভাৱ কি হয় নাজানোঁ মোৰ মনৰ ভাৱটো হে কৈছোঁ..

  • @arifulkalam9758
    @arifulkalam9758 3 года назад +11

    Time8 আপোনাকে সহয় কৰক নিসহয় ছোৱালী আৰু মাক জনীক। মানুহ দুজনক ছোৱালী জনীয়ে চিনি পাই কিজানি?

  • @deepjyotimedhi3656
    @deepjyotimedhi3656 3 года назад +91

    Katha bor alp beleg beleg lagise... Katha khini val dore bujabo para ni... Aasol katha ki vogobane he jane...

  • @biswaxnokoribo2172
    @biswaxnokoribo2172 3 года назад +2

    সহায় কিয় বিচাৰিছে দাদা !!!!!!
    কাম নাই ছোৱালী কাৰণে তাই গাত দোষ নাই।
    তাই কিয় আহিছিল অচিনাকি মানুহ যদি।

  • @niliduarah1214
    @niliduarah1214 3 года назад +57

    আৰক্ষীয়ে ঘটনাটো অতি সোনকালে বিছাৰ কৰিব লাগে....

  • @Lota-y9t
    @Lota-y9t 3 года назад +11

    ছোৱালী জনীৰ কিবা কথা বিলাক ওলোটা পোলোটা পাইছোঁ চিনি নাপায় কিন্তু ফটো দিছে ৰুমৰ পৰা পেলাই দিছে জেগা কণ চিনি নাপায় ..............?

  • @sankarkalita7819
    @sankarkalita7819 3 года назад +16

    ঘটনাটো বেলেগ। কথাৰ লৰ চৰ।

  • @nishamonidas9751
    @nishamonidas9751 3 года назад +1

    Narir oporot emn oityasar r katha ru kmn xunim. Sorkare oti xunkle kba ata usit xidhanta grahan kra usit. Nhole anekoi ru kmn swalir jibon dongkho hoi takhibo. Sorkare oti xunkle anebur dokhik fashi dbo lge ✊. Niyai lge

  • @dkmagicandroidtachnical1908
    @dkmagicandroidtachnical1908 3 года назад +3

    যদি সঁচা কথাবোৰ তেনেহলে,মেডিকেল টেষ্ট কৰি,স্কেচ্ছ আৰটিছ আছে ছবি আঁকি,বিচাৰি উলিয়াই তদন্ত কৰিব লাগে,নহলে গুৱাহাটীত আকৌ এনেকুৱা ঘটনা ঘটিব

  • @anirudhakalita4041
    @anirudhakalita4041 3 года назад +62

    দেহ ব্যৱসায়ৰ ঘটনা হব পাৰে।

  • @sugerfree3793
    @sugerfree3793 3 года назад +8

    ছোৱালী জনীৰ গাত চেকা আছে কাৰণ যদি নাথাকিল হয় তেতিয়া হলে তাই সকলো কথা নামৰ পৰা ঠাইলৈকে কব নোৱাৰিলে হেতেন। যদি অচিনাকি ই হয় তেতিয়াহলে তাই কেনেকৈ জানিলে🤔🤔

  • @sofixallex9492
    @sofixallex9492 3 года назад +36

    লৰাৰ লগত চিনাকি আছে নহলে তাইক কিয় ফোন কৰিব

  • @মইনয়নদীপ
    @মইনয়নদীপ 3 года назад +15

    এইবোৰ কি কৈছে ছোৱালী জনীয়ে। তাইৰ কথা বোৰ এতিয়াও ইমান চঞ্চল। তাইৰ কিবা এটা নিশ্চয় আছে।

  • @b2vlogs284
    @b2vlogs284 3 года назад +1

    সন্দেহজনক কথাবোৰ ।

  • @a.bstatuscreator4312
    @a.bstatuscreator4312 3 года назад +4

    অলপ খেলি মেলি আছে ! তাইৰ কথাত গম পোৱা যায় !

