সোণালী দিনৰ সুৰীয়া গীত। চতুৰ্থ খণ্ড। কণ্ঠশিল্পী ড০ অনিমা চৌধুৰীৰ গীতৰ নষ্টালজিয়াৰ সৈতে আৰ. জে অভিজিৎ

Поделиться
HTML-код
  • Опубликовано: 15 окт 2024

Комментарии • 78

  • @gunaramdas131
    @gunaramdas131 Год назад +4

    এনে সুন্দৰ সু মধু গীত, সচা কৈ বহুত ভাল লাগে!প্ৰযোজক লৈ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ।

  • @runudevisharma1242
    @runudevisharma1242 Год назад +2

    বৰ সুন্দৰ গীত পৰিৱেশন। শুনিলে শুনি থাকিবৰ মন যায়।

  • @AshimaDas-rz6et
    @AshimaDas-rz6et Год назад +2

    😮 এই বোৰ গীত শুনিলে শুনি থাকিব মন যায়,,আজি কালি গীত বোৰ অধকীয়া,,সময়ত হে শুনা jai কিছুমান গীত,,পুনৰ সুৰীয়া কণ্ঠত শুনিবলৈ পোৱাৰ আশাৰে ,, ধন্যবাদ জনালোঁ 🎉🎉

  • @kriparamboro9920
    @kriparamboro9920 Год назад +2

    বাইদেউ শুভেচ্ছা জনালোঁ, আপোনাৰ পাঠদান বোৰলৈ মনত পৰি যায়

  • @dysisboruah8526
    @dysisboruah8526 Год назад +6

    আপোনাৰ গীত শুনিলে সেই সময়কণত নিজক বিলিন কৰি দিওঁ আপোনাৰ গীতৰ সুৰত।সৰুৰ পৰাই আপোনাৰ গীত শুনি আহিছো।শ্ৰদ্ধাৰ অনিমা বাইদেউক এইবাৰ বাইদেউক দিয়া শিল্পী বঁটা প্ৰদান অনুস্থানত ওচৰৰ পৰা লগ পালোঁ নুমলীগড়ত। তেওঁৰ চৰণ চুই আৰ্শীবাদ লৈ নিজকে ধন্য মানিলোঁ।হৃদয়ত সদায় সজীৱ হৈ থাকিব এই স্মৃতি।🙏🙏🙏🙏❤️❤️❤️❤️🙏🙏🙏🙏

  • @rimaboruah858
    @rimaboruah858 Год назад +3

    আপ্লুত হলো।আগলৈও শুনিবলৈ পাম বুলি আশা কৰিলোঁ ।

  • @uttamkumarroy2583
    @uttamkumarroy2583 Год назад +3

    সুকন্ঠী গায়িকা শ্ৰদ্ধাৰ ড:অনিমা চৌধুৰী বাইদেউৰ চিৰসেউজ এমুঠি গীত শুনি ধন্য হলোঁ। ৰেডিঅ'ৰদালিক জনালোঁ শত সহস্ৰ প্ৰণাম।আৰ.জে.অভিজিৎ ডাঙৰীয়াক সুন্দৰ উপস্থাপনৰ বাবে জনালোঁ আন্তৰিক শ্ৰদ্ধা ও সশ্ৰদ্ধ প্ৰণাম 🙏🙏

  • @sanahigogoi381
    @sanahigogoi381 Год назад +3

    ধন্যবাদ দাদা আপোনালৈ সংগীত মোৰ জীৱন মই বৰ ভাল পাওঁ কেতিয়াবা মই গাওঁ গাৱঁত কিবা অনুষ্ঠান পাতিলে

  • @bhubansaikia2011
    @bhubansaikia2011 Год назад +1

    প্ৰি‌য় গীত শুনি পাই বৰ ভাল লাগিছে 🙏

  • @meenakshigogoi-om4ct
    @meenakshigogoi-om4ct Год назад +2

    Super Find

  • @NarendraDas-h6g
    @NarendraDas-h6g 2 месяца назад

    পূৰনা গীত শুনি বৰ ভাল লাগিল

  • @tileswaryein1295
    @tileswaryein1295 6 месяцев назад +1

    ৰেডিঅ আছিল মোৰ সংগি আৰু গীত হল মোৰ জীৱণি। বহূদিন বিৰতিৰ পাছত অনাতাঁৰ শিল্পিসকলৰ গীত শুনা পাই সঁচাকৈ আপ্লুত হৈ গলো।
    গতিকে অভিজিৎলৈ ধন্যবাদ আৰু অনিমা বাইদেউলৈ সূ-স্বাস্থ লগতে দীৰ্ঘায়ু কামনা কৰিলো।🙏🙏🎉🎉🎉।

