কমলা গগৈৰ ভক্তিভৰা অভিভাষণ//Kamala gogoi Abhibhakhan Silapathar//Kamala gogoi//Dihanam//Horinam//
HTML-код
- Опубликовано: 7 сен 2024
- ধেমাজীৰ চিলাপথাৰত ,এভাগী সুন্দৰ ভাগৱত অনুষ্ঠানত "দিহাসম্ৰাট" কমলা গগৈৰ ভক্তিভৰা ভাষণ আপোনালোকলৈ আগবঢ়াই দিয়া হল।
সকলোৱে আন্তৰিকতাৰে আদৰি লব বুলি আশা ৰাখিলো🙏🙏🙏
#kamalaGogoi#Bhakhan#SumitSaikia_Official
Please Share&Subscribe Sumit Saikia Official.
ইমান সুন্দৰ কৈ ব্যাখ্যা কৰি মনত শান্তি লগতে ভক্তি ভাৱ আলোকিত কৰাৰ বাবে আপোনাৰ লগতে গুৰু দুজনা আৰু সমস্ত ভগত বৈষ্ণৱ লৈ ভক্তি ভৰা সেৱা ধৰিলোঁ 🙏🙏🙏 কৃষ্ণ।
কৃষ্ণ🙏🙏🙏
কৃষ্ণ কৃষ্ণ 🙏🙏 ইমান সুন্দৰ যে কবলৈ শব্দ নাই 🙏🙏
কৃষ্ণ🙏🙏🙏ধন্যবাদ
অতি সুন্দৰ মৌ সনা তত্ব গধুৰ বৰ্ণনাৰ শুনিলোঁ বৰ ভাল লাগিল ,অতি সুন্দৰ উপস্থাপন।অশেষ ধন্যবাদ।।
কৃষ্ণ🙏🙏🙏
@@sumitsaikiaofficial2991 wsssw
Bor hundor Gogoi.
কৃষ্ণ ইমান সুন্দৰ ব্যাখ্যা । সমস্ত বৈষ্ণৱ পণ্ডিতলৈ শ্ৰদ্ধা ও ভক্তিভৰা সেৱা নিবেদিলোঁ । কৃষ্ণ কৃষ্ণ ।
কৃষ্ণ🙏🙏🙏
🙏
@@sumitsaikiaofficial2991 hjhùijhuihihi
Ouh
@@sumitsaikiaofficial2991 alllllldisCard
bor hundor Dada
Ati hundor sir
Hundor gogi .sumit kai
অতিকৈ সুন্দৰ, অতিকৈ মোহনীয়।কৃষ্ণ🙏🙏
কৃষ্ণ🙏🙏🙏
অতিকৈ বিনয় ভাব,সৰলতা, মিঠা সুৰ, কণ্ঠ,তত্ব পূৰ্ণ ব্যাখ্যা বৰ আকৰ্ষণ কৰিলে।দিহানামৰ একান্ত সাধকজন যেনেকৈ দিহা ৰত্ন ভাষনটো দেখুন ৰত্ন।বহুতো লোকৰ দিহা নাম দেখিছো কিন্তু তেনেসকলৰ মাজত কোনোলোকৰ এনে বক্তৃতা আগতে দেখা নাই। বৰ ভাল লাগিল চাৰ। আপুনি অধ্যয়ন পুষ্ট লোক।এই ধাৰা আপোনাৰ অব্যাহত থাকক আমি নতুন প্ৰজন্মই আপোনাৰ পৰা আৰু বহু খিনি পাৱলৈ ভগৱানে আপোনাক শক্তি দিয়ক।ধন্যবাদ চাৰ।
কৃষ্ণ🙏🙏🙏
Agote kotu nuhuna kotha hunilu bor val lagil Gogoi
