I invite and request all the common people of assam to try to understand the feelings,language and utter of his heart and give support to him in his distress. He is a real man, real assamese and the hero of Assam and India also.So please give mental support to him. Keep it up, Nitumoni! Defend yourself and defend the truth. Thanks.
I always respect you sir.apuni val manuh so apunar val hobo..jibur manuhe apunak beyake vabise teuluk nijei beya.apuni bohut hahokhi apuni juji jauk sabo joy apunare
নিতুমনি দা আপুনি বৰ সাহসী ও মহান ব্যক্তি । মাইনা জনিৰ কাৰণে দুয়ো একেলগ হওঁক। শান্তিৰে থাকক তাকে কামনা কৰিছোঁ।
সাংবাদিক হিচাপে তেওঁৰ সদায় প্ৰিয়😌♥️ । তেওঁ এজন স্পষ্টবাদী, সাহসী, সৎ ব্যক্তি 😌। ভাগৱানে যাতে তেওঁক শক্তি আৰু সাহস দিয়ক যুজিবলৈ😌।সৎপথত যদি আছে আপুনি জয়ী নিশ্চয় হব 😌।
নিতুমনি শইকীয়া মোৰ প্ৰিয়
।
শিলত গোৰ মাৰিলে শিল নাভাঙে, নিজৰ ভৰিহে ভাঙে। গতিকে সৎ ব্যক্তি বুলি আমি প্ৰশংসা কৰা সাংবাদিক নিতু মনি শইকীয়া দেৱৰ জয় হওঁক তাকেই ভগৱানক প্ৰাৰ্থনা জনাইছোঁ।
You are my ideal
Dead বুলি মাতে মানে দেউতা বুলি নামাতে... তোমাৰ দেউতাক তুমি dad বুলি মাতিছিলি নেকি
আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগে ।আপোনালোকৰ জীৱনটো সুখৰ হয় তাৰেই কামনা কৰিছো ।
সকলো কথাৰ প্ৰত্যুত্তৰ আপুনি উপযুক্ত প্ৰমাণ সহকাৰে আৰু যুক্তিৰে দিলে। আমিও বিচাৰোঁ আপোনাক আমি যেনে দৰে বিশ্বাস কৰোঁ আৰু ভাল পাওঁ , আপুনি আমাক যেন হতাশ নকৰে। ভগৱানে আপোনাৰ পৰিয়ালক পুনৰ একেলগ কৰক।
কথা বোৰ ইমান ধুনীয়াকৈ স্পষ্টকৈ কৈছে। আপোনালোকৰ সম্পৰ্ক টো যেন আগৰ দৰে হৈ পৰে তাকেই কামনা কৰো।
নিতুমণি শইকীয়াৰ শান্তিৰ কামনা কৰিলো।তেওঁ যাতে শান্তি ত থাকে ।
AXA
Nitu moni da apunar porialto jen hodai vhogobane akelogei rakhe tarei kamona korilo
99p>p>
@@sashankadas3360 Qaa
