Heart Attack || Dr. M S Chaliha || হৃদৰোগ আৰু ল’ব লগা সাৱধানতা
HTML-код
- Опубликовано: 8 фев 2025
- যোৱা সাত বছৰৰ আগতেই ডিব্ৰুগড় দূৰদৰ্শনৰ ‘স্বাস্থ্য চৰ্চা’ শিতানত সম্প্ৰচাৰিত ‘হৃদৰোগ আৰু ল’ব লগা সাৱধানতা -- এক কথোপকথন’ শীৰ্ষক অনুষ্ঠান৷ শ্ৰীযুতা স্বপ্নালী ভূঞা শইকীয়াৰে হোৱা এই কথোপকথনৰ সমল ব্যক্তি আছিল হৃদৰোগ বিশেষজ্ঞ ডাঃ মৃগাংক শ্বেখৰ চলিহাদেৱ৷ আমি ই এন ই আছামে তেখেতৰ অনুমতি সাপেক্ষে পুনৰ ৰাইজৰ মাজলৈ এই ভিডিঅ’টো আগবঢ়ালোঁ৷ আমি আশা কৰিছোঁ এই ভিডিঅ’টোৱে ৰাইজৰ উপকাৰ সাধিব৷
Informative