কৃষ্ণ🙏🙏🙏ধন্যবাদ
কৃষ্ণ , ইমান সুন্দৰকৈ ব্যাখ্যা , শ্ৰদ্ধা ও সেৱা জনালোঁ 🙏
কৃষ্ণ🙏🙏🙏ধন্যবাদ
কৃষ্ণ কৃষ্ণ 🙏🙏🙏
অতি সুন্দৰ হৈছে
কৃষ্ণ🙏🙏🙏ধন্যবাদ
Pejlgldba
কৃষ্ণ৷অতি সুন্দৰ৷মন শান্তিৰে ভৰি পৰিছে৷
Hundor
সুন্দৰ আদৰ্শ প্ৰকাশ কৰিছা।গুৰু জনাই কৃপা কৰক।
ধন্যবাদ
অতি সুন্দৰ বৰ ভাল লাগিল । কৃষ্ণ কৃষ্ণ
কৃষ্ণ 🙏🙏🙏ধন্যবাদ
কৃষ্ণ 🙏🙏বহুত বহুত সুন্দৰ প্ৰভূ চৰণ সেৱা জনাইছো কৃষ্ণ 🙏🙏কৃষ্ণ অধমৰ সেৱা গ্ৰহণ কৰিব প্ৰভূ কৃষ্ণ কৃষ্ণ ৰাম 🙏🙏কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভু সশ্ৰদ্ধ প্ৰণিপাত নিবেদিছো, খুউব ভাল লাগিল,,প্ৰভুসকল আৰু আইসকলৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিলো🙏🙏🙏🙏🙏❤
কৃষ্ণ🙏🙏🙏
সুন্দৰ
বৰ ভাল লগিছে
ধন্যবাদ
Val lagil gogoi da ru domoni Kai
কৃষ্ণ কৃষ্ণ গগৈ বাপ |
কৃষ্ণ🙏🙏🙏
🙏🙏এনে অভিভাষণ জীৱনত প্রথম শুনিলো। হৃদয় ভক্তি ভাৱত গদ গদ হৈ গৈছে। ইমান কোমলতা, ইমান সৰলতা সকলোৱে সহজে হৃদয়ংগম কৰিব পাৰিব। মন পবিত্র পবিত্র লাগি গল। আৰু শুনাৰ ইচ্ছা থাকিল। প্ৰভু ভগৱন্তে আপোনাক তেখেতৰ গুণাণু কীৰ্তন কৰিবলৈ কুশলে ৰাখক তাৰ বাবে প্ৰভু ৰ দুখানি চৰণত প্ৰাৰ্থনা জনালোঁ🙏🙏
কৃষ্ণ🙏🙏🙏ধন্যবাদ, আৰ্শীবাদ কৰিব,,,
bohut val lagil
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ উপস্থাপন প্ৰভু।
কৃষ্ণ🙏🙏🙏
কিযে সুন্দৰ আৰু ৰসাল মন্তব্য।🙏🙏🙏 ভগৱানে মংগল কৰক।🙏🙏
কৃষ্ণ🙏🙏🙏
কৃষ্ণ কৃষ্ণ
কৃষ্ণ,এনে অমৃতময় ভাগৱতৰ অভিভাষণ আমি অল্পমতিয়ে সৌভাগ্যৰ বলতহে শ্ৰৱণ কৰিবলৈ পালোঁ৷ প্ৰভু ভগৱন্তই আপোনাক কুশলে ৰাখক৷
কৃষ্ণ🙏🙏🙏ধন্যবাদ
Bhut bhal lagise
ধন্যবাদ
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ এই অমৃত ম ই ভাষনেই সকলোৰে হিদয়ত এক বিশেষ প্ৰভাৱ পেলালে কৃষ্ণ কৃষ্ণ।
কৃষ্ণ🙏🙏🙏
🙏🙏🙏🙏🙏
@@sumitsaikiaofficial2991
Aa.
