কোম্পানীৰ চাকৰি এৰি গাঁৱত আৰম্ভ কৰিলে থলুৱা ছাগলী ফাৰ্ম | Goat Farming In Assam
HTML-код
- Опубликовано: 24 сен 2021
- কোম্পানীৰ চাকৰি এৰি গাঁৱত আৰম্ভ কৰিলে থলুৱা ছাগলী ফাৰ্ম , Goat Farming In Assam
গুৱাহাটীৰ কোম্পানীৰ চাকৰি এৰি এগৰাকী যুৱকে আৰম্ভ কৰিলে নিজৰ গাঁৱতে ছাগলি ফাৰ্ম ৷ মাত্ৰ ২০ জনী থলুৱা ছাগলীৰে ২০১৮ চনত আৰম্ভ কৰা এই ছাগলী ফাৰ্মখনত এতিয়া ছাগলীৰ সংখ্যা হৈছেগৈ ১৩৮ টা ৷
ছাগলী বিক্ৰী কৰি বিগত বছৰত তেওঁ লাভ কৰিছে প্ৰায় ডেৰ লাখ টকা ৷
কিশোৰ কুমাৰ ভূঞা নামৰ বিহপুৰীয়া কেন্দুগুৰিৰ গাঁৱৰ এজন যুৱক ছাগলী পালনৰ দৃশ্য এয়া ৷ এই যুৱক গৰাকীয়ে কম সময়ৰ ভিতৰতে কেনেদৰে গঢ়িলে এই বিশাল থলুৱা ছাগলীৰ ফাৰ্ম ?
তেওঁ বিটেল বা চিৰহী জাতীয় বহি:ৰাজ্যৰ ছাগলীৰ বিপৰীতে কিয় বেছি গুৰুত্ব দিয়ে থলুৱা ছাগলী পোহাত?
এনে বহু বিষয় জানো আহক কিশোৰ কুমাৰ ভূঞাৰ পৰা ...
uparjan.in
সুন্দৰ দাদা আমিও যোৱা ১৮ বছৰৰ পৰা ছাগলী পালনৰ লগত জড়িত হৈ আছো, নিজৰ কষ্টৰে নিজৰ পৰিচয় এটি গঢ় দিবলৈ প্ৰয়াস কৰিছো। আপোনালৈ শুভেচ্ছা থাকিল।
Good. Go ahead.
Dada contact koribo parim ne judi pare no to diok sun
Nambartu dibosun apunar
@@dhrubajyoti1283 Have
Boriya Dada moiu sesta koriasu
ভাল লাগিছে তেওঁৰ চিন্তা ধাৰা আৰু কৰ্মোদ্যমতা l সকলো অসমীয়া লৰাই কষ্ট কৰি কাম কৰিব লাগে l সফলতা অনিবাৰ্য
Pl lll
Spp141=
ঠিকেই কৈছে চাকৰি কৰি বেংকৰ টেটু গুৰিলৈকে ধাৰ লগাই লাভ নাই।
ভুঞা দেউক অভিনন্দন জনাইছোঁ আগুৱাই যাওঁক শুভেচ্ছা জনাইছোঁ ঈশ্বৰে তেখেতক মঙ্গল কৰক ।
দাদা মইও কৰিম বুলি ভাবিছোঁ .. আপোনাৰ প্ৰায় এটা অনুপেৰণা। পাইছোঁ ধন্যবাদ দাদা
Akebare Simple manuh. Bohut bhal lagil.
