চান্দমাৰী থানা আৰু চান্দমাৰী নাগৰিক সমিতিৰ উদ্যোগত আয়োজন এখন সজাগতামূলক সভা।

Поделиться
HTML-код
  • Опубликовано: 23 июн 2024
  • চান্দমাৰী থানা আৰু চান্দমাৰী নাগৰিক সমিতিৰ উদ্যোগত আয়োজন এখন সজাগতামূলক সভা। ১ জুলাই পৰা গোটেই ভাৰতবৰ্ষতে কিছু সাল-সলনি হ'ব আইনী প্ৰক্ৰিয়াৰ। এই সম্পৰ্কে ৰাইজৰ মাজত অৱগত কৰাৰ উদ্দেশ্যে আয়োজন কৰা হয় এই সভাৰ। সভাত উপস্থিত থাকে বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ লগতে চান্দমাৰী এচিপি দিপুল কুমাৰ বড়ো আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঋষিকেশ হাজৰিকা।
    Ishan News
    ishannews.com/
    Ishan news, facebook page
    / newsishan
    Ishan news twitter account
    / newsishan
    Ishan News Instagram
    / newsishan
    Ishan News Koo
    www.kooapp.com/profile/ishannews

Комментарии •