প্ৰাৰ্থীৰ জ্ঞানৰ নমুনা | জাতীয় পতাকাৰ ৰং নাজানে এই গৰাকী প্ৰাৰ্থীয়ে

Поделиться
HTML-код
  • Опубликовано: 27 янв 2025

Комментарии • 833

  • @riturajborah8423
    @riturajborah8423 6 лет назад +10

    এই সকল জিকিলে দেশৰ উন্নতি নিশ্চিত। তেখেত সকলৰ কাপোৰ কানি সমুহৰ পকেট সমুহ ডাঙৰ কৰিবলৈ দৰ্জী ওচৰত দিব হ'ল। তাতোকৈ ডাঙৰ কথা যি সকলে টিকট দিছিল তেখেত সকলক শ্ৰদ্ধাৰে সন্মান জনাইছো। A big salut to them..

  • @k5technical286
    @k5technical286 6 лет назад +8

    অসমৰ মান ৰাখি বলৈ হলে আমি যুৱ প্ৰজন্ম শিক্ষা আৰু দক্ষতাৰে ৰাজ্য খনৰ উন্নতিৰ চিন্তা কৰিব লাগিব । অসমীয়া ভাষা ক ব্যৱহাৰ আৰু ভাল পাব লাগিব তেতিয়াহে যদি এইবোৰৰ অন্ত পৰে । জয় আই অসম ।

  • @ankitc8993
    @ankitc8993 6 лет назад

    verry nice news live

  • @Sumandas67778
    @Sumandas67778 4 месяца назад +2

    Who is watching in 2024 ??😅

  • @parthanath8166
    @parthanath8166 4 года назад

    Jui jui

  • @sayebakhtar8361
    @sayebakhtar8361 6 лет назад +3

    অসমত উন্নতি হব আশা কৰো,

  • @djdeepakassam4404
    @djdeepakassam4404 6 лет назад

    News live bohut val kam korise sinaki korai diya Karina

  • @MUSICWORLD-qv5qs
    @MUSICWORLD-qv5qs 6 лет назад +33

    জেগাত আহিলে চব শিকি যাব। প্ৰথম অবস্থাত মাননীয় বিধায়ক কেইজনমানো একেই আছিল।

  • @jagadishbarman2906
    @jagadishbarman2906 6 лет назад +2

    Tamm jomoni dei anekuwa video aru di thakok

  • @rumeekalita3812
    @rumeekalita3812 3 года назад +9

    দেশৰ ভৱিষ্যত ঐ !🤔 খালে ঐ ইহঁতে আমাৰ সোনৰ অসমখন 🤦‍♀😠

  • @sabedaliahmed7233
    @sabedaliahmed7233 6 лет назад

    Bht Val lagise

  • @manuranjandihingia990
    @manuranjandihingia990 6 лет назад +2

    We salute them

  • @alnoshnath7200
    @alnoshnath7200 3 года назад

    Very very nice 🙂

  • @himangshugayan7348
    @himangshugayan7348 6 лет назад

    মজা বৰ ভাল লাগিল।।

  • @horjitkhakhlary7929
    @horjitkhakhlary7929 6 лет назад

    News live vala Koirala

  • @kangkankalita8648
    @kangkankalita8648 6 лет назад

    এইকেইদিন কেমেৰা আৰু হাতত দীঘলীয়া চুঙা এটা লৈ পন্সায়তৰ প্ৰাৰ্থীক ভাৰতৰ ৰাষ্ট্ৰপতি কোন, উপ-ৰাষ্ট্ৰপতি কোন, জাতীয় পতাকাৰ ৰং কেইটা আদি প্ৰশ্ন সুধি সাধাৰণ জ্ঞানৰ নমুনা( sample) সংগ্ৰহ কৰি থকা থকাসকলক liveতে যদি কোনোবাই বিমুদ্ৰাকৰন, নাগৰিকত্ব বিল, অসম চুক্তি, ভাৰতৰ সংসদীয় ব‍্যৱস্থা ....এইবোৰ বিষয়ত উলোটাই প্ৰশ্ন সুধে......মই কৈছো, উত্তৰবোৰত দৰ্শকে বেছি আমোদ পাব(একাংশক বাদ দি)। একেখিনি প্ৰশ্নকে যদি আমাৰ নেতা(ছাৰ) দুজনমানলৈও ঠেলা মাৰি দিয়ে .....মই বোলো, উত্তৰবোৰত হঁহাৰ গেৰান্টি আছে।
    কথা হ'ল , যিকোনো নিৰ্বাচনৰ প্ৰাৰ্থীয়েই শিক্ষিত হোৱাটো খুবেই দৰকাৰী। কিন্তু জানি-শুনিয়েই কেৱল আমোদলগা বাতৰি বনাবলৈকে কুইজ প্ৰতিযোগিতা পাতি থাকিলে বৰ এটা ভাল নালাগে

