Beharbari Outpost [ বেহাৰবাৰী আউটপোষ্ট ] || Ep 3010 || 05.07.2024 ||

Поделиться
HTML-код
  • Опубликовано: 3 окт 2024
  • BEHARBARI OUTPOST IS A MOCKUMENTARY ON A GROUP OF TYPICAL POLICE OFFICE STAFF, IT'S A SITUATIONAL COMEDY .THE SHOW DEPICTS THEIR LIVES AS THEY TRY TO SOLVE EVERY CASE WHICH COMES TO BEHARBARI OUTPOST.
    Facebook: / rengonitv
    Instagram: / rengoni.tv
    Website: rengonitv.com/
    #rengonitv #funnyvideo #entertainment #beharbarioutpost #assameseviralvideo

Комментарии • 2,7 тыс.

  • @MainaBora-zo2ey
    @MainaBora-zo2ey 3 месяца назад +2940

    কোনে কোনে SI ছাৰক বেহাবাৰিৰ পৰা বিদায় দিবলৈ নিবিছৰা Like কৰা।
    ❤❤
    🙏🙏

  • @mrmoon071
    @mrmoon071 3 месяца назад +1544

    Si ছাৰক কোনে কোনে চিৰদিনৰ বাবে beharbari বিছৰা like কৰা👍👍👍

  • @bonyashreegogoi
    @bonyashreegogoi 3 месяца назад +250

    চাৰৰ দেউতাক কোনে কোনে Miss কৰিবা কাৰ কাৰ বেয়া লাগিছে LIke কৰা 😢

  • @RDgaming3333
    @RDgaming3333 2 месяца назад +20

    কাক কাক বেহাৰবাৰীৰ SI ছাৰৰ বিদায় হোৱাৰ বাবে বেয়া লাগিছে like koraa 😢😢❤

  • @PranjitParagCreation
    @PranjitParagCreation 3 месяца назад +37

    আজিলৈ কাৰো বাবে এনেকৈ কান্দি পোৱা নাছিলো।যিমান আজি কান্দিলো।🥹🥹😭প্ৰীতম চাৰৰ পৰা সচা পুলিচ সকলে শিকিব লগীয়া বহু কথাই আছে।

  • @ratulduwarah4104
    @ratulduwarah4104 3 месяца назад +450

    Beharbari কেৱল এখন ধাাবাহিকত নহয় ই আমাৰ আৱেগ। কাৰণ সৰুৰে পৰা beharbari ছাই ইমান ডাঙৰ হলোঁ ইয়াৰ লগত আমাৰ বহুটো স্মৃতি জঢ়িত হৈ আছে । ই এনেকুৱা এখন ধাৰাবাহিক যাক ডেকা বুঢ়া সকলোৱে উপভোগ কৰিব পাৰে । আৰু ই দুখতো মানুহৰ মুখত হাঁহি বিৰিঙাব পাৰে। ইয়াৰ প্ৰতিজন সদশ্য আমাৰ অতি আপোন। আমি তেওঁলোকক beharbari পৰা আঁতৰি যোৱাটো নিবিচাৰোঁ কাৰণ তেওঁলকৰ ঠাইত নতুন সদশ্যক আদৰি লোৱাতো আমাৰ বাবে জতিল হৈ পৰে । আমি সকলোঁ পুৰনি সদশ্যক আকৌ একেলগত চাব বিচাৰোঁ । তেওঁলোক এনেদৰে গুচি যোৱাতো মনিলব পৰা নাই । তেওঁলোকক ঘূৰাই আনিব লাগে 😢😢😢

    • @allabouthere6288
      @allabouthere6288 3 месяца назад +1

      আগৰবোৰকে ঘূৰাই ঘূৰাই নাচাৱ কেলে

    • @pulintalukder1702
      @pulintalukder1702 3 месяца назад

      ❤❤​@@allabouthere6288

    • @smitabaruahtamang
      @smitabaruahtamang 3 месяца назад +2

      Beharbari ধাৰাবাহিক খনি চাই চাই ইমান গাভিৰলে হুমালো যে এ তিয়া নচা লে থাকিব নোবাৰো হলো বহুত বহুত ভাল লাগে

