Arun Das... A legendry in Assamese Music domain...I enjoyed multiple stage shows during Bihu festival in my childhood... lets pray to God for his good health and beautiful future... Life is learning process and Age factor shouldn't come in between that... Thanks ...
আপোনাক চিনিয়ে নাপওঁ কাৰণ আমি নতুন প্ৰজন্মৰ এই যুগত আপোনাক যদি চিনাকি দিয়া হলে আমি চিনি পালোঁ হয় ইমান এজন ডাঙৰ শিল্পী আজি Kiowa নিমাত আৰু দুৰ্ভাগ্য অৱস্থা হব লগা হল সেয়া হয়টো স্বাভাৱিক । সকলোৱে জানিব যেতিয়া তেওঁক মিডিয়া হওক বা তেওঁক এজন শিল্পী বুলি উচিত প্ৰাপ্য সন্মান সহকাৰে দিলে হয় তেতিয়া হয় টো মনত থল হয় বা জানিলে হয় সকলোৱে কিন্তু নাই । ইমান এজন মহান শিল্পীক যদি আমি সকলোৱে এনেকুৱা দুৰাবস্থা কৰো আৰু পাহৰি পেলাইছে তেন্তে জুবিন গাৰ্গ কোঁ চিনি বলে কঠিন হব এদিন নতুন প্ৰজন্মই....
I want to meet with this Legend .pse.flash his address. His every song is very heart touching as I feel. His ideology and life style has something similarities with me.
Bhot dhukito mi ata xoru lora jodi parilu hoi xohai krilu hoi..but zubeen garg ouk bht Val pau jodi pare zubeen dai alop help korok bht ouk krisy but auk krok zzubeen da Hartley rqst 🙏
This is what happened in Assam,there is no scope for Artists. Popularity in Assam is a short term business. Yes it's a business sir . No-one is going to remember you sir. There should be a stage or a platform for all legendary singers.
অৰুণ দা বহুত প্রিয়, তেখেতৰ পত্নী যদি বিখ্যাত অনুপ জলোটা ৰ লগত যদি গীত গায়, মুম্বাই ত থাকে, তেন্তে অৰুণ দা ৰ কিয় এই অৱস্থা।
I am having the same concern...
Pinki das Mumbait kiyo ????
দুৰ্বলী পালে মানুহে হেচাঁ মাৰি ধৰে । শিল্পীৰ প্ৰকৃত মৰ্যদা পালে ভাল লাগিব।
বহুত দিনৰ পিছত দেখিলো,ভাল লাগিল আপোনাৰ গান শুনি ।
Manuh jon bhut xahaj xorol asomiya manuh.....napai anekuwa kribo manuhar lgt beleg manuh e ......God bless him🙏
অৰুণ ককাইদেউ ওচৰৰ পৰা সাৱটি ধৰি কান্দিবলৈ হে মন গৈছে ---😢😢 অসমীয়া কিছু সংখ্যক মানুহবোৰ কিয় ইমান নিষ্ঠুৰ হয় । মানুহ চিনি পাবলৈ এতিয়াও বাকী আছে স্বাৰ্থপৰ নহব ৰাইজে অকণমান সহায় সহযোগিতা আগবঢ়াবলে দৰিদ্ৰ হৈ নাযায় । মই অৰুণ দা ওচৰত উপস্থিত হৈ মোৰ সাধ্য অনুযায়ী সহায় কৰিম ।
Thik koise apuni
সঁচাকৈ বহুত দুখ লাগিচে.সকলোৱে মাএ এবাৰ ভাবীবচোন এজন প্রাঃবয়স লোকৰ চকুত যেতিয়া চকু পানী ওলাই কীমান দুখ মনত থাকীব লাগিব.আৰু চকুপানী ওলাওতে কীমান বুকোখন বীষাই কীমান যে হুগে খোনদা মাৰী ধৰে বুজাবনোৱাৰী.ভাবকচোন.অৰুন দা আপুনি সদাই ভালে থাকীব ভগৱানৰ ওচৰত প্রাথনা মোৰ.
Arun Das... A legendry in Assamese Music domain...I enjoyed multiple stage shows during Bihu festival in my childhood... lets pray to God for his good health and beautiful future... Life is learning process and Age factor shouldn't come in between that... Thanks ...