  • @entertainyou5369
    @entertainyou5369 6 лет назад +7

    News channel কমেদি চাৰকাচ...বনাই দিচে..জনগনৰ...কামত নহা কিছুমান বাতৰিয়ে..মৰমৰ সাংবাদিক দাদা সকল...সময়..উলিয়াই অলপ...international news চেনেল বোৰ চাব চোন..কেতিয়াবা নিজক সোধি চাব চোন ..ৰাইজৰ কামত অহা কনতো..বাতৰি আপোনা লোকে published কৰিছে..বাৰু সাংবাদিক সকলে জান নে...NEWS ৰ full form কি...news কাক কয়?? প

  • @abutalebsheikh6184
    @abutalebsheikh6184 6 лет назад

    moja dise vai news sai

  • @SSNCreation58
    @SSNCreation58 6 лет назад +6

    প্ৰিয় নিউজ লাইভৰ সাংবাদিক বন্ধু সকল আপোনালোকে পাৰিলে বিজেপি দলৰ প্ৰাৰ্থীও ইন্টাৰভিউ বিলাক লবচোন তেওঁলোকৰো জ্ঞানৰ নমুনা চাম আমি ,নে আপোনালোকে পক্ষপাটীত ভাবে আন দলক ডাউন দিবলৈ বুলি তেওঁলোকৰ ইন্টাৰভিউ লৈ ফুৰিছে।

  • @funnyvideo968
    @funnyvideo968 6 лет назад

    A moja

  • @dhaneswarnath8808
    @dhaneswarnath8808 6 лет назад +1

    বাংলাদেশী আছিলে নেকি নতুনকৈ আহি অসমীয়া ভাষা শিকিছে যেন লাগিছে। একো এ নাজানে কেলা আৰু নিৰ্বাচন খেলিব আহিছে । কাম নাই আৰু ৰাজনীতি খেলিব আহিছে । এটা উত্তৰ দিব নাজানে । মাৰি যোৱা এ ভাল

  • @arjunbarman5094
    @arjunbarman5094 6 лет назад +2

    A maja lagil sai

  • @ONESTEP4YOU
    @ONESTEP4YOU 6 лет назад +78

    News live r reporter ক সুধকচোন NEWS অৰ Full meaning কি

  • @hardikcover8263
    @hardikcover8263 6 лет назад +1

    Hohoti baru alp poha xuna korili so blgk laz di furiso. Totohtr koka aju koka buru sge tototr nisinai sob talent asil nki.gaonwoliya mnh so najanibo pare.. party bure jur kori uthua krne uthibo jai nijor itsa anujari uthibo njai sob.. tohotr news dibo news nai jodi news channel bur bondho kori dibi. News live moi 2008 or porai sau fst news live uluar porai sau..mur fav news channel hoi bt tohotr abur newsor krne news live sbo mn njua hoi goise.