    • @JimiPhukan-g7z
      @JimiPhukan-g7z 3 месяца назад +1

      Bohut miss korim

  • @mrmoon071
    @mrmoon071 3 месяца назад +297

    Si ছাৰক কোনে কোনে ভাল পোৱা like কৰা👍👍👍

  • @Rishirajmoran
    @Rishirajmoran 3 месяца назад +526

    থিয়েটাৰ শেষ কৰি পুনৰ ঘুৰি আহিব লাগিব🙏💔

    • @JagannathmiliMili-v2e
      @JagannathmiliMili-v2e 3 месяца назад +6

      Right bro

    • @ankurborah2997
      @ankurborah2997 3 месяца назад +7

      100% Right 👍

    • @mridularabha3742
      @mridularabha3742 3 месяца назад +13

      থিয়েটাৰ ৰিহাৰ্চেল শেষ হলে আহিব মোৰ বিশ্বাস

    • @gourab2214
      @gourab2214 3 месяца назад +5

      Ahibo lagibo

    • @ksbarman7263
      @ksbarman7263 3 месяца назад +4

      Hoi ahiboi lagibo

  • @BhagyashreeGogoi-up8fp
    @BhagyashreeGogoi-up8fp 2 месяца назад +8

    Sir চাৰক ভাল পোৱা সকলে like kora👍

  • @JyotikaPhukan
    @JyotikaPhukan 3 месяца назад +8

    আজিৰ খণ্ডটো চাই আবেগিক হৈ গলো, বেহাৰবাৰী দীৰ্ঘদিন জীয়াই থাকিব লাগিব ❤

  • @RahulSonowal-vp7ln
    @RahulSonowal-vp7ln 3 месяца назад +111

    কমেন্ট বোৰ দেখি,, এটা কথাই ভাল লাগিছে,, SI ছাৰক #বিদায় লোৱা দেখি বহুতো লোকে যে #চকুলো টুকিছে।।। তাৰ পৰাই বুজিব পাৰি যে- এতিয়াও #মানৱতা আছে আমাৰ সমাজত।।।।
    আপোনাকলৈ সকলোকে সেৱা ❤

    • @rashmirekhanath2238
      @rashmirekhanath2238 3 месяца назад +3

      😢😢😢

    • @manashpratim2713
      @manashpratim2713 3 месяца назад +1

      হয় আকৌ মানবতা আছে আমাৰ অসমীয়া সমাজত অসমীয়া সমাজ যিমান দিনলৈকে থাকিব মানবতা সৰলতা আৰু আমাৰ বাপতি সাহোন বিহু যিয়াই থাকিব।

  • @HimaniGogoi-g5d
    @HimaniGogoi-g5d 3 месяца назад +211

    Si sir ক বহুত মিচ কৰিম এটা like দিব si sir বাবে 😢😢😢😢😢😢😢😢😢😢😢😢

  • @pranabjyotikalita4584
    @pranabjyotikalita4584 3 месяца назад +88

    বেহাৰবাৰী আৰম্ভ হোৱা ৰে পৰা মোহন,মুৰুলী,সাগৰ ফুকন,নয়না হতঁৰ পৰাই বেহাৰবাৰী চাইছো। কিন্তু আগৰ সেই সুকীয়া মাদকতা কমি যোৱা যেন লাগিছে।কে কে দা বা মোহন নাহিব বুলি জানিও ইমান বেয়া লগা নাছিল যিখিনি বেয়া আজি লাগিছে।
    তথাপিও ছাৰ এজন থিয়েটাৰ ৰ ভাল অভিনেতা হিচাপে প্ৰতিষ্ঠিত হওঁক বুলি আশা ৰাখিলোঁ।
    বেহাৰবাৰী আগবাঢ়ক সদায়।আগৰ দৰে আমেজ দিব বুলি আশা ৰাখিলোঁ।❤❤

  • @bonyashreegogoi
    @bonyashreegogoi 3 месяца назад +39

    চাৰৰ দেউতা ইমান সোনকালে যাব নালাগিছিল বহুত MISS কৰিম

  • @samilaray1710
    @samilaray1710 3 месяца назад +10

    এয়াই সত্য, বাস্তৱ জীৱনৰ জীয়া কাহিনী , এয়াই দায়িত্ববোধ 🙂

  • @jintumoniborah870
    @jintumoniborah870 3 месяца назад +54

    বৰ্তমান কমল আৰু ৰাকেশ একেবাৰে পুৰণি অভিনেতা আছেগৈ।।প্ৰথম অৱস্থাত কি কমল কি প্ৰীতম বৰুৱা এজনেও অভিনয় নাজানিছিল। কিন্তু এতিয়া এজন এজন পৰিপক্ক অভিনেতা। ধন্যবাদ মনোজ শইকীয়া দা।বেহাৰবাৰীত আপুনি নিজক লৈ যি পৰিক্ষা নিৰিক্ষা চলাই গৈছে তাত আপুনি ১০০০% সফল হৈছে।

  • @dimpicreation4856
    @dimpicreation4856 3 месяца назад +140

    প্ৰিয় অভিনেতাসকল প্ৰিয় ধাৰাবাহিকখনৰ পৰা ক্ৰমান্বয়ে আঁতৰি গৈছে 😢❤

    • @Bijoy44859
      @Bijoy44859 3 месяца назад +4

      Ai karone koisu sob jagat axomiya abeg abeg mari lav nai..jodi axomiya jatir dom aru xahok ase tene hole beharbari boycott korok..boycott r karon KK,Mohan,Beauty,Mukuta. Garg aibor soboke ghurai anibo lage...nhole direct boycott kori diok...history t number 1 serial huwa xopon regonir bondho hoi jabo

  • @mmitaxummu9895
    @mmitaxummu9895 3 месяца назад +334

    বেহাৰবাৰী আজিৰ পৰা নাচাওঁ , আজি শেষ !!
    Thank you SI Sir ❤

  • @RahulAmin-qr7hu
    @RahulAmin-qr7hu 3 месяца назад +6

    এনেকৈ ভাল লগা মানুহ বোৰ ওলাই গৈ থাকিলে আমাৰ মনত কিমান কষ্ট হয় আপোনালোকে ভাবে জানোঁ 😢😢। এনেকৈ এজন এজন কৈ গৈ থকাতকৈ একেবাৰে চিৰিয়েল খনে বন্ধ কৰি দিয়ক । আমাক আৰু কষ্ট নিদিব🙏🙏😭😭😭

