Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
এখন কাগছ আনিবলৈ গলে 20টকা লই
50 loi yar😢
লৈয়ে আছে দেখোন । ছিল টো বোলে নিজেই বনাই অনা । ষ্ট্ৰা ম, পেড বোলে চৰকাৰে নিদিয়ে নহয় । গতিকে গাঁও বুঢ়া ই পইছা লৈয়ে আছে লৈয়ে থাকিব । আনকি চহীটো মাৰি দিলেও পইছা দিবলৈ লাগিব ।
আমাৰ ইয়াত গাঁও বুঢ়াই ৫০ টকা লৈয়ে আছে
প্ৰমাণ পত্ৰ দিনতে ২০ টকা লয় এইটো ঘোষ নে গাওঁবুঢ়া প্ৰাপ্য
Amar udalguri district khoirabarit gauburah 50 tokah loii..
20 toka loi
আমাৰ ইয়াত ৪০ পৰা ৫০ টকা লৈছে
বাদ দিয়া হে মামাৰ এইবোৰ ফালটো লেকচাৰ এইবোৰ কৈ নিৰ্বাচন বইটৰণি পাৰ হব বিচাৰিছে। আমি ইমান মূৰ্খ নহয় মামা সব বোজী পাও।😂😂😂
1টকা নহয় ৫০ টকালৈ লৈছে। ১০০% প্ৰমান দিৱ পাৰিম। আমাৰ ইয়াত সকলোৰে ৫০টকা। ৫০ টকা নিদিলে প্ৰমানপত্ৰ নিদিয়ে। জাৰতালুক, বাকচা অসম
সংবাদ মাধ্যমলৈ মোৰ পোনপটীয়া প্ৰশ্ন?মাহেকীয়া ৯ হাজাৰ টকাত এখন পৰিয়াল পোহ-পাল দিয়া, এখন গাঁৱৰ ৰাইজক প্ৰমাণ পত্ৰৰ খৰচ বহন কৰাটো সম্ভৱ নে?নিম্ন পৰ্যায়ত এখন পৰিয়াল জীৱন যাপন কৰিবলৈ হ'লেও মাহেকীয়া ১২ হাজাৰ টকাৰ প্ৰয়োজন|
Akey batori di aso beleg batori aru puwa nayneki?
Dukhiea.manuh.kon.kidise.dokgiea.manuhak.bjp.sarkare.sab .doinambari.karbar.asalmanuhak.hasti.diba.paranaikiea.himantai.hihatar.manuhe.dekhon.doinambari.kare.banuea.rastai.aku.banai.kiea.tarmaneki.haitu.persentij.nahaine.doinambaridol.bjp.congesu.ake:19
এখন কাগছ আনিবলৈ গলে 20টকা লই
50 loi yar😢
লৈয়ে আছে দেখোন । ছিল টো বোলে নিজেই বনাই অনা । ষ্ট্ৰা ম, পেড বোলে চৰকাৰে নিদিয়ে নহয় । গতিকে গাঁও বুঢ়া ই পইছা লৈয়ে আছে লৈয়ে থাকিব । আনকি চহীটো মাৰি দিলেও পইছা দিবলৈ লাগিব ।
আমাৰ ইয়াত গাঁও বুঢ়াই ৫০ টকা লৈয়ে আছে
প্ৰমাণ পত্ৰ দিনতে ২০ টকা লয় এইটো ঘোষ নে গাওঁবুঢ়া প্ৰাপ্য
Amar udalguri district khoirabarit gauburah 50 tokah loii..
20 toka loi
আমাৰ ইয়াত ৪০ পৰা ৫০ টকা লৈছে
বাদ দিয়া হে মামাৰ এইবোৰ ফালটো লেকচাৰ এইবোৰ কৈ নিৰ্বাচন বইটৰণি পাৰ হব বিচাৰিছে। আমি ইমান মূৰ্খ নহয় মামা সব বোজী পাও।😂😂😂
1টকা নহয় ৫০ টকালৈ লৈছে। ১০০% প্ৰমান দিৱ পাৰিম। আমাৰ ইয়াত সকলোৰে ৫০টকা। ৫০ টকা নিদিলে প্ৰমানপত্ৰ নিদিয়ে। জাৰতালুক, বাকচা অসম
সংবাদ মাধ্যমলৈ মোৰ পোনপটীয়া প্ৰশ্ন?
মাহেকীয়া ৯ হাজাৰ টকাত এখন পৰিয়াল পোহ-পাল দিয়া, এখন গাঁৱৰ ৰাইজক প্ৰমাণ পত্ৰৰ খৰচ বহন কৰাটো সম্ভৱ নে?
নিম্ন পৰ্যায়ত এখন পৰিয়াল জীৱন যাপন কৰিবলৈ হ'লেও মাহেকীয়া ১২ হাজাৰ টকাৰ প্ৰয়োজন|