  • @answal3852
    @answal3852 6 лет назад +6

    এই বিলাক মানুহে এটাই কথা ভাবে যে ৰাজনীতিত ভাল কৈ এসোপা মান আছে লৈ লওঁ।।

  • @torungogoi4135
    @torungogoi4135 6 лет назад

    মজা বর ভাল লাগিল

  • @suchilbasumatary7418
    @suchilbasumatary7418 6 лет назад

    A mojaa

  • @jitansharma3166
    @jitansharma3166 6 лет назад

    nice

  • @makhanchetia6622
    @makhanchetia6622 6 лет назад

    এ...মজা

  • @reemadas9524
    @reemadas9524 6 лет назад

    vdo tu sai nijor e laj lagise....ki j hbo mane

  • @davidaktar3493
    @davidaktar3493 6 лет назад

    Aiutu kam news live val korisae daeee....Good job news live

  • @bjdassam2823
    @bjdassam2823 6 лет назад +17

    সকলো জানে কিন্তু কোনো দিন কেমেৰা আগত ওলাই নোপোৱা এইসকলে কেমেৰা দেখি সকলো পাহৰিছে,,, নাৰভাছ্ হৈ গৈছে।।। 😁

  • @trina4017
    @trina4017 2 года назад

    কি মজা 😁😁😁

  • @AbhijeetKumar-ej6pu
    @AbhijeetKumar-ej6pu 6 лет назад

    Ha ha ha the news Live comedy show chuwar nisna lagile

  • @gyandipphukon7814
    @gyandipphukon7814 6 лет назад

    এ মজা.....

  • @pradipkhoud4665
    @pradipkhoud4665 4 месяца назад

    অতি লাজ লগা কথা দেই!
    কেৱল খোৱা আৰু কাপোৰ পিন্ধিব জনিলেই নহব! সাধাৰণ জ্ঞান খিনি আগতে জনাৰ পিছত এই কৰ্মৰ প্ৰতি আগবাঢ়ি আহিব!

  • @sonuborborah8473
    @sonuborborah8473 6 лет назад +1

    hahaha kot mori thakung moi. sanjay dutta oh my god. val collaction korise. aru lage ankua video. news live chanelok val pua nasilu bt aikeidin bohut val lagise.

  • @Urvi569
    @Urvi569 2 года назад

    Uff Bhogoban 🙏🙏🙏

  • @kartikdas3184
    @kartikdas3184 6 лет назад

    কৃষ্ণ কৃষ্ণ

  • @suvashgogoi8627
    @suvashgogoi8627 6 лет назад

    অসমৰ প্ৰধান প্ৰধান সমস্যাবোৰ ৰাইজৰ আগত অৱগত কৰক। এটা ৰাজনৈতিক দলৰ মেৰ পেচত সোমাই কাম কৰিব এৰক। ভণ্ডামি বোৰ এৰিলে ভাল হয়। আপোনালোকৰ পৰিচয় সকলোৱে জানে ফিউজ লাইভ। আমি প্ৰথম অসমীয়া। ভাৰতীয় নহয়। ৰাষ্ট্ৰীয় সংগীতত উত্তৰ পূবৰ কোনো নাম উল্লেখ নাই যেতিয়া পতাকা খনৰ বিষয়ে জানি কি লাভ। কেন্দ্ৰই যেতিয়া অসমক মাহী আইৰ চকুৰে চাই পতাকাৰ বিষয়ে জানি কি লাভ। নাজানে ভালেই কৰিছে। বিজেপি,কংগ্ৰেছ, য়ে শাসন কৰি কি ফলাব জনা আছে।

  • @DIPANKARBORA333
    @DIPANKARBORA333 6 лет назад

    What is the highest award for journalism
    ji kijone question xudhi ase tau luke....nijor feeld kotha sob jane naki baru....jodi jane...upor question tu try kori nijok 1st test kori sauk.....

  • @gminformative8813
    @gminformative8813 6 лет назад +4

    আমি কৰবাত পলোৱাই ভাল হব ।ইয়াত ইহতে থাকক ,এই জাবৰ জোথৰ বিলাক ।

  • @sadhankarmakar8968
    @sadhankarmakar8968 3 года назад

    ,নেতাজী সুভাষচন্দ্ৰ বশোৰ চাবুক নাইজে চাবুক থাকিলে এনেকুৱা নহৈ

  • @deepjyotibodosa9757
    @deepjyotibodosa9757 6 лет назад

    Mja

  • @nayakinfo4613
    @nayakinfo4613 2 года назад

    সৰুতে পঢ়িছিলো ওপৰে গেৰুৱা মাজত শুকুলা তলত শ্যামল আছে। সেইটো সাধাৰণ জ্ঞান। এইসোপা য়ে টকা লুটিবলৈ হে নিৰ্বাচিন খেলিছে। টকা কেনেকৈ লুটিবলৈ লাগে সেইটো জ্ঞান নিশ্চয় জানিব।