  • @manjulpathak4182
    @manjulpathak4182 3 года назад

    ধৰ্ষণকাৰী সকলক কঠোৰ শাস্তি দিয়াৰ দাবী জনাই আহিছোঁ । ফাঁচি দিয়াৰ দাবীয়েই জনাম কিন্তু ছোৱালীজনীৰ ভাষ্যয়ে ভৱাই তুলিছে বহু কথা । যুৱক দুজন তাইৰ পৰিচিত যেনেই লাগিল । খেলিমেলি এটা ক'ৰবাত আছে । পুলিছে গুৰুত্ব সহকাৰে লৈ তদন্ত কৰিব লাগে ।দোষীয়ে কঠোৰ শাস্তি পাব লাগে ।

  • @surajitnath7969
    @surajitnath7969 3 года назад +4

    দাদা নিউজটো ইমানতে বন্ধ কৰক,খেলি মেলি আছে,কাম নাই,,

  • @uddhabdas5214
    @uddhabdas5214 3 года назад

    ছোৱালীজনীৰ কথাবোৰত কিবা ৰহস্য সোমাই থকা যেন অনুমান হয়

  • @noboborah397
    @noboborah397 3 года назад +22

    Sob misa koise nisina lgise

  • @RahulGaming2902
    @RahulGaming2902 3 года назад +1

    ছোৱালী জনীৰ কথা বোৰ শুনি এনেকুৱা লাগে যে ছোৱালী জনী লৰা জনৰ লগত আগৰে চিনাকি হয়,, আমাৰ গুৱাহাটী ইমান মাহনু থকা ,, পিছত direct কেনেকৈ গাড়ীত উঠাই লয় যাব পাৰিব যদি নিজে নাযায়,,! এইটো ফিলিম নহয় টু ভন্টি,,,যে তোমাক direct গাড়ীত উঠাই লয় গৈছে,, আৰু তুমি চিঞৰি দিলে সকলো শুনিলে হয়,,!

  • @indianboy.5258
    @indianboy.5258 3 года назад +5

    পুলিশে তদন্ত কৰিব লাগে। অপৰাধিক ফাচি হব লাগে। ছোৱালী কিমবা লৰা

  • @Sadiiiik
    @Sadiiiik 3 года назад +10

    ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনালোঁ

  • @joonk5108
    @joonk5108 3 года назад +11

    ছোৱালী জনী কথাবোৰ সুদনহাই

  • @Nobanita
    @Nobanita 3 года назад

    Sowali Joni number one bodmas hoi

  • @rockybhaicompany4620
    @rockybhaicompany4620 3 года назад +3

    আৰক্ষীৰ লগত সিহঁতৰ হাত আছে জেন পাইছোঁ

  • @debajitkalita9551
    @debajitkalita9551 3 года назад +52

    Kothat gompai suwalijonir kiba golmal ase

    • @jogenhazarika8559
      @jogenhazarika8559 3 года назад +1

      হয় কথা বিলাক কিবা পাক লগা যেন লাগিছে ৷ চিনি নোপোৱা মানুহে ফোন কৰি কিয় লগ কৰিব বিচাৰিব ৷ তাই আগৰ পৰাই কথা পাতি আছিল ছাগে ৷

    • @parishmitagogoi4027
      @parishmitagogoi4027 3 года назад

      Hoi ne

  • @AbdulRahman-xf8fb
    @AbdulRahman-xf8fb 3 года назад +71

    ডালমে কুছ কালা হায়।

  • @duttamoon620
    @duttamoon620 3 года назад +23

    ছোৱালি জনিয়ে অসমিয়া নাজানে যেন পাওঁ

  • @asthaenterpriseatozhomedes8892
    @asthaenterpriseatozhomedes8892 3 года назад +8

    police ye khub val kotha koise , mor u anekuwai lagise😀😀😀

  • @raktimchiring
    @raktimchiring 3 года назад +1

    কথা বিলাক খেলি মেলি লাগিছে

  • @majnulhoque3109
    @majnulhoque3109 3 года назад +7

    ছোৱালীৰ কথাবোৰ স্পষ্ট নহয়, দাল মে কুছ কালা হে, ৰং নম্বৰত কিয় লকেচন দিব লাগে 🙄

  • @pharmavloggerm.majuli1864
    @pharmavloggerm.majuli1864 3 года назад +16

    কি দিন আহিল ,এটা এটা ক ধৰি ফাঁচী নিদিয়ালৈকে এনেকুৱা ঘটনা চলি থাকিব

    • @mrgamar4852
      @mrgamar4852 3 года назад +1

      এওঁলোকক ফাচী দিব লাগে

    • @ishankhan3802
      @ishankhan3802 3 года назад

      Rape nohoi tai sinaki ai2 misake koise

  • @ajaydas.a.j3059
    @ajaydas.a.j3059 3 года назад +9

    টেতিয়াহলেত ধৰিবলৈয় অতিশহজ

  • @bigupathok6229
    @bigupathok6229 3 года назад

    ছোৱালী জনী ভালে বা বেয়া ,, কিন্ত বেয়াক বেয়া কৰিবা নালাগে ।।। নেয়াই কৰী দিব লাগিব।।।🙏🏻🙏🏻।। সেই জন বেয়া মনু আৰু কাৰোবাক বেয়া কাম কৰিব পাৰে।।। এজনী কে নহব পাৰে ।।।

