"আমি মিচিং কব নাজানো"..গোলাঘাটত মিচিং ভাষাৰ অৱস্থা - Mising Ao

Поделиться
HTML-код
  • Опубликовано: 15 сен 2024
  • Mohon Babu :
    • কিয় হাত যোৰ কৰিলে 😡😡 ...
    Information Studio:
    • এজন ব্যতিক্ৰমী RUclips...

Комментарии • 659

  • @sonatkumardawo6314
    @sonatkumardawo6314 2 года назад +65

    যিসকলে বিতৰ্ক কৰি আছে তেওঁলোকলৈ- “প্ৰথমে মিছিংসকলৰ তামাৰ,চামুগুৰীয়া,বংকুৱাল,বিহিৰা আদি ফৈদ বিলাকৰ ইতিহাস অধ্যয়ন কৰক৷ কিছুমান ঐতিহাসিক কাৰণত ভাষাটো এই ফৈদ বিলাকৰ মাজত পাহৰণিৰ গৰ্ভত, এই ফৈদ বিলাকৰ মাজত ভাষা সমস্যাটো কেৱল এটা বা দুটা দৰ্শকৰ নহয় এইটো পূৰ্ব পুৰুষৰ পৰা চলি অহা সমস্যা৷ ভাষাটো নাজানিলেও এই ফৈদসমুহত মিছিংৰ সংস্কৃতি বিদ্যমান৷ উল্লেখযোগ্য যে মিছিংসকলৰ নাম ইতিহাসৰ পাতত লিপিবদ্ধ কৰা শ্বহীদ কমলা মিৰিও এই ফৈদসমূহৰ অন্তগৰ্ত৷ তেখেতো ভাষা নাজানিছিল কিন্ত গোটেই জাতিসত্ত্বাৰ বাবে বহুতো কৰ্ম কৰি থৈ গৈছে, মিছিং জাতিক জিলিকিাই ৰাখিছে ৷ ভাষা এটা সম্পূৰ্ণকৈ জানিবলৈ ঘৰখনত,সমাজখনত এটা পৰিৱেশ লাগিব কিন্ত য’ত পূৰ্বপুৰুষেই কিছুমান কাৰণবশতঃ নাজানিলে বা নকলে সেইখন সমাজত পৰিৱেশ কেনেকৈ? হয় আমিও বিছাৰো ভাষাটো জীয়াই থাকক,বিস্তাৰ হওক কিন্ত ঠাট্টা মস্কৰা কিহৰ, ঠাট্টা মস্কৰাই চলিবনে শিকিবলৈ সুবিধাও দিব?

    • @jaynpegu3139
      @jaynpegu3139 2 года назад +5

      Eman dhuniya kotha likhise apuni vl lagile kothakhini pohi......

    • @biswajitpegu6844
      @biswajitpegu6844 2 года назад +12

      মিছিং বুলি চিনাকী দিলেই নহব ভাষাৰ অস্তিত্ব ৰক্ষাৰ হকে কবলৈ শিকক নহলে এটা সময়ত নিশেষ হোৱাৰ সম্ভাৱনা ।

    • @misinggkchannel3421
      @misinggkchannel3421 2 года назад +13

      গোলাঘাট বাসী আমাৰ মিচিং অভিভাৱক সকললৈ এটা কথা কম আজি আপোনালোকে মিচিং কথা নাজানে এয়া আপোনাৰ পূৰ্বপুৰুষ , অভিভাৱক সকলৰ ভাষাটোৰ প্ৰতি সজাগ সচেতনতা নথকা আৰু অৱহেলিত হোৱা ফল । আজি যেনেকৈ আপোনালোকে মা -দেউতাক জগৰীয়া কৰিছে । ঠিক তেনেকৈ আৰু কিছু বছৰৰ পাছত আপোনাকো আপোনাৰ ল'ৰা-ছোৱালী , নাতি -নাতিনী সকলে জগৰীয়া কৰিবগে। গতিকে এয়া আপোনাৰ কৰ্তব্য উঠি অহা লৰা ছোৱালী ক নিজৰ ভাষা শিক্ষা দিয়াটো । দলে , মিলি, পেগু ইত্যাদি বুলি পৰিচয় দি মিচিং কথা নাজানো বুলি কোৱা শুনিলে আমাৰ লাজ লাগে । গতিকে গোলাঘাট বাসী মিচিং ৰাইজৰ লগতে যিসকলে আমাৰ ভাষাটোক নাজানে সকলোলৈকে অনুৰোধ জনাইছোঁ ভাষা শিক্ষা গ্ৰহণ কৰিবলৈ।
      MISING RÉNGAM ÍRROI

