লৰা-বোৱাৰীৰ একান্তই ব্যক্তিগত সময়বোৰ/সুখী হোৱাৰ সহজ কৌশল/সমালোচনা কোনে কৰে/Rashmi konwar

Поделиться
HTML-код
  • Опубликовано: 23 окт 2024

Комментарии • 213

  • @r.hazarika9231
    @r.hazarika9231 2 месяца назад +13

    তোমাৰ দৰে চিন্তা চৰ্চা বোৰ সকলোৰে হোৱা হ'লে সমাজখন বহুত সলনি হ'ল হেঁতেন। কিন্তু কি কৰিবা কিছুমান মানুহে আনৰ ভুল বোৰ দেখিলেও সমালোচনা কৰে আৰু ভাল দেখিলেও কৰে কাৰণ সেই এচাম মানুহ সকলো ঠাইতে সকলো সমাজতে থাকে। যি কেতিয়াও নিজৰ ভুল একো নেদেখে । গতিকে আত্মবিশ্বাসক সাৰথি কৰি মানুহে নিজৰ কৰ্ম কৰি যাব লাগে। কৰ্মহীন মানুহ জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰে সেইসকলৰ পৰচৰ্চাই একমাত্ৰ কাম। চেংনাং জনী সকলো বুজি পোৱা হ'ল। চকুৰ আগতে বহুত ডাঙৰ হৈছে নহয়নে 😄 মৰমবোৰ একেদৰে ভগাই লবা দেই 🥰❤️❤️❤️❤️❤️

  • @karobisaikia3548
    @karobisaikia3548 2 месяца назад +1

    Moiu kati diu manuh jonok❤❤❤❤❤❤❤❤🎉🎉🎉

  • @MunmiGogoi-s6o
    @MunmiGogoi-s6o 2 месяца назад +2

    Khuri ma ❤❤❤

  • @chinkichnagmai8213
    @chinkichnagmai8213 2 месяца назад +1

    Bohut val kotha kole aponar pora bohut kotha hiku khuri❤ hodai aponar pora hahokh pai thaku ami hustho hoi thakok aponi

  • @TribeniKumbang
    @TribeniKumbang 2 месяца назад

    Eman bhal lage apunar video bur sai

  • @kabitaborabhakatgaon
    @kabitaborabhakatgaon 2 месяца назад +1

    সকলোলৈ মৰম সখী ❤❤ এতিয়াহে চালো বেমাৰে লগনেৰা হৈছে এইবাৰ

    • @RashmiKonwar
      @RashmiKonwar  2 месяца назад +1

      ভালে থাকা সখী

  • @Trishnaborah-l3f
    @Trishnaborah-l3f 2 месяца назад +1

    ♥️♥️♥️

  • @prashantadutta569
    @prashantadutta569 19 дней назад

    apuni thik kotha koisa khuri maa

  • @monalishaboruah331
    @monalishaboruah331 2 месяца назад

    আপোনাৰ চিন্তাধাৰা সঁচাই উচ্চখাপৰ

    • @RashmiKonwar
      @RashmiKonwar  2 месяца назад

      অশেষ ধন্যবাদ

  • @BobiPhukan
    @BobiPhukan 2 месяца назад

    Hosa kotha koise dei aapuni

  • @pritisnadas
    @pritisnadas 2 месяца назад

    Apunar video sai bhut val lage apunak bhut val pau apunak log pab mon jai

    • @RashmiKonwar
      @RashmiKonwar  2 месяца назад

      নিশ্চয় লগ পাম

  • @nabonitadutta9472
    @nabonitadutta9472 2 месяца назад

    l love unti .
    ❤❤❤

  • @Minasaikia1234
    @Minasaikia1234 2 месяца назад

    ❤❤❤❤❤❤

  • @lalitas1989
    @lalitas1989 2 месяца назад

    eman je morom lagise taik...val lagil sai....muru sabo sun homoi pale

  • @kabitaborabhakatgaon
    @kabitaborabhakatgaon 2 месяца назад +1

    চেংনাং হত আহি পালেহি আৰু এতিয়া ঘৰ গৰম হব আৰু কিছুমান মানুহে মানুহক সমালোচনা কৰি বহুত ভাল পায়❤

