অমানিশা II অসমীয়া চুটি ছবি II Omanixa II Assamese Short Movie
HTML-код
- Опубликовано: 7 фев 2025
- সুহৃদ দৰ্শক আৰু আমাৰ শুভাকাংক্ষী সকলৰ মৰম আৰু আশীৰ্বাদ লাভ কৰি আমি নিউজট্ৰেকে একবছৰ অতিক্ৰম কৰিলোঁ !
এটি বছৰত ৰাইজৰ আশীৰ্বাদত আমি অবিৰতভাৱে নিতৌ নতুন নতুন কাহিনীৰে চুটি ছবি বনাই ৰাইজৰ মনোৰঞ্জনৰ বাবে আমাৰ চেনেল যোগে প্ৰচাৰ কৰি আহিছোঁ !
সিমিত সা-সৰঞ্জামৰে ছবিবোৰ বনাও! সঠিক নোহোৱাটো স্বাভাবিক !
মাথোঁ এটি নাট্য ধাৰা অব্যাহত ৰখাৰ চেষ্টা কৰিছোঁ ৷
সৃষ্টি হল অভিনেতা অভিনেত্ৰী! সৃষ্টি হল নাট্যকাৰ !
অন্তত কেমেৰাৰ সন্মুখত কথা কোৱাৰ ভয় আতৰিল আমাৰ নবাগত সকলৰ! আমাৰ এইয়া আছিল প্ৰধান লক্ষ্য ৷
এইবাৰ আপোনাসবলৈ আগবঢ়াই দিছোঁ
"অমানিশা"
কাহিনী - যতীন্দ্ৰনাথ শইকীয়া
ৰচনা - ননীমাধৱ শৰ্মা
পৰিচালনা - প্ৰশান্ত কুমাৰ বৰা
কেমেৰা আৰু সম্পাদনা - ৱাজিদ
আশাকৰো সুহৃদ দৰ্শক ৰাইজে আমাক গঠনমূলক দিহাপৰামৰ্শৰে উৎসাহিত কৰিব !
চেনেলটো Subscribe কৰিবলৈ অনুৰোধ জনালোঁ !
#AssameseShortFilm
#AssameseShortMovie
#AssameseMovies
Our other channel link
/ @iidrishtiarudarshan
বৰ ভাল হৈছে ননী 🎉
Niran bohut val lagil tumar acting 👍
সুন্দৰ কাহিনী
Excellent
Boriya God bless you 👌👌👌👌👌
Dhuniya niran👍 bohut val lagil
সুন্দৰ অভিনয় , সংলাপ, দিশ্বগ্ৰহণ , আৰু আজিৰ দিনৰ সচা কাহিনী ৰ পটভূমি ।
Woooo vl lgil sai
Wow niran 😍❤️
Niran jui🔥🔥🔥🔥
Dhuniya hoise flim khn , Niran keep it up ru aguwai jua 💐🙏
সুন্দৰ হৈছে
এক অগতানুগতিক কাহিনীক
অতি সুচিন্তিতভাৱে চিত্ৰায়িত কৰা হৈছে।
সকলোৱে চৰিত্ৰ সমুহ নিষ্ঠাৰে প্ৰতিফলিত কৰিলে।
বৰ ভাল লাগিল।
আগত কৈ বহুত উন্নত ফটোগ্ৰাফি… সংগীত…অভিনয়।
অভিনন্দন
Nice niran
Val hoise niran da😊😊👍
Val hoise bht Niran
ভাাল হৈছে ছবিখন!
Very nice
Dhunia hoise
Keep it up brother niran👍🔥
Niran Da 💙
Niran juiiiii🔥🔥🔥🔥🔥🔥
U r awesome bro ❤️
Mojaa 🔥❤️
পৰিচালনা,কাহিনী,অভিনয় ,কেমেৰা,এডিটিং,সকলো উন্নত ।
Excrement keep it up.
Amazing 🤗
Nice film
Proud of you niran🥰good job👍keep it up
Great work bro❤️
Niran daa bohut bhal acting korisa vl lagil tumar first short flim jodiu 😍👍akha koru aru sabo Pau jate xunkale😊
Nice story with good meaning ,kintu commercial presentation aaru laage,
Very precious suggest. Thankyou. Trying our level best.
🙂🙂🙂
Nice performance. Each and everyone has performed very well. Keep it up.
Great job niran bro🥰 Proud of you❤
It's great 🤩🤩🤩🤩..... each an everything is perfect ❤️...... Acting, camera quality, editing, voice, videography, music, direction, dressing etc each an everything is perfect ❤️ lot's of love