  • @mgogoi364
    @mgogoi364 6 лет назад

    a mojja

  • @akramulhussain4514
    @akramulhussain4514 6 лет назад

    wow

  • @CultivationVisit
    @CultivationVisit 6 лет назад

    এইবোৰ দেখিলে কেলা শিৰ মূৰ গৰম হৈ যায়।

  • @iftikharhussain5788
    @iftikharhussain5788 6 лет назад

    Oooh joi ai axom

  • @jituali5418
    @jituali5418 6 лет назад

    কৃষ্ণ হে বুলিছোঁ আৰু ৷

  • @manabjborah8820
    @manabjborah8820 6 лет назад +8

    Reporter কেইটাই কিমান জানে । সেইখিনি প্ৰশ্ন সুধিবলৈ কেইখন কিতাপ পঢ়ি মুখস্থ কৰি আহিছে ঠিক নাই । এনেকুৱা প্ৰশ্ন সুধি Big Brkng news বনাই আছে । বুকু ফিন্দাই কব পাৰিম আপোনালোকও তেনে সাধাৰণ প্ৰশ্ন উত্তৰ নাজানিব। আনক মজাক বনাই আছে

  • @dineshbrahma1598
    @dineshbrahma1598 6 лет назад

    You should not be a candidate for coming panchayat, because if you want to be a good public representative, you should have vast knowledge.

  • @amrahmanfilms
    @amrahmanfilms 6 лет назад +1

    Enekoi Questions xudhar nu Right journalist jonok kone dile...

  • @budhirambrahma8922
    @budhirambrahma8922 6 лет назад

    Tenekoa Leader Logot Assam Ki Hobo, Shanti/ Oshanti.....!!!!

  • @manikkoch6878
    @manikkoch6878 6 лет назад

    A. Moja

  • @iliasashif8540
    @iliasashif8540 6 лет назад +2

    😭😭😭😭 Mori jabo laga apuna Luk😭😭😭

  • @monikasing9067
    @monikasing9067 6 лет назад

    Ata kotha kou muk ata chance diuk aibilak mokkel k dyar bahira.. Aku najana aibilaka akhom Sabo.. Lag nalga narir namot kolonko... Hahibo ahisa... Tamul Khai Khalibo lag nai... Kio aibilak Hoi Asa soba aibilak sau kio ami Anaka just aibilak faltuk Sai ami time waist kru... Amak abar chance diok we r the young blood of this country... Give a chance to ous....

  • @pranjalchetia9054
    @pranjalchetia9054 6 лет назад

    iss bor laj kotha 😊

  • @Rk33devi
    @Rk33devi 3 года назад

    এইয়াই অসমৰ উন্নতি। কি যে হব🤦

  • @rubuldihingia1197
    @rubuldihingia1197 6 лет назад +1

    আচলতে এওঁলোকৰ গাত দুখ নাই। গছৰ মুঢ়াৰ দৰে চকীত বহুৱাই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেই এচাম নেতা বা ৰাজনৈতিক দালালে এইসকল সাধাৰণ পুৰুষ মহিলাক পাকঘৰৰ পৰা নতু খেতি পথাৰৰ পৰা বিভিন্ন প্ৰলোভন দি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাইছে। যাৰবাবে হয়তো এওঁলোক প্ৰস্তুত নাছিল। তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ বোৰৰ পৰাই অনুমান কৰিব পাৰি যে এওঁলোক ৰাজনীতিৰ লগত কিমান জড়িত, এই সাধাৰণ জ্ঞানকন থাকিব লাগে যদিও ৰাজনীতিৰ একো আওভাও বুজি নোপোৱা এই লোক সকলক বাৰু ঢাল হিচাপে ব্যৱহাৰ কৰা হৈছে নেকি????