  • @shahubuwaripakghor1830
    @shahubuwaripakghor1830 2 месяца назад

    Val lagil video 😅😊

  • @RupaRupa-lc4hw
    @RupaRupa-lc4hw 2 месяца назад +1

    Vl lagil de bydo vidio tu say❤mro dator bikh 3 din hol eman bikh kandi kandi ako khabo nuaro bikh or teblet khai olop vl payso

    • @RashmiKonwar
      @RashmiKonwar  2 месяца назад

      ভাল হওঁক সোনকালে

  • @CalmBeachHammock-bj3gr
    @CalmBeachHammock-bj3gr 2 месяца назад

    Khsake de apunalokr dore jodi sokolo sahu suhor hol hoi ba kathai nasil o ba 😢😢 khsake apunalok khsake bht bht vl ❤

  • @koushickkoushick8140
    @koushickkoushick8140 2 месяца назад +1

    Kisumn manuh ase maa mukh khn melio somalosna kore seiburr kotha kn nidibo maa ❤ manuhr montu a asol mon tu jodi vl hoy boiyokhr sima nathake maa ❤ apuni aru aguwai jauk ❤❤❤

  • @anjalienling
    @anjalienling 2 месяца назад +1

    Happy family ❤ God bless you all always 🙏 umaa sengnang

  • @BornaliGogoi-iz2yc
    @BornaliGogoi-iz2yc 2 месяца назад +1

    বৰ ভাল লাগে আপুনি কোৱা কথা বোৰ

  • @munhazarika9175
    @munhazarika9175 2 месяца назад +1

    বাইদেউ আপোনাৰ কথাবোৰ বৰ ভাল লাগে

  • @Nizara586
    @Nizara586 2 месяца назад

    তুমি সঁচা কথাই কৈছা।বাকী নখ কতা কামটো যে সকলোৱে ভালকৈ কৰিব নোৱা তাৰ প্ৰমান আমাৰ ঘৰতে ।

  • @army-bf7ms
    @army-bf7ms 2 месяца назад

    ❤❤❤❤❤❤❤❤❤❤❤❤

  • @NamalRay-f5m
    @NamalRay-f5m 2 месяца назад +1

    Love you khuri ma❤

  • @barbiebaruah5485
    @barbiebaruah5485 2 месяца назад

    Apunar dora sakalura sinta bur hok sun o..emn moromar majat thakila ghr khan katiau axanti nahai aru hy ghr khn sadai vhagaban thaka likhi bax kora o khuri.. ❤❤❤

  • @nirmalidutta9498
    @nirmalidutta9498 2 месяца назад +12

    Apualukor dore hahu hohur ba maa deuta pabole kopal lagibo. Hokolure vagya t nathake eibur. Apunaluk hodai enekei thakok. Hukhi hoi thakok. ❤❤❤

  • @tultulphukan6865
    @tultulphukan6865 2 месяца назад +5

    বা আপোনাৰ চিন্তা-ধাৰাবোৰ বহুত ভাল আপুনি মহান ভগৱানে আপোনালোকক কৃপা দৃষ্টিৰে চাওক, মংগল কৰক

  • @chitragogoi6795
    @chitragogoi6795 2 месяца назад +2

    মোৰ বোৱাৰী নাই ছোৱালী আছে ।কিন্তু ছোৱালী হলেও যি তি কাপোৰ পিন্ধিবলৈ নিদিওঁ তাই মন গলেও।কাৰণ আমি সমাজত বাস কৰো ।বোৱাৰী থকা হলে আৰু নিদিলে হলে এই স্কট frog পিন্ধিবলৈ জেটিয়া ৰেলেটিভ ঘৰত ফুৰিবলৈ জাই ।

    • @RashmiKonwar
      @RashmiKonwar  2 месяца назад +1

      সময়ে কব আপোনাৰ ছোৱালীয়ে কি পিন্ধে । এতিয়া বাৰু বুজিলোঁ গাভৰু হোৱাৰ পিছৰ পৰাই যে মেখেলা চাদৰ পিন্ধে । আপুনিও চাগে উৰণী লৈ ৰিহা মেখেলা পিন্ধি থাকে ন ।