  • @mallikabegum9008
    @mallikabegum9008 3 месяца назад +7

    আজিৰ খণ্ডটোৱে কন্দুৱালে। বিশেষকৈ ৰাকেশৰ কথাখিনিয়ে। বহুত ধন্যবাদ।বেহাৰবাৰী আউটপʼষ্ট।

  • @nivapaglyvlogs4518
    @nivapaglyvlogs4518 3 месяца назад +200

    কাৰ কাৰ আজি খণ্ডত চকু পানী ওলালে 😢
    Like korok ❤

  • @Bikashsewali
    @Bikashsewali 3 месяца назад +51

    চকু পানী উলাই গ'ল beharbari চাই সদাই হাঁহি থকা আজি সকলোৱে কান্দিছো হৃদয় খন ভাঙি গ'ল অ😢😢😢 মই বিচাৰোঁ ছাৰ beharbari outpost থাকক যাব নালাগে নহ'লে beharbari outpost চাই আৰু ভাল নেলাগিব 😢😢😢😢😢😢😢

  • @dipanjalibaishya3059
    @dipanjalibaishya3059 3 месяца назад +52

    ইমানদিনে হাঁ‌হি হাঁ‌হি আজি বহুত কান্দিলোঁ‌ বৰ দুখ লাগিল

  • @Hridaya123
    @Hridaya123 2 месяца назад +1

    কমলৰ কথাখিনি হৃদয় চুই গল ❤❤

  • @PiyatomBoruah
    @PiyatomBoruah 3 месяца назад +150

    কেকে ছাৰ আৰু মোহন যাওঁতে ইমান দুখ লগা নাছিল😢😢

  • @pareshmonisarkar5698
    @pareshmonisarkar5698 3 месяца назад +152

    Pritam ছাৰে যে এদিন এনেকৈ কন্দুৱাই গুচি যাব বুলি কেতিয়াও ভাবা নাছিলোঁ। বহুত Miss কৰিম আপোনাক 😭😭😭😭

    • @jobsgk6717
      @jobsgk6717 3 месяца назад

      Hosa kotha kom buli vabu ami horu manuh kuna nu hunibo,sir please apuni Behar bari aribo njbo oo sir

    • @jobsgk6717
      @jobsgk6717 3 месяца назад

      Ajir pora beha bari aaa nasow

    • @sekhartaye8500
      @sekhartaye8500 3 месяца назад

      Oh Rip😢😢

    • @rashmirekhanath2238
      @rashmirekhanath2238 3 месяца назад

      😢😢😢😢😢😢😢

    • @RupahiSonowal-wk5qb
      @RupahiSonowal-wk5qb 3 месяца назад

      Hosako 😢😢

  • @Kaushik632
    @Kaushik632 3 месяца назад +112

    Beharbari outpost কাৰ কাৰ প্ৰিয়? আৰু সদায় কোনে কোনে চোৱা?
    Like kra❤❤❤❤

  • @Parashi.dowari
    @Parashi.dowari 3 месяца назад +3

    কে কে আৰু মোহনৰ দৰে আপুনিয়ো গুচি গ'ল si চাৰ ?🥺 বহুত miss কৰিম আপোনাক 😢🙏

  • @MonikaDutta-n6s
    @MonikaDutta-n6s 3 месяца назад +5

    Beharbaria ajilaka kondua nasila aji bohut kandilu aikhon amar karona abeg ❤🥺

  • @nishaaxom
    @nishaaxom 3 месяца назад +36

    সদাই হঁহোৱাই থকা বেহাৰবাৰীয়ে আজি কন্দোৱালে 😢 এইয়াই BOP ৰ শক্তি ❤❤

  • @kishur_gogoi_official4693
    @kishur_gogoi_official4693 3 месяца назад +71

    সঁচাকৈ আজিৰ এই খণ্ডটোৱে হৃদয় চুই গৈছে যোনখন "Beharbari Outpost" চাই সৰুৰে পৰা ডাঙৰ হৈছো আজিৰ লৈকে হয়টো এনেকৈ দুখ লগা scene দেখিয়ে নাপালোঁ সদাই যেন সহুয়াই আহিছে কিন্তু আজিৰ খণ্ডটি লগত বহুত পাৰ্থক্য আজিলৈকে এইখন ধাৰাবাহিক চাই এটোপাল চকুৰ পানী নোলোৱা লৰাটোৰ আজি অলপ হলেও চকুপানী ওলাইছে অন্তৰ পৰা দুখ লাগিছে,আমি অসমীয়া গৌৰম্বিত যে আজিৰ দিনত ইমান ধুনীয়া এখন ধাৰাবাহিক উপভোগ কৰিবলৈ পাইছোঁ ৩০০০ খণ্ডত কৈও অধিক,সঁচাকৈ salute to the "Beharbari Team". সকলো সদস্যৰ অভিনয় কিন্তু মানিব লগীয়া আৰু আগুৱাই যাওঁক প্রতেইকজন অভিনেতালৈ মোৰ তৰফৰ পৰা আন্তৰিক সৰ্ধা আৰু আশীৰ্বাদ জনালোঁ সকলো আগুৱাই যাওঁক আমাক আৰু ভাল ভাল খণ্ড উপভোগ কৰোঁৱাই যোৱাৰ লগতে সকলো অসমবাসী ৰাইজক সঁহুয়াই যাব বুলি আশা থাকিল।।জয় বেহাৰবাৰী OUTPOST জয় আই অসম❤️