অৰুণদাক বহুত দিনৰ পিছত দেখা পাই আপ্লুত হৈ পৰিছো । গীতবোৰ শিৰে শিৰে বৈ গৈছে। বৰ্তমান অৰুণদাৰ আটাইতকৈ নিজৰজনে সাৱটি লৈ লগত ৰাখক, মৰম কৰক, যত্ন লওক । পৰৰ ওপৰত আশা নকৰিব।
অনুপম দা এজন সহায়ৰ প্ৰয়োজন থকা লোকৰ লাখুতি হওঁক আপুনি ।আপোনাৰ প্ৰচেষ্টা শলাগিব লগীয়া
Ajir manuh bor Akekouai dada Sathopor
এজন সংগীত কৰ্মীৰ এনেকুৱা অৱস্থা দেখি বৰ দুখ পালো
I can forget this first Rock of assam who had modernize Assamese songs after that then came jitul and zubeen salute to Arun das sir
প্ৰকৃত শিল্পী❤️❤️❤️
অৰূণ দা ভালে থাকক....❤
খুবেই সুন্দৰ ।অনুপম দা
চৰকাৰ, আৰু আমাৰ ভিন্ন সামাজিক সংগঠনবোৰে গুৰুত্ব দিয়ক এনে শিল্পীক। বিশেষ ভাবে চৰকাৰে সন্মন দিয়ক। ৰাতিৰ ভিতৰত শিল্পী হোৱা বহু শিল্পী আছে
একদম সঁছা কথা যে আমাৰ নিজৰ মানুহে সুবিধা পালে দুৰ্বলতা সুযোগ পালে হেঁচা মাৰি ধৰে, আমাৰ সমাজখনেই এনেকুৱা।
Anupam Da... 🙏🙏🙏 Hasakoi enekua bahut manuhak apuni ako keidinmaan jeeai thakiba hahakh diye ...god bless you...
বহুত ভাল লাগে আপোনাৰ গান শুনি।
Assamese number one singer jan arun da
Ayursundra super speciality hospital a dada r bemarr gotei daietto bohon koribo.....jete dada hodai vale thake......
দাদা আকৌ আগৰ অৱস্থালৈ ঘূৰি আহক।আমাৰ শুভকামনা থাকিল দাদা আপোনালৈ।
আমি আগ্ৰহী আপোনাৰ অনুষ্ঠান চাবলৈ
আনে কি কয় বাদ দি নিজৰ কামৰ মাজলে আহক আৰু দেখুৱাই দিয়ক পুৰণা শক্তি।। মোৰ বোধেৰে এতিয়াও পুৰণি গীত ভাল পোৱা বহুত মানুহ আছে মোৰ দৰে ❤️ ভালে থাকক আপুনি ❤️
NK tv লৈ আন্তৰিক ধন্যবাদ যে অৰুণ দাক এইদৰে পুনৰ ৰাইজৰ মাজলৈ আনিলে৷
Moi xorure pora xunisu eijon mahan xilpir geet.......mor bohut val lage..........aru bhogobane Arun Dak xodai bhale kukhole rakhok taar karane prarthona korisu
সকলো নতুনেই এদিন পুৰণি হয় ।। এয়া
প্ৰকৃতিৰ চিৰসত্য নিয়ম গতিকে নতুন পুৰণি নোহোৱৰ আগতেই নিজক আৰ্থিক ভাৱে স্বাবলম্বী কৰি ৰাখিব লাগে।।
অৰুণ তুমি দূৰন্ত তৰুণ । তুমি পুণৰ চেষ্টা কৰা আগৰ দিনৰ দৰেই তোমাৰ নিজা তাপ আৰু পোহৰ দুয়োটাই বিদ্যমান । তোমাৰ উদয় হোৱাৰ গম পাই নিশাৰ সেই ডাইনী ভূত বিলাক আঁতৰি যাব । তেতিয়া মাঠো কেৱল আকাশত অৰুন হে জিলিকি ৰ'ব । অকৌ নতুন প্ৰভাত হ'ব অৰুনদা আমি অতি আশাৰে বাট চাই ৰলোঁ তোমাৰ নতুন নতুন গান শুনাবা বুলি.......🙏🙏🙏
তেখেত সদায় এনেদৰে তৰুণ হৈ থাকে। আমাৰ মাজত আমি সেয়াই বিচাৰোঁ। তেওঁ rock star
শিল্পী বিলাকেও ভালদিনত যধে-মধে টকা পইচা খৰচ নকৰি বৃদ্ধ সময়লৈ অলপ ৰাখিলে ভাল। কিয় কৈছো এই শিল্পী জনে নিজে কৈছে তেওঁৰ আগৰ এটা tv saw ত প্ৰকাশ কৰিছে ভাল দিনত মুম্বাই লৈ Flight অহা-যোৱা কৰিছিল অৰ্থাৎ ৰাইজৰ পাৰিশ্ৰমিকে এটা ভাল জীৱন নিৰ্বাহ কৰিছিল। মই সমালোচনা কৰা নাই বৰং অসমৰ শিল্পি সকলক বৃদ্ধ সময়লৈ অলপ সঞ্চয় কৰিবলৈ হে কৈছো। সকলোৱে জুবিন,পাপন ৰ দ্বৰে well establish নহয়.......
