অন কেমেৰা সাংবাদিকক আক্ৰমণ
HTML-код
- Опубликовано: 19 ноя 2024
- 📌অন কেমেৰা সাংবাদিকক আক্ৰমণ
📌EM দিগন্ত বৰুৱাৰ ভেৰণীয়া গুণ্ডাৰ সাংবাদিকক আক্রমণ
📌NB NEWSৰ কৰ্তব্যৰত সাংবাদিকক আক্রমণ গুণ্ডাবাহিনীৰ
📌কলাইগাঁৱত বাতৰি সংগ্ৰহৰ সময়তেই গুণ্ডাবাহিনীৰ সন্ত্রাস
📌কেমেৰা ভাঙি দিয়াৰো ভাবুকি দিলে গুণ্ডাবাহিনীয়ে
📌গুণ্ডাবাহিনীয়ে হাত দিলে সাংবাদিক ধৃতিৰাজ কলিতাৰ গাত
📌EM দিগন্ত বৰুৱাৰ দুৰ্নীতি ফাদিল কৰিছিল NB NEWSয়ে
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews
প্ৰতি গৰাকী সত্য সাংবাদিক ৰ লগত অসমৰ ৰাইজ আছে ,আপোনালোকে সঁচা নিউজ কৰিবলৈ ভয় নকৰিব ,সকলো সঁচা কথা কোৱা মানুহৰ লগত আন কোনো নাথাকিলেও ভগবান আছে ❤
এয়া হে সাংবাদিক 🫡 এটাও অলাগতীয়াল কথা কোৱা নাই ।
আজি ভাল লাগিল সাংবাদিক এজনক বহু দিনৰ মূৰত ।
সাংবাদিক সকল সাহসী হব লাগে
Salute hangbadik jonok
প্ৰতিজন সাংবাদিক এনে হব লাগে, নীৰ ভিক 🙏🙏🙏
সুন্দৰ, প্ৰায় ১৫-২০ বছৰ মানত আজি হে সঁচা সাংবাদিক এজনক দেখা পালোঁ যেন লাগিছে।
সঁচা কথা প্ৰচাৰ কৰি গৈ থাকক ভয় নকৰিব। বেয়া কামৰ লগত এনেধৰণৰ মানুহ জড়িত হৈ থাকে।
চৰকাৰ জড়িত আছে।সাবধানে থাকিব।
দিগন্ত বৰুৱা বহুত ভুল কাম কৰি আছে, মামাযে কিবা এটা কৰিব লাগে
Reporter jonok salute. Ane kuya repoteror xomajot dorkar ase
চৰকাৰী বিষয়া ক্ষেত্ৰতো এনেকৈ উদংয়াই দিব পাৰিবনে সাহস হবনে বাৰু!
এশ টকীয়া প্ৰশ্ন
অকল এজন EM দিগন্ত বৰুৱায়ে টকা খাইনে? আপোনালোকে সকলো কেইজন EMৰ সম্পতিৰ তালিকা ৰাজহুৱা কৰিব পাৰিব নে?
যদি আপোনালোকে স্বচ্ছতাৰে তথ্য সংগ্ৰহ কৰে, তেতিয়াহলে কম দিনত সকলোৰে সম্পতিৰ তালিকা ৰাইজৰ আগত ডাঙি ধৰক।
সাহসী সাংবাদিক ৷
সাংবাদিক হ’লে এনেকুৱা হ’ব লাগে ৷
সাংবাদিক হলে এনেকুৱা হব লাগে
ইহতক ধৰক এৰি নিদিব 😊😊😊
Good my bro 🙏🙏🙏🙏
BTC ৰ যিমান পইচা আহিছে সব পইছা দিগন্ত বৰুৱাযে হজম কৰি শেষ কৰি দিছে, CM SIR যে ACTION লব লাগে immediately
এইয়া হে প্ৰকৃত সাংবাদিক ❤❤❤❤❤🙏🙏🙏🙏🙏
Real journalist👍👍💪💪
Salute disu dei apunak Val reporter hoi apuni
তহতৰ মালিকৰ বিৰুদ্ধে কিবা কিবি অভিযোগ উত্থাপিত হৈছে সেইটো বাতৰি কিয় নকৰ ?
সত্য সাংবাদিক সাহসী হৈ থাকক
সুন্দৰ দিছে দাদা
Salute this journalist
জয় আই অসম 👏 আপোনাৰ দৰে সাহসী সংবাদকৰ্মীৰ অসমত বহু প্ৰয়োজন আছে। আপোনাক Salute জনাইছোঁ। জয় আই অসম।
Hangbadik jonok salute 👍
পইচা পোৱা নাই সাংবাদিক জনে কিজানী।
Toi andhbakta hoi kela 😡😡
Thanks brother good job
সাংবাদিক জনক salute
সকলো ক্ষেত্ৰতে এনেকৈ আগবাঢ়ি যাব যদি পাৰা । কিন্তু নোৱাৰে।
Salute Apunaloi🙋
Clean Just that is
NB NEWS best news channel
আপোনাৰ নিচিনা সাংবাদিক মই দেখা নাই . এতিয়াৰ দিনত এনেকুৱা সত্য কথা কোৱা সাংবাদিক বহুত কম. আপোনাৰ নিচিনা সাংবাদিক এইখন অসমত প্ৰয়োজন.