  • @ankumoni_nath
    @ankumoni_nath 3 месяца назад +53

    যেনেকৈ নহওঁক দিনটোত অকনমান সময় উলিয়াই এই ধাৰাবাহিক খন চাও... সৰুৰে পৰাই এইখন ধাৰাবাহিকৰ লগত নাজানো কেনেকুৱা এটা সম্পৰ্ক গঢ়ি উঠিল 🥺 এৰিবই নোৱাৰা হ'লো... বহুতো নজনা কথা শিকিব পাৰিছো..❤ এজন দুজনকৈ দেখোন অভিনেতা বোৰ দেখিবলৈ নোপোৱা হ'লো ইয়াত...😥 সকলোৰে বহুত ধুনীয়া অভিনয়.. আজি মই নিজকে control কৰি ৰাখিব নোৱাৰিলোঁ.. চকুপানীবোৰক ধৰি ৰাখিব নোৱাৰিলোঁ.. শোকে যেন বুকুত খামুচি ধৰিছে😭

  • @Bhola3587
    @Bhola3587 3 месяца назад

    SI ছাৰক কোনে কোনে‌ ভাল পাইছিল like কৰা‌😢😢😢😢😢

  • @akashvaii2.087
    @akashvaii2.087 2 месяца назад +1

    এয়াই সত্য,বাস্তৱ জীৱনৰ জীয়া কাহিনী,এয়াই দায়িত্ববোধ🙂,miss korim SI Sirok.😔

  • @AnupamAxom12
    @AnupamAxom12 3 месяца назад +15

    আৰু দুজন ব্যক্তি গল আমাৰ মৰমৰ বেহাৰবাৰী ৰ পৰা❤❤❤❤
    Miss u

  • @debasarma8282
    @debasarma8282 3 месяца назад +11

    নিজৰ প্ৰিয় মানুহ জীৱনৰ পৰা আঁতৰি যোৱা যেন লাগিছে।

  • @moinijaraassamesevlog1117
    @moinijaraassamesevlog1117 3 месяца назад +28

    Ai 3010 ep tu কেতিয়াও নাপাহৰো বহুত দুখ লাগিল 😢😢😢😢

  • @pujapanyang3111
    @pujapanyang3111 2 месяца назад +1

    জৱা বাইদেউ লৈ বহুত বেয়া লাগিল 😢😢😢😢❤❤❤❤❤

  • @anjanakakoti6306
    @anjanakakoti6306 3 месяца назад

    বহুত দুখ লাগিল , বেহাৰবাৰী চাই

  • @FF.OpBanjit99K
    @FF.OpBanjit99K 3 месяца назад +88

    কোনে কোনে Si ছাৰক ভাল পোৱা Like and comment কৰা

  • @joykingkarboro7846
    @joykingkarboro7846 3 месяца назад +38

    I love this serial.! but now it's irritated, we want kk Da,mohan Da, garg Da and beauty Baa yes or no guys please vote

  • @GuljarDJStudio
    @GuljarDJStudio 3 месяца назад +34

    Si Sir Biya Kune Kune Saboloi Bisarisa Like Kora😊😊

  • @BinaDas-c1r
    @BinaDas-c1r 3 месяца назад

    বহুত দুখ লাগিল আজি বেহাৰবাৰী চাই😢😢

  • @lolitchbora2280
    @lolitchbora2280 3 месяца назад +1

    ছাৰ আপোনি আগবাড়ি জাওক বহোদোৰ 🎉

  • @mithi8166
    @mithi8166 3 месяца назад +25

    বেহাৰবাৰী খন এনেকৈয়ে নাইকীয়া হৈ যাব নেকি বাৰু? প্ৰিয় ব্যক্তি কেইগৰাকী এজন এজনকৈ গৈয়েই আছে। ইমান বছৰৰ পৰা চাই চাই আজি ডাঙৰ হলো এনেকৈ শেষ হবলৈ হলে বহুত বেয়া লাগিব। কাৰণ এইখনেই একমাত্ৰ ছিৰিয়েল , যিখন মই সদায় চাও আৰু বহুত বছৰ ধৰি চাইয়েই আছোঁ। বেহাৰবৰি খন কেতিয়াও শেষ হোৱাটো নিবিচাৰোঁ। প্ৰীতম Sir buhut miss কৰিম আপোনাক 🥹