কিশোৰ কুমাৰ ভূঞাৰ ধৈৰ্য্য, একাগ্ৰতা আৰু কৰ্তব্যৰ প্ৰতি থকা গভীৰ বিশ্বাসৰ বাবেই এনে ধৰণৰ কাম কৰিবলৈ সক্ষম হৈছে ।আমি তেখেতলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো । আমি গাৱঁলীয়া মানুহৰ মাজত গৰু-ছাগলী , হাঁহ-পাৰ পোঁহাৰ যি পৰম্পৰা আছে সেই সমূহ বৰ্তাই ৰাখিব পাৰিলে সিয়েই হৈ পৰে বিপদৰ সময়ত বন্ধু । আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো ।
Xundor...muru mon ase sagoli puhibole
ভাল লাগিল আপোনাৰ কর্মদক্ষতা দেখি। ময়ো কৰিম ফাৰ্ম এখন।
Valei korise.karon Axom Sarkare Sakori Nedey. 👍👍
আগুৱাই যোৱা , শুভেচ্ছা থাকিল
Bohut Val lagil....best of luck
সুন্দৰ 🙏
Excellent initiative.Hope other unemployed youths initiate such enterprise
সুন্দৰ❤️
Hundor dada
বাম ঘাহ থকা তলি লাগে।ধন্যবাদ তেখেতলৈ!
ভাল লাগিল
Val lagile sai 🙏🙏🙏🙏
Bahut lagil
অতি সুন্দৰ
Bhal lagil
ইমান কষ্ট কৰি ৰ্ফামত কাম কৰিছ ভাল লাগিছে ।
Bhut dhuniya
বঢ়িয়া।
সুন্দৰ 👍
ভাল লাগিল দাদা আপোনাৰ ফাৰ্ম খন দেখি
Khub val lagil tumi aru aguyai juwa.
Val lagil bro.
Val lagil bro
Dhunia dada
Hundar lagil huvesha thakil
Questions khni bor dhwniya korise thank you for it
Khundor.
বুহুত ভাল লাগিল দাদা video চাই ❤️❤️
অসমৰ গৌৰৱ এনেধৰনৰ কৰ্মতহে বাঢ়ে ; ধৰ্মত নহয় ।
একেবাৰে সচাঁ কথা 👍
Right
Moja👌🏼👌🏼
Xundor aag barhi jauk
সুন্দৰ ককাই
বহুত ধুনীয়া ।
Good job
Good work 👍
Bihpuriya paa morom jasilu apunar shenll 2 ❤️
Khub val lgise dei
Borhiya video
Good job 👌👌
Good job 👍
মজা মজা মজা 💪💪💪💪💪💪💪💪
Very good job
Sagoli palon homporke bohut upokrito holu
Good job
Kub hundor ❤️
Dhuniya video.... God bless you Dada...
সুন্দৰ
Very...nice...
Welldone..
সুন্দৰ লাগিল, শুভেচ্ছা জনালোঁ। মই ভাবিছো এই বৰ্ষৰ পৰা এখন স্থানীয় ছাগলী ফাৰ্ম কৰিম বুলি।।
Moyo bhabhisu da
Hahaha
🙏🙏🙏
লোকেল বেষ্ট
Moja hobo👍👍
Thanks dada....
sai val lage Anekua manuh burok
Val. Atem loysa bohut valhoyse
Mjja basa da
Hundar
দাদা আপোনাৰ জীৱিকা ভাল
লাগিল
Vl lgil
Mozah
Masaallha
Congratulations
Khundar dada
Good job brother may God bless u
Big beusiness Motivational
bhal lagil👍
ভাল লাগিল চাই
Excellent Bhaiti🙏🙏🙏💐💐💐
Proud of you, brother
Khub bhal podokhep
Nice video
Good bhai
Nice 👍
Moja
Very good👍
Nice 👌👌👌
👍 Job
Keep it bro
Very nice 👍👍👍
Good job brother...keep it up
May God bless you.
দাদা আৰু আগবাঢ়ি যাবলৈ কামনা কৰিলোঁ ।
Good goob
Vaal hoise. Keep it up
Nice
লাভ জনক ব্যৱহায়
Good luck
Vl Podokhep Dada.. Mio Mio Aji 3Bosor Hl..First 2tare Aromvo Korisilu
Good job 🥰
Inspiring
👍👍👍👍👍 very nice....All d best...
Thank you god bless you
aru aagbarhi ja dada.. aami xodai asu tur logot.. 💖
কষ্টৰ ফল মিঠা । শুভেচ্ছা জনালো° ।
You asking system of good also his replid also good it is also good income chourse.
Good
Good jb
Nice👍👍👍❤️l