    • @sebastianpathori5938
      @sebastianpathori5938 2 года назад +3

      Good suggestion. আমি আমাৰ ভাতৃসকলক স্নেহেৰে আগবঢ়াই নিব নোৱাৰিলে সফলতা পোৱা কঠিন হব।

    • @allspacevlog.7360
      @allspacevlog.7360 2 года назад +1

      @@misinggkchannel3421 Kumrígsudung
      Golaghatr mising buli kole nohob
      Atya katha hol amar mising homajor keitaman jat bulihe koisu jeneke
      1.pakro
      2.mo:ying
      Bulije koy ai kheikhonman gaon thik tenekuwa poidyor hoy

  • @sanjibsarkar5885
    @sanjibsarkar5885 2 года назад +94

    নিজৰ ভাষাটো জীয়াই ৰাখিবৰ বাবে ৰঞ্জু দাই যি পদক্ষেপ লৈছে সচাই অতুলনীয় । মইও এটা অসমীয়া লৰা কিন্তু মই আপোনালোকৰ ভাষাটোক লৈ বহুত গৌৰৱ কৰোঁ আৰু মই নিজেও অসমীয়া লৰা যদিও ঘৰত থকা বেছি সময়ে মিছিং ভাষা ব্যৱহাৰ কৰোঁ ।

  • @krishnavillage8109
    @krishnavillage8109 2 года назад +51

    অতিকৈ দুখ লগা কথাও হয় 😥 আগলৈ মিচিং ভাষা শিকিবলৈ যত্ন কৰক তাৰে কামনা কৰিছোঁ ।।

  • @misingao9443
    @misingao9443  2 года назад +141

    ভিদিঅ ত কিবা ভূল হলে ক্ষমা কৰিব 🙏😊

    • @babytayengbabytayeng338
      @babytayengbabytayeng338 2 года назад +2

      Arope lukai bitoka

    • @neelmiliofficial
      @neelmiliofficial 2 года назад +3

      Ummmmm

    • @ffbgamer65
      @ffbgamer65 2 года назад +3

      Ni hua

    • @3sisters238
      @3sisters238 2 года назад +5

      Eyei Misinge Kapil Lukinmayen? Lukup Mémílo Po:lo Anni Aum No Lukinyeku Buluk Ksin Emur Kama Tatkítoma Lukintoma Asin Dígla Sekai Luyir Néko Kamílo Lomna Lukin Yíku...By The way Ranju Nokkímpin Mising Ao ko Kala Asin Dígla Bulum Explore Naam Lagange Very Very Thn Q....

    • @ffbgamer65
      @ffbgamer65 2 года назад +3

      @@3sisters238 sister's aikothakhar missing aoe koisile 😅

  • @ayangprinceofficial4591
    @ayangprinceofficial4591 2 года назад +30

    সুন্দৰ এটি ভিডিঅ।মানুহ বোৰে আগ্ৰহী হব লাগিব তেতিয়াহে আমাৰ ভাষাটো জীয়াই থাকিব।

  • @misingrengam3125
    @misingrengam3125 2 года назад +78

    ভাষা হৈছে কোনো এটা জাতিৰ জীয়াই থকাৰ প্ৰাণ, আত্মা। নিজ ভাষাক জীয়াই ৰখাটো আমাৰ কৰ্তব্য। প্রত্যেকে নিজ ভাষাক সন্মান জনোৱা টো উচিত।

    • @tunirammisong6705
      @tunirammisong6705 2 года назад

      Right

    • @nayantora5776
      @nayantora5776 2 года назад

      You are right

    • @gboys7573
      @gboys7573 2 года назад +1

      আমি লাজ পাওঁ যেতিয়া আমাৰ মিচিং মানুহে মিচিং ভাষাটো কবি নাজানো বুলি কলে

  • @noleswardoley9316
    @noleswardoley9316 2 года назад +29

    নিজৰ ভাষা,পৰম্পৰা কৃষ্টি-সংস্কৃতি নজনাকৈ মিচিং বুলি নিজকে স্বীকৃতি দিবলৈ লাজ লাগে।😜😜😜