    • @Munmi177
      @Munmi177 3 месяца назад

      😭😭😭😭😭

  • @lambithazarika0129
    @lambithazarika0129 3 месяца назад +23

    এনেকৈ দুখ নলগাব অনুগ্ৰহ কৰি।। বেহাৰবাৰীয়ে আমাক সদাই হাঁ‌হিৰ মাজত ৰাখক সেয়াহে বিচাৰো।। দুখলগাবোৰে জীৱনটো বিষাদময় কৰিলে, বেহাৰবাৰীয়ে হাঁ‌হিটো ধৰি ৰাখক।।

  • @manashpratim2713
    @manashpratim2713 3 месяца назад +15

    এই তিনিদিন চিৰিয়েল খন চাইছো যদিওঁ সচাঁকে যেন হৈ গৈছে তেনেকুৱা লাগিছে। চিৰিয়েল চিৰিয়েল লগাই নাই সঁচাকৈয়ে যেন এনেকুৱা অনুভৱ হৈছে। বেহাৰবাৰীৰ পৰা এটা ভাল লগা অভিনেতা নাইকিয়া হল। সময়ৰ সদব্যৱহাৰ আৰু থানাৰ কামত কোনো দিনে একো খতি নোহোৱাকৈ চলাই নিয়া সৎ অফিচাৰ বহুত ভাল লাগিল আপোনাক চাৰ। জয় বেহাৰবাৰী আউত পোষ্ট সকলো কলা কৌশলী আৰু আপোনালোকে হয়তো চাৰৰ দৰে গহীন গম্ভীৰ সৰলতা আন এজন বেলেগ অভিনেতা পোৱাতো কঠিন হব। তেওঁ অভিনয়ত বা কথাত সকলো মানুহে এজন সৎ পুলিচ অফিচাৰ বিচাৰি পায়। থিক বাৰুদ অসমীয়া চবি খনৰ দৰে এজন সৎ সাহসী পুলিচ অফিচাৰ। চাৰলৈ বহুত বহুত সুভ কামনা থাকিল। তেওঁ যেন থিয়েটাৰৰ পৰা আকৌ বেহাৰবাৰীত আহে তাকে আশা কৰিলো। চাৰ থকা থিয়েটাৰ খন আমাৰ এইপিনে আহিলে চাৰক লগ পাম বুলি আশা থাকিল।

  • @LakhiminathLakhiminath
    @LakhiminathLakhiminath 2 месяца назад +1

    bohut miss korim😢😢aru kune kune miss koriba😭😭😭😭😭😭😭😭😭😭🥹

  • @anantamoranvloge7255
    @anantamoranvloge7255 2 месяца назад +1

    এনেকুৱা হ'লে বেহাৰ বাৰী আউটপুষ্ট ধাৰাবাহিক থাকিবগৈ নে,সদায় এজন এজন গৈ আছে 😢😢😢

  • @mintunath9670
    @mintunath9670 3 месяца назад +8

    সকলোকে কন্দুৱাই দিছে। এয়া আবেগ,বেহৰবাৰী আউট পোষ্ট ৰ প্ৰতি থকা মৰম। বেহৰবাৰী আউট পোষ্ট দৰে কহিনুৰ থিয়েটাৰ ত অভিনয় ৰে সকলো ৰে মনত জিলিকি থাকক ❤️। বহুত বহুত মৰম আৰু শুভ কামনা আপোনালৈ🎉🎉

  • @ArunaNeog-s8c
    @ArunaNeog-s8c 3 месяца назад +19

    ইমান কমেডি ছিৰিয়েল খন আজি সম্পূৰ্ণ ট্ৰেজেডী । ভাল লাগিল।ৰাকেশৰ অভিনয় পাৰফেক্ট। বাকী সকলৰো সুন্দৰ অভিনয়।

  • @pojutpathori8229
    @pojutpathori8229 3 месяца назад +23

    Kune kune si sir k bisare like ata kora ako guri ahibor karone 😢😢❤

  • @PobitraBoruah-zw9uv
    @PobitraBoruah-zw9uv 2 месяца назад

    কোনে কোনে si চাৰক বিদায় দিব নোখোজে please ata like কৰক 🙏

  • @AxamApm
    @AxamApm 3 месяца назад +4

    Sir k monor porai bohut vl paw aji dintu monor porai bohut kandisu hosa hosa lga kba ata hmndho asil atyau ase hodai thikbo ako ghurai lge apunk sir..sir ok Miss you❤❤😢

  • @AssamHouse-llD.B
    @AssamHouse-llD.B 3 месяца назад +19

    কে কে ছাৰ মোহনৰ পিছতে SI pritam sir আছিল মোৰ প্ৰিয় বেহাৰবাৰী ধাৰাবাহিক খনত আজি তেওঁ যাব গৈ , এতিয়া এই ধাৰাবাহিকখনত ৰিচা বা আছে ভাল অভিনেত্ৰী তাৰ পিছত by by বেহাৰবাৰী ধাৰাবাহিক খন। শুনিব পোৱা মতে প্ৰিতম ছাৰ কহিনুৰ থিয়েটাৰত এই বছৰৰ বাবে চুক্তিবদ্ধ হৈছে। অহা বছৰ আকৌ উভতি অহাৰ আশাৰে ৰৈ থাকিম ছাৰ লৈ।

  • @ExamguruEduspray33
    @ExamguruEduspray33 3 месяца назад +11

    থিয়েটাৰ শেষ হলেই আকৌ আহিব বুলি আশা ৰাখিলোঁ।।আপোনাৰ অভিনয় জগতত আগুৱাই যাওঁক তাৰেই কামনা কৰিলোঁ।।।।লগতে আমাৰ আশা বোৰক জীৱিত ৰাখিবলৈ আকৌ ঘূৰি আহিবলৈ আপোনাক অনুৰোধ জনালোঁ।

  • @bastab_dewri_00_
    @bastab_dewri_00_ 3 месяца назад +75

    মোৰ দৰে কোনে কোনে behabari outpost চাই ভাল পোৱা like kora..