  • @মহাকাল-ৰুদ্ৰ
    @মহাকাল-ৰুদ্ৰ 3 года назад +26

    দাল মেই কুছ কালা হেই 🤔🤔🤔

  • @kaushikmusiczone6231
    @kaushikmusiczone6231 3 года назад +1

    অলপ কথাবোৰ খেলি-মেলি পাইছো

  • @kukibora7443
    @kukibora7443 3 года назад +7

    প্ৰতিটো ক্ষেত্ৰত ছোৱালী জনিয়েই কিয় বেয়া হয়। মই সেইটো বুজি নাপাওঁ

    • @dhamakavlogs2285
      @dhamakavlogs2285 3 года назад

      Tair kothar kaorne tair kothat apuni o o nisoi bujibo parise kiba nhoi kiba.

    • @walisabegum9017
      @walisabegum9017 3 года назад

      @@dhamakavlogs2285 enekwa bhuto ghotona ghoti ase kintu sob homyt swali k dokh diya dekha jii

    • @F2fuhhd
      @F2fuhhd 2 месяца назад

      Dhot😡

  • @Janmoniiiisonowal
    @Janmoniiiisonowal 3 года назад +1

    Thik ase manisu suwali jonir logot onyai hoise
    Kintu tai u kom nohoi
    Tair gat u vul ase.. 🙏🏻

  • @ranjitray
    @ranjitray 3 года назад +17

    কথাখিনিৰ পৰা গম পালো যে বন্দবস্ত হিচাপে কাম নিদিলে যেন লাগে ৷

  • @prayers7546
    @prayers7546 3 года назад

    This girl should get justice.

  • @nilakanta2559
    @nilakanta2559 3 года назад +9

    টেক কৰা ফটো আৰু সোনোৱাল নামৰ...মানুহজনৰ ফটোটো নিউজত দেখালে হ'ল...

  • @bishnugogoi3145
    @bishnugogoi3145 3 года назад

    Swalie jonier kotha bur r majot bohu kotha lukuay rakhise ....Jen lagise....

  • @anganasarma2896
    @anganasarma2896 3 года назад +15

    We can't believe what she is saying .something is different what she is saying.

  • @mithunsaikia857
    @mithunsaikia857 3 года назад +6

    কথাবোৰ সচা নহয় অ,
    মিছা কথা কৈছে কেলা, Wrong number যদি তই ক'ত আছিলি কেনেকৈ আৰু উঠাই নিব পাৰিলে .
    এপাত তাল নাবাজে অ

    • @missileworld1829
      @missileworld1829 3 года назад +1

      Apat tal kio nbajibo re..lora keijn mne suwali ata k uthai loi joat sowali2r gar dokh nthke but ...ai2 case t suwali joni r kthat alp bkg lgise

  • @argaming8927
    @argaming8927 3 года назад +8

    ঘটনাটো ভালকৈ তদন্ত হব লাগে

  • @JogeshChRabha
    @JogeshChRabha 3 года назад

    খেলি -মেলী আৰু মনে সজা কাহিনী যেন লাগে, পুলিচে কি কৰিব পাৰিব পলিচৰ বেলেগ বেলেগ কাম থাকে।

  • @aditbvlogs2275
    @aditbvlogs2275 3 года назад +13

    Sowaliye name jane district jane. Sowali re dos ase. Kotha gilao belek belek. Dukh sukh nai . Arw 2ta ghotona . Sowali ye val nohai sage

  • @babulkalita3375
    @babulkalita3375 3 года назад +1

    মালতো থিক নহয় ভাইহত_____এই অলপ খেলি মেলি আচেই কিজানি

  • @sagarjyotibaruah3728
    @sagarjyotibaruah3728 3 года назад +5

    ফোন নম্বৰ আছে যিহেতু দোষীক পুলিচে ১০মিনিটত কৰায়ত্ত কৰিব পাৰে।

  • @bituponbora1595
    @bituponbora1595 3 года назад

    তাই মনে সজা কাহিনী কৈছে যেন লাগিছে ৷

  • @mostahidahmed8162
    @mostahidahmed8162 3 года назад +11

    Kio jano mur ei suali jonir kthat kiba olp rohoshyo thka jen lagi ase....

  • @juriborah2098
    @juriborah2098 2 года назад +1

    Suwali jonir kothar khelimeli ase.jodi xosai tair logot kunubai bodmasi korise tenehole bisar hobo lage.

