বাগৰুম্বাৰ ধ্বনীয়ে দিল্লী কপালে।বড়োলেণ্ড মহোৎসৱ।
HTML-код
- Опубликовано: 11 дек 2024
- বাগৰুম্বাৰ ধ্বনীয়ে দিল্লী কপালে।বড়োলেণ্ড মহোৎসৱ।
বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’নত (বিটিআৰ) প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা বড়োলেণ্ড মহোৎসৱ সফলতাৰে সামৰণি পৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ কে ডি যাদৱ মল্লযুঁজ ষ্টেডিয়ামত মুকলি কৰা দুদিনীয়া এই মহোৎসৱত বড়োলেণ্ডৰ চহকী ঐতিহ্য, খাদ্য, পৰ্যটন, ভাষা-সংস্কৃতি, হস্ততাঁত, আৰু খিলঞ্জীয়া বড়ো জনগোষ্ঠীৰ ঘৰসমূহ প্ৰদৰ্শন কৰা হয়।
এই বিশেষ ভিডিঅ'তঃ
বড়োলেণ্ড মহোৎসৱৰ মুখ্য মুহূর্তসমূহ
বিটিআৰৰ ঐতিহ্য আৰু সাংস্কৃতিক বৈচিত্ৰ্য
প্ৰদৰ্শন কৰা হস্ততাঁত আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ আভাস
ভিডিঅ'টো উপভোগ কৰক আৰু আপোনাৰ মূল্যবান মতামত কমেণ্টত জনাওক।
📌Subscribe🔔 @politicalupdate1 and press the bell for regular updates
#BodolandMahotsav #NarendraModi #BodoCommunity #PeaceAndDevelopment #Assam #IndianCulture #PMModiSpeech #BodolandFestival #BodoTradition
#BTRCulture
#BodolandHeritage
#TraditionalCrafts
#culturalfestival
#TourismInBodoland
#HeritageShowcase
#BodolandPride
#Development #peace
#politicalupdate