ধানৰ সলনি পতান ওলোৱাত পথাৰতে কান্দিছে কৃষকে, তেজপুৰৰ পথাৰত কৃষকৰ হাহাকাৰ
HTML-код
- Опубликовано: 17 май 2024
- 📌তেজপুৰৰ পথাৰত কৃষকৰ হাহাকাৰ। ধানৰ সলনি পতান ওলোৱাত পথাৰতে কান্দিছে কৃষকে। উপযুক্ত বজাৰৰ অভাৱত হতাশাগ্ৰস্ত ধিঙৰ বড়ো ধানৰ খেতিয়ক। ধাৰ, ঋণ লৈ কষ্টৰে কৰা খেতিডৰাত ধানৰ সলনি ওলাইছে পতান।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
😢😮sob bhejal ase
Good news 📰
সাৰ আৰু বেচিকৈ মাৰিব
সাৰ বেছি মাৰিছে।