কংগ্ৰেছ চৰকাৰ আহিলে অসমত বন্ধ হ’ব অৰুণোদয়, কোনে ক’লে?

Поделиться
HTML-код
  • Опубликовано: 9 ноя 2024

Комментарии • 23

  • @hemchandraborah-vd6nz
    @hemchandraborah-vd6nz Месяц назад +1

    আগৰ কংগ্ৰেছৰ দিনত কম্বল সূতাৰ আঢনি এতিয়া আন আচনি । এই আচনি থকিব। সময়ৰ আহ্বানত পৰিমাণ কম বেছি হয়। এতিয়া উনৈশ বিছ শতিকা নহয়যে নেতাই কোৱা কথা বোৰ মানি যাব। বৰ্তমান দেশৰ প্ৰায় আশী নব্বৈ শতাংশ জনসাধৰণ শিক্ষিত আৰু ৰাজনৈতিক ভাবে সকলো বুজিব পৰা হৈছে।

  • @KudratPainting
    @KudratPainting Месяц назад +1

    অসমৰ বিভিন্ন গাঁও অঞ্চলত উন্নত শিক্ষাৰ ব্যৱস্থা নাই, উন্নত শিক্ষাৰ ব্যৱস্থা কৰক,

  • @manikeswardeka8996
    @manikeswardeka8996 Месяц назад +1

    তহতৰ নিচিনা অহংকাৰী কেইটাৰ কাৰনে বিজেপিৰ আজি লাওলোৱ৷ ।

  • @sukleswartalukdar8154
    @sukleswartalukdar8154 Месяц назад +1

    গৌৰৱ গগৈ ডাঙৰীয়াক হাহি ৰাজনীতি ত্যাগ কৰা মানুহ জন ভেলু নাই আপুনাৰ

  • @chandanbasusri2246
    @chandanbasusri2246 Месяц назад +1

    nibonuwai vote dibo

  • @masudas2240
    @masudas2240 Месяц назад +1

    এই পিয়াজ ক বিদাই দিয়াই ভাল নহলে ইয়াৰ বহুত হল আৰু,, তাৰ দম নাই সেইকাৰণে অৰুণোদ় য় কৰি থাকা,,, নিজৰ দম থাকিলে এনেও ভোট দিব 😂😂😂😂 কি ভাল কাম কৰিলি ৰাইজে ক ভই খুৱাই সদস্য হব কব লগা হল 😂😂😂 বাপেক ৰ চাকৰি নহ য় ও বোপাই ৰাইজ অংগুথা চাপ হয় মিনিষ্টাৰ এক ছেকেণ্ডত গুৰ মাৰি নমায় দিব 😂😂😂😂

  • @tonuraagdas2459
    @tonuraagdas2459 Месяц назад +1

    Piyaj Hazarika😂😂😂
    Ai jonai podotyag kio nkorile

  • @SamadulHoque-hf2yt
    @SamadulHoque-hf2yt Месяц назад +2

    Toi rajniti bad diyai neki

  • @taradoi7957
    @taradoi7957 Месяц назад +1

    মোৰ দৃষ্টিৰে-------------
    অৰুনোদয় আঁচনি দি একো ভাল কাম কৰা নাই ।‌ এইবোৰ আঁচনিয়ে উন্নয়ন নুবুজায় ।উন্নয়নৰ বিকল্প আঁচনিটো উলিয়াবলৈ সক্ষম হোৱা নাই ।এইয়াও কিবা উন্নয়ন নে ?

  • @SerenePinkFlamingos-kz1vk
    @SerenePinkFlamingos-kz1vk Месяц назад +1

    Congress hoboi

  • @dipankarkhargharia9952
    @dipankarkhargharia9952 Месяц назад

    এ বাদ দিযক এওৰ কথা প্ৰতিসুঁতি পাহৰিলে নিজৰ গৌৰব গগৈ জিকিলে কি কৈছিল আগষ্ট মাহত মহিলাৰ ১০ হাজাৰ টকা পাই জাব নিজৰ বোৰ পাহৰিছে

  • @robinbora5950
    @robinbora5950 Месяц назад

    Now not shouting why?

  • @dipankarkhargharia9952
    @dipankarkhargharia9952 Месяц назад

    ১২৫০ দিছে ১০০০ হাজাৰ কোটি আমাৰ মুৰত ধাৰে লৈ বছতুৰ দাম বহাই ১২৫০০ লোতি নিছে

  • @babul8718
    @babul8718 Месяц назад

    😅😅😅😅😅 Uporor Mal...

  • @MokhtarulIslam-bj9pg
    @MokhtarulIslam-bj9pg Месяц назад

    Lon lowa vai lon lowa.

  • @nipenmedhi2651
    @nipenmedhi2651 Месяц назад

    Congres sorkar hole punar Bangladeshi dopdopani hoba ami hoba diba nuwaru bjp zindabad

  • @KhagenKhagen-mz8fe
    @KhagenKhagen-mz8fe Месяц назад

    Cam ni conges

  • @Friends-t9q
    @Friends-t9q Месяц назад

    O tarmane aru gorib barhi ase oxomit.aitu nu ki val khobor hol.raije sob buji pay burbok nohoy.jodi kom korilikhoi tente buji paluhoi je oxomot manuhbor dhoni hoise kintu asonir manuh borhai asa mane gorib aru barhise

  • @AbdulRahman-p1u5d
    @AbdulRahman-p1u5d Месяц назад +1

    সচা কথাই কৈছে কংগ্ৰেছৰ চৰকাৰ গঠন হলে অৰুনোদয় বন্ধ হোৱাৰ লগতে ৰ্বতমানৰ মন্ত্ৰী বিধায়কৰ নগদ জমাধন অৰু সম্পতিৰ অনুসন্ধান হব। যোৰহাট সমষ্টিৰ উপৰ্নিবাচনত মহাশয়েহে সপোন দেখিছিল গৌৰৱ গগৈয়ে দেখা নাছিল এইবাৰতো একেই হব দাম্ভিকতা দেখুৱাই লাভ নাই।

  • @Friends-t9q
    @Friends-t9q Месяц назад +1

    Ai piyush r mattua manuhor posondo nohoy

  • @krishnokachari7913
    @krishnokachari7913 Месяц назад +1

    Gela Piyaj 😅😅tur kotha huna aru Balit muta akei....😅😅 Ki hol ajiloike dekhun Rajniti tiyag kora nai j....