LIVE | Kerala News | Kerala high court| অসমৰ শ্ৰমিক যুৱকক কেৰালাত মৃত্যুদণ্ড।

Поделиться
HTML-код
  • Опубликовано: 26 сен 2024
  • LIVE | Kerala News | Kerala high court| অসমৰ শ্ৰমিক যুৱকক কেৰালাত মৃত্যুদণ্ড।
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #kerala #keralahighcourt #assameseboy #keralapolice #crimenews
    #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

Комментарии • 650

  • @ArunKumar-kl2jw
    @ArunKumar-kl2jw 4 месяца назад +202

    অসম পুলিচৰ বহুতে উলোটা কৰে, যেনে জোনমণি ৰাভাৰ ঘটনাটো।

    • @simpletradingwithme5809
      @simpletradingwithme5809 4 месяца назад +5

      Ghuskor asik jonmoni

    • @ankuractivist5809
      @ankuractivist5809 4 месяца назад +3

      Tat tu bht dangor manuh jorito ase... jar babe cbi a o jonmonir biruddhe kotha koisil

    • @mr.anonymous6144
      @mr.anonymous6144 4 месяца назад

      ​@@simpletradingwithme5809 proman ase ne..?? Proman ase jdi diok

    • @tagarulegend4434
      @tagarulegend4434 4 месяца назад

      Right

    • @brabha6390
      @brabha6390 4 месяца назад

      ​@@simpletradingwithme5809toi ki bal jana

  • @mgvlogs9797
    @mgvlogs9797 4 месяца назад +40

    সুন্দৰ পদক্ষেপ। অসমতো এই আইন প্রণয়ন হব লাগে।

  • @mrinalbaruah9474
    @mrinalbaruah9474 4 месяца назад +224

    অসম পুলিচে কেৰেলা পুলিচৰ পৰা শিক্ষা ল'ব লাগে।

  • @RinkiChoudhury-b7q
    @RinkiChoudhury-b7q 4 месяца назад +163

    অসম পুলিচে কেৰেলা পুলিচৰ ভৰি ধুৱা পানী খাই আইন শিকি লব লাগিব।

    • @unitedlife3857
      @unitedlife3857 4 месяца назад +2

      rinki choudhury...

    • @jaydevdeury5634
      @jaydevdeury5634 4 месяца назад +1

      Ready hoi thak apuni jail oloi jaba

    • @jugantadas7259
      @jugantadas7259 4 месяца назад

      ​@@jaydevdeury5634Kio😢😢

    • @sadhansahariah3664
      @sadhansahariah3664 4 месяца назад

      Assam police k bodnam nidibi vai
      Police a fasi r Rai dib noare
      Gusti t jdi konoba police ase xudhi sabi aale bale police k dai dile nhb

    • @ChompokLahon-yu4gl
      @ChompokLahon-yu4gl 4 месяца назад

      একদম আপুনি সঁচা কথা কলে চে লুত আপোনাক

  • @rinkushivam8759
    @rinkushivam8759 4 месяца назад +80

    অসম পুলিচে টকা খাই খাই কেচ বিলাকৰ
    ডাঙৰ অপৰাধীকো ধৰিৱ নোৱাৰে।

  • @rameshbaglari8876
    @rameshbaglari8876 4 месяца назад +38

    কেৱল আৰু কেৱল ,
    ' অসমৰ যুৱক অসমৰ যুৱক ' বু্লি কোৱা শুনিব পোৱা গ'ল বাতৰিটোত , কিন্তু যুৱক জনৰ সম্পূৰ্ণ পৰিয়াল পৰিচয় পোৱা নগ'ল। অৰ্থাত পিতৃ-মাতৃৰ নাম অথবা সম্পূৰ্ণ ঠাই-ঠিকনাদি উল্লেখ কৰা নাই বাতৰিটোত। গতিকে অসমৰেই যে হ'য় তাৰ প্ৰমাণ পোৱা নগ'ল বাতৰিটোত।

    • @gddkaxxx8400
      @gddkaxxx8400 3 месяца назад

      Eku balor information nai news tur😂

  • @miduldutta8798
    @miduldutta8798 4 месяца назад +40

    কেৰেলাৰ চৰকাৰ ১০১বাৰ salute দিছো ,
    অতি সুন্দৰ অতি সুন্দৰ,
    Kerala state ko 101 bar salute