  • @barnashil924
    @barnashil924 3 года назад +6

    Parile time 8 apunaluke help korok.... 🙂🙂🙂🙂

  • @pranabjyotihazarika7145
    @pranabjyotihazarika7145 3 года назад

    ছোৱালীজনীয়ে লৰা দুজনাক ভালকৈ চিনি পায়, তাইৰ কথা খিনি খেলি মেলি

  • @nilimsagar4328
    @nilimsagar4328 3 года назад +5

    ধৰি আনি চিধা গুলিয়াই দিব বা ফাঁচী দিব লাগে ।

  • @JK_100
    @JK_100 3 года назад

    Neaia

  • @Lota-y9t
    @Lota-y9t 3 года назад +8

    6 30 গুৱাহাটীত ইমান ভিৰ থাকে কেনেকৈ মানে কোচ তো গৰবৰ হে দয়া🤔🤔🤔

  • @kbremixall8744
    @kbremixall8744 3 года назад +1

    ছোৱালী জনীয়ে লৰাজন ধেমাজি ত থাকে ডিব্ৰুগৰৰ হয় বুলি কেনেকৈ জানিলে.......

  • @purnakantagogoi7681
    @purnakantagogoi7681 3 года назад +4

    Nyai lage

  • @md.maashukahmed4205
    @md.maashukahmed4205 3 года назад

    Suspect ace....

  • @ridiprajbongshi2941
    @ridiprajbongshi2941 3 года назад +10

    Sowali joni faltu kotha suni gom palu

  • @ganeshtudu7484
    @ganeshtudu7484 3 года назад

    Karate
    prokhikhon dibo lage💪💪

  • @dchetia8847
    @dchetia8847 3 года назад +18

    Suwali Joni r u kiba bhul nisoy ase .....

    • @dchetia8847
      @dchetia8847 3 года назад

      Sol pale kukure gololoe jopiyai buli ekhar kotha ase nohoi

  • @islamdada609
    @islamdada609 3 года назад

    Misa jen lage

  • @madhusmitasaharia8647
    @madhusmitasaharia8647 3 года назад +5

    Worng nmbr pra phn ahile direct kot asa buli xudhe jnu, aru ktha bur belg koi koise j🤔🤔🙄

  • @pragyasvlog1899
    @pragyasvlog1899 3 года назад

    Bohute koi ase sowalijoni baya, sowalijoni r agor cinaki.... Hbo pare but tate anekuwa koribo pare nke

  • @foodfams9397
    @foodfams9397 3 года назад +11

    Sowali Jani kathat kiba ata problem Ase Jen lge..

  • @alilove1229
    @alilove1229 3 года назад

    Good

  • @dulalsonowal864
    @dulalsonowal864 3 года назад +4

    Niyai pab lage

  • @localdance1183
    @localdance1183 3 года назад

    Dal me kuch kala he kijani 😋😋

  • @nitusarma6548
    @nitusarma6548 3 года назад +6

    16 years or sowalir gaat tatto kio?

  • @gogoi2499
    @gogoi2499 3 года назад +2

    Suwali joniye misa koise. Bhal puwa hoi.

  • @kartiknath8056
    @kartiknath8056 3 года назад +6

    Siwali joni 2 nomber kam kora Jen lage

    • @renubegum3699
      @renubegum3699 3 года назад +1

      Sowali jonir kotha bour t kiba jen lagise

  • @Dhon4x
    @Dhon4x 3 года назад

    নিশ্চয় তাইৰ চিনাকি হয়।। সকলোবোৰ কথা খেলি মেলি।

  • @dhunbora8815
    @dhunbora8815 3 года назад +6

    ai, case2 mane anekwa,. ai dhanda kore lora bure kori hua pasot poisa nidi polai. Wrng nmbrt ahila kio tai adrs dbo lge,.

  • @arupsonowalsaikelvlog6549
    @arupsonowalsaikelvlog6549 3 года назад

    Akhmot eibur ghtona besi hboley kiyo pai muikhiyo karon hol police.or poisa khuwa soritro 2r karoney ru 2no. karon 2 hol akhom sorkarey dukhi burok fasi nidiey...
    kunubai karubak dhorkhon korisey tak direct fasi diyok lagiley ministerei houk tetiya kin2 ei okhot krmo bur alop bndho hbo ru kriboloiu alop hongkus kribo🙏🙏

  • @acroy4130
    @acroy4130 3 года назад +3

    Garir number aru phone kora number Tu
    Lobo lagisil

  • @pranabsarma7422
    @pranabsarma7422 3 года назад +1

    👌👌👌👌 😀😀😀😀