  • @KrishnaSharma-fj9qx
    @KrishnaSharma-fj9qx 6 лет назад

    Aamar bohotei hoitu najane sanmanio potaka khonor rong, montry bidhayakhokoloe bhitorotu ulutai potaka khon uttulon Kora dekhaisil batorit, gotike. Eku kotha nai hiki jabo, Moi mur a.w. khonot sisu hokolok eibabei sanmanio potaka khonor bihoye kou ,teu loke ji Jane bohot Jane buli vabu moi

  • @riturajpathak3861
    @riturajpathak3861 6 лет назад

    ইমানকেইটা প্ৰশ্নৰ হয়টো newsৰ আগত এজন মন্ত্ৰীও দিব নোৱাৰিব ।

  • @sonitjyotiborah2530
    @sonitjyotiborah2530 6 лет назад

    মনোনয়ন পত্ৰখন কোনে লিখি দিলে বাইদেউ 😆😆😆

  • @poragggogoi2759
    @poragggogoi2759 6 лет назад

    Moja candidate

  • @ejajh4156
    @ejajh4156 6 лет назад

    Sir main problem is with the person who was selecting the candidate.. This was only the reason for decrease of Assam... Shame to you guys

  • @crazykiller9149
    @crazykiller9149 6 лет назад

    এইজনীচোন বিষ্মিতাৰ লগাভগা যেন লাগিছে।

  • @bishnugogoi3145
    @bishnugogoi3145 2 года назад

    Baydo hole hahie2 dhuniea 🥀🥀🥀🥀🥀

  • @mkminhajboos7425
    @mkminhajboos7425 6 лет назад

    Same

  • @telentassam7270
    @telentassam7270 6 лет назад

    হে প্ৰভু

  • @Gamingzone-nt2hb
    @Gamingzone-nt2hb 4 года назад

    👍👍👍

  • @yeahiaaksham7899
    @yeahiaaksham7899 6 лет назад +15

    Himanta biswa sarmak hudi sabi sun shadin andulon ketya arombho hoisile

  • @amittosha296
    @amittosha296 4 года назад +1

    হা হা কি মানুহ আনীছে অ আ কেইটা আছে ইটোৱ নাজানে নেতা নেতরী হৈছে

  • @durlovborah1702
    @durlovborah1702 6 лет назад

    Mojaaaa😂😂😂😂😂

  • @tumarstudio6724
    @tumarstudio6724 6 лет назад

    সকলোকে প্ৰথমে interview লব লাগে তাৰ পিছত টিকট দিব লাগে

  • @thesecret8282
    @thesecret8282 6 лет назад

    সমাজৰ উন্নতিৰ বাবে কাম কৰিব আহিছে ।
    এওঁলোকৰ দ্বাৰা সমাজৰ কি উন্নতি হব ?

  • @dipankarkonwar1367
    @dipankarkonwar1367 6 лет назад

    অদৰকাৰী কাম কৰি কৰি অসমখন বদনাম কৰিলি তহতি।।। জীৱনটো গৈছে আৰু তহতৰ কমেদি কৰি কৰি।।।

  • @dwithunmohilary4317
    @dwithunmohilary4317 6 лет назад

    Digital india jinda bad....

  • @bidyutpegu4652
    @bidyutpegu4652 6 лет назад

    এইয়াই অসমৰ ৰাজনীতি

  • @b.b.jcreation7412
    @b.b.jcreation7412 6 лет назад +2

    হেৰ এই বলিয়া বোৰক কোনে elexcion t uthaise axom khn rou rou nokot jabo aibur electiont uthile etiyai aiya ru tetiya ki hbo horiehe jane ru deiii krixno 🙏🙏🙏

  • @greatgrandmasti7506
    @greatgrandmasti7506 6 лет назад

    Mjja,,,,

  • @mrinalchoudhury8726
    @mrinalchoudhury8726 6 лет назад

    ha ha ha 😂😂😂😁😂👌👌👌

  • @alishmitasharma5576
    @alishmitasharma5576 4 года назад

    🔥🔥

  • @dasgc3133
    @dasgc3133 3 года назад

    Oxamot anekuwa netai oxam khon besibo vai.....

