Duliajancollege Golden jubilee program

Поделиться
HTML-код
  • Опубликовано: 22 сен 2024
  • College Songs

Комментарии • 1

  • @deepuofficial8566
    @deepuofficial8566 4 года назад +2

    গীতটো ধুনীয়া হৈছে কিন্তু মই এটা কথা কওঁ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অনুষ্ঠানৰ দিনা আমন্ত্ৰিত শিল্পীক অনুষ্ঠান কৰোৱা আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক গুৰুত্ব নিদিয়া কিমান যুক্তিকৰ, মই নিজে এজন প্ৰাক্তন ছাত্ৰ আৰু মোৰ নামো তালিকাত উল্লেখ থকা স্বত্বেও যথাসময়ত সেইদিনা এটি গীত বাৰম্বাৰ অনুৰোধ কৰিছিলোঁ কিন্তু গাবলে দিয়া হোৱা নাছিল, মোক কৈছিল আমন্ত্ৰিত শিল্পীৰ পাছতহে বোলে গাবলৈ দিয়া হʼব। এইবোৰ কাৰণতেই মোৰ অলপ ভাল নালাগিল আৰু দুখ পালোঁ মনত, কোনেও যাতে বেয়া নাপাই মোক, মোৰ মনৰ কথা আৰু সঁচা কথাটোহে কলোঁ।