    • @rupshanjibanjatra
      @rupshanjibanjatra 3 месяца назад

      @@bastab_dewri_00_ bht vl pao kintu aji bht dukh palu si sir aru nai ajir pora aru nasao

  • @BhirobKoch
    @BhirobKoch 3 месяца назад +1

    কোনে কোনে si sr বিদেই দিব বিচৰা like kora ❤😢😢❤

  • @purabisaharia3870
    @purabisaharia3870 3 месяца назад +1

    সদায় হাহি হাহি চাই থকা বেহাৰবাৰীৰ si চাৰে আজি সকলো কে কন্দুৱাই যাব ওলাইছে।😢😢😢 মাজে মাজে আহি থাকিব চাৰ❤❤❤

  • @balabhadranath721
    @balabhadranath721 3 месяца назад +8

    সুন্দৰ সামৰণি S I চাৰ আৰু জবাৰ মিলন কৰি দিহে বিদায় মাগিলে ধন্যবাদ।

  • @JyotismoyHazarika-ih5ld
    @JyotismoyHazarika-ih5ld 3 месяца назад +711

    Good by beharbari😢😢😢😢😢😢😢 2016 r pora saiseloo😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢 aji kali ka vl logA manuh bor olai goi asa😢😢

    • @MirdulKachari-uw6qj
      @MirdulKachari-uw6qj 3 месяца назад +24

      Good by

    • @tinadeka4725
      @tinadeka4725 3 месяца назад +17

      Aeutu ki beharbari last episode asil neki

    • @BaitgogoiGogoi
      @BaitgogoiGogoi 3 месяца назад +6

      😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭

    • @BomBaba-eo9ur
      @BomBaba-eo9ur 3 месяца назад +8

      Really beee kk mohan si sir sob gole ge behabari ki sam aww

    • @RakeshRajkhowa
      @RakeshRajkhowa 3 месяца назад

      😭

  • @Kaustav_jyoti_Rabha
    @Kaustav_jyoti_Rabha 3 месяца назад +10

    কৃষ্ণ বাপ নমষ্কাৰ বেহাৰবাৰী আউটপোষ্ট ।মোৰ জীৱনলৈ এনেদৰে এটা সচা ঘটনা মনত পেলাই দিলে।সকলোকে মোৰ হিয়াভৰা সেৱা শ্ৰদ্ধা জনাইছো।কৃষ্ণ 🙏

  • @jibonkalita8913
    @jibonkalita8913 3 месяца назад +2

    এজন এজনকৈ ভাল লগা মানুহ বোৰ গুচি গৈছে কাক চাম আৰু 😭🥺সঁচাকৈ
    বহুত বেয়া লাগিছে😭🥺🥺🥺😭 কাৰ কাৰ সচকৈ বেয়া লাগিছে like কৰা

  • @mukutborah4081
    @mukutborah4081 3 месяца назад

    সুন্দৰ বহুত আবেগিক হৈ গলো।

  • @bikasenterprisedarrang5243
    @bikasenterprisedarrang5243 3 месяца назад +45

    বেহাৰবাৰি ছিৰিয়েল খন শেষ হ'বলৈ গৈ আছে গতিকে কোনেও যাতে বেয়া নাপায় কাৰণ সকলোৱেই বিয়া হোৱাৰ বাবে নিজৰ নিজৰ কামত বেষ্ট হ'বলৈ লৈছে

    • @Babulblock-c5r
      @Babulblock-c5r 3 месяца назад +1

      বেয়া লাগিছে 😔😔😔😔

    • @Animekids321
      @Animekids321 3 месяца назад +1

      Nohoi new character introduce hobo beharbarit

  • @Minivlogs-s3g
    @Minivlogs-s3g 3 месяца назад +25

    সকলোৰে প্ৰিয় ধাৰাবাহিক বুলি কলে প্ৰথমতে বেহাবাৰি outpost or kotha আহে। কিন্তু সকলো অভিনেতা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে। বেহাবাৰি বুলি কলে kk aru মোহন অৰ কথা আহে তেওঁলোক নাই 😢আৰু si sar আজিৰ পৰা নাহে আৰু আমি কি বুলি behabari চাম । সেই কাৰণে আজিৰ পৰা behabari bye bye😢
    Love from jorhat
    বহুত দুখ লাগিল😢
    Bye😢😢

