Pitambar Deva Goswami Exclusive: দুলীয়াজানৰ ‘জিতু’ কিদৰে হ’ল ড০ পীতাম্বৰ দেৱগোস্বামী?

Поделиться
HTML-код
  • Опубликовано: 22 окт 2024

Комментарии • 34

  • @meenagogoiborgohain4170
    @meenagogoiborgohain4170 3 месяца назад +13

    ইমান সুন্দৰ অনুষ্ঠানটোৰ বাবে অশেষ ধন্যবাদ। প্ৰভু ড° পীতাম্বৰ দেৱ গোস্বামীৰ জীৱন শৈলীৰ বিষয়ে জানিব পাৰি সুখী হলো। কথোপকথনৰ আঁত ধৰোতা ৰাজদীপ বাইলুং বৰুৱালৈও অশেষ ধন্যবাদ জনালো।

  • @gymworkout7376
    @gymworkout7376 3 месяца назад +6

    খুউব সুন্দৰ এক খণ্ড। অত্যন্ত ভাল লাগিল চাই। বাকী অংশ খিনি চাবলৈ আশা থাকিল লগতে তেখেতৰ পৰা আজিৰ সমাজতকৈ সত্ৰীয়া জীৱন আৰু পৰিবেশে মানৱীয় প্ৰমূল্যক কেনেদৰে উৰ্ধমুখী কৰি ৰাখে জানিবলৈ পালে সুখী হম ।

  • @gautamdutta340
    @gautamdutta340 3 месяца назад +6

    Bhut ktha janilu provur val lagil

  • @mousumisonowal9571
    @mousumisonowal9571 3 месяца назад +1

    সুন্দৰ অনুস্থান এটা চাবলৈ পাই ভাল লাগিল ,তেখেতৰ বিষয়ে বহু কথা জানিব পাৰিলো,প্ৰণাম 🙏🙏🙏🙏

  • @Bijoylakhipathak
    @Bijoylakhipathak 3 месяца назад +4

    অতি সুন্দৰ কথোপকথন বহু। কথা। জানিব। পাৰিলো। পিছৰ। খণ্ডৰ। বাবে। অপেক্ষাত। আছো

  • @priyankabaruah2311
    @priyankabaruah2311 3 месяца назад +1

    Bht Val lagil programto. Aaro janiboloi hepah thakil. Tekhetor kotha kowar xundor Art aase. Aamar sikibologa bht aase .

  • @BinaBorgohain-fk8ep
    @BinaBorgohain-fk8ep 3 месяца назад +2

    প্ৰভু ঈশ্বৰলৈ কৌটি প্ৰণাম🙏🙏🙏

  • @manashborah7690
    @manashborah7690 3 месяца назад

    Okhekh Dhanyabad❤ Provu Ishwar

  • @Edutrick-z3i
    @Edutrick-z3i 9 дней назад

    কৃষ্ণ কৃষ্ণ

  • @arupborah3832
    @arupborah3832 3 месяца назад +1

    Bahut bhal lagil

  • @sunnysagarsonowal7853
    @sunnysagarsonowal7853 3 месяца назад

    Val lagil 🎉

  • @arupkumardutta9347
    @arupkumardutta9347 3 месяца назад +3

    বৰ ভাল লাগিল জানিবলৈ পাই। মই তেখেতৰে শৰণীয়া শিষ্য।

  • @pranitaphukan9197
    @pranitaphukan9197 3 месяца назад +2

    Sundar kathupakathan. Imanbur katha janiba pari bhal lagil

  • @dzB07SIV
    @dzB07SIV 3 месяца назад

    সুন্দৰ অনুস্ঠান ❤

  • @juridhekialborah4551
    @juridhekialborah4551 3 месяца назад +1

    🙏🙏

  • @pranjalgogoi7930
    @pranjalgogoi7930 3 месяца назад

    👏👏

  • @NarendraGogoi-li4dr
    @NarendraGogoi-li4dr 3 месяца назад +1

    Bar Sundar kathupakathan. Tekhetar pichar jivan parikrama janale sukhi hom.thank you.

  • @junmonidas4639
    @junmonidas4639 3 месяца назад +1

    Sundor kathupakathan,tekhetor bikhoe janibopari Val lagil

  • @dipaksaikia5100
    @dipaksaikia5100 3 месяца назад +1

    কৃষ্ণ -গোবিন্দ
    প্ৰভু প্ৰণাম

  • @amritdutta4928
    @amritdutta4928 3 месяца назад

    অসমীয়া কৃষ্টি, ধৰ্ম্মীয় পৰম্পৰা আৰু ৰীতি-নীতি, সংস্কৃতিলৈ সত্ৰ সমূহৰ অৱদান অনস্বীকাৰ্য্য। জাতিটোৰ আজিৰ সন্ধিক্ষণত সত্ৰৰ অৱদান আদৰণীয়।

  • @MonjitBoruah-ds9mv
    @MonjitBoruah-ds9mv 3 месяца назад

    🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @lakhimidutta8896
    @lakhimidutta8896 3 месяца назад

    Krishna Probhu

  • @PankajNath-ri6xs
    @PankajNath-ri6xs 3 месяца назад

    Krishna Prabhu.