@@sashankadas3360 Qaa
মানুহজনক মানসিক ভাবে ভাগৰি পৰিছে। ভগৱানে তেওঁক শক্তি দিয়ক। নাপায় কিন্তু তেওঁক ইমান হাৰাশাস্তি কৰিব। ধিক্কাৰ দিছো তেওঁক । তেওঁৰ আবেগিক হৈ গৈছে 🥺🥺
আপোনাক বহুত সম্মান আৰু ভাল পাওঁ। আপোনাৰ সঙসাৰ খন পৰিপূৰ্ণ আৰু সুখৰ হওক । বুজা বুজিলৈ আহক নিতুমনি ছাৰ।
অনাগত দিনত আপোনাৰ জীৱন সুখ শান্তি তথা হাঁহি আননদ ৰে ভৰি পৰক তাৰেই কামনা কৰিলোঁ
নিতুমণিৰ শান্তি ঘূৰি আহক তাকে ভগৱানৰ ওচৰত প্ৰাথনা জনালোঁ 🙏🏼
সত্যৰ সদায় জয়। ভগৱানে সহায় কৰিব🙏। কর্মত বিশ্বাস ৰাখক।
আপোনাৰ ব্যক্তিত্ব ৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে দাদা, আপোনাৰ প্ৰতি থকা সন্মান, স্ৰধা সদায় এ একক
ভালে থাকক সদায়
মানুহে ভবাতকৈ আপুনি বহুত বেলেগ....আপোনাৰ কথাখিনি অন্থৰ চুই গ'ল 🙏🙏🙏
নিতুমনি শইকীয়া এজন অসমৰ আগশাৰীৰ সাহসী সৎ সাংবাদিক আৰু সমাজৰ ভদ্ৰ মানুহ। গতিকে তেখেতৰ শান্তি কামনা কৰিলোঁ।
নিতুমণি ছাৰ মোৰ প্ৰিয় ❤ ছাৰৰ স্পষ্টবাদিতা কথাবোৰ বহুত ভাল লাগে❤
নিতুমনি তোমাৰ জয় হবই
@@bedikahazarika881 @aaa@a
@Nita Kalita Thank you ❤😍
আপোনি এজন সচাঁ ব্যক্তি হয়ও এনেকৈ প্ৰমান দিব লগা হোৱাৰ বহুত দুখ লাগিছে ।🙏🙏 🙏
আপোনাৰ কথাখিনিয়ে অন্তৰ চুই গল নিতুমনি শইকীয়া এজনেই আৰু দ্বিতীয়জন নোলাব
আপোনাৰ পৰা কথাখিনি জানিব পাই ভাল লাগিল বাট চাই আছিলোঁ। আচলতে আপোনাৰ ছোৱালী জনিৰ বিষয়টো আপোনাৰ পত্নীয়ে লৈ আহিলে । যি কি নহওঁক সুখী হওঁক তাৰেই কামনা কৰিলো।
5:34
শান্তিত থাকিব পৰাকৈ চেষ্টা কৰক ৷ভগবানে সহায় কৰিব ৷
আপুনি এজন সত অাৰু নিষ্ঠাবান সাংবাদিক ।নিতুমনি দা আমাৰ বাবে আদৰ্শ । তেখেতক আগুৱাই যাবলৈ দিওক ।কাৰোবাৰ ব্যক্তিগত জীৱন ক লৈ ইমান চৰ্চা কৰাতকৈ তেখেতক পেৰণা দিয়ক সদাই নিষ্ঠাৰে কাম কৰি যাবলৈ । আপুনি সদায় সুখী হৈ থাকক Nitumoni দা
একো নজনাকৈ মানুহে কৰা সমালোচনা দেখিলে বেয়া লাগে। আপুনি ভাল মানুহ বুলি ভাবোঁ। ছোৱালী জনীৰ সতে আপোনালোকৰ সুখৰ সংসাৰখন সুখৰ হৈ থাকক।