  • @parthachangmai11
    @parthachangmai11 3 месяца назад +9

    SI ছাৰৰ আগন্তুক ভ্ৰাম্যমাণ যাত্ৰাৰ বাবে সুভ কামনা জনালোঁ। আমি আপোনাক মিচ কৰিম

  • @ImranAli-ns1yc
    @ImranAli-ns1yc 2 месяца назад

    এনেদৰে আপোন মানুহবোৰ হেৰাই যায় জীৱনৰ পৰা 😢😢2016 চনৰ পৰা চাই থকা এখন ধাৰাবাহিক Miss you ...SI SIR KK MOHEN

  • @MikumoniBora-vb5yu
    @MikumoniBora-vb5yu 3 месяца назад +1

    প্ৰ্থ্ম বাৰৰ বাবে কান্দি কান্দি বেহাৰবাৰী চাইছো দেউতা নথকাৰ অনুভৱ সকলোতে একেই সেয়া বাস্তবেই হউক বা কাল্পনিক 😭😭😭

  • @Giantstar-Education
    @Giantstar-Education 3 месяца назад +6

    Miss you SI Sir ❤
    পুনৰ ঘূৰি আহিব বুলি আশা থাকিল ।

  • @anannyachutia592
    @anannyachutia592 3 месяца назад +17

    বেহাৰবাৰী আজি বৰ দুখ লাগিল 😭😭

  • @MukundaChutia-to3vr
    @MukundaChutia-to3vr 3 месяца назад +16

    বেহাৰবাৰী এখন ছিৰিয়েলৰ লগতে অসমৰ মানুহৰ আবেগ। ধেমালিৰ চলেৰে সঁচা কথা বোৰ কৈ সকলোৰে মনত হাঁহিৰ খুৰাক জগাইছিল। কিন্তু আজি কেইটামান খণ্ডৰ পৰা সকলোৰে অন্তৰত দুখৰ হে অনুভৱ হৈ আছে 😢

  • @debajitdkkalita7424
    @debajitdkkalita7424 2 месяца назад

    সঁচাকৈ বহুত দুখ লাগিল

  • @Rumi-e4w
    @Rumi-e4w 3 месяца назад +6

    Aji hosakoi bohut dukh lagil😭hosakoi jaboge nki sir,bohut beya lagibo sir nhole😂ako ketiya dekha pam si sirk,😭🙏🙏ngole val lagibo,,,,,🙏🙏😭😭😭😭

  • @DBARMAN-v6c
    @DBARMAN-v6c 3 месяца назад +44

    আজিৰ পৰা বেহাৰ বাৰি আউট পোষ্টক চকু পানীৰে বিদায় জনালোঁ।একো ধাৰাবাহিক মই নাচাইছিলো। কিন্তু এই ধাৰাবাহিকখন মন মগজুত গভীৰ প্ৰভাৱ পেলায়ছিল ।কে কে-মহন যোৱাৰ পিছতেই যেতিয়া কহিনুৰ থিয়েটাৰত প্ৰীতম চাৰ যাব বুলি শুনিবলৈ পাইছিলো যেতিয়াই মই এটা মন্তব্য দিছিলোঁ এই ধাৰাবাহিকখনৰ জনপ্ৰিয়তা আৰু দীঘলীয়া নহ'ব বুলি। ধাৰাবাহিকখন চলি থাকক আৰু প্ৰীতম চাৰৰ কহিনুৰ থিয়েটাৰত এই নাট্যবৰ্ষত সফল হওক, তাৰেই কামনাৰে বিদায় জনালোঁ।

  • @Abhiseshshorts
    @Abhiseshshorts 3 месяца назад +9

    lets vote for old beharbari outpost❤😢

  • @gautamchoudhury326
    @gautamchoudhury326 3 месяца назад +10

    S I ছাৰৰ বিদায় বেহৰবাৰী বিদায়

  • @rupjyotihaloi3706
    @rupjyotihaloi3706 2 месяца назад

    থিয়েটাৰ শেষ কৰি পুৰনৰ ঘুৰি আহিব লাগিব না নালাগে লাগিলে like কৰোক 👍👍👍

  • @lakheswarbhuyan1866
    @lakheswarbhuyan1866 3 месяца назад

    বৰ দুখ লাগিল, এনে লাগিল যেন এটা অধ্যায়ৰ অন্ত পৰিল।

  • @sumankalita7032
    @sumankalita7032 3 месяца назад +6

    নিজৰ দুখত দুখী নহৈ আই অসমীৰ সুৰক্ষাৰ হকে নিজৰ জীৱন উচ্চৰ্গা কৰা প্ৰতিগৰাকী অসম পুলিচলৈ জনাইছো মোৰ হৃদয়ৰ গভীৰ শ্ৰদ্ধা । জয় আই অসম 🙏🙏

  • @sampritigogoi1366
    @sampritigogoi1366 3 месяца назад +10

    কোনে কাক বিদায় জনাব পাৰে,হৃদয়ত যাৰ লিখা থাকে সঠিক ঠিকনা😌

  • @DharitriMedhi-b7s
    @DharitriMedhi-b7s 3 месяца назад +28

    বেহৰবাৰি আজিৰ পৰা নাচাও আৰু কাৰণ rakeksok গালি দিবলে sir এই নাথাকিব .....😢😢😢💔💔💔sir ৰ ঠাই কোনে পূৰণ কৰিব ...sir নিচিনা আৰু এজন এনেকুৱা sir বিচাৰি পাব জানো 😢😢😢😭💔💔