Bohut bhal lagise Arun Dasok pai
😭😭😭😭bohut dukh lagise ktha bor huni 😭😭😭😭
Bohut dukh lagise ... Get well soon respect🙏🙏 Zubeen da apuni Arun da logt next year program koribo
তেখেতৰ কথাবোৰ শুনি দুখ লাগিল ।
কোনোবাই দেখুওৱা পাছত... সকলো এ আৰম্ভ কৰি দিয়ে.. খবৰ লোৱা
Thik kotha koisa bhaiti....👍
A famous singer❤❤❤
Vl lagil ❤️
God bless you arun da
You are great Arunda. We never forget you. I feel you have dignity. Pl. Keep your music.
আপোনাৰ গান মই শুনিছো ৷তেতিয়া শ্ৰাব্য কেছেটৰ দিন আছিল
আপোনাক চিনিয়ে নাপওঁ কাৰণ আমি নতুন প্ৰজন্মৰ এই যুগত আপোনাক যদি চিনাকি দিয়া হলে আমি চিনি পালোঁ হয় ইমান এজন ডাঙৰ শিল্পী আজি Kiowa নিমাত আৰু দুৰ্ভাগ্য অৱস্থা হব লগা হল সেয়া হয়টো স্বাভাৱিক । সকলোৱে জানিব যেতিয়া তেওঁক মিডিয়া হওক বা তেওঁক এজন শিল্পী বুলি উচিত প্ৰাপ্য সন্মান সহকাৰে দিলে হয় তেতিয়া হয় টো মনত থল হয় বা জানিলে হয় সকলোৱে কিন্তু নাই । ইমান এজন মহান শিল্পীক যদি আমি সকলোৱে এনেকুৱা দুৰাবস্থা কৰো আৰু পাহৰি পেলাইছে তেন্তে জুবিন গাৰ্গ কোঁ চিনি বলে কঠিন হব এদিন নতুন প্ৰজন্মই....
বহুত দিনৰ পাছত দেখিলোঁ , কিন্তু মই কথা এটা কও যিবোৰে নিজকে শিল্পী শিল্পী বুলি কৈ থাকে গোটেই বোৰে যদি 1000 টকা দিয়ে তেতিয়া তেওঁ সেই অৱস্থা নহৈ , নিজকে শিল্পী সজাব হলে এইবোৰ সৰু সৰু কাম কৰি গলে নিজৰ লগতে কোনোবা এজনৰ সহায় হৈ , কথা খাৰ যদি কাৰোবাক আঘাত দিছে ক্ষমা কৰিব , 🙏🙏🙏
Anupam da thnx apuni eigoraki xilpik mati jibonor xomogro ktha xudhile kintu dada apuni j bare bare teok apunr ei abastha kio hol ..apuni regreat feel kore nki eibur hudhi ase ebaru vabisene teo j kosto kiman pabo pare ? Thik ase ebar apuni apunr xudhibo loga tu hudhile raijeo jihetu janibo bisare kintu bare bare ekekhini e ktha xudhi manuhjonk sage dukh diya hoise kunubakhinit ..tatke teok positive koribole olop try korile olop dukh bur pahoribo paribo sage eya mur personal anuvob..🙏🏻
NK tv aponi atiya sini paise nnn good
Bout dukh loga kotha mam aapuni val kotha koice 😭
আৰু এটা কথা কোৱা উচিত হব যে , সেইখকল শিল্পীক আপোনাকে বিচাৰি পাব , আমাৰ দৰে সাধাৰণ মানুহে বিচাৰি নাপাওঁ, উলিয়াই আনক ৰাইজে সহায় কৰিবই , আৰু আপুনালকে trp pabo
Keyboard বজোৱা জনে চকু পানী টুকি আছে, কথাবোৰ শুনি।
Umm moi o sai asu tekhetok
সঁচাকৈ 😢😢
Superb Arun sir God bless you
I want to meet with this Legend .pse.flash his address. His every song is very heart touching as I feel. His ideology and life style has something similarities with me.
মই এতি মুকলি পখি ।এই গানতো মোৰ বৰ ভাল লাগে।
সাংস্কৃতিক বিভাগৰ মন্ত্ৰীয়ে দেখাই নাপায় এওঁলোকক।
Respect this Person....Request other Artist to give some financial support as per their Choice.
