ছাগলী পালনৰ সৱিশেষ ।। নতুন পালকে চাবই ভিডিঅ' টো ।।

Поделиться
HTML-код
  • Опубликовано: 30 янв 2025

Комментарии • 34

  • @BarnalisVloganddailylife
    @BarnalisVloganddailylife Месяц назад +2

    Helpful video.. thank you 😊

    • @babapranab
      @babapranab  Месяц назад

      অশেষ ধন্যবাদ

  • @abhimanyu1419
    @abhimanyu1419 2 месяца назад +2

    Very informative video.

    • @babapranab
      @babapranab  2 месяца назад

      অশেষ ধন্যবাদ

  • @Dgasdi
    @Dgasdi 2 месяца назад +1

    Hundor video

    • @babapranab
      @babapranab  2 месяца назад

      অশেষ ধন্যবাদ

  • @Ratan-p3b
    @Ratan-p3b 19 дней назад +1

    10ta sagalir mahat kiman taka kharas hoi janabachun

    • @babapranab
      @babapranab  19 дней назад

      +91 70353 98578 এই ফোন নাম্বাৰতে সবিশেষ পাব

  • @chitramohanbaruah7838
    @chitramohanbaruah7838 22 дня назад +1

    এখেতৰ কথাখিনি একেবাৰে নুই কৰিব নোৱাৰি কাৰণ তেওঁলোকে ইতিমধ্যে এখন ভাল বজাৰ সৃষ্টি কৰি লৈছে এই উন্নত জাতৰ ছাগলী বুলি কোৱা বিটেল,চিৰহী আদিবোৰৰ। কিন্তু তেওঁলোকৰ কথাৰ পৰা উৎসাহিত হৈ উন্নত ছাগলী কিনি ফাৰ্ম হিচাপে আৰম্ভ কৰি সাধাৰণ পালক এজনে কেতিয়াও উন্নতি কৰিব নোৱাৰে কাৰণ উন্নত জাতৰ ছাগলী হিচাপে বিটেল চিৰহী আদিবোৰৰ বিক্ৰী কৰিবলৈ সাধাৰণ পালক সকলৰ বজাৰ নাই। সাধাৰণ পালক সকলে বিক্ৰী কৰিব লাগে কচাইক আনহাতে এই সকলে বিক্ৰী কৰে সাধাৰণ পালক সকলক। ফলত উন্নত জাতৰ ছাগলী লৈ সাধাৰণ পালক সকলে সুন্দৰ আৰম্ভণি কৰিও পিছত ফাৰ্ম বন্ধ কৰিবলগীয়া হয় আৰু তেওঁলোকে ক'বলৈ বাধ্য হয় যে ছাগলী পালন কৰি একো লাভ নাই। শেষত কওঁ যে সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে আমাৰ থলুৱা প্ৰজাতিৰ ছাগলী পালনেই হৈছে সাধাৰণ পালক সকলৰ বাবে ১০০% লাভালাভৰ কাৰণ।

    • @babapranab
      @babapranab  21 день назад

      ধন্যবাদ মন্তব্য ৰ বাবে। থলুৱা পালক এজনৰ সৈতে ও ভিডিও প্ৰস্তুত কৰাৰ কথা ভাবিছো । ভিন্ন মত হৈ আছে ছাগলী পালনৰ ক্ষেত্রত

    • @chitramohanbaruah7838
      @chitramohanbaruah7838 21 день назад

      ❤​@@babapranab

    • @Freefire-v1w5l
      @Freefire-v1w5l 12 дней назад

      moi ajon palok .. aibur hol treder

    • @GOATFARMANDFODDER
      @GOATFARMANDFODDER 4 дня назад

      একাংশই সত্য কি নকয়।

  • @sortmessages
    @sortmessages 2 месяца назад +1

    বাংলাদেশ থেকে।

    • @babapranab
      @babapranab  2 месяца назад

      ধন্যবাদ

  • @Dip-d2w
    @Dip-d2w 2 месяца назад +3

    এওঁ মস্ত বুধিয়ক হয়,আমাৰ অসমত লোকেল ছাগলীৰ হে বজাৰ বেছি,আৰু আমি আমাৰ অসমৰ থলুৱা জাত এৰি বাহিৰৰ পৰা কিয় ছাগলী আনিব লাগে,এওঁৰ প্ৰত্যেক তা ভিদিওত বেলগ বেলেগ মন্ত্যব, খালী নিজৰ পকেত খন চিনি পায়।

    • @babapranab
      @babapranab  2 месяца назад

      মন্তব্য ৰ বাবে ধন্যবাদ

  • @JiyaulHaque-r5g
    @JiyaulHaque-r5g 2 месяца назад +1

    Nice

    • @babapranab
      @babapranab  2 месяца назад

      অশেষ ধন্যবাদ

  • @GOATFARMANDFODDER
    @GOATFARMANDFODDER 4 дня назад +1

    এনেধৰনৰ ভিডিও চাই নতুন ছাগলী পালন কৰিলে শেষ। অসমৰ থলুৱা ছাগলী পালন কৰক,কোনোবাই যদি ছাগলী পালন কৰিম বুলি ভাৱিছে ব্লেক বেংগল নাইবা অসম পাৰ্বত্য জাত। অন্য ৰাজ্যৰ ছাগলীৰ বেমাৰ বেছি তথা অসমৰ জাতটো বেমাৰ প্ৰতিৰোধ ক্ষমতা বহুত বেছি,বাকি নিজৰ ওপৰত।

    • @babapranab
      @babapranab  4 дня назад

      ধন্যবাদ। থলুৱা ছাগলীৰ ওপৰতো সোনকালেই ভিডিও এটা প্ৰস্তুত কৰিম

  • @rbcreation6843
    @rbcreation6843 Месяц назад +1

    Sukur Bemar Hole Ki Medicine डिबोलेज

    • @babapranab
      @babapranab  Месяц назад

      +91 70353 98578 এইটো নাম্বাৰত ফোন কৰিলে সৱিশেষ জানিব

  • @BarnalisVloganddailylife
    @BarnalisVloganddailylife Месяц назад +1

    Aibilak sagoli kot poa jay

    • @babapranab
      @babapranab  Месяц назад +1

      আপোনাৰ জিলাখনতো দুই এজন থাকিব পাৰে

    • @JiyaulHaque-r5g
      @JiyaulHaque-r5g 18 дней назад

      Mr tat pabo sagoli.tezpurt

  • @RjToy-s9s
    @RjToy-s9s 2 месяца назад +1

    Dada muku sagoli lagisil plz namber tu diyok na

    • @babapranab
      @babapranab  2 месяца назад

      8723019829 এইটো নাম্বাৰ ত ফোন এটা কৰিবচোন

  • @RajaDas-uo2zh
    @RajaDas-uo2zh 2 месяца назад +1

    Dada please phone no debo neke ?

  • @KuldeepDeka-cn6fx
    @KuldeepDeka-cn6fx 2 месяца назад +1

    Oi toi ketiya pora

    • @babapranab
      @babapranab  2 месяца назад

      হৈছে কেইমাহ মান