অতি সুন্দৰ হৈছে অমৃতমই বাখ্যা শুনি বলৈ পাইছো।শ্ৰদ্ধা কমলা গগৈৰ বাপজনা পৰা কৃষ্ণ কৃষ্ণ সকলো লৈকে প্ৰণাম জনাইছোঁ।মধুৰ মই হৰি নামৰ মহিমা।কৃষ্ণ
VERY NICE.KRISHNA
কৃষ্ণ। এনে অমৃতময় ব্যাখ্যা শুনিলে শুনি থাকিবলৈ মন যায়। আপোনাক প্ৰণাম জনাইছো। 🙏🙏🙏
কৃষ্ণ🙏🙏🙏
কৃষ্ণ প্ৰভু বাপজনা আপোনালৈ শতকৌটি প্ৰণাম কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ🙏🙏🙏
montu jur pori gol gogoi sir. apuni mohan luk. bohut bhakhon hunisu.enekoi konduwai dibo porakoi kotu huna nai ajiloi.pronam jonalu sir.esore vale rakhok. krishna
কৃষ্ণ🙏🙏🙏
Krishna krishna krishna🙏🙏🙏
Hundor dhun dai
ধন্যবাদ
কমলা গগৈ ভাষণ শুনি সছাকৈ আপ্লুত হলো ধন্য গগৈ দেৱ
কৃষ্ণ🙏🙏🙏
🙏।। কৃষ্ণ ।।🙏
অতি মনোৰম মৌসনা ব্যাখ্যা ! 🙏
কৃষ্ণ🙏🙏🙏ধন্যবাদ
অতি সুন্দৰ , প্ৰণাম যাচিলো ।
কৃষ্ণ🙏🙏🙏ধন্যবাদ
কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏অতি সুন্দৰ ।
কৃষ্ণ🙏🙏🙏
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ প্ৰণাম জনালো । 🙏🏼🙏🏼🙏🏼
000
অতি সুন্দৰ কৄষ্ণ 🙏🙏🙏
কৃষ্ণ🙏🙏🙏ধন্যবাদ
কৃষ্ণ 🙏🙏
কৃষ্ণ কৃষ্ণ 🙏🙏🙏 মই আপোনাৰ ভাষণ শুনি সচাঁকৈ , ইমান ভাল লাগিল আৰু মোৰ কবলৈ ভাষা নাই । আৰু ধুন্ধুকাৰী মুক্তি লাভ ,নাট খনৰ কথা ইমান সুন্দৰ কৈ আপুনি কলে , মই যদিও নাট খন চালোঁ ,সঁচাকৈ চকু আগত ভাহি আছে তেনেকুৱা লাগিল নাট খন , কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏
কৃষ্ণ🙏🙏🙏ধন্যবাদ
Krishna pravu,🙏🏼🙏🏼🙏🏼 bahut val lagil
কৃষ্ণ🙏🙏🙏ধন্যবাদ
অতি সুন্দৰ ব্যাখ্যা ৷মন আনন্দৰে ভৰি পৰিছে ৷
কৃষ্ণ🙏🙏🙏ধন্যবাদ
কৃষ্ণ কৃষ্ণ বৰ মনোমোহা আখ্যান শুনি লে শুনি থাকিবৰ মন যায়🙏🏽🙏🏽🙏🏽
কৃষ্ণ🙏🙏🙏
👏👏👏👏👏
Ati modhur gogou
Krishna Krishna 🙏
👏👏👏🙏👍
হে বাপ কৃষ্ণ অতি সুন্দৰ ব্যাখ্যা প্ৰনাম জনালোঁ।
কৃষ্ণ🙏🙏🙏
হে পৰম কৃপা লো বাপ, আপোনাৰ যি ৰসাল অভিভাষণ দাঙি ধৰিলে, আমি কৃতার্থ হলো কৃষ্ণ কৃষ্ণ।
কৃষ্ণ🙏🙏🙏
কৃষ্ণ । সেৱা জনালো ।
কৃষ্ণ🙏🙏🙏
কৃষ্ণ কৃষ্ণ। বহুত বহুত ভাল লাগিল
কৃষ্ণ🙏🙏🙏ধন্যবাদ
বহুত ধুনীয়া সুমধুৰ বচন ভাল লাগিল শুনি।
কৃষ্ণ🙏🙏🙏ধন্যবাদ
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ নিদৰ্শন
কৃষ্ণ🙏🙏🙏
Krishna kokaideu...bohut val lagil 🙏🙏🙏
ধন্যবাদ
বহুত বহুত বহুত সুমধুৰ বচন প্ৰভূ
শুনিলে শুনি থাকিব মন যায়
কৃষ্ণ🙏🙏🙏
