Barsha Rani bishaya ৰ ভাল খবৰটো নিজেই দিলে / এইবাৰ পূজাত ভালকৈ থাকিব পৰা নাই

Поделиться
HTML-код
  • Опубликовано: 12 окт 2024
  • #chifungsuriyajatra
    #barsharanibishaya
    #durgapuja2024
    #jouboneamonikore
    #barsharanibishayanews
    #goodnews

Комментарии • 39

  • @UmaraniDowerah
    @UmaraniDowerah 7 часов назад +9

    মই ভালপোৱা এগৰাকীৰ অভিনেত্ৰী ।তেখেতৰ সুখৰ খবৰটো শুনি বহুত ভাল লাগিল। ভগবান ওচৰত প্ৰাৰ্থনা জনাইছো আপোনাৰ জীৱনটো সুখৰে ভৰিপৰক।

  • @BijumoniBoruah-xm3ng
    @BijumoniBoruah-xm3ng 41 минуту назад

    বৰষা ৰাণী আমাৰ মাজত সদায় থাকিব আৰু সদায় আমাৰ লগত ভগৱানে ভালে ৰাখওক কামনা কৰিছোঁ ❤❤❤❤

  • @ankitaborah3072
    @ankitaborah3072 7 часов назад +8

    মোৰ আটাইতকৈ প্ৰিয় অভিনেত্ৰী ❤

  • @momikhatun4601
    @momikhatun4601 4 часа назад +1

    Bohut val lagil video tu sai ba

  • @jeutiRay-ss2ee
    @jeutiRay-ss2ee 9 часов назад +6

    Barsha baak val lage

  • @priyojonorbandhun
    @priyojonorbandhun 7 часов назад +6

    বৰষাৰ খবৰটো শুনি ভাল লাগিল।আৰ্শীবাদ থাকিল বৰষালৈ।দুৰ্গা মাৰ আৰ্শীবাদ পালে।

  • @mamoniaktarmoni3643
    @mamoniaktarmoni3643 5 часов назад +1

    বৰষা বা বৰ ভাল পাওঁ আপোনাক ❤❤

  • @Badrikasunu-zl5vt
    @Badrikasunu-zl5vt 4 часа назад +1

    বষা বা আৰু ভাস্কৰ ভিনদেউ ক ভগৱানে সদায় ভালে কুশলে ৰাখক। আহিব লগীয়া কণমানি ❤❤টো /জনী লৈ বহুত বহুত মৰম আৰু আশীর্বাদ থাকিল।সদায় ভালে কুশলে থাকক আপোনালোক।।।

  • @sewalimaina1914
    @sewalimaina1914 8 часов назад +6

    আপুনি নিজৰ ভাল খবৰটো কিয় লুকাইছে।মাতৃ হোবা সুখ লুকাব নোবাৰি মই ও বহুত বছৰৰ পিছত আঠ মাহত ভৰি দিছো লুকাব লগা নাই ৰাইজৰ আশিবাদ লব লাগিব

  • @pallabigogoi6674
    @pallabigogoi6674 5 часов назад

    Val lagil video apunar khabotu palu congratulations🎉

  • @nikunjalatapayun3039
    @nikunjalatapayun3039 6 часов назад +1

    ল'ৰাই বা ছোৱালীৰ পাৰ্থক্য ওপৰত প্ৰভেদ নাই ভগৱানৰ আৰু সৃষ্টি কৰ্তাৰ ওপৰত নিৰ্ভৰ কৰক। ভগৱানে যি দিয়ে সেয়া আমাৰ সন্তান।

  • @labanyadevi3172
    @labanyadevi3172 3 часа назад

    Love you barasha❤❤❤❤❤

  • @krishnamonivlogs5611
    @krishnamonivlogs5611 2 часа назад

    Xundar video ❤️

  • @RitamoniDutta-w2t
    @RitamoniDutta-w2t 7 часов назад +1

    বৰ্ষাৰ উজনিৰ দুজনী গাভৰু কিন্তু বহুত ভাল চিনেমা আছিল.।

  • @nitamonidas
    @nitamonidas 9 часов назад +5

    Bohut val lagil video tu ❤

  • @PinkyDadharaPinkyDadhara
    @PinkyDadharaPinkyDadhara 4 часа назад

    ❤❤❤❤

  • @pratimadas4613
    @pratimadas4613 8 часов назад +1

    Very nice

  • @AnurupaRajbonshi
    @AnurupaRajbonshi 6 часов назад

    Happy life dear

  • @babitadevi4922
    @babitadevi4922 9 часов назад

    Xundor ❤️

  • @susmitapathak3895gm
    @susmitapathak3895gm 5 часов назад

    বৰ্মা আমাৰ ঘৰত আহিছিল

  • @ritadas4493
    @ritadas4493 5 часов назад

    Pl give the good news.

  • @PurabiandRiyanVlogs
    @PurabiandRiyanVlogs 9 часов назад +1

    Bhut val lagile bar khota khini khuni ❤❤❤

  • @Prthna21_ia
    @Prthna21_ia 7 часов назад +1

    তুমি কি চাকৰি পালা্্

  • @rupanjalimahanta1758
    @rupanjalimahanta1758 7 часов назад

    Ki j sifurai question kare? Ako najane?

    • @ChifungSuriyaJatra
      @ChifungSuriyaJatra  7 часов назад

      Ki hudhibo lage , apunalukor falor pora kobo moi tenekoi hudhim

  • @Sehnajbegum-e1l
    @Sehnajbegum-e1l 7 часов назад

    Baa tumar Lara ata hwk

    • @Dhruba438
      @Dhruba438 6 часов назад

      Healthy houk baccha tu ..lora swali buli ki ru😅❤

  • @bijudevi-u1s
    @bijudevi-u1s 2 часа назад

    Borkha ai agninav babar kripat tumi ma h i sa naki

  • @anamikakalita9688
    @anamikakalita9688 8 часов назад

    Barakha ba pregnant hoi sage

  • @jitusensua5643
    @jitusensua5643 9 часов назад +1

    ❤❤❤❤

  • @prativadas2690
    @prativadas2690 6 часов назад

    ❤❤❤

  • @rishuduliajan750
    @rishuduliajan750 7 часов назад

    ❤❤❤❤

  • @popibora2843
    @popibora2843 4 часа назад

    ❤❤