Banded Krait(গোৱালা সাপ) Scientific Name : Bungarus fasciatus Type : highly venomous

Поделиться
HTML-код
  • Опубликовано: 13 сен 2024

Комментарии • 9

  • @swapnali-baruah
    @swapnali-baruah Год назад +1

    আমাৰ ঘৰত ওলাইছিল দাদা ৰাতি।

  • @ritadas1827
    @ritadas1827 2 года назад

    Wow super nice sharing 👌

  • @sanuassamesevlogs
    @sanuassamesevlogs 2 года назад

    Dada ai2 aj ulaisila gharot same ai2 yai

  • @kalpanadeka6201
    @kalpanadeka6201 3 месяца назад

    আমাৰ বাৰীত দেখিছো

  • @RajibDey-mq6rw
    @RajibDey-mq6rw 2 месяца назад

    Dada,, Nomoskar.. Moi praay ek bosor dhori snake rescue kori aasu.. Kintu muk aaru valke training or dorkar... Aapuni muk training or bebosta kori dibo niki🙏

  • @kalpanadeka6201
    @kalpanadeka6201 3 месяца назад

    ৰাতিপুৱা ৩-৫৫ বজাত দমকল ৰ ওচৰত দেখিচো | ভিয়েটনামত বিষাক্ত সাপৰ বাগিছা আছে | তেনেকৈ সর্প বিদ কেইজনমান লগহৈ এখন অৰণ্যত ৰাখিব পাৰে | যিহেতু বিষৰ পৰা ঔষধ প্রস্তুত কৰা হয় | অবিষাক্ত সাপ য'তে ততে থাকক কথা নাই | আমি আপোনাক ইমান দুৰৰ পৰা লগ নাপাম | আজি কালি চকৰী ফেটী ঘৰৰ ভিতৰত | সাপৰ পোৱালি কাঠৰ তলত গোহালিত | কার্শলা , বামুনি, ঢোৰা, মাৰলি, মেনী সাপক ভয় নালাগে | ফেটী সাপ বহুত |

  • @babudigitalstudio7026
    @babudigitalstudio7026 Год назад

    দাদা আপোনাৰ মোবাইল নম্বৰটো মোৰ খুবেই প্ৰয়োজন। গতিকে আপোনাৰ মোবাইল নম্বৰটো মোক অনুগ্ৰহ কৰি দিবচোন। মই আপোনাৰ এজন বহুত ডাঙৰ ভক্ত।

  • @hemantadas8263
    @hemantadas8263 2 года назад

    Cantac number tu lagisil

  • @dhritiboruah7215
    @dhritiboruah7215 2 года назад

    Apuner phn no tu diyok urgent asil