Dhunia 🙏♥️
আপোনাৰ মাত টো বহুত সুন্দৰ । আপোনাক ভগমানে মঙ্গল কৰক তাৰে কামনা কৰিলোঁ🙏🙏।
Bahut kandilo😭😭😭😭😭😭😭 please zubeen da aapuni aabar Arun dar kakhat jaok. Please🙏🙏🙏🙏🙏🙏 zubeen da help.
Good bless you
সচাকৈ বেয়া লাগিল!কেইদিন মান আগত এই Intervew 2 হ'লে নিশ্চয় ফাংচন পালে হয়!
It's really very heart
God bless you 🙏🙏🙏
ei xilpi janak akhan progem diyak
ধন্যবাদ NKtv....তেখেতক বাকীবোৰ চেনেলেও আদৰি আনি অনুষ্ঠান পৰিৱেশন কৰিব বুলি আশা কৰিলোঁ।
real artist
So sed 😭😭😭😭
জুবিন দা হতে চিনি নাপাই নেকি এই শিল্পী জনক
Bohut dukh loga kotha jibonot aenekura dada bay bhoni thakibo pare
কথাখিনি শুনি আৱেগিক হৈ গ'লোঁ
Cm sir e eta flat ru eta pension diyatu bhal asil..🙏🙏🙏❤️❤️❤️
এইখন অসমত জীয়াই থাকোঁতে সন্মান দিব নাজানে,,মৰাৰ পিছত হে সন্মান দিব আগবাঢ়ি আহে
সঁচা কথা
Dhrubo hotyo kotha....
Nice
আজিৰ দিনত পুৰণি গান বোৰ বিলুপ্ত হবলৈ গৈ আছে
Moja nk
Good intereview
অসমত কোনোবা শিল্পী হ'বলৈ আহে নেকি? ইয়াত শিল্পী হ'বলৈ সহজ কিন্তু শিল্পী হৈ জীয়াই থাকিবলৈ টান।
উদাহৰণ জ্যোতি, বিষ্ণু, ভূপেন,ফণী আৰু অলেখ।
Rip🙏🙏
Baideu jodi Mumbai t thake tetiyahole dada guwahatit kiyo thake
Bhot dhukito mi ata xoru lora jodi parilu hoi xohai krilu hoi..but zubeen garg ouk bht Val pau jodi pare zubeen dai alop help korok bht ouk krisy but auk krok zzubeen da Hartley rqst 🙏
Arun da aapuni i vagaban. Aami aso
Manuhor insaniyat Mori ase lahe lahe....xilpi xokole xilpik pahori jai.....
Hi
This is what happened in Assam,there is no scope for Artists. Popularity in Assam is a short term business. Yes it's a business sir . No-one is going to remember you sir. There should be a stage or a platform for all legendary singers.
সঁচাই মানুহ বোৰ যে কিহৰ বাবে উথিছে
Punor platform akhn dbo lage. . . . Teor sristir proti honman jonai
So sad to see this , kisuman manubur enekuwaye.
😢😢❤❤❤❤❤❤
Bohut tajade asa dai . Manokhekek dukh
🙏🙏🙏💐
😔😔😭❤️
🙏🙏🙏
cih mnh k enekuwa krb nalage dei..... mnt aghat paiso aji...😢
Rocking star aeu hai aji hai ulaisy aeu dekhi so sob xilpi a alop help krok plzz
🙏🙏🙏😔
😢😢
Ata channel o students sokolor hoi nai . SI question paper viral hol . Apona loke ata talk show koribo noyarole neki
Kot thaka baru tao moi log korib bisaro taok plz adress to dib naki
❤
Derikoi hole matise je tar karne dhanyabad
Arunda buli manuh ejn k ami herai pelaisu ru xodai jiyai rakha usit enekua ejn manuh k
আমাৰ ৰাইজৰো ভুল আছে। শিল্পীয়ে অনুষ্ঠান কৰিবলৈ পাৰিশ্ৰমিক বিচাৰিলে ফেচবুকত ৰাইজেই ট্ৰ'ল দিয়ে, ৰাইজৰ শিল্পী, ৰাইজৰ বাবে গান গাবলৈও টকা লাগে। অকল গায়ক সকলেই নহয় লেখক বা আন creative field ৰ মানুহবোৰে নিজৰ প্ৰাপ্য খিনি বিচাৰিলেই ৰাইজৰ জগৰ লাগে, তেওঁলোকে ব্যৱসায়হে কৰিছে বুলি। তেওঁলোকৰ প্ৰতিভাই তেওঁলোকৰ উপাৰ্জনৰ পথ। এইখিনি কথাকে সকলো মানুহে বুজা উচিত।
Buji napai jy
Golden Man. Account no share kribo 🙏
Ketiau karu sokut nopore manuhburor matro diba thogbaje koribole
Best singers
Silpi pension diyok