  • @kabitagogoi21
    @kabitagogoi21 6 лет назад

    aku jdi jnai utha kio baru??? uthuwa bilaku km nhoi.... anai uthi thti ki pabi baru 5years krna 2tokaman horokabola kiba bos2 ahila ghrtai rakhi thobi kt nu sbka bitoran karibi janu nhoi thtrbur r ktha..... njr ghr jdi unnoti huwa nai thti 2tkamn maria ghrbur unnoti kribi aru gekhni ghrt dekr haibur ha thik kri lobi ... tar bada2 aku ankra aiburai.... bohut dakhilu aru .

  • @deephazarika7888
    @deephazarika7888 6 лет назад

    Ai mozzza....

  • @roncartoon3407
    @roncartoon3407 6 лет назад

    Agp r baideu jni dhunia kntu

  • @parthaprotimkalita4178
    @parthaprotimkalita4178 6 лет назад

    Reporter dada hote bhal kam korise. Hats off... These new candidates will obviously act like parots who will be taught what to do & accordingly they will do irrespective of right or wrong as they don't have no knowledge.
    Atiya xosai xomoy ahil je these candidates should be selected on da basis of merit, exam and proper viva. Otherwise ASSAM will be no where.

  • @niharikachutia8016
    @niharikachutia8016 6 лет назад

    hosake dei

  • @suvashgogoi8627
    @suvashgogoi8627 6 лет назад

    আপোনালোক কোন হয় এইবোৰ খূছৰি ফূৰিবলে। আপোনালোকৰ সাধাৰণ জ্ঞান কনো অলপ খূচৰি চাবচোন ফিউজ লাইভ। আপোনালোকে সাধাৰণ এইকেইজনক দেখুৱাই উপলুঙা কৰিব এৰক। সাধাৰণ মানুহকেইগৰাকীৰ দুখ ক'ত বিচাৰি দিয়ক চোন। অসমীয়া মানুহ খিনিক কিমান লজ্জিত কৰিব আৰু। আমাৰ মানুহৰ পানীত হাঁহ নচৰা অৱস্থা হৈ আহিছে। ক'ত দুখ আছে বিচাৰি চালে হয়তো এনে কাম নকৰিব ছাগে আপোনালোকে দেই

  • @malakar734
    @malakar734 2 года назад +1

    ইহতক কোনে টিকট দিয়ে কি ভোটত জয় হব

  • @Devashismoran
    @Devashismoran 6 лет назад +1

    কৃষ্ণ, এইসোপা নমুনাক কি বুলি টিকেট দিলে ঐ,,,সৰ্বনাশ,,অসম শেষ কৰিব আৰু, ইহঁতে,

  • @sunmoinamudoi3934
    @sunmoinamudoi3934 6 лет назад

    Majjja dise dei

  • @pranjalmali1509
    @pranjalmali1509 6 лет назад

    আমাৰ গাওঁলৈ এবাৰ আহক।

  • @anantasaikia7413
    @anantasaikia7413 6 лет назад

    অসমৰ বিষয়ে সাধাৰণ জ্ঞান নথকা এই প্ৰাৰ্থী সকলৰ পৰা সেই।অন্ঞলৰ ৰাইজে একেবাৰে আশা নকৰাই ভাল।

  • @suvasrikolita6123
    @suvasrikolita6123 6 лет назад

    এওঁলোকৰ কপাল ভাল ।নাজানিলে কি হব কেমেৰাৰ সন্মুখত থিয় দিব আহিছে ।

  • @09officialsunny3
    @09officialsunny3 6 лет назад

    Good news live ki manu re

  • @ranjannath8029
    @ranjannath8029 6 лет назад +2

    মূৰ্খ বিলাকে সল্মান খালে এজন চিনি পাইছো হাহি এ উঠিছে 😃😃

  • @pankajduttarajudutta526
    @pankajduttarajudutta526 6 лет назад +28

    খালে আৰু অসম খনক

  • @kdgrasp474
    @kdgrasp474 6 лет назад

    চে চে ৰসাতলে জাব অসম আৰু