Sakari nazai buli garanti dile tv talk show t goi sab katha kabaloi xaju aso sikhsa dio te jathesta kata hoi .iman xahaz nahay .dukhar katha xakoloe ei kam to ekebare xahaz buli bhabe . Bar dukh r katha . .
Khi bal axomiya jane ami khudhim parib nki .mnt asene abar mamai koisil tak copy koise . Ranuj pegu jodi 😢education mantri hoi tente educationr ktha nokoi cm a kio koi😂😂😂khi ata putola😂😂nosuai ase
ধন্যবাদ বাদ বাইদেউ , আপোনাৰ স্পষ্টবাদীতাৰ কাৰণে , আচলতে পেগুৰ নিজস্বতা নাই, তেওঁ শ্ৰুতলিপি হে মাতে তাৰ বাহিৰে অন্য উপায় পেগুৰ নাই হেনো বুলি বয়োজেস্থ সকলে ক'ব বিছাৰে , অসমৰ শিক্ষা মন্ত্ৰী বুলি কবলৈ বয়োজেস্হ সকলে লাজ পাইছে হেনো
বাইদেউ অতি সুন্দৰ কথা কৈছে
বাইদেউ আপুনি একেবাৰে বহুতৰ মনৰ কথা কৈছে ।ভাল লাগিল আপোনাৰ স্পষ্টবাদিতা বক্তব্য ।
ধন্যবাদ বাইদেউ আপোনাৰ কথা 100% সঁচা
এইবাৰ শিক্ষা ব্যৱস্থাৰ অৱস্থা চাইহে জনসাধাৰণে ভোট টো দিব লাগে।
100% চৰকাৰ জগৰীয়া
সুন্দৰ topic
বাইদেই আপোনাৰ কথা খিনি সুনি মোৰ বহুত ভাল লাগিল , সঁচা কথা 👍
ইমান ধূনীয়াকৈ বূজায় কৈছে তথপি অসম চৰকাৰৰ এজনো প্ৰতিনিধিয়ে বুজি নপায় কাৰণ কোনো নীতি নিধাৰক প্ৰতিনিধিয়ে মাত নামাতে ।
সুন্দৰ কথা কৈছে বাইদেউ। অশেষ ধন্যবাদ
বহুত বহুত ধন্যবাদ আৰু প্রনাম জনাইছো ।
মই এটা কথা বুজি পোৱা নাই / কথটো হ'ল আমিও প্ৰাথমিক বিদ্যালয়ত পঢ়োতে চাৰে স্বৰ চিহ্ন বোৰ দেখুৱাই নাম সহ পৰিচয় কৰাই দিলে এ কাৰ এডাল বুলি কিন্তু সিদিনা শিৱসাগৰৰ এখন স্কুলত গুনোৎসৱৰ দিনা যেতিয়া মন্ত্ৰী মহোদয়ে এ কাৰ দুডাল বুলি ক'লে তেতিয়াহে জানিব পাৰিলো প্ৰাথমিক বিদ্যালয়ত চাৰে আমাক ভুলকৈ শিকালে //
তেওঁ শিক্ষা মন্ত্ৰী। তেওঁ শিক্ষক নহয়।
ধন্যবাদ বাইদেউ। আপুনি একেবাৰে সঁচা কথা খিনি অতি স্পষ্ট ভাবে প্ৰকাশ কৰিছে ।
বাইদেউ, আপুনি একদম আচল কথা খিনি কৈছে। আমোলা , মন্ত্ৰীৰ জ্ঞান নহলে উপায় নাই।
আন্দোলন হব লাগে,শিক্ষা ব্যৱস্থা ভাল নাই, ভোট ও নাই
ধন্যবাদ বাইদেউ। আপোনাৰ স্পষ্ট বাদীতাক সন্মান জনাইছো
অকল সৰিয়া শিক্ষক পাগল হব,, ইমান ডাঙৰ কাম যে স্কুলত চলি থাকে কোনেও বুজি নাপায়,, বজাৰ কৰি ভাত খোরা,স্কুল মেৰামতি, খৰচ হিচাপ, ফুল, শাকপাচলি বাগান বনোরা, sikshasetu ,, u-dise pluse, sikshasetu portal, smc, mg, perens ,FLN , ECC, CRC, etc training, election , ppa generate summit,, uniform ,, gunotsav,, tobacu taining activity , আৰু ভিন্ন কাম,, কৈ শেষ কৰিব নোরাৰে ।।।
Mor school t 125 students single Teacher.