  • @misinggkchannel3421
    @misinggkchannel3421 2 года назад +5

    গোলাঘাট বাসী আমাৰ মিচিং অভিভাৱক সকললৈ এটা কথা কম আজি আপোনালোকে মিচিং কথা নাজানে এয়া আপোনাৰ পূৰ্বপুৰুষ , অভিভাৱক সকলৰ ভাষাটোৰ প্ৰতি সজাগ সচেতনতা নথকা আৰু অৱহেলিত হোৱা ফল । আজি যেনেকৈ আপোনালোকে মা -দেউতাক জগৰীয়া কৰিছে । ঠিক তেনেকৈ আৰু কিছু বছৰৰ পাছত আপোনাকো আপোনাৰ ল'ৰা-ছোৱালী , নাতি -নাতিনী সকলে জগৰীয়া কৰিবগে। গতিকে এয়া আপোনাৰ কৰ্তব্য উঠি অহা লৰা ছোৱালী ক নিজৰ ভাষা শিক্ষা দিয়াটো । দলে , মিলি, পেগু ইত্যাদি বুলি পৰিচয় দি মিচিং কথা নাজানো বুলি কোৱা শুনিলে আমাৰ লাজ লাগে । গতিকে গোলাঘাট বাসী মিচিং ৰাইজৰ লগতে যিসকলে আমাৰ ভাষাটোক নাজানে সকলোলৈকে অনুৰোধ জনাইছোঁ ভাষা শিক্ষা গ্ৰহণ কৰিবলৈ।
    MISING RÉNGAM ÍRROI

  • @khanindrapadun568
    @khanindrapadun568 2 года назад +3

    কি কম আৰু এইসকল মহান ব্যক্তিসকলৰ বিষয়ে যি নিজৰ ভাষাক নাজানে । নিজৰ ভাষাক নাজানো ক'লে কিমান লাজ পাব লাগে।😭 বহুত দূখ লাগিছে এইটো কথা গম পাই যি নিজৰ ভাষাক নাজানে যত মিছিং ৰ পৰা নেতৃত্বত হৈ অসমৰ কেবিনেট মন্ত্ৰী হৈ (ৰনোজ ) যি নিজৰ ভাষাক নাজানে 😭ধেত লাজ পাইছো বহুত আজি।বাৰু ৰজু দা বহুত সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে।❤️👍🙏

  • @anjanbharoti8137
    @anjanbharoti8137 2 года назад +30

    ভাষা এটা জাতিৰ পৰিচয়।

  • @sarbanandamili4579
    @sarbanandamili4579 2 года назад +6

    Video 2 চাই বহুত লাজ লাগিল নিজকে ।।

  • @profficial4003
    @profficial4003 2 года назад +11

    আমি মিচিং মানুহ হৈ আমি মিচিং ভাষা ক'ব নাজানিলে বহু লাজৰ কথা হ'ব। আমি সদায় মিচিং ভাষা জীয়াই ৰাখিবই লাগিব তাৰ বাবে আমি সদায় মিচিং ভাষা ক'ব লাগিব । আমি মিচিং হয় মিচিং ভাষা ন'কলে আমাৰ মিচিং ভাষা লাহে লাহে শেষ হয় যাব ।

  • @doleyj0han696
    @doleyj0han696 2 года назад +12

    Thanksyou Ranju kai❤️
    Mising agom luyirnam legang🙏

  • @ateraou.t.545
    @ateraou.t.545 2 года назад +24

    Beautiful ❤️ MISING AO 👍

  • @ranjityein7685
    @ranjityein7685 2 года назад +1

    Wow nice video Ranju da nijor missing kota kbo lage no

  • @oiyaoo1009
    @oiyaoo1009 Год назад +3

    i have assamese bengali frnds they are fluent in mising they are so fluent that their assamese and bengali has got impacted as they speak mising language in some point their pronounciation is better then mishing people... i just want to say if they can learn and adopt our langauge please give it a try watch movies listen to songs even speak it may sound bad but it will improve for sure..... ❤️🙏