    • @krishnabora-rm1fk
      @krishnabora-rm1fk 2 месяца назад

      Eou teacher hol buliye nije sob jana buliye vabe assam ot thaki westorn look dibo bisare nijoke

    • @chitragogoi6795
      @chitragogoi6795 2 месяца назад

      কোনে বাৰু জন্ম পৰা মেখেলা চাদৰ পিন্ধে।আপুনি পিন্ধিল নেকি

    • @trishnagogoi-pj4fi
      @trishnagogoi-pj4fi 2 месяца назад +1

      Nior kotha vabok sn apunar kobloi kunu odhikar nai june jie nipindhok lge aru aku beya kiba pindha nai teuluk hukhi hoi ase tare bhut ampuni kimn hukhi hoi ase haitu Sauk chitra baidew

    • @chitragogoi6795
      @chitragogoi6795 2 месяца назад

      আপোনালোকৰ হেইটোয়ে বেয়া ।মানে আপোনালোকে যি কৰে আমি সকলোৱে বেয়া দেখিলাওও ভালবুলিব লগে নহয় জানো ।ভাল দেখা বোৰে ভাল ভাল বুলিব কিন্তু বেয়া দেখা বুৰেও ভেলেই বুলিব লাগে বুজিলো।আপোনালোকৰ মনৰ কথা কয় আমাৰো মনৰ কথা কলে লাগে জগৰ। ।

  • @nargisahmed2323
    @nargisahmed2323 2 месяца назад +1

    Nice ❤❤❤❤❤❤

  • @khiramagogoi8314
    @khiramagogoi8314 2 месяца назад

    বহুত দূৰলৈকে চিন্তা কৰে ভাল লাগে সেইকাৰণে ,তেকেলিটো ফুল ৰুব পাৰিব

  • @simirekha9489
    @simirekha9489 2 месяца назад +8

    Apunar nisinai hokolure sinta bur hua hole❤❤

  • @porinitaburagohain982
    @porinitaburagohain982 2 месяца назад +3

    সঁচাকৈয়ে যি সকলৰ কাম নাই। সেইসকলৰ আনক সমালোচনা কৰিবলৈ অজস্ৰ সময় । সময়ৰ সৎ ব্যৱহাৰ কৰিছে সমালোচনা কৰি । বেলেগ কাম নাই যে । হাতত অজস্ৰ সময় কি কৰিব ।এষাৰ কথা আছে নহয় ( khali deemag saitan ka ghor he ) গতিকে মন‌ নিদিবা । তেওঁলোকে নিজৰ কৰ্তব্য কৰিছে । তুমি নিজৰ পথত আগবাঢ়ি যোৱা। মানুহে তোমাক বুজি নাপালেও ঈশ্বৰে তোমাক জানে । তোমাক বুজি পায়। তোমাক ভাল পায়। কাৰণ তুমি সদায় আনৰ ভাল টো চিন্তা কৰা আনক সহায় কৰিবলৈ আগবাঢ়ি যোৱা। গতিকে ঈশ্বৰ তোমাৰ সহায়। ঈশ্বৰৰ বাহিৰে কাকো ভয় নকৰিবা । মৰম❤❤❤❤❤ মুনু দীঘলীয়াকৈ ক'ৰবাত থাকিবলৈ গ'লে তুমিচোন খাবলৈকে পাহৰিবা 😊😊 তোমালোকৰ মৰমবোৰ চিৰ যুগমীয়া হওঁক । ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ‌🙏🙏🙏🙏🙏🙏