আপুনি মহান নিতুমনিদা,মই সদায় আপোনাক সন্মান আৰু শ্ৰদ্ধা কৰো,আপুনি সুখী হওঁক, ভগৱান আপোনাৰ সহায় হওঁক 🙏🏻🙏🏻🙏🏻
Good
হতাশ নহব যুজঁ দি যাওক
দুখ লাগিছে 😢🥺😭বহুত দুখত কৈছে কথা বোৰ 😢😭 নিতুমনি sir ajon Val bekti 🥺
নিতুমণি, মই আপোনাতকৈ বয়সত জেষ্ঠ। ঘৰ শিৱসাগৰত। আপোনাৰ প্ৰতি আমাৰ গভীৰ শ্ৰদ্ধা আৰু বিশ্বাস আছে। আপুনি জয়ী হ'ব। আপোনাৰ ব্যক্তিত্বক বিসৰ্জন নিদিব। আমি আশা কৰো আপোনালোকৰ মাজৰ বিবাদ সোনকালে নিষ্পত্তি হ'ব আৰু পুনৰ একেলগে এখন সুন্দৰ সংসাৰ কৰিব। ছোৱালীজনী বহুত সৰু।তাই একো বুজি উঠা নাই।কোনোবাই বুজাৱক চোন। মই এজন শিক্ষক। গতিকে বাইদেউকো বুজাবুজি কৰিবৰ বাবে অনুৰোধ জনাইছো।
শ্ৰীযুত নিতুমণি শইকীয়াদেৱৰ অন্তৰ চুই যোৱা কথোপকথন শুনি সচাই মৰ্মাহত হৈছো ৷ অসমীয়াৰ এজন নিষ্ঠাৱান পথ প্ৰদৰ্শক ইমান খিনি কথাৰ জৱাবদীহি হব লগীয়া হোৱাত বৰ দুখ অনুভৱ কৰিছো ৷ তেখেতৰ সংসাৰখন পুণৰ সুন্দৰ ৰূপত দেখাৰ আশা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো ৷
সত্য ৰ সদাই জয় নিতুমনিৰ পৰিয়াল ক ভগবানে সহাই কৰক এয়াই প্রাথনা
আপুনি সঁচা কথা কৈছে।। নিতু দা
আপোনাৰ সংসাৰত যাতে শান্তি সম্প্ৰীতি মৰমৰ এনাজৰী ঘূৰি আহে তাকে ভগবানৰ ওচৰত কামনা কৰিলো।।🙏🙏🙏🙏
বিশিষ্ট সাংবাদিক নিতুমনি শইকিয়াৰ দৰে এজন মানুহক এনেদৰে ভবাতো বৰ দুখৰ কথা..., ভগৱান আপোনাৰ সহায়ক হওক
বহু ত দুখ লাগিল আপোনাক বহু ত ভাল লাগে সকলো ঠিক হৈ যাব চিন্তা নকৰিব ❤️❤️
সঁচাই চাৰ আপুনি বহুত বেলেগ হৈতো সেই বাবেই আপুনি অসমৰ বাবে প্ৰীয় সাংবাদিক ♥️🙏🙏
সাংবাদিক হিচাপে আপুনি সদায় প্ৰিয়🌝
আৰু সদায় প্ৰিয় হৈ থাকিব 😌♥️
নিতুমনি দাদা আপুনি এজন মহান ব্যক্তি । আপোনাৰ দৰে এনে ব্যক্তি নোলাব ।
নিতুমনি দা আপোনাক জনে মিছা কথাবোৰ জাপী দিছে ভগৱানে এদিন নহয় এদিন আপোনাৰ বিচাৰ কৰিব।
Sir সদাই সত্য আৰু সততাৰ মানুহ আমি সকলোৱে বিশ্বাস কৰো ইয়াৰ কথা আৰু সি সদাই সত্যৰ পথততে আগবাঢ়ে আৰু যি কয় সচাই কয়.