  • @prahannapegu4114
    @prahannapegu4114 2 года назад +4

    অসমৰ অন্য জনগোষ্ঠীৰ লোকসকলে মিচিং ভাষা ক'ব জানে আৰু আপোনা লোক মিচিং হৈ নিজৰ ভাষা ক'ব নজনাটো লাজৰ কথা । গতিকে আপোনালোকলৈ মোৰ এটাই অনুৰোধ নিজৰ ভাষাটোক সন্মান কৰক আৰু ক'ব লৈ শিকক।যাতে পিছৰ প্ৰজন্ম খিনি আপোনালোকৰ ‌নিচিনা হ'ব নালাগে তাকে কামনা কৰিলোঁ।

  • @budheswarpagag6414
    @budheswarpagag6414 2 года назад +4

    Xosakoi nijor ভাষাকাতো hagohat khobo lage, aru bohut val lagise Ranju dada missing ভাষাৰ কাৰনে

  • @rambobhaigaming6046
    @rambobhaigaming6046 2 года назад +4

    😁😁Laj nalage nijoke Mising kta kbo najanu ❤️❤️ love you mising

  • @sanjaydoley4960
    @sanjaydoley4960 2 года назад

    Ranju daa bhut mjaa ase. Njna manuhk hikuwatu val hiddant

  • @gboys7573
    @gboys7573 2 года назад +2

    আপোনালোকৰ যিহে মাত কথা এনেকুৱা লাগে যেন আমেৰিকাৰ পৰা বহু বছৰ মূৰতহে আহি পাইছে, আমাৰ গাৱঁৰ ওচৰত অসমীয়া ভাষী বহুত গাৱঁ আছে , কিন্তু আমাৰ কোনেও অসমীয়া নকয় বৰঞ্চ আহোম, কছাৰী মানুহবোৰে মিচিং কথা কয় আমাৰ গাৱঁত

  • @patiraovolgs6330
    @patiraovolgs6330 2 года назад +5

    নিজৰ জাতিটোৰ ভাষাই যদি পাহৰি যায়. মোৰ লাজ লাগে কবলগীয়া নাই আৰু আপোনালোকক ধন্য মানিছো.আপোনালোক কি মিচিং মানুহ বে ? মই মিচিং কথা কব নাজানো বুলি নিজক proud feel কৰি লাভ নাই. নিজৰ ভাষা নাথাকিলে জাতিটোও নিশেষ হৈ যায়

  • @ajaykotaid4354
    @ajaykotaid4354 2 года назад +7

    নিজৰ ভাষা কিয় ব্যৱহাৰ নকৰে।
    যদি নিজৰ মিছিং সম্প্ৰদায়ৰ লোক সকলে প্ৰায় নিজৰ ভাষা ব্যৱহাৰ নকৰে তেনেহলে মিছিং বুলি কোৱাটো বৰ লাজৰ কথা। যদিও মোৰ মতে ভূল হয় ক্ষমা কৰিব 👍❤️🙏। মই এজন মিছিং ল'ৰা হিচাপে লাজ পায়ছো । আপোনাৰ ভিডিঅ' চাই কমেন কৰিলোঁ ধন্যবাদ থাকিল।❤️👍❤️👍😭😭😭

  • @kanakhazowary3628
    @kanakhazowary3628 2 года назад +7

    Moi ejon Boro lora amar manuh bilako kisuman dist.ot bohute assamess koi nijor bhakha najane aru boror traditional dress,Medium, traditional dishes sob change hoi gol bohut dukh lage .

  • @sabitripegu6554
    @sabitripegu6554 2 года назад +37

    আমিও গোলাঘাটৰ hoi কিন্তু ami janu.....ake segar hoi ... তেওঁলোকে kob...নাজানিলে 😭😭😭😭😭😭

    • @mirzataku9553
      @mirzataku9553 2 года назад

      I dak sabitri good luck

    • @mrjoy21
      @mrjoy21 2 года назад

      Golaghat manubur bhut uprrr mal so aibu nijke ki buli babe .... N video tu sai drib parilu je ajniyatu Mising vaha kble issaa kra nai ...tahate level saaaa

