hahaha kot mori thakung moi. sanjay dutta oh my god. val collaction korise. aru lage ankua video. news live chanelok val pua nasilu bt aikeidin bohut val lagise.
What is the highest award for journalism ji kijone question xudhi ase tau luke....nijor feeld kotha sob jane naki baru....jodi jane...upor question tu try kori nijok 1st test kori sauk.....
এই সকল জিকিলে দেশৰ উন্নতি নিশ্চিত। তেখেত সকলৰ কাপোৰ কানি সমুহৰ পকেট সমুহ ডাঙৰ কৰিবলৈ দৰ্জী ওচৰত দিব হ'ল। তাতোকৈ ডাঙৰ কথা যি সকলে টিকট দিছিল তেখেত সকলক শ্ৰদ্ধাৰে সন্মান জনাইছো। A big salut to them..
অসমৰ মান ৰাখি বলৈ হলে আমি যুৱ প্ৰজন্ম শিক্ষা আৰু দক্ষতাৰে ৰাজ্য খনৰ উন্নতিৰ চিন্তা কৰিব লাগিব । অসমীয়া ভাষা ক ব্যৱহাৰ আৰু ভাল পাব লাগিব তেতিয়াহে যদি এইবোৰৰ অন্ত পৰে । জয় আই অসম ।
L..
অসমত উন্নতি হব আশা কৰো,
News live bohut val kam korise sinaki korai diya Karina
Tamm jomoni dei anekuwa video aru di thakok
Jui jui
News live vala Koirala
দেশৰ ভৱিষ্যত ঐ !🤔 খালে ঐ ইহঁতে আমাৰ সোনৰ অসমখন 🤦♀😠
We salute them
জেগাত আহিলে চব শিকি যাব। প্ৰথম অবস্থাত মাননীয় বিধায়ক কেইজনমানো একেই আছিল।
Ehotok gadha buli kobo pari
মজা বৰ ভাল লাগিল।।
verry nice news live
News channel কমেদি চাৰকাচ...বনাই দিচে..জনগনৰ...কামত নহা কিছুমান বাতৰিয়ে..মৰমৰ সাংবাদিক দাদা সকল...সময়..উলিয়াই অলপ...international news চেনেল বোৰ চাব চোন..কেতিয়াবা নিজক সোধি চাব চোন ..ৰাইজৰ কামত অহা কনতো..বাতৰি আপোনা লোকে published কৰিছে..বাৰু সাংবাদিক সকলে জান নে...NEWS ৰ full form কি...news কাক কয়?? প
moja dise vai news sai
Bht Val lagise
A maja lagil sai
মজা বর ভাল লাগিল
Aiutu kam news live val korisae daeee....Good job news live
এ...মজা
A mojaa
এইকেইদিন কেমেৰা আৰু হাতত দীঘলীয়া চুঙা এটা লৈ পন্সায়তৰ প্ৰাৰ্থীক ভাৰতৰ ৰাষ্ট্ৰপতি কোন, উপ-ৰাষ্ট্ৰপতি কোন, জাতীয় পতাকাৰ ৰং কেইটা আদি প্ৰশ্ন সুধি সাধাৰণ জ্ঞানৰ নমুনা( sample) সংগ্ৰহ কৰি থকা থকাসকলক liveতে যদি কোনোবাই বিমুদ্ৰাকৰন, নাগৰিকত্ব বিল, অসম চুক্তি, ভাৰতৰ সংসদীয় ব্যৱস্থা ....এইবোৰ বিষয়ত উলোটাই প্ৰশ্ন সুধে......মই কৈছো, উত্তৰবোৰত দৰ্শকে বেছি আমোদ পাব(একাংশক বাদ দি)। একেখিনি প্ৰশ্নকে যদি আমাৰ নেতা(ছাৰ) দুজনমানলৈও ঠেলা মাৰি দিয়ে .....মই বোলো, উত্তৰবোৰত হঁহাৰ গেৰান্টি আছে।
কথা হ'ল , যিকোনো নিৰ্বাচনৰ প্ৰাৰ্থীয়েই শিক্ষিত হোৱাটো খুবেই দৰকাৰী। কিন্তু জানি-শুনিয়েই কেৱল আমোদলগা বাতৰি বনাবলৈকে কুইজ প্ৰতিযোগিতা পাতি থাকিলে বৰ এটা ভাল নালাগে
এ মজা.....
কৃষ্ণ কৃষ্ণ
vdo tu sai nijor e laj lagise....ki j hbo mane
Very very nice 🙂
এই বিলাক মানুহে এটাই কথা ভাবে যে ৰাজনীতিত ভাল কৈ এসোপা মান আছে লৈ লওঁ।।
a mojja
A moja
কি মজা 😁😁😁
hahaha kot mori thakung moi. sanjay dutta oh my god. val collaction korise. aru lage ankua video. news live chanelok val pua nasilu bt aikeidin bohut val lagise.