চৰকাৰে ঢাক ঢোল বজোৱা ত ব্যস্ত. থাকিব লগীয়া হোৱা পঢ়াত বহুতো ক্ষতি হৈছে ।
Appar id, FLN training, MDM বজাৰ কৰা ইত্যাদি আছেই।
বাইদেউ আপোনাৰ কথা বোৰ ১০০% সঁচা,কিন্তু গৰুৰ আগত টোকাৰী বজায় সিং জকাৰি ঘাঁহ খাই।
চৰকাৰে দুখীয়া শ্ৰেণী শিক্ষা দিখ্যাত আগবঢ়া টো নিবিচাৰে,নহলে politics কাৰ ওপৰত কৰিব
১২ মাহে চলি থকা বি এল অ’- কামে শিক্ষকসকলক জ্বলাকলা খোৱাই আছে৷ফলত ছাত্ৰছাত্ৰীৰ বহুত লোকচান হৈছে৷
শাস্ত্ৰ আৰু বেদত কলি কাল চলিব বুলিহে খবৰ পালো আমৃতকাল চলিব বুলিটো খবৰ নাপালো ।
প্ৰাথমিক বিদ্যালয়ত ইংৰাজী অঙ্ক শিক্ষক চেণীৰ প্ৰতি দিব লাগে অভিভাৱক হিচাপে কৈছৈ কিয়নো বৰ্তমান কিতাপ পাঠ ওপৰত নিৰ্ভয়কৰি কৈছোঁ নহ'লে মাজেবাটতে বহুতো ল'ৰা ছোৱালীয়ে বিদ্যালয় এৰিব আৰু এৰিব লাগিব কিয়নো৬ম শ্ৰেণীৰ পৰাই ইংৰাজীত গণিত বিজ্ঞান পঢ়িব লাগিবসেয়েহে আৰম্ভণি পৰাই ল'ৰা ছোবালীয়ে ভালকৈ জানিবলৈ হলে ইংৰাজী জনা শিক্ষক লাগিব
Thankeyou maam apuni right kotha koise
Very very good speech baidew 👍👍👍
Danyabad baideu.
Amar monor kathabur kuar karone mamy many thanks Madam.
সঁচা কথা।
Right
Good news Mafam
Right.
💯 percent correct baideo.
