UNMONA RANG ॥ Assamese Modern Song ॥ Jajna Bezbaruah ॥ Kasturi Baruah ॥ Rajani Hazarika

Поделиться
HTML-код
  • Опубликовано: 21 окт 2024

Комментарии • 16

  • @malabaruamalabarua203
    @malabaruamalabarua203 Год назад +1

    ❤❤ Very Soothing and Relaxing...❤️❤️

  • @massagohain2945
    @massagohain2945 Год назад +1

    Eman hundor tunne siror 🙏aru gayakio eman hundor ❤

  • @nibeditatammuliborah6615
    @nibeditatammuliborah6615 Год назад +1

    ইমান সুন্দৰ কণ্ঠ ! গীতিকাৰ , সুৰকাৰ দুয়োজনকে প্ৰণাম জনাইছোঁ ।

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 года назад +1

    কস্তুৰী বৰুৱাৰ গীতে হৃদয় চুই গ'ল। চেমি ক্লাচিকেল সংগীতৰ আধাৰত গোৱা গীতটোৱে মন প্ৰাণ ভৰাই দিলে। আচলতে যজ্ঞ বেজবৰুৱাৰ সুৰবোৰ বৰ সুন্দৰ। তাতে কথাখিনি ৰজনী হাজৰিকাৰ। সেই সময়ত ৰজনী হাজৰিকা আৰু যজ্ঞ বেজবৰুৱা এটা প্ৰখ্যাত যুতি,তাৰ সৃষ্টিয়ে চিৰসেউজ ৰূপ পাইছিল।

  • @bijumonipathak5749
    @bijumonipathak5749 2 года назад +1

    অপূৰ্ব গায়কী কস্তুৰী 👌👌 বহুত দিনৰ মূৰত ভাল লগা গীত এটি শুনিলো। কি সুন্দৰ সুৰ যজ্ঞ চাৰৰ । চাৰে চাগে বহুত আশীর্বাদ দিছে তোমাক মিঠা হাঁহি এটি মাৰি

  • @jonalihazarika3305
    @jonalihazarika3305 Год назад

    কথা, সুৰ লগতে কণ্ঠ অতুলনীয় !!

  • @sangitasaikiaofficial7030
    @sangitasaikiaofficial7030 2 года назад +2

    ইমান ধুনীয়া ❤️❤️

  • @monusarma6138
    @monusarma6138 2 года назад +1

    খুব ভাল লাগিল ।🌷🌷🌷

  • @jayashreeborah487
    @jayashreeborah487 Год назад +1

    বৰ সুন্দৰ কন্ঠ,বাৰে বাৰে শুনি থাকিবৰ মন যোৱা এটি সুৰ । এতিয়ালৈকে কিমান বাৰ শুনিছোঁ তাৰ হিচাপ নাই ।

  • @symphony8
    @symphony8 2 года назад +1

    কথা/সুৰ সঁচাই ভাল....গায়কী বৰ সুন্দৰ হৈছে ....wah.....kasturi...💐

  • @kusumsarma4484
    @kusumsarma4484 Год назад +1

    Super. Songs

  • @sandeeppareekentertainment
    @sandeeppareekentertainment 2 года назад +1

    Very nice singing n composition

  • @manjusonowal6680
    @manjusonowal6680 2 года назад +1

    good song

  • @poragjyotisaikia499
    @poragjyotisaikia499 Год назад

    Thanks🌹 from hyd.