দুখীয়া মানুহৰ পৰা ১টকা ঘোচ ল'লেই জে'ললৈ যাব লাগিব গাঁওবুঢ়া

Поделиться
HTML-код
  • Опубликовано: 9 янв 2025

Комментарии • 17

  • @Promili1122
    @Promili1122 2 дня назад +3

    এখন কাগছ আনিবলৈ গলে 20টকা লই

    • @rolex6963
      @rolex6963 2 дня назад

      50 loi yar😢

    • @পাপৰিগগৈ
      @পাপৰিগগৈ 2 дня назад +1

      লৈয়ে আছে দেখোন । ছিল টো বোলে নিজেই বনাই অনা । ষ্ট্ৰা ম, পেড বোলে চৰকাৰে নিদিয়ে নহয় । গতিকে গাঁও বুঢ়া ই পইছা লৈয়ে আছে লৈয়ে থাকিব । আনকি চহীটো মাৰি দিলেও পইছা দিবলৈ লাগিব ।

  • @BishnuChetia-c4w
    @BishnuChetia-c4w 2 дня назад +1

    আমাৰ ইয়াত গাঁও বুঢ়াই ৫০ টকা লৈয়ে আছে

  • @BakulChutia-i2d
    @BakulChutia-i2d 2 дня назад

    প্ৰমাণ পত্ৰ দিনতে ২০ টকা লয় এইটো ঘোষ নে গাওঁবুঢ়া প্ৰাপ্য

  • @HeartbeatSongsLive
    @HeartbeatSongsLive 2 дня назад

    Amar udalguri district khoirabarit gauburah 50 tokah loii..

  • @MRX-OS
    @MRX-OS 2 дня назад

    20 toka loi

  • @rajuchinteypainter9504
    @rajuchinteypainter9504 День назад

    আমাৰ ইয়াত ৪০ পৰা ৫০ টকা লৈছে

  • @KhushiBiswas-t6x
    @KhushiBiswas-t6x 2 дня назад

    বাদ দিয়া হে মামাৰ এইবোৰ ফালটো লেকচাৰ এইবোৰ কৈ নিৰ্বাচন বইটৰণি পাৰ হব বিচাৰিছে। আমি ইমান মূৰ্খ নহয় মামা সব বোজী পাও।😂😂😂

  • @mohansarania8130
    @mohansarania8130 2 дня назад

    1টকা নহয় ৫০ টকালৈ লৈছে। ১০০% প্ৰমান দিৱ পাৰিম। আমাৰ ইয়াত সকলোৰে ৫০টকা। ৫০ টকা নিদিলে প্ৰমানপত্ৰ নিদিয়ে। জাৰতালুক, বাকচা অসম

  • @raheeljaman6452
    @raheeljaman6452 День назад

    সংবাদ মাধ্যমলৈ মোৰ পোনপটীয়া প্ৰশ্ন?
    মাহেকীয়া ৯ হাজাৰ টকাত এখন পৰিয়াল পোহ-পাল দিয়া, এখন গাঁৱৰ ৰাইজক প্ৰমাণ পত্ৰৰ খৰচ বহন কৰাটো সম্ভৱ নে?
    নিম্ন পৰ্যায়ত এখন পৰিয়াল জীৱন যাপন কৰিবলৈ হ'লেও মাহেকীয়া ১২ হাজাৰ টকাৰ প্ৰয়োজন|

  • @BharatTaid-df4ub
    @BharatTaid-df4ub 2 дня назад

    Akey batori di aso beleg batori aru puwa nayneki?

  • @jugeswarphukan9726
    @jugeswarphukan9726 2 дня назад

    Dukhiea.manuh.kon.kidise.dokgiea.manuhak.bjp.sarkare.sab .doinambari.karbar.asalmanuhak.hasti.diba.paranaikiea.himantai.hihatar.manuhe.dekhon.doinambari.kare.banuea.rastai.aku.banai.kiea.tarmaneki.haitu.persentij.nahaine.doinambaridol.bjp.congesu.ake:19