  • @satyasut9463
    @satyasut9463 Год назад

    পুৰণি গীত বিলাক শুনি থাকো বহুত ভাল লাগে ❤❤❤❤❤❤।

  • @binauzir3971
    @binauzir3971 2 года назад +3

    অতি সু মধুৰ মন পৰশা গীত।বাইদেউৰ কণ্ঠত শুনি মই আপ্লুত হ'লো।

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 года назад

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @satyajitdas7029
    @satyajitdas7029 5 месяцев назад

    এইয়াহে হূদয় চুই যোৱা গান ধন্যবাদ ❤❤❤❤

  • @bipulkakati5421
    @bipulkakati5421 9 дней назад +1

    Old is gold .

  • @runudevisharma1242
    @runudevisharma1242 Год назад +3

    অনিমা চৌধুৰীৰ গীত শুনিলে শুনি থাকিবৰ মন যায়।

  • @SRD231
    @SRD231 Год назад

    @radio rodali entertainment আপোনাৰ এই প্ৰচেষ্টাৰ বাবে অশেষ ধন্যবাদ

  • @tileswaryein1295
    @tileswaryein1295 2 месяца назад

    বহূত বহূত ভাল লাগিল।🎉🎉।

  • @mukutbora5407
    @mukutbora5407 2 года назад +2

    গীতবোৰ বচাই বৰ ভাল্ লাগে

  • @bhadrakantadas6101
    @bhadrakantadas6101 4 месяца назад

    সুস্বাস্থ্য কামনা কৰিলো ।

  • @bikashdeka8436
    @bikashdeka8436 2 года назад +3

    হয় দেই ইমান ধুনীয়া গীত বিলাক💝দুই তিনিবাৰ শুনি থাকিলে অলপো আমনি এ নেলাগে আজিকালি নাকীয়া হৈ গৈছে ☺️☺️☺️☺️

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 года назад +1

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

    • @renubhuyan928
      @renubhuyan928 Год назад +1

      ​@@RadioRodaliEntertainmentde CE

    • @renubhuyan928
      @renubhuyan928 Год назад

      ​ 13:34 @@RadioRodaliEntertainment ,

  • @mayurrsarma8652
    @mayurrsarma8652 2 года назад +2

    সঁচাই মন পৰশা গীত।,,,,,,,,,,B.Devi।

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 года назад

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি

  • @kunjadevi2076
    @kunjadevi2076 2 года назад +2

    প্ৰি‌য় গীত বোৰ শুনিব পাই বৰ ভাল লাগিছে

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 года назад

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @mahendradas1610
    @mahendradas1610 Год назад +1

    Mahendra, monat bahut aananda diea.

  • @ManikaPathak-pn1wf
    @ManikaPathak-pn1wf Год назад +1

    Ganbilak xuni bahut bhal lagil moi Baidewk bahut bhal pao moi o gan gao Baidewr ganbilak gao aru xunilo bahute Val pao moi abar Aonima Baidewk log paiso amar Patacharkuchi t

  • @rekhamonigogoi6729
    @rekhamonigogoi6729 2 года назад +2

    Alput hoi goisu , bor xundor

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 года назад

      মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @নুৰছাআলী
    @নুৰছাআলী 2 месяца назад

    সু দনর ❤আ জে❤🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉

  • @anupamphukan3617
    @anupamphukan3617 2 года назад +5

    পূৰণী দিনৰ স্মৃতিয়ে আমনি কৰে

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 года назад

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @minalidas1020
    @minalidas1020 Год назад +1

    Ghan sure val lagil aru Base val lagil apunar kotha bilak bhut monot pore aibilak. ..

  • @santanadeka9123
    @santanadeka9123 2 года назад +2

    আপ্লুত হলো ।আগলৈও আশা কৰিলো এনে অনুস্ঠান শুনিবলৈ পাম বুলি ।

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 года назад

      নিশ্চয় আমাৰ আগৰ কিছু অনুষ্ঠান আছে চাব চোন। আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ ।

  • @udhabkrnath6889
    @udhabkrnath6889 2 года назад +2

    Super Song and chanal

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 года назад

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @rupanjalisaikia3080
    @rupanjalisaikia3080 2 года назад +1

    Bor bhal lagile

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 года назад

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @deepikabhuyan5425
    @deepikabhuyan5425 10 месяцев назад