  • @bhaskarboravlogs5232
    @bhaskarboravlogs5232 4 месяца назад +118

    এই কুলাংগাৰ মিয়া বোৰৰ কাৰণে আমাৰ অসমৰ মান সন্মান গৈছে,

    • @rofikali66
      @rofikali66 4 месяца назад +6

      Bhai manhu beya thake jati beya nathake olp kow te plz vabi kob atar karone xoklok a beya nokb

    • @tanumoydas8327
      @tanumoydas8327 4 месяца назад +1

      ​@@rofikali66😂

    • @tanumoydas8327
      @tanumoydas8327 4 месяца назад +7

      Lakh tokia kotha kole 👏👏

    • @amitnaha7141
      @amitnaha7141 4 месяца назад +5

      Bhal korise johora tuk fasi disr

    • @moran6664
      @moran6664 4 месяца назад +11

      দুটা মানে এইয়াত মাত মাতিবলৈ আহিব , চাবি দেই .. সব একেই নহয় বুলি 😡😂

  • @rajkumarpegu912
    @rajkumarpegu912 4 месяца назад +15

    অসমৰ কিছুমান পুলিচে কেৱল টকা চিনি পায় আৰু পুলিচ বুলি নিজকে গৌৰৱ কৰি উদ্ভণ্ডালি কৰি সাধাৰণ জনতাৰ ওপৰত বিভিন্ন অত্যাচাৰ কৰে আৰু ৰাস্তা ঘাটত কৰ সংগ্ৰহ কৰি ফুৰে । কেৰেলা পুলিচক বহুত বহুত ধন্যবাদ দিছোঁ ।

  • @smritiborah6778
    @smritiborah6778 4 месяца назад +44

    অসমৰ বুলি নকব, এই সোপাক লাজ লাগে। শান্তি পালো শাস্তি ৰ কাৰণে।

  • @anupkrdas6798
    @anupkrdas6798 4 месяца назад +229

    অসমতো এই ধৰনৰ ফাচী দিয়াৰ ব্যৱস্থা অতি সোনকালে কৰিব লাগে । ইহত যতে যায় ততেই এই ধৰনৰ চৰিত্ৰ । বহু পলমেই হল । যি নহওক ন্যায়ালয়ৰ ৰায়ক সন্মান জনাইচো ।

  • @mriduldutta6789
    @mriduldutta6789 4 месяца назад +19

    অসমীয়া news চাবলৈ বহুত ধৈৰ্য লাগিব

  • @bkp9774
    @bkp9774 4 месяца назад +85

    যতেই নেথাকক ইহঁতৰ চৰিত্ৰ একেই। অসমত কিয় এনে অপৰাধৰ বিচাৰৰ ৰায় নিদিয়ে ?

    • @BituHandique-f8u
      @BituHandique-f8u 4 месяца назад +5

      সলনি নহয় অ ইহঁত ।

    • @AbuHannansekh56
      @AbuHannansekh56 4 месяца назад +2

      Hokolo akei nohoi 😡🫵

    • @DeepGogoi-u7b
      @DeepGogoi-u7b 4 месяца назад

      Akhmr police toka khai jiman opradh korileo aei miabure heikarne kerela policor bhorir nokhor panir khwar jugyo hobo lage

  • @kdtravelingvlog2426
    @kdtravelingvlog2426 4 месяца назад +88

    অসমৰ নহয়। এইবোৰ বাংলাদেশী হব

  • @MamoniBoro-j2l
    @MamoniBoro-j2l 4 месяца назад +19

    Kerala is very legel state salute to Kerala court and Kerala Police

  • @hemalatachetia3765
    @hemalatachetia3765 4 месяца назад +19

    বৰ ভাল লাগিল,,আমাৰ অসমতো ফাচি দিব লাগে ।।8 বছৰ কি কাৰণত থৈ দিলে ,,লগে লগেই ফাচি দিব লাগে ।।