বাংলাদেশী আছিলে নেকি নতুনকৈ আহি অসমীয়া ভাষা শিকিছে যেন লাগিছে। একো এ নাজানে কেলা আৰু নিৰ্বাচন খেলিব আহিছে । কাম নাই আৰু ৰাজনীতি খেলিব আহিছে । এটা উত্তৰ দিব নাজানে । মাৰি যোৱা এ ভাল
Moja candidate
Ha ha ha the news Live comedy show chuwar nisna lagile
ইমানকেইটা প্ৰশ্নৰ হয়টো newsৰ আগত এজন মন্ত্ৰীও দিব নোৱাৰিব ।
News live r reporter ক সুধকচোন NEWS অৰ Full meaning কি
O beh media buror kam nai aru
Mokkel toi ha
@@simantaboruah6232 thake. . 😊
@@simantaboruah6232 kon hoi toi mor comment ot reply koribaloi . Self comment kor
NORTH, EAST, WEST, SOUTH.
এইজনীচোন বিষ্মিতাৰ লগাভগা যেন লাগিছে।
Enekoi Questions xudhar nu Right journalist jonok kone dile...
Uff Bhogoban 🙏🙏🙏
প্ৰিয় নিউজ লাইভৰ সাংবাদিক বন্ধু সকল আপোনালোকে পাৰিলে বিজেপি দলৰ প্ৰাৰ্থীও ইন্টাৰভিউ বিলাক লবচোন তেওঁলোকৰো জ্ঞানৰ নমুনা চাম আমি ,নে আপোনালোকে পক্ষপাটীত ভাবে আন দলক ডাউন দিবলৈ বুলি তেওঁলোকৰ ইন্টাৰভিউ লৈ ফুৰিছে।
সমাজৰ উন্নতিৰ বাবে কাম কৰিব আহিছে ।
এওঁলোকৰ দ্বাৰা সমাজৰ কি উন্নতি হব ?
Mjja,,,,
nice
এইয়াই অসমৰ ৰাজনীতি
mojaaa
Digital india jinda bad....
কৃষ্ণ হে বুলিছোঁ আৰু ৷
Mja
Tenekoa Leader Logot Assam Ki Hobo, Shanti/ Oshanti.....!!!!
সকলোকে প্ৰথমে interview লব লাগে তাৰ পিছত টিকট দিব লাগে
,নেতাজী সুভাষচন্দ্ৰ বশোৰ চাবুক নাইজে চাবুক থাকিলে এনেকুৱা নহৈ
সকলো জানে কিন্তু কোনো দিন কেমেৰা আগত ওলাই নোপোৱা এইসকলে কেমেৰা দেখি সকলো পাহৰিছে,,, নাৰভাছ্ হৈ গৈছে।।। 😁
😂
Hmm
right
iss bor laj kotha 😊
এইবোৰ দেখিলে কেলা শিৰ মূৰ গৰম হৈ যায়।
হে ভগবান ছাব অলপ অসম খন ,
thike koise dei
hoi na parim na
hoi, hoi
What is the highest award for journalism
ji kijone question xudhi ase tau luke....nijor feeld kotha sob jane naki baru....jodi jane...upor question tu try kori nijok 1st test kori sauk.....
Majjja dise dei
কৃষ্ণ, এইসোপা নমুনাক কি বুলি টিকেট দিলে ঐ,,,সৰ্বনাশ,,অসম শেষ কৰিব আৰু, ইহঁতে,
😭😭😭😭 Mori jabo laga apuna Luk😭😭😭
Oooh joi ai axom
আচলতে এওঁলোকৰ গাত দুখ নাই। গছৰ মুঢ়াৰ দৰে চকীত বহুৱাই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেই এচাম নেতা বা ৰাজনৈতিক দালালে এইসকল সাধাৰণ পুৰুষ মহিলাক পাকঘৰৰ পৰা নতু খেতি পথাৰৰ পৰা বিভিন্ন প্ৰলোভন দি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাইছে। যাৰবাবে হয়তো এওঁলোক প্ৰস্তুত নাছিল। তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ বোৰৰ পৰাই অনুমান কৰিব পাৰি যে এওঁলোক ৰাজনীতিৰ লগত কিমান জড়িত, এই সাধাৰণ জ্ঞানকন থাকিব লাগে যদিও ৰাজনীতিৰ একো আওভাও বুজি নোপোৱা এই লোক সকলক বাৰু ঢাল হিচাপে ব্যৱহাৰ কৰা হৈছে নেকি????
হে প্ৰভু
সৰুতে পঢ়িছিলো ওপৰে গেৰুৱা মাজত শুকুলা তলত শ্যামল আছে। সেইটো সাধাৰণ জ্ঞান। এইসোপা য়ে টকা লুটিবলৈ হে নিৰ্বাচিন খেলিছে। টকা কেনেকৈ লুটিবলৈ লাগে সেইটো জ্ঞান নিশ্চয় জানিব।
Oxamot anekuwa netai oxam khon besibo vai.....