    • @RashmiKonwar
      @RashmiKonwar  2 месяца назад

      মৰম দিলোঁ ❤️ । আজিকালি মুনো থকাত একেলগে খাওঁ যে ,সেয়ে পাহৰি থাকোঁ তাই নহলে 😊

  • @kobitaboruah1875
    @kobitaboruah1875 2 месяца назад +1

    সমালোচনা কথা নকব আৰু, কিছুমান মানুহ কাম অকল সেই বোৰে অ।আমাক লৈ সমালোচনা কৰে একো গুৰুত্ব নিদো । মোক লৈ এটা সমালোচনা কৰিছিল ১ মাহৰ হৈছে তাকো বিপদৰ সময়ত ,আমি গম পাছত পাইছোঁ । সমালোচনা কাৰণটো হ'ল খুড়া আৰু মোৰ ৩ জুলাইত বাইক দূৰ্ঘটনা হ'ল। মোৰ হাত এখন ভাঙিল, সন্ধিয়া হৈছিল দূৰ্ঘটনাটো এম্বুলেন্স ত আমাৰ গোলাঘাট চিকিৎসালয়লৈ নিলে অলপ কিবা কিবি চিকিৎসা কৰিলে আমি তাত নাথাকি ৰাতি ঘৰ লৈ আহিলো। পাছ দিনা ৰাতি পুৱা যোৰহাট লৈ গৈছো সমালোচনা কৰা মানুহ সকলে গম পাইছে মোৰ হাত ভাঙিছে যোৰহাট যোৱা পাছত গম পাইছে অস্ত্ৰোপ্ৰচাৰৰ কৰিব লাগিব হাত খন, মানুহ ক কি কৈছে জানে হাত ভঙা ছোৱালী বিয়া পাতি কি কৰিব বিয়া খন ভাঙিব লাগে সেই ভগৱান ল'ৰাটো য়ে এই জনী ছোৱালীক বিয়া নাপাতিলে হ'ল, মই বেলেগ ছোৱালী দেখাম ল'ৰা টোক(মোৰ বিয়া থিক হোৱাৰ বাবে কৈছে অ) । যি সমালোচনা কৰিছিল গম পোৱা পাছত বহুত দুখ লাগিছিল কাৰণ এটাই আগদিনা সন্ধিয়া দূৰ্ঘটনা পাছ দিনা ৰাতিপুৱাই এই বোৰ সমালোচনা সাহস দিয়াত কৈ।এটা কথা ভাবি হাঁহি উঠিছিল চিন্তা ধাৰা সমালোচনা কৰিব ৰাস্তা যে পাইছে। হ'ব লগা মোৰ মানুহ জন মোৰ লগে আছে দূৰ্ঘটনা হোৱা দিনাৰ পৰা অস্ত্ৰপ্ৰচাৰৰ কৰি ঘৰ লৈ অনা লৈকে। এটিও সপ্তাহে সপ্তাহে ঘৰত আহে ,তেওঁ ঘৰৰ সকলোৱে খবৰ লৈ আছে । দেউতা মোৰ দূৰ্ঘটনা হৈছে বুলি গম পাই ৰাতি য়ে আহিছিল আমাৰ ঘৰ, ঘৰৰ বাকী সকল আছে। মোৰ বয়স হৈছে ২৩ বছৰ এই বয়সতে হাত খন ভাল নহয় বুলি সমালোচনা অ। কিছুমান কথা বাদে দিছোঁ বিপদৰ সময়টো সমালোচনা কৰিব নেৰে 😭 বাকী আপোনাক বহুত ভালে❤️ আপোনাৰ দৰে হওঁক সকলো সেইটো আশা❤️

    • @RashmiKonwar
      @RashmiKonwar  2 месяца назад

      ইয়াতকৈ ডাঙৰ দুৰ্ঘটনাৰ পিছতো মানুহ ভাল হৈছে । ভালে থাকা । জীৱন সংগী জন ভাল হলে বেলেগ কথা চিন্তা কৰাৰ প্ৰয়োজন নাই ❤️❤️❤️

    • @kobitaboruah1875
      @kobitaboruah1875 2 месяца назад

      @@RashmiKonwar বহুত মৰম আপোনাৰ দৰে সাহস দিলে কি লাগে আৰু মানুহক ❤️

  • @tridashasarmah5967
    @tridashasarmah5967 2 месяца назад +2

    সৰু ছোৱালী ক ডাঙৰ ৰ ভৰি চুবলৈ নিদিব

  • @porikhataniarvlogsparilife7610
    @porikhataniarvlogsparilife7610 2 месяца назад +1