  • @BinodKumarDas-x6s
    @BinodKumarDas-x6s 4 месяца назад +30

    অতি ভাল খবৰ। মিয়া হয় চাগে। তাক প্ৰথমে তাৰ চুচুটো জীয়াই জীয়াই কাতি দিব লাগে।

  • @hiranchutia3413
    @hiranchutia3413 4 месяца назад +120

    এইবোৰেই অসমৰ নাম বদনাম কৰি আছে।

    • @himajoshi7466
      @himajoshi7466 4 месяца назад +2

      Ehote aibilak kori fure

    • @debarumurah8432
      @debarumurah8432 4 месяца назад +2

      Nhoy o axomor naam ehote bea kora ni, axomok bea korise uccha podot thoka axamiya manuhe jiye hatyak ahatya kori duxik nirdixi kori tule,joi aai axom

  • @animagogoi383
    @animagogoi383 4 месяца назад +16

    অসমতো এই ধৰণৰ বেৱথা অতি সোনকালে কৰাতো গ্ৰহণযোগ্য হব লাগে

  • @dipanjaldas2249
    @dipanjaldas2249 4 месяца назад +10

    কেৰেলা ন্যালয়ে দেখুৱাই দিলে যে ন্যায় কেনেকৈ কৰে ❤️❤️❤️❤️

  • @sanchitaborua2507
    @sanchitaborua2507 4 месяца назад +4

    ভাল হৈছে.. অসমৰ প্ৰশাসনে কেৰেলাৰ পৰা শিক্ষা লোৱা উচিত

  • @arabindabaro2350
    @arabindabaro2350 4 месяца назад +9

    ই অসমৰ নহয়, আপুনি ইয়াক অসমৰ বুলি বাৰে বাৰে প্ৰমাণ পত্ৰ দিব নালাগে । ইহঁতৰ বহুতেই অসম হৈ বাহিৰলৈ যায়। গোটেই ভাৰতত বেয়া কামত ইহঁতেই লিপ্ত হোৱা পৰিলক্ষিত হৈছে।

  • @priskyboy___
    @priskyboy___ 4 месяца назад +9

    এনেকুৱা অপৰাধী মানুহক নানা ধৰণৰ হাৰা-শাস্তি কৰিহে ফাঁচি দিব লাগে 😠👹 প্ৰায় মিয়া মানুহবোৰক এনেকুৱা অপৰাধী কৰাত বেছিকৈ দেখা পোৱা যায় 🤬🤚so মোৰ ফালৰ পৰা তাক ফাঁচি নিদিয়াৰ আগতে কিহেৰে অপৰাধ কৰিছিল তাক আগতে কাটি পেলাই ল 😠🙏 লগতে এই অপৰাধী মিয়া মানুহ জনক খুব মাৰি মাৰি ছাল ছিঙি দি ল তাৰ পিছত ফাঁচি দে 👹🤚...

  • @143raju
    @143raju 4 месяца назад +9

    বাংলাদেশৰ বহুতো মানুহ অসমৰ বুলি কৈ কেৰেলাত আছে। কাৰণ অসমৰ ভোটাৰ কাট লৈ ফূৰে। কিন্তো অসমৰ একো এটা কথা নাজানে। ভাষা টো নকলেওঁ হ'ব। আৰু বহুত আছে কি কম

  • @babuldas4341
    @babuldas4341 4 месяца назад +8

    অসমৰ আইন জীৱবোৰে, কেৰেলাৰ আইন ফলো কৰিব লগা হল

  • @pwalikhound3292
    @pwalikhound3292 4 месяца назад +3

    এনেকৈ কৰিব লাগে অসমতো বহু ঘটনা ঘতিছে অসমতো ফাচি দিব লাগে সুন্দৰ কেৰেলাবাসি ৰাইজ

  • @Rajudas-zc8st
    @Rajudas-zc8st 4 месяца назад +6

    ই অসমৰ নহয় , নিশ্চয় বাংলাদেশী হব , বহুতে ‌অসমৰ নহলেও অসমৰ বুলি কয়।

  • @hemalatachetia3765
    @hemalatachetia3765 4 месяца назад +18

    অসমত ক'ট কাছাৰী নাই ,,অসমৰ প্ৰশাসনে ও কেৰেলাৰ পৰা শিক্ষা লওক তাৰেই আশা কৰিলো ।

  • @Dhamendraassam326
    @Dhamendraassam326 4 месяца назад +6

    মাৰাডোনাৱেও শান্তি নেপালে ইহঁতৰ পৰা।মাৰাডোনাৰ ঘড়ি চুৰ কৰিছিল ইহঁতৰ এজনে। গোটেই পৃথিৱীতে ইহঁতে অসমৰ নাম উজ্বলাই তুলিছে।