  • @tongkotongko7875
    @tongkotongko7875 2 года назад

    Nice missing ao

  • @sanjibdoley4474
    @sanjibdoley4474 2 года назад +5

    অতি লাজৰ বিষয় কিন্তু নিজৰ ভাষা নজনাটো। আচলতে শিকিবলৈ আগ্ৰহ নকৰে। আজিকালি আধুনিকতাৰ নামত কিছুমান মানুহে অসমীয়া, ইংৰাজী, হিন্দী ভাষাতেই ক'ব ধৰিছে। নিজৰো যে এটা ভাষা আছে পাহৰিয়ে গৈছে। আৰু কিছুমানে লাজ কৰে নিজৰ ভাষাত কথা কবলৈ। এনে পৰিস্থিতিত আমাৰ ভাষা হেৰাই যোৱা টো নিশ্চিত।''ভাষা থাকিলেহে জাতি থাকিব'' গতিকে সকলোয়ে অন্ততঃ নিজৰ মানুহখিনিৰ লগত নিজৰ ভাষা ব্যৱহাৰ কৰিবলৈ শিকক। তেতিয়াহে ভাষাটো জীয়াই থাকিব।( mishing agom turyarye) mishing rengam irroi✊✊।।

  • @jin2pegu839
    @jin2pegu839 2 года назад +8

    I m so proud of you my elder brother ,if our Mising people can speaks Assamese language by staying with Assamese people then,why they cannot teach Mising language to their upbringing?

  • @apaodoley8617
    @apaodoley8617 2 года назад +2

    Mising Aao good job.

  • @gaganpegu8972
    @gaganpegu8972 2 года назад +10

    Love you Ranju kai. Good job👍 ❤❤🥰

  • @monurampegu7492
    @monurampegu7492 2 года назад +1

    Really

  • @jayantadoley1349
    @jayantadoley1349 2 года назад +5

    Agome' kamami'l di'rbe' kamaye
    dirbe' kamami'l re'ngame' kamaye
    Good job RONJU Bi'ro

  • @RajTaye123
    @RajTaye123 Год назад +1

    মিচিং সমাজত কোনো দিনাই মিচিং ভাষাটো হেৰুৱাব নালাগে আমি সদায় মিছিং সম্প্ৰদায়ৰ লোক হিচাপে মিচিং ভাষাটো কব লাগিবই তেতিয়াহে আমাৰ মিচিং ভাষাটো জীয়াই থাকিব আৰু আমাৰ ভাষাটো চহকী হ'ব পাৰিব missing Re'gam i'roi ✊🙏❤

  • @migangcpasung5114
    @migangcpasung5114 2 года назад +10

    নিজৰ মিছিং মানুহ হৈ নিজৰ ভাষা কব নাজানিলে আৰু নিজৰ ভাষাটোক জীয়াই ৰাখিব নোৱাৰিলে কিহৰ মিছিং মানুহ।

  • @axomneindia760
    @axomneindia760 2 года назад

    First comments... সুন্দৰ প্ৰয়াস।।এই ক্ষেত্ৰত, তেনে সজাগতামুলক কাম আৰু আগুৱাই লৈ যাব বুলি আশা থাকিল।।।

  • @okiampadung3995
    @okiampadung3995 2 года назад

    Nice video ,From Pasighat

  • @digantabikash4416
    @digantabikash4416 2 года назад +1

    অসমৰ প্ৰতিটো জনগোষ্ঠীতে ভাষা কোৱা লগতে ভাষা নোকোৱা সমান সংখ্যক লোক আছে । যেনে দেউৰী সকলৰ ভিতৰত টেঙা পনীয়া দেউৰী সকল । বড়োসকলৰ ভিতৰতো কিছু সংখ্যক ভাষা নোকোৱা লোক আছে। ঠিক তেনেকৈ আৰু বহুতো ।ইয়াক লৈ একো বিতৰ্ক কৰা প্ৰয়োজন নাই। ভাষা ক'লেও নকলেও আমি নিজকে মিচিং বুলি বুকু ফুলাই গৌৰৱ কৰোঁ। কৃষ্টি স্্স্কৃটিত সদায় আগবাঢ়া আৰু নমৰা লৈ স্্স্কৃটিৰ এনাজৰীডাল ধৰি ৰাখিব লৈ চেষ্টা কৰিম।