    যোৱা কালি বেটী খুড়া আৰু আপোনাক দেখিছিলো গুণ গুণ ষ্ট'ৰ খনৰ ওচৰতে কিন্তু মাত দিব নহ'লে বহুত পলম হৈ গৈছিল হঠাৎতে এফালে যাবলগীয়া হ'ল

    • @RashmiKonwar
      @RashmiKonwar  2 месяца назад

      উম ,ওলাই গৈছিলোঁ অলপ 😊❤️

  • @BabiSaikia-f6g
    @BabiSaikia-f6g 2 месяца назад +1

    Baranika joni bor morom loga hoise oo eman bhuniyake kothabur buji pai ba apunar sinta dhara bhut besi val apuni mohan log pabole adin bhut mon ase xokaluloike morom ❤❤❤

  • @GitanjaliDutta-f7n
    @GitanjaliDutta-f7n 2 месяца назад +1

    Moi asu. Goie aho buli koi bohut timeoloi nahe.

  • @farminaborah3312
    @farminaborah3312 2 месяца назад

    আপুনি সময়ক কামত লগ দিয়া নেদেখিলো এটা লৰাই বহুত কৰিছে

    • @RashmiKonwar
      @RashmiKonwar  2 месяца назад

      🤣🤣🤣

    • @RashmiKonwar
      @RashmiKonwar  2 месяца назад

      তুমি অকল কমেণ্ট কৰিবলৈ অহাতকৈ নিজেও দেখোন কৰিব পাৰা । ভগৱানে মোক যি দি পঠিয়াইছে সেই সকলোবোৰ তোমাৰো আছে । মই কি কৰিছোঁ সেইয়া তোমাৰ নিচিনা মানুহে নেদেখা ।

  • @tutumonisaikia3084
    @tutumonisaikia3084 2 месяца назад

    Muru manuhjne mur nokh kati die maa swaliku kati die.aru beti jni bor morom loga hoise dei.munu tumi agor jnomt kiba vl kamm krisila hei babe ei jonomt enekuwa hahu hohur paisa 🥰 hodai enedore milijuli thakiba dei.maa apunar video hodai sau kintu coment he nidiu. Vl lagil ❤❤❤

    • @RashmiKonwar
      @RashmiKonwar  2 месяца назад

      মৰমৰ মাজত থাকা সদায়ে

  • @xutradharpuwali-hx2ge
    @xutradharpuwali-hx2ge 2 месяца назад +1

    Yess

  • @AkhyaraniKonwar-xs1zc
    @AkhyaraniKonwar-xs1zc 2 месяца назад +1

    সঁচা কথা

  • @MamoniGogoi-n4x
    @MamoniGogoi-n4x 2 месяца назад +1

    Moi aponar video hodai sau bahut val laga

  • @TapanJunmoniVlog
    @TapanJunmoniVlog 2 месяца назад +1

    ❤❤

  • @priyankaBorah-fu9ng
    @priyankaBorah-fu9ng 2 месяца назад +2

    Bht bht mrm apunalukor loi maa❤❤

  • @Nilakshi16
    @Nilakshi16 2 месяца назад +2

    *Apuni monor porau bohut dhunia dekhatu dhunia*
    *Sengnang joni bohut alokhua hoise* ❤❤

  • @simantagogoi3267
    @simantagogoi3267 2 месяца назад +2

    Thik koise baideu apunalukoloi bohut bohut morom Amgurir pora ❤❤❤❤❤

  • @priyankamoran1041
    @priyankamoran1041 2 месяца назад +3

    Gud morning baa hodai roi thaku apunar video sable

  • @JyotishmanTamuly-uk3mm
    @JyotishmanTamuly-uk3mm 2 месяца назад +1

    Aibur Kotha nuhuniba rosmi baa tumar adrkha bahut vhal

  • @chanakyagogoi2500
    @chanakyagogoi2500 2 месяца назад +2

    Apunar sob valei lage kintu onobrty okl bwari buari kio thambel logai

    • @RashmiKonwar
      @RashmiKonwar  2 месяца назад

      মোৰ কনটেণ্ট সেইটো । ভিডিও চালেই নহয় ,এইবোৰ কথাও জানিব লাগে । বেলেগ Thumbnail আৰু অন্য বিষয় লৈ বহু কেইটা ভিডিও আছে । সেইবোৰ দিলে চকু বন্ধ কৰি থব নালাগে । চাব লাগে দেই 😊