  • @muninoza4944
    @muninoza4944 2 месяца назад

    আপোনাৰ লেখনীটো খুউব ভাল লাগিল, আচলতে শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শৰে গোটেই অসম আগুৰি আছে সকলোৱে গুৰু জনাৰ আদৰ্শ গ্ৰহণ কৰিলেই হয় । ইয়াত সত্ৰৰ কোনো ভাল আদৰ্শ দেখা নাই গতিকে সত্ৰ নহ'লেও চলি যাব ।

  • @brojenkhargharia15
    @brojenkhargharia15 3 месяца назад

    Ha provu apone ote mohan

  • @AlokParasar5153
    @AlokParasar5153 3 месяца назад +2

    প্ৰভু ঈশ্বৰৰ দ্বিতীয় সাক্ষৰতালৈ অধিক অগ্ৰহেৰে বাত‌ চালো।

  • @brojenkhargharia15
    @brojenkhargharia15 3 месяца назад

    Ha peto joog ambor petambor Krishna Krishna provo

  • @DibyaRanjanSaikia-q5x
    @DibyaRanjanSaikia-q5x Месяц назад

    নমস্কাৰ,
    সকলোৰে জ্ঞাতাৰ্থে জনাই দিব বিচাৰিছো যে ডঃ পিতাম্বৰ দেৱগোস্বামী দেৱৰ মাতৃৰ ঘৰ ডিব্ৰুগড় জিলাৰ চাচনীৰ গটং গাঁৱত। কৃষ্ণ।
    ভূল হলে ক্ষমা কৰিব |

  • @bulengogoi5859
    @bulengogoi5859 3 месяца назад

    কিতাপখন কত লিখা?

  • @anjubezbaruah9999
    @anjubezbaruah9999 3 месяца назад

    তেখেতৰ ড০ ডিগ্ৰীৰ বিষয়ে নজনালে ।

  • @ShyamKalita-cr5cf
    @ShyamKalita-cr5cf 3 месяца назад +1

    Kormkanb hoiaaiguasai

  • @Mmdsmemories
    @Mmdsmemories 3 месяца назад

    আপোনালোক কেতিয়াও প্ৰভু ঈশ্বৰ, গোঁসাই ঈশ্বৰ, দুখানি চৰণ হব নোৱাৰে, আপোনালোক কেৱল এজন সত্ৰাধিকাৰ। ভগৱানৰ নাম লৈ যদি ভকতসকলে আপোনালোকক প্ৰভু ঈশ্বৰ মানি অন্তৰত সুমুৱাই ৰাখে তেতিয়া হলে তেওঁলোক কেতিয়াও উদ্ধাৰ হব নোৱাৰিব । আমাৰ প্ৰভু ঈশ্বৰ সকলোৰে এজনেই সেইজনেই হল পৰম ব্ৰহ্ম প্ৰভু ভগৱন্ত " কৃষ্ণ "। তেওঁৰ বাহিৰে এজন মনুষ্যক, প্ৰভু ঈশ্বৰ বুলি কোৱাতো তেওঁলোকৰ আজ্যানতাহে মাত্ৰ। যেনেকে এখন স্কুলৰ এজন প্ৰধান শিক্ষক বা principal থাকে, আমাৰ দৃষ্টিত সত্ৰাধিকাৰজনও এজন তেনেকুৱাহে ব্যক্তি। গুৰুজনাই প্ৰচাৰ কৰা ধৰ্মতোক ভাগ ভাগ কৰাত আপোনালোকে বহুত অৰিহণা যোগাইছে। সত্ৰাধিকাৰ সকলে সত্ৰৰ ভকত সকলৰ মাজত বা জনমানসত আমাৰ "গুৰু" দুজনাৰ গুৰুত্বতো কম কৰি দেখুৱাই নিজক যেন গুৰু দুজনতকৈও ওপৰত তেনেকুৱা ছবি এখনহে সদায় প্ৰকাশ কৰাই আহিছে।

    • @dekhoviralshorts
      @dekhoviralshorts 2 месяца назад

      Sutmarnai buli xobdo eta ase j haitu hoi tur nisina manuh bur..nijor tu nijor logote rakh

    • @Edutrick-z3i
      @Edutrick-z3i 9 дней назад

      তোমাৰ নিচিনা পাপী আৰু অধৰ্মী জন হয়তো দ্বিতীয় জন নোলাব এই অসমত।