শেষ কৰিব আৰু যি দেখিলো ।
আপোনালোকে কেনেকৈ সমাজৰ কাম কৰিব ভাবিলে্্্্্্্্্?
আমি কৰবাত পলোৱাই ভাল হব ।ইয়াত ইহতে থাকক ,এই জাবৰ জোথৰ বিলাক ।
A. Moja
অদৰকাৰী কাম কৰি কৰি অসমখন বদনাম কৰিলি তহতি।।। জীৱনটো গৈছে আৰু তহতৰ কমেদি কৰি কৰি।।।
এওঁলোকৰ কপাল ভাল ।নাজানিলে কি হব কেমেৰাৰ সন্মুখত থিয় দিব আহিছে ।
মনোনয়ন পত্ৰখন কোনে লিখি দিলে বাইদেউ 😆😆😆
ইহতক কোনে টিকট দিয়ে কি ভোটত জয় হব
🔥🔥
Ai mozzza....
Mojaaaa😂😂😂😂😂
হিন্দী চিৰিয়েল চাই চাই জ্ঞান শূণ্য।
অতি লাজ লগা কথা দেই!
কেৱল খোৱা আৰু কাপোৰ পিন্ধিব জনিলেই নহব! সাধাৰণ জ্ঞান খিনি আগতে জনাৰ পিছত এই কৰ্মৰ প্ৰতি আগবাঢ়ি আহিব!
👍👍👍
Apunaluke questions hudhar karon ki...baad diyok questions hudhar...
অসমৰ বিষয়ে সাধাৰণ জ্ঞান নথকা এই প্ৰাৰ্থী সকলৰ পৰা সেই।অন্ঞলৰ ৰাইজে একেবাৰে আশা নকৰাই ভাল।
wow
hosake dei
Kapil Sharma showt k o uprt 😂😂😂😂😂
a j p zindabad joy ai axom
a j p dol tu kor baru?
Ha ha.Tumi u baki buror dore dakhum AJP
এইয়াই অসমৰ উন্নতি। কি যে হব🤦
আমাৰ গাওঁলৈ এবাৰ আহক।
Ohh....ki je hb .....
হেৰ এই বলিয়া বোৰক কোনে elexcion t uthaise axom khn rou rou nokot jabo aibur electiont uthile etiyai aiya ru tetiya ki hbo horiehe jane ru deiii krixno 🙏🙏🙏
অাৰু অলপ ভিতৰৰ গাঁও বিলাকত হোমাই চাওক ইয়াতকৈ আৰু জধামূৰ্খ পাব....
Baydo hole hahie2 dhuniea 🥀🥀🥀🥀🥀
Axom khotom 😅
Himanta biswa sarmak hudi sabi sun shadin andulon ketya arombho hoisile
এওঁলোকক নিৰ্বাচন কৰি ৰাইজৰ কি উন্নয়ন হৱ।
Sir main problem is with the person who was selecting the candidate.. This was only the reason for decrease of Assam... Shame to you guys
ebar val hobo...
আপোনালোক কোন হয় এইবোৰ খূছৰি ফূৰিবলে। আপোনালোকৰ সাধাৰণ জ্ঞান কনো অলপ খূচৰি চাবচোন ফিউজ লাইভ। আপোনালোকে সাধাৰণ এইকেইজনক দেখুৱাই উপলুঙা কৰিব এৰক। সাধাৰণ মানুহকেইগৰাকীৰ দুখ ক'ত বিচাৰি দিয়ক চোন। অসমীয়া মানুহ খিনিক কিমান লজ্জিত কৰিব আৰু। আমাৰ মানুহৰ পানীত হাঁহ নচৰা অৱস্থা হৈ আহিছে। ক'ত দুখ আছে বিচাৰি চালে হয়তো এনে কাম নকৰিব ছাগে আপোনালোকে দেই
Reporter কেইটাই কিমান জানে । সেইখিনি প্ৰশ্ন সুধিবলৈ কেইখন কিতাপ পঢ়ি মুখস্থ কৰি আহিছে ঠিক নাই । এনেকুৱা প্ৰশ্ন সুধি Big Brkng news বনাই আছে । বুকু ফিন্দাই কব পাৰিম আপোনালোকও তেনে সাধাৰণ প্ৰশ্ন উত্তৰ নাজানিব। আনক মজাক বনাই আছে
Vry trye i agree
Thik koise
Ehote dhua sangat tuli tolor pora jui dibo apunaluke tenson nolobo
Ehihihihi Ki jane
চে চে ৰসাতলে জাব অসম আৰু
Ram ram khale kolija
krishnoooooooo
এই সকলে ৰাইজৰ কি উন্নয়ন কৰিব