    • @chanakyagogoi2500
      @chanakyagogoi2500 2 месяца назад

      @@RashmiKonwar 100%80%buari loguai ase apunio valke sailouk

    • @RashmiKonwar
      @RashmiKonwar  2 месяца назад

      @@chanakyagogoi2500 🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣 মোৰ ভিডিও মোকে চাব কয় । কাম বন নাই নেকি আপোনাৰ ? বেয়া পালে নাচালেই হল । কালিলৈ ডাঙৰ ডাঙৰ আখৰে বোৱাৰী বোৱাৰী লিখিয়ে Thumbnail লগাম

  • @kankanabora9202
    @kankanabora9202 2 месяца назад

    Eman mrm lage apunak ru khurak eneke furtit thakile

  • @Baruanivlogs1521
    @Baruanivlogs1521 2 месяца назад +1

    Ful robo tekalit

  • @dulumoniguwala7151
    @dulumoniguwala7151 2 месяца назад +1

    Amr jonir nisina same bag tu kaku nidiye. Gari pale koboi a nlge

  • @Sunaina.S
    @Sunaina.S 2 месяца назад +1

    সঁচা কথা ক'লে ,আপোনাৰ ভিদিঅ'বোৰ চাই বহুত ভাল লাগে বাইদেউ❤️ভালে থাকক সদায়

  • @manabbikashgogoimanabbikas7063
    @manabbikashgogoimanabbikas7063 2 месяца назад +2

    Val lagil❤❤

  • @NayanmaniBaishya-kl9nh
    @NayanmaniBaishya-kl9nh 2 месяца назад +1

    Apunar video sao vl lge kin2 coment krib nhy.

  • @MinakshiKhanikor
    @MinakshiKhanikor 2 месяца назад +2

    দেখি ছাই বৰ ভাল লাগে শিৱসাগৰ পৰিয়াল বোৰ মন বোৰ বৰ খোলা

    • @RashmiKonwar
      @RashmiKonwar  2 месяца назад

      মৰম দিলোঁ

    • @porinitaburagohain982
      @porinitaburagohain982 2 месяца назад

      @@MinakshiKhanikor ময়ো শিৱসাগৰৰ দেই ভাল লাগিল আপোনাৰ মন্তব্য টো । ভালে থাকক সদায়। বহুত বহুত বেছি মৰম শিৱসাগৰৰ পৰা ‌❤️❤️❤️