    Baideor bikhye Jani bhal lagil

  • @sabitakalita1982
    @sabitakalita1982 2 года назад +6

    আকাশবাণী গুৱাহাটী কেন্দ্ৰত শৈশৱতে শুনা এই বোৰ মনপৰ শা সুমধুৰ গীত ।

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 года назад +1

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @regamajon
    @regamajon Год назад +1

    Baideur geet xuni moi bout bhal pau

  • @BK-kx5vi
    @BK-kx5vi Год назад

    Old is gold

  • @kishorkrbaishyavlogs7820
    @kishorkrbaishyavlogs7820 Год назад +1

    বাইদেউ লৈ নমস্কাৰ জনালোঁ। এই গানবোৰ মই সদায় শুনো গুণগুণাই থাকো.. নষ্টা লজিক

  • @dipankadeka8296
    @dipankadeka8296 2 года назад +1

    বহুত val লগিল পুৰণা গীত bur xasi ৰখা বাবে🙏, অনুগ্ৰহ kori পুৰণা ফিমেল voice r অসমীৰে sutalote gan tu xunabo sn,

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 года назад

      মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @usharanirabha8158
    @usharanirabha8158 2 года назад +1

    RZ 😘Aohijt ❤️💚 Thankyou 🌹🌿💚

  • @kulaprasadbarman944
    @kulaprasadbarman944 Год назад +1

    Sundar

  • @aparajitaphukan6170
    @aparajitaphukan6170 2 года назад +1

    Xundor , bohut bhal lagil , apuni Oo La La 91.9 r RJ aasil neki jonabosoon .GOD BLESS YOU .

  • @sanahigogoi381
    @sanahigogoi381 Год назад +1

    সচাকৈয়ে বাইদেউৰ গীতৰ বহুত অথ আছে নিশ্চয় আমাৰ সোণৰ অসম আগতে লুতিলে এতিয়াও লুতি আছে নকলি বদনে

  • @rajibbasumatary776
    @rajibbasumatary776 Год назад +1

    Thanks

  • @moniramgogoi3753
    @moniramgogoi3753 Год назад +1

    Puronik pahori Notun hobo nuari

  • @PranjalDoley-pm2qe
    @PranjalDoley-pm2qe 3 месяца назад

    চিৰ যোগমীয়া হেপা নপলাই শুনি।

  • @missanjelika365
    @missanjelika365 2 года назад +1

    🌹🌹😘😘🥰

  • @Birensuren-tu2es
    @Birensuren-tu2es 7 месяцев назад

    A

  • @hemogogoi776
    @hemogogoi776 2 года назад +1

    Agir get kaidenor karonay aigeet antar sui jawa

  • @debojitahomrk6645
    @debojitahomrk6645 2 года назад +12

    মই যদিও সেইটো যুগত নাছিলো তথাপিও তেতিয়াৰ গীত বিলাকে মোৰ ভাল লাগে । মই সেই তেতিয়াৰ গীত বিলাকত বহুতো........বিচাৰি পাওঁ ।

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 года назад +3

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ ।ধন্যবাদ

    • @jamunasinghrana9111
      @jamunasinghrana9111 Год назад +2

      Like o0l08p

    • @jamunasinghrana9111
      @jamunasinghrana9111 Год назад

      LollLooL lLlolL L oloollplllollloolllolllloloollplllollloolllolllll oloollplllollloolllolllll loo shana lovelolllopl only l00lone oll oo oo pain pata nahi kab tachalegakolllll0llollloloilllolollol0lll0llplllolllloolollllllolololplllolllllllllollllllllll L

    • @liladasboro253
      @liladasboro253 Год назад

      ​@@RadioRodaliEntertainment88888o

    • @liladasboro253
      @liladasboro253 Год назад +1

      😊i

  • @joyabhatterjee4536
    @joyabhatterjee4536 2 года назад +2

    Bat ci ralu agloi

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 года назад

      মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

    • @tuluhazarikadevi1587
      @tuluhazarikadevi1587 Год назад

      Val. Lagisa

  • @faguntourism1906
    @faguntourism1906 Год назад +1

    Xosake nostalgia puronadinbur monote porise

  • @AshimaDas-rz6et
    @AshimaDas-rz6et Год назад +2

    😮 এই বোৰ গীত শুনিলে শুনি থাকিব মন যায়,,আজি কালি গীত বোৰ অধকীয়া,,সময়ত হে শুনা jai কিছুমান গীত,,পুনৰ সুৰীয়া কণ্ঠত শুনিবলৈ পোৱাৰ আশাৰে ,, ধন্যবাদ জনালোঁ 🎉🎉