সত্যত থাকিলে ঈশ্বৰে আপোনাক সহায় কৰিব চাৰ আমিও প্ৰাৰ্থনা জনাইছো 🙏🙏
সত্য সদাই জয়। মানুহ বোৰৰ মানবতা কত হেৰাই গৈছে।আজিৰ দিনটোত কাৰোবাৰ উন্নতি হ'লে জলি পুৰি মৰে কিয়।
আপোনাৰ স্পস্তবাদিতক সন্মান কৰিছোঁ।।। আপুনি ৰণৰ ক্ষেত্ৰ এৰি পলাই যোৱা যোদ্ধা নহয়।। নিশ্চয় আপুনি সফল হ'ব।।।
মানুহৰ কোনোবাখিনিত ভুল বুজাবুজি হোৱাতো স্বাভাৱিক কথা,ভুলবোৰ সংশোধন হৈ দুয়ো একেলগ হোৱাটো ভগৱানৰ ওচৰত কামনা কৰিলো।
ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আপোনাৰ পৰিয়ালটো যেন পুনৰ একলগ হব পাৰে
নিতুমনি শইকীয়াৰ স্পষ্টতাক মই সন্মান জনালো , ভুল বুজাবুজি বোৰ দূৰ হৈ পুনৰ আগৰদৰে আটাই কেইজন এটা পৰিয়াল হৈ সুখে শান্তিৰে বাস কৰে তাৰে কামনা কৰিলোঁ
সত্যৰ সদাই জয়, চিন্তা নকৰিব, ভগৱান আপোনাৰ লগত আছে।
আপোনাৰ জীৱনলৈ শান্তি ঘূৰি আহক। তাৰেই কামনা কৰিলো।
আপোনাক বহুত ভাল পাও। সত্য ত সদায় বিঘিনী। ফল দেৰি কৈ পায়। আপুনি ভাগি নপৰিব। আমি আপোনাৰ লগত আচো।নুবুজাবোৰে সোনকালে বুজিব। ভগবানে আপোনাৰ সততাক অতি সোনকালে পোহৰলৈ আনিব। ভগবানৰ ওপৰত বিশ্বাস ৰাখক।
তেওঁৰ এই সততাই তেওঁৰ সাহস। সমালোচনা সকলোতে থাকে । অৱশেষত তেওঁৰ সকলো তথ্য সকলোৰে আগত স্পষ্ট হ'ল। ভাল লাগিল কিয়নো তেওঁ মোৰ দৰে অইন বহুতো লোকৰ আদৰ্শ আজিওঁ । তেওঁৰ জয় হওঁক। ধন্যবাদ 🙏
আপোনাৰ স্পষ্টবাদৰ বাবে বহুত ভাল লাগে । আপুনি মোৰ খুব প্ৰিয় । আপুনি আগুৱাই যাওক সদায়
মানুহজনৰ কথা শুনিয়ে গম পাই যে মানুহজন সত্যবাদী বুলি ❤
নিতুমনি দা এজন বহুত ভাল মানুহ
I invite and request all the common people of assam to try to understand the feelings,language and utter of his heart and give support to him in his distress. He is a real man, real assamese and the hero of Assam and India also.So please give mental support to him. Keep it up, Nitumoni! Defend yourself and defend the truth. Thanks.
প্ৰিয় সাংবাদিক আপুনি। বহুত দুখ লাগিছে আপোনাক এনেকৈ ভাগি পৰা দেখি। এটা কথাই কম জীৱনত যিমানে ডাঙৰ ধুমুহা নাহক কিয় ধৈৰ্য নেহেৰুৱাব। ধুমুহা ই ডাঙৰ গছ ক হে উভালি পেলাব পাৰে দুবৰি বনক নোৱাৰে । দুবৰি ৰ নিচিনা স্থিৰ হৈ থাকক।
ভগৱানে আপোনাৰ মংগল কৰক ।
সুস্বাস্থ্য হওক , আমাৰ মাজত আপোনাৰ উপস্থিতি সদায়েই কাম্য ।
আচলতে নাৰী - পুৰুষ এই শব্দ দুটাত আবদ্ধ হৈ থকা মানুহে আপোনাৰ কথাখিনি বুজিপাবলৈ কৌটি কোটিৰো অধিক অধিক জনম ল'ব লাগিব দাদা ।
সদায় প্ৰিয় আপুনি 🥀 আপুনি শান্তিত থাকক .....