  • @MisingNew
    @MisingNew 2 года назад +3

    নিজৰ সুবিধাৰ্থে মিচিংৰ উপাধি লৈ থকা নাইটো?‌ ট্ৰাইবেলৰ নিজৰ facial structure, কথন‌ সুৰ আছে‌,so এইবোৰ তেওঁলোকৰ ‌গাত দেখা নাই‌‌ ,চাৰিত্ৰিক ‌বৈশিষ্ট্যবোৰ একেবাৰে বেলেগ.....আমাৰ গাঁৱৰ ওচৰতো অসমীয়া ‌গাঁও আছে‌ আমিও ইমান‌ শতবছৰ লগত থাকিও আমাৰ ভাষাটো এৰা নাই,‌‌‌ নিজৰ ভাষাৰ প্ৰতি আনুগত্য থকা হলে আজি এনে অৱস্হা নহল হয়.....very shamful.

    • @gboys7573
      @gboys7573 2 года назад

      সন্দেহ আছে

  • @devajeetkutum4312
    @devajeetkutum4312 2 года назад

    Really very good right

  • @padmeswarnarah4151
    @padmeswarnarah4151 2 года назад +2

    As per as possible we should teach them our mother tongue..❤️❤️❤️❤️to my mising people.

  • @jagadishmiri8989
    @jagadishmiri8989 2 года назад

    I'm from NL Ranganadi n b'long 2 samuguria Mising........ I'm proud of u working 4 d Mising..... I hope u meet d great success ahead.. b'kz it iz a great job... thnks...

  • @dhantupegu9867
    @dhantupegu9867 2 года назад +7

    Proud of you Ranju daa ♥️

  • @misingope5669
    @misingope5669 2 года назад +1

    Ronju tomar video bur sai bohut bohut doinyabad

  • @huntudiary4500
    @huntudiary4500 2 года назад +2

    ভিদিঅ'টি চাই বহুত বহুত ভাল লাগিল❤❤

  • @sanjibkumbang9575
    @sanjibkumbang9575 2 года назад

    Mojjjjj video

  • @jagadishmilimissingaao8943
    @jagadishmilimissingaao8943 2 года назад

    Moja missing aao

  • @doleylahar0662
    @doleylahar0662 2 года назад

    Milié doleyém lapama déi ranju kai😂😂.... anyway video tu bhal lagile no nguluk agom legang eddík idung👍👍🙏🙏

  • @padmeswarnarah4151
    @padmeswarnarah4151 2 года назад +1

    Thanks Mili kai let us to know about such native problem..

  • @Rakesh-wn5nj
    @Rakesh-wn5nj Год назад +1

    Thank you Ranju Rr

  • @joydoley5745
    @joydoley5745 2 года назад

    Gd luck your video love you

  • @prabhatbori6081
    @prabhatbori6081 2 года назад

    নিজৰ ভাষা ভাল‌কৈ কবলৈ বা লিখিবলৈ মাক-দেউতাকে ভালদৰে ল'ৰা আৰু ছোৱালীক শিক্ষা দিব লাগে।ৰনজো দাই যি প্ৰচেষ্টা কৰা হৈছে গোলাঘাটত বহুতেই ভাল কথা

  • @runjunpegu2811
    @runjunpegu2811 2 года назад +3

    Videotu sai khub val lagile ❤️❤️❤️

  • @madhabnarah2832
    @madhabnarah2832 2 года назад +3

    নিজৰ ভাষাক শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰে তাকেই লৈ কামনা কৰিলোঁ।

  • @sadhunisaikia9768
    @sadhunisaikia9768 2 года назад +1

    Good job ranju.

  • @KhagenKardong-c9o
    @KhagenKardong-c9o 9 месяцев назад

    Very good

  • @julencharoh1439
    @julencharoh1439 2 года назад

    Very nice video

  • @pronabdoley2799
    @pronabdoley2799 2 года назад +6

    মিচিং মানুহে মিচিং ভাষা নাজানে কিহৰ মিচিংহে।

  • @mgpuwali8475
    @mgpuwali8475 2 года назад +1

    নিজৰ ঘৰৰ মানুহৰ লগত আৰু নিজৰ গাঁৱৰ মানুহৰ লগত যদি নিজৰ ভাষাটো আমি নকওঁ, আমি নিজকে কেনেকৈ মিচিং জনগোষ্ঠীৰ মানুহ বুলি নিজকে পৰিচয় দিম। যদি মাকে নিজৰ সন্তানক মৰমত, সন্তানক মাতি ভাত এখাচ নোকোৱাই । নিজকে সন্তানৰ মাক বুলি পৰিচয় দিয়াটো বহুত লাজৰ বিষয়। গতিকে গোলাঘাট জিলাত থকা সকলো ব্যক্তিক অনুৰোধ কৰিছোঁ যে নিজৰ ভাষাতো ক'বলৈ শিক্ষক।।।