  • @LeenaSarmah-wi8tk
    @LeenaSarmah-wi8tk 2 месяца назад

    Bouk skirt aru frock pindhile eman val lage

  • @babyduwarah9976
    @babyduwarah9976 2 месяца назад +1

    আপোনাৰ ভিদিও বোৰ সদাই চাও বহুত ভাল লাগে ❤❤ ৰৈ থাকোঁ আপোনাৰ ভিডিও চাবলৈ।❤❤

  • @chandranathhandique9352
    @chandranathhandique9352 2 месяца назад +1

    Nice

  • @manabikachari6767
    @manabikachari6767 2 месяца назад +1

    Apunak hoday a vl lgy ma.sengnang bor mrmlga hoise

  • @kalpanamahanta1812
    @kalpanamahanta1812 2 месяца назад +1

    Bhal lagil video Tu sai okonmani joni dangor hoise aru morom bohut,,, ,,,, 🎉

  • @junbora8927
    @junbora8927 2 месяца назад +2

    VDO,,, Vl lagil 👌putola joni je eman jona hoise o,,,,, morom lagi jai❤❤❤

  • @yasminabegum6507
    @yasminabegum6507 2 месяца назад +1

    Apni hodai val a thakok apni bht val bht apnr ontor khn sofa ❤❤❤❤

  • @RitaGogoi-s4t
    @RitaGogoi-s4t 2 месяца назад +1

    মানুহ জনৰ নখ ম ইও কাটি দিওঁ ❤❤❤❤❤❤

  • @upashabordoloi1035
    @upashabordoloi1035 2 месяца назад +1

    Nice vlog Ma❤

  • @MunmiPhukon-dk4lo
    @MunmiPhukon-dk4lo 2 месяца назад +1

    Good morning 🌄 মা সকলোলৈ bhut bhut morom dai❤🎉

  • @UtpolBora-cb4bh
    @UtpolBora-cb4bh 2 месяца назад +1

    Very nice 👍👍

  • @Sultanathakuria
    @Sultanathakuria 2 месяца назад +1

    ❤❤❤❤❤❤❤😂😂

  • @nirmalikalita7376
    @nirmalikalita7376 2 месяца назад +1

    ভিডিও তোৰ আৰম্ভণিতে কণমানিক দেখি ভাল লাগিল, আকৌ শেষত যে এমন ধুনীয়াকৈ byy বুলি কয় তাই❤।মানুহে সমালোচনা কৰিবই,সেই বুলি আমি নিজৰ কাম কৰিবই লাগিব ন খুড়ী। খুড়া সদায় যায় নি ফুৰিবলৈ😅মই ও বেয়া পাওঁ দেই মোৰ মানুহ জন সদায় কামলৈ যায়,যদি দেৰি হয় ঘৰলৈ অহা😅😅উপায় ও নাই বাৰু কাম ত দেৰি হবই,হলেও।।বাকী বহুত ভাল লাগিল ভিডিও টো।মৰম সকলোলৈ❤❤❤❤

  • @PraytyushChetia-mh6nk
    @PraytyushChetia-mh6nk 2 месяца назад +1

    Olp majote khin dekhisilu munu bowk atiya aji olp hokot dekha paisu ,,,hlei bya dekha nai hokot tu❤❤furiboloi maje homoye gole mon buru olp fresh lage ❤❤ kiba ata notun hikibo puwa jai ,dekha puwa jai ghor khobor pora atori gole olp furau hoi duta kotha hikau hoi,,,,amru mon jai lora suwali family hoite olp jabole kintu ki korim husband nathake kormo khatirot Tamil Nadu t ase goi,,,,1 year past ahile he juwa hoi ketiyabA ❤❤😢😢😢 ,,jiwan aji ase kaile nai furti koribo lge। Boyokh or kunu hima nathake o ,,,,kuwa bure koboi jihetu teulukor lukok honalusana nokorile teulukar vat muthi u petole nahai 😮 vale thaka hodai❤❤

  • @dimbaborah9074
    @dimbaborah9074 2 месяца назад +2

    Good morning Baa❤😊🎉

  • @debasishboruah9666
    @debasishboruah9666 2 месяца назад +1

    aapunar vdo sale mur mon2 bohut vl lage,aapunar kotha bur mur ontorot humai jai ,kateyaba2 soku pane ulai jai,aapunak log pabola mur bohut mon aasa

  • @pdchannel8869
    @pdchannel8869 2 месяца назад +1

    Konmani bor dhunia hoise dei❤❤bohut morom disu

  • @bornilboruah5064
    @bornilboruah5064 2 месяца назад +1

    Bordeuta bohut lucky

  • @nizaradoimary7046
    @nizaradoimary7046 2 месяца назад +2

    Hi good morning baa... Konmani joniloi bohut morom....

  • @ProxGaming240
    @ProxGaming240 2 месяца назад +1

    Morning ❤❤❤

  • @debasischetia3290
    @debasischetia3290 2 месяца назад +1

    Good Morning ❤❤❤❤❤

  • @RupamonigayanKalita
    @RupamonigayanKalita 2 месяца назад +1

    Balaga ji koi koi thakok bad diyok .moi aponak bhut vl pau❤❤

  • @JyotiGogoi-f2r
    @JyotiGogoi-f2r 2 месяца назад +1

    Good morning❤❤

  • @anjoligogoi6057
    @anjoligogoi6057 2 месяца назад +1

    Apuna lukor home tour dibo sun plz

  • @malaborgohain6091
    @malaborgohain6091 2 месяца назад +1

    Apunar sinta dhara bur bohut val lage ❤

  • @TutumoniGogoi-p6k
    @TutumoniGogoi-p6k 2 месяца назад +1

    Sengnar suli khini kati dibo olp..Aru vll dekhibo😊

  • @kalpanasarmah4641
    @kalpanasarmah4641 2 месяца назад +1

    Apunalukoar femili tu hosai bohut val lage rashmi baidew. Aru apunar dadar kotha bilak amar sualir deutakor lgt akei