ভাল লাগিল আপোনাৰ ঘৰুৱা তথ্য বোৰ চচিয়েল মিডিয়াৰ জৰিয়তে শুনিবলৈ পাই । আপোনাৰ স্বচ্ছ তম মনৰ বতৰা লগতে সকলো তথ্যৰাজীয়ে প্ৰমাণিতেৰে যুক্তি দেখুওৱা তথ্য বোৰ দেখি । আপোনাৰ সাংবাদিক জীৱনৰ পথত আগুৱাই যোৱাৰ কামনা কৰিলোঁ 🙏।
ভগৱানে আপোনাক শক্তি দিয়ক,সুখী হওক অনাগত দিনবোৰ
বিভাজন মোৰ অগ্ৰহনীয় মিলন মোৰ কাম্য , ভগৱানে সকলোকে সুমতি দিয়ক
I always respect you sir.apuni val manuh so apunar val hobo..jibur manuhe apunak beyake vabise teuluk nijei beya.apuni bohut hahokhi apuni juji jauk sabo joy apunare
Respected and humble person 🥺❤️
নিতু দা সদায় প্ৰিয় ❤️
সঁচাকৈ বৰ দুখ পাইছো শুনি sir
ভাল মানুহৰ এজন নিতুমনি শইকীয়া
মোৰ জীৱনৰ প্ৰিয় সাংবাদিক গৰাকীয়েই হ'ল নিতুমণি শইকীয়া।
তেখেতৰ সংসাৰখন যাতে পুনৰ একেলগ হয় তাৰে কামনা কৰিলোঁ 🙏
Sir apunar hoi kora anekua opbyoboharor karone aamiu bohut dukhito
সৎ মানুহৰ পদে পদে বিপদ....।এইবোৰ যুগৰ ধম ।।
God bless u....sir aaponar jibonot sukh santi ghuri aahok ....aaponar patni ru swali aako aaponar jibonot ghrui aahok
আপোনাৰ কথাবোৰ শুনি প্ৰতিদিন তাইমত নিয়ুজ সদায় চাও ভাল লাগে ,ভগবানে আপোনাক সহায় কৰক 🙏🙏
ভগৱানে সহায় কৰিব। নিতুমনি দা মনত সাহস ৰাখক।সকলো ভাল হ'ব।
নিতুমনী শইকীয়া দাদার ভঙ্গা অন্তরর শান্তি
কামনা করিলো। লগতে যি সকল মানুহে নজনা নুশোনা কথা কয়, মই তেওলোকক
অনুরোধ জনাও তেনে কামত অংশ নলবলৈ। কারন তেনে কামর পুরস্কার শ্রষ্ঠাই নিদিব। যার বিরুদ্ধে কোয়া হয়, তার পরা লব লাগিব। এয়া সত্য কথা।
শইকীয়া দা ...হয় আপোনাৰ ওপৰত ৰাইজৰ বিশ্বাস আছে এতিয়া ও , আপুনি যে এজন সৎ ,সাহসী ব্যাক্তি ....আপুনি অন্ততঃ কন্যা জনীৰ বাবে ...আকৌ সংসাৰ খন জোৰ লাগাওঁক ।।।মোৰ ফালৰ পৰা
সেইতোকে কামনা কৰিলোঁ।।।।
আপোনি ঠিকে কৈছে নিতুমনি দা !কোনোবাখিনিত সংসাৰত ভুল বুজাবুজি হব পাৰে ! আমি এতিয়া ভগবানৰ ওচৰত এইটোৱে বিছাৰো পুণৰ দুয়ো লগ হৈ পিছৰ দিনবিলাক ভালে থাকক ....🙏🙏🙏🙏
Spostobadi Nitumoni Saikiai joljol potpot koi dekhuai dile....big salute to him.... heikaronai tekhet beleg🙏
অসংখ্য ধন্যবাদ নিতোমোনিদা অসমৰ প্ৰিৰিয় জন মানুহ ।
True makes best human being, you never break your mind.
God bless you.
Thank shoikia sir.
প্ৰিয় সাংবাদিক... God help you...
নিতুমনি দা বহুত ভাল কথা কয় আৰু আপুনাৰ শান্তি লাভ কৰক 🙏✊
Apunar val hob sir সত্যত থাকক সদায় । ভগৱানৰ আৰ্শীবাদ সদায় থাকিব সত্য জনৰ লগত
Thank you so much Brother Nitumoni for your beautiful and truthful message for us , keep it up ! May God bless you all the time.