  • @babuldas4341
    @babuldas4341 4 месяца назад +5

    বহুত ভাল পালো

  • @janarddansenapati8904
    @janarddansenapati8904 4 месяца назад +6

    সচাকৈ যদিহে এই পাষন্ডটো অসমৰ হয় তেন্তে অসমৰ মানুহৰ লগত কেৰেলা বাসীয়েও সুযোগ সুবিধা পালে তাকেই কৰিব , সন্দেহ নাই তাত । অসমৰ মান সন্মানক তললৈ নিয়া এই বোৰৰ মৃত্যু দন্ডত অসমৰ কি পৃথিৱীৰ সচেতন মানুহৰ মনত কোনো দুখ খোভ অনুকম্পা নাজাগে ।

  • @kramsakilingyoutube2286
    @kramsakilingyoutube2286 4 месяца назад +16

    কেৰেলা পুলিচক ধ্যনবাদ জনাইছো❤❤❤

  • @pravachutia931
    @pravachutia931 4 месяца назад +18

    ভাল আইন আছে ।অসমতহে নাই ।

  • @likumonichetia
    @likumonichetia 4 месяца назад +5

    কেৰেলাৰ পুলিচক ধন্যবাদ

  • @AniramBorah-x6v
    @AniramBorah-x6v 4 месяца назад +29

    ইহঁত কিছুমানে গোতেই ভাৰততে এনে ধৰণৰ কামৰ বাবে ঘুৰি ফুৰে

  • @jagonnath367
    @jagonnath367 3 месяца назад +2

    অসমৰ আৰক্ষীয়ে কেৰেলাৰ আৰক্ষীৰ পৰা মানৱতা আৰু কৰ্ম নিষ্ঠা শিক্ষাৰ প্ৰয়োজন আছে ।

  • @udoydutta5299
    @udoydutta5299 4 месяца назад +4

    অতি সুন্দৰ

  • @mohannath6515
    @mohannath6515 4 месяца назад +5

    এওলোক য’তে যায় ত’তে অশান্তি ৷

  • @BitulDutta-vc2vm
    @BitulDutta-vc2vm 4 месяца назад +2

    A mojja❤❤❤

  • @GopalBaruah-o3n
    @GopalBaruah-o3n 4 месяца назад +4

    সুন্দৰ কাম

  • @NileshwarBrahma
    @NileshwarBrahma 4 месяца назад +4

    কেৰালা পুলিচ জিন্দাবাদ

  • @KanakDas-g8u
    @KanakDas-g8u 4 месяца назад +3

    ধন্যবাদ প্ৰশাসন বিভাগ🙏

  • @babuldas4341
    @babuldas4341 4 месяца назад +3

    কেৰেলা ৰাজ্যৰ চৰকাৰ বহুত বহুত dhonobad

  • @moran6664
    @moran6664 4 месяца назад +8

    Good Kerla police 👏👏 Applause from Assam 👏 . বাংলাদেশী হয় এইটো, এইবিলাকেই কৰে এনেকুৱা কাম 😡। অসমৰ বদনাম কৰিছে ।