  • @MainuChetia-gt5qg
    @MainuChetia-gt5qg 2 месяца назад +1

    Moi amloki ❤❤ahinot 20 traka khau baranika khobor kanekwa munu baa ki khobor tai kheneyse dei

  • @kukihazarika5162
    @kukihazarika5162 2 месяца назад +1

    Hosa k apunalukor nisina Ghar ekhan pabole kopal lagib .munu bohut vagoban hoi❤❤❤

  • @KrishnamoniChoudhury
    @KrishnamoniChoudhury 2 месяца назад +2

    Khurima video saboli roi thako moi love form patshala,

  • @Rupalibora7114
    @Rupalibora7114 2 месяца назад +1

    Aponalukor video hodai sau .bohut vl lagi .hodai vli thkok

  • @Labanya_mech_rajkhowa
    @Labanya_mech_rajkhowa 2 месяца назад +1

    Kon manijoni j emn buji puwa hoise o ❤❤

  • @ITS_SWEETY-s1k
    @ITS_SWEETY-s1k 2 месяца назад +1

    Apunar nicina chkoluye huwa hole bhut Val lagil hoi ma

  • @indranineog4335
    @indranineog4335 2 месяца назад +1

    Vindew kintu bindass manuhjon.. Vindew nicina manuh hokolue paok😊😊

  • @monujdas3508
    @monujdas3508 2 месяца назад +1

    🎉🎉🎉❤❤

  • @nipanjalidutta1531
    @nipanjalidutta1531 2 месяца назад +1

    Val lagil

  • @alimaneog-qt1st
    @alimaneog-qt1st 2 месяца назад +2

    Aapunak log pabole bahut mon ase

  • @PapariRajbongshi-xl3vi
    @PapariRajbongshi-xl3vi 2 месяца назад

    Aji kali manhu bilakor kije hoise jot kbo lage tat mat namate vl kmborot he saku besi..kboloi diyak vogobaner vle rakhile manuhe koi ako krib nuware..

  • @nabajitchetia268
    @nabajitchetia268 2 месяца назад +2

    Ma mur je hahu joni bohut beya khub mod khai mur logot okol kajiya koribo bisare aaru hohur deutak misa misi kotha logai moi koisu nohoi bohut beya aapunak mur bohut val lage

    • @RashmiKonwar
      @RashmiKonwar  2 месяца назад

      সেইবোৰ মানুহে পাহৰি যায় যে এদিন তেওঁ ও বোৱাৰী হৈ এইখন ঘৰলৈ আহিছিল

    • @nabajitchetia268
      @nabajitchetia268 2 месяца назад

      @@RashmiKonwar hosa ma aapunar dighao kamona korili

  • @RashmiRekhaBorbora
    @RashmiRekhaBorbora 2 месяца назад +1

    লোকৰ কথা পাতি থকাবোৰৰ বয়সৰ কথা নাথাকে নি। বয়স হলে চোন গীতা ভাগৱত পঢ়িলেই হ'ল। গুৰুত্ব নিদিব।

    • @RashmiKonwar
      @RashmiKonwar  2 месяца назад

      একেবাৰে সঁচা

  • @BhanimaLahkar
    @BhanimaLahkar 2 месяца назад +1

    😃Bhal lagil

  • @Sultanathakuria
    @Sultanathakuria 2 месяца назад +1

    ❤❤❤❤❤❤❤❤😂😂😂😂

  • @chinugogoi9922
    @chinugogoi9922 2 месяца назад +1

    ময়ো মানুহজনৰ নখ কাটা দিও