  • @nilamonineog4491
    @nilamonineog4491 3 месяца назад

    সদায় মনত থাকি যোৱা এটা চিন। ভাল লাগিল,বহুত কন্দুৱাইছে

  • @arunbhuyan8949
    @arunbhuyan8949 3 месяца назад

    সুন্দৰ পদক্ষেপ সুন্দৰ উপস্থাপন। SI Sir good bless you

  • @__black_queen_95_
    @__black_queen_95_ 3 месяца назад +6

    চকু পানিকে মহাৰিছো নে.. চাইচোৱে গমে পোৱা নাই..🥺 সকলো আকৌ ঘূৰি আহিব লাগে পুনৰ অনুৰোধ..🙏

  • @PranabAs022
    @PranabAs022 3 месяца назад +6

    মই এই ধাৰাবাঁহীক খন আজি প্ৰায় ৭.৮ বছৰ মান চালোঁ আজি ক্লঃ বহুত দুখ লাগিছে মই মৰি যাম জাগে😢😅😅😢

  • @anujgogoi4586
    @anujgogoi4586 3 месяца назад +65

    Si sir juwa karona kuna kuna kandisa like kora❤🎉😢😮😊

    • @ankumonisahariah9192
      @ankumonisahariah9192 3 месяца назад +3

      Nasao ajir pora....val loga xokolu gole beharbarir pora....tate aku xomoitu change hol...agote 10.30 sabo parisilu...atiya 11 ta

    • @rupshanjibanjatra
      @rupshanjibanjatra 3 месяца назад

      @@anujgogoi4586 nasao ajir pora. Bht kandilu

  • @assamesepritam2746
    @assamesepritam2746 3 месяца назад +19

    Ahibo 9 mah pist guys ❤don't worry 😊

  • @mainabegum-vw2tt
    @mainabegum-vw2tt 3 месяца назад +1

    Beharbari ajir pora nasau.........god byyy😢😢😢😭😭😭

  • @UtpalBuragohain-j1r
    @UtpalBuragohain-j1r 3 месяца назад +4

    বেহৰ বাৰী চিৰিয়েল খন বহুতেই চালো কিন্তু আজিৰ খন্দতু লক্ষ্যনিয় ।বহুত ভাল লাগিল চায় । দুখৰ অভিনয় বোৰ বহুত ভাল লাগে । মই নিজেও দুখৰ অভিনয় কৰি ভাল পাওঁ । আজিৰ খন্দতুৰ ভাউৰীয়া সকলৰ লগতে কৰ্মকতা ও পৰিচালক মহোদয় সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিলো ।

  • @pabitraborah632
    @pabitraborah632 3 месяца назад +8

    সঁচাই SI চাৰক বহুত ভাল পাইছিলো। ভালে থাকিব সদায় ❤️❤️❤️❤️❤️ আজিৰ পৰা behorbari নাচাও আৰু। আজি পৰ্যন্ত কামৰ পৰা আহি গা ধুই ভাত খাই যদি behorbari নাচাও টোপনিয়েই অহা নাছিল কিন্তু আজিৰ পৰা 😢😢😢😢😢

  • @D.RPOLOPAYENG
    @D.RPOLOPAYENG 3 месяца назад +16

    কোনে কোনো kk মোহনক miss কৰি আছা এটা এটা like 👍 কৰা

  • @AnkitaKalita-kf7jt
    @AnkitaKalita-kf7jt 3 месяца назад +1

    সঁচাকৈ আজি বৰচকু পানী উলাল😂😂❤

  • @ebulali8473
    @ebulali8473 3 месяца назад

    Sir thakibo lagibo hoy jodi like ata

  • @volenatblog6087
    @volenatblog6087 3 месяца назад +5

    Serial hoy kinto tothapi aji sokupani olai gol ma ksm........ Next🙏 level👍👍👍👍👍👍👍 love you Beharbari out post😢😢😢😢😢❤❤❤ ❤ form baksa

  • @Pritom248gogoi
    @Pritom248gogoi 3 месяца назад +4

    আৰু চাগে si sir কেতিয়াও beharbari le নাহিব .......
    Si sir babe eta like ❤

  • @GOD-FATHER4s
    @GOD-FATHER4s 3 месяца назад +5

    Finally good bye vl loga manuh bur a ulai gol
    😢😢😢😢😢😢kk sir gol 😢😢muhon gol 😢😢😢😢aru si sir oo gol atiya kar karone beharbari sam

  • @SanjibSaikia-b2r
    @SanjibSaikia-b2r 3 месяца назад +1

    বহু বেয়া লাগিল🥺❤‍🩹💘

  • @utpaldoley34
    @utpaldoley34 3 месяца назад

    বৰ দুখ লাগিল .....😢 কমেডী vs ট্ৰেজেদী❤❤❤❤❤

  • @AnchorSubratRava
    @AnchorSubratRava 3 месяца назад +18

    ❤ এইবাৰ si প্ৰীতম sir থকা বাবে কহিনুৰ থিয়েটাৰ কোনে কোনে বাৰু চাম বুলি ভাবিছে।