  • @allaround8164
    @allaround8164 4 месяца назад +2

    ইমান অসম অসম কৈ থকাৰ প্ৰয়োজন নাই প্ৰতিটো বাক্যতে অসম অসম

  • @digennath497
    @digennath497 4 месяца назад +5

    বহুত বহিয়া কাম কৰিলে ধন্যবাদ কেৰেলা প্ৰশাসন

  • @MinakshiBora-qy6zb
    @MinakshiBora-qy6zb 4 месяца назад +14

    বহুত ভাল কাম কৰিছে কেৰেলাই অসম পুলিচে এনে ধৰণৰ কাম কৰিব লাগে

  • @kanulochanvlogs4844
    @kanulochanvlogs4844 4 месяца назад +6

    ইহঁতক অসমৰ বুলি নকৈ বাংলাদেশী বুলি ক'লেহে যুক্তিযুক্ত হ'ব

  • @snapflix_jr
    @snapflix_jr 4 месяца назад +5

    কত আছে peaceful community ৰ লোকসকল

  • @nirmalkaur4779
    @nirmalkaur4779 4 месяца назад +8

    Karala police jindabad❤🙏👍🙏🙏🙏

  • @Jyotiprasad958
    @Jyotiprasad958 4 месяца назад +5

    মুছলিম ৰ কমেণ্ট এটাও নাই ইয়াত

    • @ajgogoi6589
      @ajgogoi6589 4 месяца назад

      Lagpaise miya jora bure

  • @basantisaikia9815
    @basantisaikia9815 4 месяца назад +16

    অসমৰ পুলিচ বদলি কৰি কেৰেলাৰ পুলিচ অসমলৈ আনিব লাগে ৷

  • @swamikhyaboruah8395
    @swamikhyaboruah8395 4 месяца назад +2

    কেৰেলা‌আৰক্ষী জিন্দাবাদ।

  • @allaboutinmisingagom5018
    @allaboutinmisingagom5018 4 месяца назад +5

    শিক্ষিত সমাজৰ শুদ্ধ সিদ্ধান্ত

  • @RanuMedhi-tz1oy
    @RanuMedhi-tz1oy 3 месяца назад +2

    Thank you kerela police

  • @farukhussin5010
    @farukhussin5010 3 месяца назад +2

    অতি সুন্দৰ নিউজ

  • @Binitaborah-d4c
    @Binitaborah-d4c 4 месяца назад +2

    অসমৰ আইন মোখা পিন্ধা আইন।

  • @mantubarman595
    @mantubarman595 4 месяца назад +3

    চেলুট কেৰেলা police

  • @JahangirHussain-rp2os
    @JahangirHussain-rp2os 3 месяца назад +1

    Salute kerala police❤❤❤dokhik uchit xasti diyar babe

  • @siranjibroy7878
    @siranjibroy7878 4 месяца назад +15

    অসমৰ মুছলমান যুবকক বুলি কওক

    • @babuldas4341
      @babuldas4341 4 месяца назад +1

      ঠিকে কৈছে

  • @sankarurang1233
    @sankarurang1233 4 месяца назад +1

    1000%
    Good 😅👍👍👍👍👍👍👍👍
    Kerala Police Selute
    অসম পুলিছ শিকিলোৱা দৰকাৰ

  • @BapanBarman-ww4nk
    @BapanBarman-ww4nk 4 месяца назад +2

    এই ঘটনাবোৰ মিঞা 10:27 সকলেহে কৰি আছে। আমাৰ অসমখনক গৰবাদ কৰি দিলে।

  • @SamirprabhaGogoi
    @SamirprabhaGogoi 4 месяца назад +1

    অসমৰতো উঠি অহা সকলক বিপথে পৰিচালিত কৰা সকলক।

  • @zerinaphukanzerinaphukan6861
    @zerinaphukanzerinaphukan6861 4 месяца назад +1

    অসমতো এনেকুৱা বোৰক ফাঁচী দিব লগে। তেতিয়াহে কিছুমান নাৰফিকাছ চিধা হব।

  • @dhirendrakumarbaruah6906
    @dhirendrakumarbaruah6906 4 месяца назад +1

    এইটো বুলি কব লাগে, এইজন বুলি কব নেলাগে ইয়াক ।

  • @abhinazbora
    @abhinazbora 4 месяца назад +2

    চিধা কথা dirckt ফাঁচী এনেকুৱাই হব লাগে bea কৰ্ম্ম কৰিছে drick ফাঁচী good job

  • @Prasantapegu-c5z
    @Prasantapegu-c5z 4 месяца назад +3

    জত তাকে ঐইবোৰ মানুহক বিশ্বাসহ কৰিব নেলাগেএটা কথাকে বাৰেবাৰে নকব হাত যোৰ কৰিছোম

  • @utpalhazarika28
    @utpalhazarika28 4 месяца назад +6

    Assamar nohoi bangladeshor

    • @manaspratimsaikia-mv6zd
      @manaspratimsaikia-mv6zd 4 месяца назад

      Kenekoi janile . Tar I d Assamor ase . Ki Bangladesh or kothat koise . Tohat bure usotai thako .