👏👏
Good job❤
Salute dada❤
Good val. Hangbadik voi nkore..... Hahokhi tora re..... Honmukhin hoise hudho hosa news d jabo❤
Mozaa
তহতক মাৰিব এ লগা কাম নিজেই কৰি থাকা
Salute,,,, mokkel ketak dhorok
❤❤❤❤❤🙏🙏🇮🇳🇮🇳👍👍👍
Apunar hahakh ase tamaam. Thanks
Good 👍👍👍👍👍👍👍👍👍👍👍
Very good 👍 😅
Gundami kora kaitak immediately arrest koribo lage
Reporter jonok salute
Good 👍
Moza
It's utmost ....
Brave
Reporter
Good brother
Brave journalist👍👍
Very....Good.......camera logot loi Blackmail
❤
A moja
Akk gusaa dibo lage😢
Akk gusaa mene khi oi deda
Ghusa akou punch 😅😅 bujila nae dada 😊@@pranjalsensua5001
মাজে মাজে পাবও লাগে।
Salute u keep it up
Mojja
good bro
Mojaa
Video ত চাই অনেকোয়া লাগিল যে সাংবাদিক জন বিছি কৰিছে । মই ভাবো সাংবাদিক জনৰ ভুল সিহঁতৰ ভুল বিলাক কাটি দিয়া অনৰ ভুল বৰ লগায়
Tohotok aru dib lage . Tohotor uport bisax naikia hoise
Salute hangbadek Jon
Diganta hai hai
যাৰ তাৰ বাতৰি কৰি থকা সকলক মাৰিব লাগে
Ake akhahot kotha bilak koi ase...bhout bhoi khaise
Moja aru dibo
Lahe lahe kouk nhole jiva ulai ahibo😂….jibon anakuai..//.
Bharstachar anekoi hekh koribo sesta kora hahak k moi salute koru aponi chinta nokoribo bhagwan e aponak hatya potothat potothat log diboi 😢
❤ki mane
লাহে লাহে কওক
Report r uprot hath uthoisi naa gom pabo r 😂 koti mara khabo
Lahe lahe kouk mat vangi goise
Moza moza camera nhoi manuh gitak debo lgsl......jimnr juigy himane pabi ....tar mat hunoksun hi bule hangbadig
Diyat beya powa nai . Je te news karib gale enekowai hoi .
Diganta Baruha hatau
Bor beya korise 😭
চেলুত সাংবাদিক জনক
কি আলু ছেলাবো গিছিলি নকৰি কাৰণ খিনি, কাক ভুল ধৰিব তুমাৰে ভুল আছে নেকি?
সত্য কথাৰ আজিকালি কিবা value আছে জানো।সব চুৰ চাণ্ডল বোৰ দেখোন মন্ত্ৰী MLA খাছ মানুহ। চুৰ কৰ আৰু comission দে সেইটোয়ে চলি আছে আজিকালি। Rulling party junu হওক সব টো চুৰ।
Tu vago vume ulai jabo atea
Aru dibo lage tohotok
Aji kali cinema t howa r dore kahini hoi ase 😢
Oh..ram apuni akan ukhato laa.manisu apunar katha xasa.kinto moi sai thakute buke dhip dhip karise...
A2 dekhate mod khai besi dekhai thka nsna lgise
😂😂 paboi lge tohote , olp lgatkoi besi koro j
Eta gom xi pabo gundai 😂 koti mara khabo r reporter ok hath uthosi na launga kri dbo eta
Moja bhalke dibo lage report bilake gunda.
Khub val hoise mara karane
Diganta jaharai talkshow T bhut mitha2 ktha koi dekhon
Lahe lahe ko haro Jiva uli ahibo😂
কি হল অ,,,
Political power miss used.
Iman siyori ase duta man lat dibo lagisil
কিয় প্ৰশাসনে একো কৰিব পৰা নাই।এই বোৰ কি হৈছে।
Poisa diya nasil no ooo diganta bula manuh jone😂
Reporter jone news kori val kamei korise.kintu pagol r dore uttejito hoise kio?
Garia mhtia nib o
Tak kati fali dii..dada who is diganta baruha
Aru vl koi debo lagisel
কি জে দেখা যাচ্ছে আসামের রাজনীতি 😂