মোৰ সকলোৰে ওপৰত অনুৰোধ ।মিছা কথা সজাই এই পৰিয়াল টো ধংশৰ মুখলৈ ঠেলি নিদিব ।😭
নিতুমনি শইকীয়া মহোদয়ৰ কথা খিনি ১০০ শতাংশ সত্য।
আপোনালৈ শুভেচ্ছা থাকিল। মনে ভবাৰ দৰে হয় যেন।
নিতুমণি ভাল কৰ্মৰ ফল সদায় মিঠা৷ জীৱন সংগ্ৰামত ভগৱান তোমাৰ সহায় হওক!
কথাবোৰ শুনি বৰ দুখ লাগিছে, ধয্য ধৰা আমি আছোঁ ।তুমি ভাগি নপৰিবা ভগৱানে সহায় কৰে যেন তাৰ কামনাৰে🙏🙏🙏
তোমাৰ যুগ্মজীৱন অক্ষত হৈ থাকক
হৰ গৌৰী বাস কৰক।
তুমি আমাৰ বৰ মৰমৰ সাহসী আৰু সৎ সাংবাদিক
ভাল লাগিল আপোনাৰ কথাটো গম পাই।
বহুত দুখ লাগিল
Dukh lagil kothabr suni.vale thakok
নিতু মণি শইকীয়া মোৰ বাৱে এজন সট সাহখী মানুহ , তেখেতক সাম্বাদিক হিচাৱে মই ভাল পাওঁ ! ভগৱানে তেওঁৰ ওপৰত দয়া কৰি ঘৰখনলৈ সুখ ঘুৰি অহা কামনা কৰিলো !
আপুনি ভাঙি নপৰিব, আপুনি সাহসী মানুহ, আপোনাৰ সততা আৰু সাহসীকতাক শ্ৰদ্ধা কৰো, আপুনি সততাৰে আগবাঢ়ি যাওক, আপুনি ণ্যায় পাব ।
নিতুমণি দা আপোনালোকৰ জীৱনলৈ সুখ ঘুৰি আহক।
নিতুদা আপোনাৰ শান্তি ঘূৰি আহক ।🙏🙏
মোৰ প্ৰিয় সাংবাদিক নিতুমনি শইকীয়া
আপুনি আমাৰ বৰ প্ৰিয় সাংবাদিক, ভগৱানে আপোনাক জয়ী কৰক। পৰিয়ালত সদায় মানুহ গৰাকীৰ আদৰ থকাতো অতি প্ৰয়োজন
Apuni bahut vl sir
নিতুমনি দা আপুনি ভাগি নপৰিব,আমি সকলোৱে আপোনাৰ লগত আছো।
,নিতুমনি দা আপোনাক আমি সন্মান কৰো
নিতুমণি এজন সৎ লোক বুলি ভাবো । তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা আছে । এনে হেন সৰল মনৰ লোক দৰদী জনক পত্নীয়ে ভুল বুজিছে যেন অনুভৱ হৈছে ।
তুমি মোৰ পুত্ৰসম।ধৈয্য ধৰা আৰু সন্তান ৰ কথা চিন্তা কৰি সংহাৰ খন পুনৰ জীয়াই তোলা।তোমালোকলৈ আশীৰ্বাদ থাকিল। শিৱসাগৰ।
Apunar kotha bur huni bohut val lage.. apuni ajon bohut val manuh apunak kuneu beya pabo nwre beya din bur atori hunkle val din ahibo apnr... apuni hodai প্ৰিয় মানুহ আৰু hodai a thkbo...
Bhabane শান্তি গোৰাই আনক নিটোমনি da 🙏
আশা কৰো আপোনাৰ জীৱনলৈ অতি সোনকালে শান্তি ঘুৰি আহিব ৷ সচাকৈয়ে আমি মৰ্মাহত হৈছোঁ ৷
Love you Nitumoni sir 🙏
Apunar kotha bur bohut val lage,,, apunak bohut val jen lage,,, apunar jibontu val hoy jen vogbanr osort parthona jonaisu
আপোনাৰ জীৱনলৈ সুখবোৰ উভতি আহক 🙏
বৰ দুখ পাইছো। ছোৱালী জনী দুয়োজনৰ ফালে থাকিলে ভাল হয়।
বৰ দুখ লগা কথা 😭😭