কৃষ্ণ , শ্ৰদ্ধাৰ কমলা গগৈদেৱৰ অলপ সময়ৰ ভক্তি মূলক ভক্তি ৰসৰ অমৃতময় ব্যাখ্যাই আমাৰ নিচিনা জ্ঞানহীন জীৱৰ মন শৰীৰ জীপাল কৰি ভক্তিৰ তৃপ্তিৰে ভৰপুৰ কৰি তুলিলে । হে প্ৰভু এইগৰাকী মহান ব্যাখ্যাকাৰীৰ সৰ্বদা মঙ্গল কামনা কৰিলো।
কৃষ্ণ🙏🙏🙏
❤
সঁচাকে বৰ সুন্দৰ অভিভাষণ🙏🙏🙏
কৃষ্ণ🙏🙏🙏
Krishna 🙏
mon jurai gol gogoi
কৃষ্ণ🙏🙏🙏
ইমান সুন্দৰ 🙏🙏🙏🙏🙏
ধন্যবাদ
প্রভু আপোনাক সেৱা জনাইছো। আপোনাক লগ পাবৰ বহুত আশা আছে। নিশ্চয়ই লগ পাম এদিন 🙏
নিশ্চয়, কৃষ্ণ🙏🙏🙏
কৃষ্ণ🙏🙏🙏সুন্দৰ
অতি সুন্দৰ হৈছে।
ধন্যবাদ
ভাল লাগিল 🙏🙏
ধন্যবাদ
ভাল লাগিল ৰাম ৰাম🙏🙏
কৃষ্ণ🙏🙏🙏
🙏🙏🙏
Provu Bhut Bhut hundor kobloe vakha nai.. Oormirt jn lagil dinto nhoi jibon dhoinoi korilae... Joy Krishna guru... 🙏🙏🙏🙏🙏
কৃষ্ণ🙏🙏🙏
🙏🙏🙏🙏🙏🙏
বৰ সুন্দৰ লাগিল শুনি
ধন্যবাদ
ধন্যবাদ
Krishna Krishna 🌹🌹🙏🙏
Krishna Krishna
কৃষ্ণ! কৃষ্ণ! কৃষ্ণ!
অতি সুন্দৰ অতি মনোৰম ভগবত পাঠ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
কৃষ্ণ🙏🙏🙏
Krishna Krishna 🙏🙏🙏 ......Bhokti bhora xeoa nibedilu grohn krib 🙏🙏🙏 Krishna
কৃষ্ণ🙏🙏🙏
সুনদৰ ভাসন তি শুনি কিতাথ্ ৈহছো
কৃষ্ণ🙏🙏🙏
Krishna
হে প্রভু তোমাৰ মৌ সনা মাত...ভগবানে কৃপা কৰক
কৃষ্ণ🙏🙏🙏
🙏🌺Krishna🌺🙏 Namghort hombet huwa Pujoniy Bap Bindok Prnam jonaisu🙏🌺❤🌺🙏
কৃষ্ণ🙏🙏🙏
Ene vakhon agote huna nai.thanka gogoi sir.bor val lagil
কৃষ্ণ🙏🙏🙏
Krishno eman sundor chokurpani ulai jai dhyanobad
কৃষ্ণ🙏🙏🙏
প্ৰভু কিযে তোমাৰ লীলা ৰসাল তত্ত্বৰে ভৰা 🙏🙏
কৃষ্ণ🙏🙏🙏
জয় গুৰু শঙ্কৰ কৃষ্ণ খুব ভাল লাগিল
কৃষ্ণ🙏🙏🙏
সুন্দৰ ,,,প্ৰভু ঈশ্বৰ আগবাঢ়ি যাওক, আপোনাৰ প্ৰবচনবোৰ অমৃত পান কৰা যেন লাগে।।।
কৃষ্ণ🙏🙏🙏
অতি সুন্দৰ নিদৰ্শন পোৱা গৈছে কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
ভকত ভকতি ভক্তিৰ মহা সাগৰ সত্যম শিৱম অতি সুন্দৰম * অউম শান্তি * কৃষ্ণ কৃষ্ণ
কৃষ্ণ🙏🙏🙏
Best val lagil
ধন্যবাদ
সুন্দৰ, কৃষ্ণ কৃষ্ণ
কৃষ্ণ🙏🙏🙏
Kamala kokaideu loy krishna he bulilu Krishna krishna bhagabane apunak hodai kukhole rakhok kokaideu 🙏🙏🙏🙏🙏
কৃষ্ণ🙏🙏🙏
*জয় শ্ৰী কৃষ্ণ*
মনটো ভাল লাগি গল
কৃষ্ণ🙏🙏🙏ধন্যবাদ
Krishna Hundor video
ধন্যবাদ
ওঁম নমো ভাগৱতে বাসুদেৱায়
কৃষ্ণ🙏🙏🙏
ভাল লাগিল কমলা ককাই
ধন্যবাদ
Kamala dai val lagel huni 🙏🙏
Hare Krishna
এটি সুন্দৰ অভিভাষণ শুনিবলৈ পাই ধন্য হ’লো ৷
কৃষ্ণ🙏🙏🙏
কৃষ্ণ ৰাম
কৃষ্ণ🙏🙏🙏