  • @anilnath2542
    @anilnath2542 4 месяца назад +1

    ইয়াতে গম পোৱা গৈছে আমাৰ অসম পুলিচ প্ৰশাসনৰ দুৰ্বলতা কিমান। আমাৰ অসমতেই হওঁক বা বহিৰাজত আমাৰ অসমৰ বহুতো মানুহৰ এনেধৰণৰ মাৰি পেলাই দিয়ে কিন্ত এনেধৰনৰ উচিত তদন্ত ও শাস্তি দিব নোৱাৰে। অলপ দিনৰ আগত বাতৰিত পাইছিলো অসমৰ এজন যুৱকক বহিৰাজত ৰেল ষ্টেচন মানুহে খেদি খেদি মাৰিলে বেচেৰাই call recording কৰিছিল মৰাৰ আগত news ত শুনিছিলো কিন্তু একো ফলাফল দেখা নাপালো আৰু জুনমণি ৰাভা বাইদেউৰ কেছটো একো ফলাফল দেখা নাপালো। ক্ষমা কৰিব মই ভুলে কয়ছো নে ভালে কয়ছো নাজানো কিন্তু নকয় থাকিব নোৱাৰিলো।

  • @PankajJyotiBora25
    @PankajJyotiBora25 4 месяца назад +5

    Amar axomotu enekua hbo lage, ihotor utpat bohut bahi goise

  • @BimanRabha-ih8yj
    @BimanRabha-ih8yj 3 месяца назад

    ধন্যবাদ দিছো কেৰেলা পুলিছক

  • @learnfromnature7779
    @learnfromnature7779 4 месяца назад +1

    Khub mojja❤❤❤

  • @RahulDas-xn8zb
    @RahulDas-xn8zb 4 месяца назад +1

    Val kamor karone police sor time tuk khubho kamona jonalu🙏🙏🙏

  • @masoomaxom
    @masoomaxom 4 месяца назад +1

    একেটা কথাকে ১০০ বাৰ কৈ থকাটোৱেই সাংবাদিকতা নেকি?

  • @montudutta7017
    @montudutta7017 4 месяца назад +2

    নামেই যাৰ পৰিচয় 👍👍👍

  • @ShasantakumarDas
    @ShasantakumarDas 4 месяца назад +8

    Bare bare Asomor jubok Asomor jubok buli Asomok opoman nokoribo.....khi Bangladeshi.....

  • @azizulhoque3872
    @azizulhoque3872 4 месяца назад +2

    এনে ঘটনাৰ পৰা কিছু বুজা উচিত
    কিন্তু নুবুজে।

  • @alihassanahmed9465
    @alihassanahmed9465 3 месяца назад +1

    Right disition

  • @AssadVlog2.m
    @AssadVlog2.m 4 месяца назад +1

    I am Muslim thank you Kerala police Kerala High Court

  • @DeepjyotiBahai-mp5ke
    @DeepjyotiBahai-mp5ke 4 месяца назад +1

    ভাল লাগিল

  • @binodsaikia1882
    @binodsaikia1882 3 месяца назад

    অতি ভাল খবৰ। অসমক বদনাম কৰা দস্যু।

  • @jintumanideka9071
    @jintumanideka9071 4 месяца назад +2

    অসম গৌৰৱ
    বাংলাদেশৰ পৰা অসমলৈ অহা মীঞা ৰ গৌৰৱ ।

  • @bhaitichangmai123
    @bhaitichangmai123 4 месяца назад +3

    Welcome জনাইছোঁ কেৰেলা police officer ❤❤

  • @ranjandoley3193
    @ranjandoley3193 3 месяца назад

    অতি সুন্দৰ কেৰেলা পুলিচ।

  • @lofiboy2k-4b
    @lofiboy2k-4b 4 месяца назад +1

    Mojaa 🎉🎉🎉

  • @KirtonKro-rm9wv
    @KirtonKro-rm9wv 4 месяца назад +3

    Amr Assam t kerelar manhuk paribo neki maribo? Haaa

  • @Mimbrangboro4589
    @Mimbrangboro4589 4 месяца назад +7

    Jaake taake Asomor buli kiyo kobo laage. Asomor original hoi na nohoi tor ki proman aase .soboko Asomor buli koi loi.