  • @rupenmili3349
    @rupenmili3349 Год назад

    Moja missing

  • @ronujkutum7730
    @ronujkutum7730 2 года назад

    Mojaa kai

  • @mohanpegu8397
    @mohanpegu8397 2 года назад

    I am proud of you

  • @deepakmili3941
    @deepakmili3941 2 года назад

    Goog

  • @samolipegu7897
    @samolipegu7897 2 года назад +6

    Great job 👍👍

  • @pranabpegu4951
    @pranabpegu4951 2 года назад

    Nice video

  • @bikashkostyle426
    @bikashkostyle426 2 года назад

    Wow

  • @labataid6060
    @labataid6060 2 года назад

    Um

  • @ramayanpatiri3068
    @ramayanpatiri3068 2 года назад

    Ronju mili mza sobokei jonai dise tq

  • @kutumhira5834
    @kutumhira5834 11 месяцев назад

    দুৰ্ভাগ্য! শিকক আৰু শিকাহওক

  • @panggingbiroyt8624
    @panggingbiroyt8624 Месяц назад

    Good video 👍

  • @অসমবিকাশ-স২ণ
    @অসমবিকাশ-স২ণ 2 года назад +8

    Okkom enayen mising agomdém buli kuwat bohut duk lagil de ,,,,xeitu buwarituk kesera bakare aber kobo lagisil Ranju da apuniyu🙏🙏

  • @jaybori2792
    @jaybori2792 2 года назад

    মিচিং ভাষা আমাৰ পালেও নাজানে বহুতে, শিক্ষাৰ কিবা বেৱস্তা আছে নেকি জনাব ।

  • @brv4ridelover308
    @brv4ridelover308 2 года назад +5

    ❤️❤️❤️ gd jobs ranju brother

  • @wexpegurep9154
    @wexpegurep9154 Год назад

    Good ronju khai

  • @dipamonipegu7694
    @dipamonipegu7694 2 года назад +10

    নিজৰ ভাষাটো সদায় আগত

  • @kardong6402
    @kardong6402 2 года назад

    Mising

  • @priyam_creations
    @priyam_creations 2 года назад +2

    Ranju daaaaa tmi 🔥🔥🔥🔥🔥🔥🔥

  • @dmwxnefoyz.3436
    @dmwxnefoyz.3436 2 года назад

    I have subscribed seeing this 📹

  • @babanandataidofficial9537
    @babanandataidofficial9537 2 года назад +1

    Ronju magbo bohut val. Manu hoi amar .nijor. missing bakar karne.
    Bohut hohai kore ronju magbo very nive

  • @utpelnarah421
    @utpelnarah421 2 года назад +1

    Missing kota balke Ekaba missing Ao mili kay

  • @chilendoleyofficial7804
    @chilendoleyofficial7804 2 года назад +1

    Very very happy ronju Da

  • @ruhitpanging5000
    @ruhitpanging5000 2 года назад

    আদৰণীয়, আৰু ভালকৈ পৰ্য্যবেক্ষণ কৰক লৈ আহক আৰু ভাল ভাল Video.

  • @user-cz7wc7zm4w
    @user-cz7wc7zm4w 11 месяцев назад

    Good boy

  • @nayandoley3299
    @nayandoley3299 2 года назад

    মিলি। দলেৰ বাই ককাই কিছু কা ৰন আছে। ! কিন্তু, প্ৰকৃততে মিতিৰ হয় .! ভাল তোমাৰ অভিজ্ঞতা দিয়াটো !