Right mam
100%হয়
বাইদেউ আপোনাৰ কথাবোৰ আধা সত্য। মইয়ো চৰকাৰী বিদ্যালয়ৰ শিক্ষক কাৰ্য্যসূচীবোৰ আহিছে হয় আপুনি কোৱাৰ দৰে গোটেই দিনজোৰা কাৰ্য্যসূচী নহয় প্ৰায় কাৰ্য্যসূচী প্ৰতসভাতেই শেষ হয়।
দেশক ভাল পোৱা জ্ঞান লৰা ছোৱালীক কিতাপত কবিতা হিচাপে পঢ়ুৱাতকৈ বীৰগথাৰ দৰে কাৰ্য্যসূচীয়ে অধিক ভালকৈ দিব পাৰিব বুলি মোৰ বিশ্বাস। মোৰ বোধেৰে ছাত্ৰক ব্যৱহাৰিক শিক্ষা দিয়াটো অতি দৰকাৰী যি নতুন শিক্ষা নীতিৰ সহায়ত বৰ্ত্তমান চৰকাৰে দিবলৈ প্ৰয়াস কৰিছে।
মোৰো চৰকাৰৰ প্ৰতি অভিযোগ আছে যেনে শিক্ষকৰ অভাৱ, আন্তগঠনিৰ অভাৱ ,চৰকাৰী কামত শিক্ষকক নিয়োগ আদি ।
আমাৰ টেবলেটটোৱে কেতিয়াবাই কুম্ভকৰ্ণ নিদ্ৰা দিলে । আমি মোৱাইলত হে সকলোবোৰ কৰি আছো ।
Very good news sister
Pogitive kotha
Minister bilake hunise ne baru
Actually good news , too must they exist show
JOHORA Sorkaror JOHORA Nioom
Pariksha pe charcha
Apaar
ভাষা গৌৰৱ সপ্তাহ
BJP চৰকাৰ হয় l ডাবুল ইঞ্জিন চৰকাৰ l সকলো বস্তুটু ডাবুল হব
Close the school and open mondir
🎉🎉🎉
Bandor bure buji pabo janu ?
বাইদেউ ,মোৰ ক্লাছত 60 জন ছাত্ৰ ছাত্ৰী আছে attendance দিবলৈ 7 মিনিট লাগে আৰু নেটৰ প্ৰয়োজন নহয় ।
Sarkari School bur Bondho houk buliye Rinikiye Ei bur Rosona kore, kori khokoloke kosto diye, Opoman kori raijor agot dekhuai laz diye...?
Enekoi Rosonar Natokot Himantak Ovinoi korib diye, Himantai Ovinoi nokorile, Rinikye Himank morar voi dekhuai...🙏
Afale sorkare sakorir prolubhan dekhuwaise aru anfale
Khale oi khale,dukiyar kopal khale
Sakari nazai buli garanti dile tv talk show t goi sab katha kabaloi xaju aso sikhsa dio te jathesta kata hoi .iman xahaz nahay .dukhar katha xakoloe ei kam to ekebare xahaz buli bhabe .
Bar dukh r katha . .
রনস পেগু হিউমান ত শিক্ষা খন্ড পাগলা পাগল আদি শিক্ষা বিভাগ বেশি বেশি দাদাগিরি। কিবা বুঝি পায়ছানে😂😂😂😂😂
Tumar Mama Simanta ki sikhsa guru...,? hosakoi Dr. ne literature Dr.
Asomar siksha mantri danga riyak sudhiba bisariso apuni li madhyamat siksha lav kari aji mantri hoise ? Tak agate upalabdhi kara ajir lara sowalik bipathe pari salana lara usit . Hai moy jano . Ajit dinat tencologi subidha diya tohe farkar .
Education minister highly qualified ?
পেট আৰু নাচ এই বিষয়টো থাকিলেই ।
Sorkari school ot proha studentor gharkhonot prohar poribekhai nai
Axom education barbad pegu khi nije najane ami khikam kot ki khikab lage tak trp lage😂😂😂😂
আপুনি গুণোৎসৱ শব্দটো ভুলকৈ উচ্চাৰণ কৰিছে। ৎ + স=চ উচ্চাৰণ হয়।
havedemeed 4:31 4:33
Hosai pohua kom natok besi.. itu hbo hitu hbo
Sundor podokhep noholemu c m be paivet school khulene ?
Eai alogoddhotu kun senit pohe
Khi bal axomiya jane ami khudhim parib nki .mnt asene abar mamai koisil tak copy koise . Ranuj pegu jodi 😢education mantri hoi tente educationr ktha nokoi cm a kio koi😂😂😂khi ata putola😂😂nosuai ase
Students: Teachers=125,:1
703 No. Bishdoba LPS.
BOROBAZAR BLOCK, CHIRANG.
Right
havedemeed 4:31 4:33