    • @BidyaDhar-w3f
      @BidyaDhar-w3f 4 месяца назад

      News nachai neki Crimetak -ep-1389 chabo sakolu gam pabo

  • @popular321
    @popular321 4 месяца назад +2

    এই সকল কংগ্ৰেছৰ খাতি ভোটাৰ

  • @PromodBoruah
    @PromodBoruah 4 месяца назад +2

    এই সংবাদিকবোৰ প্ৰকৃততে শিক্ষক হব লাগিছিল । একেবোৰকে পেঘেনিয়াই থাকে ।

  • @AjitBarman-r3t
    @AjitBarman-r3t 4 месяца назад +1

    ভাল কাম কৰিছে

  • @krishnagogoi1657
    @krishnagogoi1657 4 месяца назад +5

    চেলুত জনালো কেৰেলা পুলিচক | জয় হিন্দ |

  • @sulakshmanadas335
    @sulakshmanadas335 4 месяца назад +6

    Main katha to kobo lage

    • @rashmipatir9976
      @rashmipatir9976 4 месяца назад

      take main kotha tu kobole eman time logaise...

  • @bikramsubba1658
    @bikramsubba1658 4 месяца назад

    বহুত ভাল হল,

  • @NirmolRay1996
    @NirmolRay1996 4 месяца назад

    ভালেই কৰিছে কেৰেলা উচ্চ ন্যায়ালয়ে।অসমতো এনে ব্যৱস্থা কৰিব লাগে।ন্যায়ালয়ৰ ন্যায় ব্যৱস্থা খৰতকীয়া কৰিব লাগে।যাতে দোষীয়ে ছমাহ মানতে শাস্তি পায়।

  • @sadhansahariah3664
    @sadhansahariah3664 4 месяца назад

    Good
    Proud of Kerala government
    Assam hle basi gol hoi ru Kerala babe fosi go

  • @bora3852
    @bora3852 4 месяца назад

    তহঁতৰ দৰে সাংঘাটিক বাবে অসমত বেয়া কাম বেছি এটা কথাকে বাৰে বাৰে পাগুলি আছ ৪/৫ মিনিট বাতৰি ২০মিনিট লগালি 👉👉কেৰেলা চৰকাৰক ধৰ্ন্যবাদ🙏🙏 জনালোঁ

  • @Soulworld963
    @Soulworld963 4 месяца назад +15

    একেবোৰ কথাকে কৈয়েই থাকে । কৈয়েই থাকে । বিৰক্তিৰ।

  • @Tum..Bin..96
    @Tum..Bin..96 4 месяца назад +1

    🙏🏻🙏🏻🙏🏻🙏🏻

  • @RinkiChoudhury-b7q
    @RinkiChoudhury-b7q 4 месяца назад +17

    এই বেইমান মুচলমান বিলাকক পৃথিৱীৰ পৰা একেবাৰে নাইকীয়া কৰিব লাগে।

    • @ashibulhoque6954
      @ashibulhoque6954 4 месяца назад +1

      Abe toi dhormo dhori kio gale para ,ji bea shi to bea hobo

    • @dilipkurmi6716
      @dilipkurmi6716 4 месяца назад

      😂😂😂😂😂😂😂​@@ashibulhoque6954

    • @soumenroy6241
      @soumenroy6241 4 месяца назад

      ​@ashbibulhoque6954 beiman buli koiche toio beiman neki

    • @moloydam4416
      @moloydam4416 4 месяца назад

      গুৰি পৰুৱাৰ জাক | আমেৰিকা ও বিফল হৈছে |

  • @TridipSaikia-od3ko
    @TridipSaikia-od3ko 3 месяца назад

    অসম পুলিছে কেৰলাৰ পুলিচৰ পৰা অলপ শিকা লওক