  • @mithunkuli8702
    @mithunkuli8702 2 года назад

    Missing Jodi hoi missing bahka olp kobo janibo lge baru

  • @ronyofficial3727
    @ronyofficial3727 2 года назад

    Nice video ronju kai

  • @konvlogs2886
    @konvlogs2886 2 года назад

    ভাল হৈছে ৰঞ্জু ভাইটি তোমাক লগ কৰিব বিচাৰো।

  • @gboys7573
    @gboys7573 2 года назад +7

    কোনোবাই শিকালেও নিহিকে, নিজে শিকিবলৈ চেষ্টা কৰিব লাগিব 🙏🙏

  • @jogonathpatir8115
    @jogonathpatir8115 2 года назад +1

    Really Mising So👍

  • @akshayp1761
    @akshayp1761 2 года назад

    Lajor kotha missing valke hikabo jona jone

  • @polotakarcreation
    @polotakarcreation 2 года назад

    Mising bhaxa herai jabo hosake

  • @budheswarmili8099
    @budheswarmili8099 2 года назад +4

    Gulagad mo:dumlok sé bidiosém kané appíng sí:sané ngoluk bíro Bírmém kumpadung. Appíngé supak kokké aíké Misingpé luir sutoka.🙏🙏🙏

  • @gamingwithbikash8339
    @gamingwithbikash8339 2 года назад +1

    Mojja

  • @deeprajnarah9876
    @deeprajnarah9876 2 года назад +1

    টেমেৰা সকলে নিজক কেতিয়াও মিচিং বুলি পৰিচয় নিদিয়ে কিন্তু চাকৰিৰ বাবে মিচিঙৰ কাষ্ট চাৰ্টিফিকেট লাগে সিহঁতক।

  • @stetusboy3860
    @stetusboy3860 2 года назад +2

    Kaiya ngopak se dlungi sokke .... Ngluk owe babu bi missinge nglu kindag.... Oddokke ludakk sin.... Medir dak ngluk dolusok tani kidide missipe luposumang.... Airup medirdak... 😢😢😪😪😰😰

  • @vijaytai5156
    @vijaytai5156 2 года назад

    Xosomiar logot takele j missing bhaa Kobo nuware aei2 kotha hol nike amiu xosomia logot taku aeibule nijor bahaa pahori jabo nuwaru.

  • @ayangstorry3668
    @ayangstorry3668 2 года назад

    Br nice video missing ole kbiy lagib missing baka wt jt t gle oooo manu odiv ki li ke manuhe odiv missing ooooo oleooo misding baka kv nuware ne ki missing ni sy kv missing bli ky se missing kta neja ne kv oiy jattir kv se se se kiman lasss kta

  • @Dipak_official
    @Dipak_official 2 года назад +1

    দাদা আপুনি আপোনাৰ বোলক কৰা ভিদেও টো কি Apps ৰে এডিট কৰে বেয়া নাপায় যদি কব নেকি

  • @Binanda_Biswa_musical
    @Binanda_Biswa_musical 2 года назад +5

    অসমত অসমীয়া হৈ জীয়াই থকাৰ কাৰনে ভাল লাগিল love you all ❤❤❤🙏🙏

    • @bbbxxx2877
      @bbbxxx2877 2 года назад +2

      তহত ঠেক মানসিকতাৰ অসমীয়া। মিছিং এটি অসমৰ জনজাতীয় সুমধুৰ ভাষা হয় আৰু মাতৃভাষা এটি হেৰাই যোৱা কিমান শোকজনক সেয়া বুজি নাপাবি তহতে। আজে বাজে কথা কৈ ইউটুব গেলাব আহিচ তহতে

  • @churamonibori5737
    @churamonibori5737 2 года назад

    Ones mother tongue is the most beautiful language.mojja lagise video to sai.

  • @sanjibpegu5834
    @sanjibpegu5834 2 года назад +1

    ৰন্জু অতি সুন্দৰ । অতি গুৰুত্বপূৰ্ণ পদক্ষেপ এইসকল আছলতে সিহঁতৰ দুখ নহয়। দুখ নিজকে অধিক ‌শিক্ষিত ভৱা কিছুমান আত্মগৌৰৱী লোকসকলৰ অজ্ঞন কৰ্ম কান্ধ। বুজি উঠক আজি এই বৰমুৰীয়া সকল। আৰু গোলাঘাটৰ উঠি অহা যুৱচামক মোৰ বিশেষ অনুৰোধ এই ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা অতি প্ৰয়োজনীয়। কথাষাৰ গুৰুত্ব সহকাৰে লব বুলি আশা থাকিল।